Video není dostupné.
Omlouváme se.
Kakopotharor Usuponi | কাকপথাৰৰ উচুপনি (কাকপথাৰৰ গণহত্যাত নিহত শ্বহীদৰ পবিত্ৰ স্মৃতিত )| Assamese
Vložit
- čas přidán 6. 10. 2017
- | Kakoppotharor usuponi |Sagar Saurabh Music| কাকপথাৰৰ উচুপনি (কাকপথাৰৰ গণহত্যাত নিহত শ্বহীদৰ পবিত্ৰ স্মৃতিত )| Oxomiya Biplobi Geet |
This song is dedicated to all the victims of "Kakopothar Gonohoitya'' of the year 2006. 12 victims were killed by the militants including very young boys and girls while protesting against an injustice made by the state administration. Today we remember them all and this song is a tribute to their pure souls.
assamese patriotic song,assamese patriotic song by bhupen hazarika,assamese patriotic song by zubeen garg,patriotic songs,patriotic songs for republic day,patriotic songs for independence day,patriotic songs veterans day,assamese hit songs video,assamese old hit songs video,assamese new hit video songs 2021,bhupen hazarika songs,bhupen hazarika songs hindi,bhupen hazarika song manuhe manuhar babe,bhupen hazarika song bistirno parore,mahendra hazarika song,mahendra hazarika song bihu,mahendra hazarika song eman duniya tumi jupitora,mahendra hazarika song 2021.
#asamese biplobi geet, #mahendra hazarika song, #assamese new songs, #sagar saurabh music
ককাই বুকু খন কান্দি উঠিছে। কোন ফালে আজি গৈ আছে অসম খন, ভাবিলেই ভয় লাগিছে।।❤️❤️❤️
জয় আই অসম 😢❤💪✊✊✊✊
Joi ai axom
মন চুই গ'ল।গীতৰ মাজেৰে বিপ্লৱৰ সূচনা সম্ভৱ। এনে বোৰ গীতে জনচেতনাক জাগ্ৰত কৰিব পাৰে। ধন্যবাদ জনাইছোঁ।
অশেষ ধন্যবাদ জনালো আপোনাক।
গাৰ নোম শিঁয়ৰি যায় যেতিয়াই এনেকুৱা ধৰণৰ জাতি মাটিৰ গানবোৰ শুনো।
জয় আই অসম✊🏻❤
তেতিয়া এই গীতটো শুনো চকু পানী ওলায় যায় 😭😭😭।।
সুন্দৰ
সুন্দৰ ৷৷আৰু সৃষ্টি হওক এনে গীত
জয় আই অসম
Antor sui jua geet
Bhot gan aru anekuwa gan pam buli akha krilo
Bohut xundor geet
Uninic song and nice singing
Bohut val lagil gan2 xuni morning morning 🥰
অসমী আইৰ কেঁচা মাটিৰ গান,জয় আই অসম।
Antar atma sui juwa gan , jai aiee akom
বহুত ভাল লাগে এই গানটো, হুনিলেও শুনি থাকিব মন যায় ।।
Thank you very much.
বৰ ভাল লাগিল৷ গীতৰ কথা বৰ সুন্দৰ৷
Jay aii axom❤
Hundor gan hunela hunetakebo mon jai
Mojahhh lagise dada
Joi aai axom.
Hundor .❤❤❤❤...lirics tu likhi dibo niki ??????
মজা
এই গানটো দিনটো চাৰি বাৰ শুনিলে হে ভাল লাগে মোৰ
জয় আই অসম ❤
সাগৰ সৌৰভ,
জাতীয় চৈতন্যৰ গীতবোৰ সদায় জীয়াই থাকিব। অসম আৰু অসমীয়াৰ জাতীয় চৈতন্যৰ গীতবোৰ অসমৰ জনগোষ্ঠী, অসমীয়া জাতিসত্তাক প্ৰতিহত কৰিব বিচৰা, ভাষা-সংস্কৃতিক প্ৰতিহত কৰিব বিচৰা সকলো বিৰুদ্ধ আৰু বহিশক্তিৰ বিৰুদ্ধে থিয় দি জীয়াই থাকিব।
💐🙏🙏🙏
Jai amar kakopother
So nice...
