পুলিচে নিজৰ চেষ্টা অব্যাহত ৰাখিব, বাকী ভাগ্যত যি আছে : মুখ্যমন্ত্ৰী

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ▶️ ‘ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা আজি ২৩ দিন হ’ল’
    ▶️ ‘অসম পুলিচে অক্লান্ত চেষ্টা কৰাৰ পিছতো সন্ধান উলিয়াব পৰা নাই’
    ▶️ ‘কিবা এটা খবৰ পাম বুলিয়েই অহা নাছিলোঁ, দ্বীপেন দাক আজি লগ কৰিলোঁ’
    ▶️ ‘পুলিচে নিজৰ চেষ্টা অব্যাহত ৰাখিব, বাকী ভাগ্যত যি আছে’
    ▶️ ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ এই কথা ক'লে মুখ্যমন্ত্ৰীয়ে

Komentáře • 5

  • @9667-j4f
    @9667-j4f Před 28 dny +3

    ঘৰটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল’ব বুলি আমি সকলোৱে কামনা কৰিছো ৷

  • @user-qj6sd4qi8w
    @user-qj6sd4qi8w Před 28 dny

  • @marketznews2516
    @marketznews2516 Před 28 dny

    Assam police je eku nohoi heitu proman hol

  • @AbinashBora329
    @AbinashBora329 Před 28 dny

    Ramen baruah missing CBI refer kori dibo lage !!! State government help Kori dibo lagibo!!!

  • @lakshmibarman4280
    @lakshmibarman4280 Před 28 dny

    Sundar expretion 3:42