জয় আই অসম ✊
জয় আই অসম
Joi aai asomm
Joi asu Assam 😭😭😭
Joi aai Assam
Khub hundor geet..
সুন্দৰ।
বহু দিনৰ পিছত আপোনাৰ গীত হুনিলোঁ দাদা । মই বহু পুৰণি চিনাকি আপোনাৰ, পাহৰি চাগে ।
Kot paisilu baru ? Monot pelai diyasun.
Antorot Sui Jai Gantuye
🔥❤😇
Joi aai assam
✊✊✊.... joi ai axom
Jai aai Akhan
জয় আই অসম
জয় আই অসম
Joi Aai AXOM ❤️✊
Thanks a lot.
👍👍👍
মোৰ দেশ মোৰ মাটি মোৰ ভেটি
Joi Aai axom
Heart touching
Bor dukh lage gaan to hunile
Uninicsong🎉🥰🥰🥰😍🤩🥳😎😎💯💯💯💯💯
vl lgil swadekhor git huni.
Thank you
♥️
💚
কাকপথাৰ উচুপনিৰ সকলো গান শুনিবলৈ পাম বুলি আশা কৰিলো। বিচাৰি সাবাথুৰি খাই ফুৰিছে দাদা । অনুৰোধ কৰিছো আপোনাক বাকী গান কেইটা দিব 🙏🏾🙏🏾🙏🏾।
Nice
Very nice
মোৰ প্ৰিয় গীতটো ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
জয় আই অসম।
Khub hundor..
জয় আই অসম আলফা জিন্দা ৱাদ
MY caicce good song
All song
joi Aai assam❤️
😢❤
JUu
Ok,
বাকী সমূহ গীত ও শুনিব বিচাৰিলো ॥
ডাঙৰীয়া,
"মোৰ আপোন এই দেশৰ মাটি
মোৰ সপোন সৌ সূৰুজজ্যোতি
জীৱনে মৰণে মোৰ আই অসমী"
উক্ত গীতটি মই যোৱা ছয় মাহে বিচাৰি হাবাথুৰি খাইছো। আপুনি আপোনাৰ সেই গীটি মুকলি কৰি দিব বুলি আশাৰে বাট চাই ৰ'লো।
নিশ্চয়।
সুন্দৰ
সৌৰভ কাই, এই এলবামটোৰ লগতে অমৰজ্যোতি মিলিৰ বাকী কেইটা গান দিব পাৰিব নেকি ?
Tinitaman gaan mur aai channelot dya ase. sai lobo.
বহুত ভাল লাগিও গাণ টো শুনি জয় আই অসম😂😂😂😅❤❤
Kela hahiso je
Surjya Gogoida song hoi bhal lagil huni l
গীতটি সাগৰ সৌৰভৰ হয়। linkটো চাই লব। কোননো সূৰ্য্য গগৈ ?
czcams.com/channels/02CovAxQyb_tqL-dxfWtkA.html
এই এলবাম তোৰ বাকী গীত কেইটা পাৰিলে বিচাৰি আপলোড দিব চোন
It mimmimimikjiikyvjlh ki i
6:15
Abeli porot nil akakhot gitu dibo sun
Ami aka logota asilo. Amar aru moi.tomi baki kita song hokuluka hunaba.
দুটামান গান মোৰ Channel ত দিয়া আছে। আৰু বাকী কেইটা দিয়াৰ যোজা কৰিছো। শীঘ্ৰেই শুণিবলৈ পাব। মাথো Share কৰিব ৰাইজৰ বাবে।
Stinger jnr number tu lagisil..
7002176370
ULFA🙏
Not ULFA. দেশপ্ৰেমৰ অনুভূতি। আপুনি যদি নিজৰ মাক ভাল পায় মা-ভূমিকো নিশ্চয় ভাল পায়। তাৰেই অনুভূতিৰ গীত এইটো।
Ajiu monot ase hei ditu kotha
Mur dodai - dipon Moran
Geet tu kar hoi jonabo soon
সাগৰ সৌৰভ। কাকপথাৰ। Like & Subscribe কৰিব।Link দিছো
czcams.com/channels/02CovAxQyb_tqL-dxfWtkA.html
জয় আই অসম
সুন্দৰ
জয় আই অসম ❤