TIME8ৰ ষ্টুডিঅ'ত এপাহি বোকাৰ পদুম

Sdílet
Vložit
  • čas přidán 20. 12. 2021
  • সাইলাখ জুবিন । ভগা ছিগা জুপুৰীৰ পৰা জিলিকি উঠিছে এটি আকৰ । জুবিন গাৰ্গক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ । TIME8ৰ ষ্টুডিঅ'ত এপাহি বোকাৰ পদুম ।
    By Ritushmin Sharma

Komentáře • 3,2K

  • @sanjibboramusical
    @sanjibboramusical Před 2 lety +4538

    ধন্যবাদ time8 আপোনালোকৰ এই সহায় সহযোগীতা মোৰ বাবে সদায় স্মৰণীয় হৈ ৰব। সমূহ অসমবাসীৰ মৰম আশীৰ্বাদ আপোনালোকৰ যোগেদি মোক প্ৰেৰণ কৰাৰ বাবে অশেষ ধন্যবাদ । মোক এনেদৰে অনাগত দিনবোৰত আপোনা লোকৰ মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাসিলো। ধন্যবাদ 🙏🏻

  • @puspanjalichakravarty7172
    @puspanjalichakravarty7172 Před 2 lety +181

    সচাঁকে গাৰ নোম শিয়ৰি উঠা এক কণ্ঠ, তোমাৰ কণ্ঠত আই সৰস্বতী বাহ লওঁক 😘😊

  • @pranjal7566
    @pranjal7566 Před 2 lety +76

    কবলৈ ভাষা নাই ইমান সুন্দৰ কণ্ঠ(সাইলাখ জুবিন ককাইৰ দৰে)আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল ।

  • @New-Movies-Videos
    @New-Movies-Videos Před 2 lety +90

    কত আছিলি এ ভাই তই। ইমান ধুনীয়া tune থকাৰ পৰতো তোমাৰ অলপো অহংকাৰ নাই নে ??
    God bless u yaar

  • @bhabitakalita3588
    @bhabitakalita3588 Před 2 lety +209

    জুবিন দা আমাৰ গৌৰৱ আৰু আমাৰ গৌৰৱ দুগুণ বাঢ়ক আমাক এনেকুৱা জুবিন হাজাৰ জন লাগে যাতে অসমৰ গৌৰৱ বেছি হয়। আৰু লৰাজনক যাতে কোনেও আওকাণ নকৰে। জুবিন জুবিনে হৈ থাকিব মাত্ৰ হাজাৰ জন জুবিন গাৰ্গৰ সৃষ্টি হ‌ওক🙏🙏

  • @adyutborpatragohain6839
    @adyutborpatragohain6839 Před 2 lety +22

    Outstanding वेता। কি আচৰিত! কবলৈ ভাষা নাই। জুবিন গাৰ্গে সচাকৈ তোমাক লগ কৰিব। মাথোঁ তেওঁ গম পালেই হ'ল। May God bless you.

  • @rinkumili2957
    @rinkumili2957 Před 2 lety +93

    সুন্দৰ গাইছে ,জুবিনৰ কন্ঠ যেন লগা হৈছে। ভৱিষ্যত উজ্বল কামনা কৰিলো ❤️❤️❤️❤️❤️

  • @divyagogoi7715
    @divyagogoi7715 Před 2 lety +45

    সঁচাকৈয়ে তোমাৰ কণ্ঠ অপূৰ্ব। অবিকল জুবিন দাৰ কণ্ঠ দৰে কেনেকৈ সম্ভৱ, বিস্ময়কৰ। সফলতাৰে আগুৱাই যোৱা বহু দূৰলৈ। শিল্পসকলে তোমাক যেন সহায় সহযোগিতাৰে আগবঢ়োৱাই নিয়ে....

  • @digantadewri6559
    @digantadewri6559 Před 2 lety +171

    সুন্দৰ কন্ঠ দেই একেবাৰে জুুবিন দাৰ কন্ঠ লগত একেই ৷৷ শিল্পী সমাজক অনুৰোধ কৰিছো এনে নবিন শিল্পী সকলক সমাজৰ আগশাৰীত আগবঢ়াই নিবলৈ সহায় কৰে যেন এয়ে মোৰ অনুৰোধ থাকিল ৷

  • @amarjitsandilya1236
    @amarjitsandilya1236 Před 2 lety +106

    প্রিয় ভাইটি... তুমি জুবিন ক গুৰু হিচাবে মনা টু খুব ভাল কথা। কিন্তু তুমি তোমাৰ নিজৰ কন্ঠ তোক সঞ্জীৱ বৰাৰ কণ্ঠ হিচাবে প্ৰতিষ্ঠা কৰিব লাগিব।

    • @bhabitakalita3588
      @bhabitakalita3588 Před 2 lety +13

      তেওঁৰ যিটো Voice সেইটোৱেই ওলাব। কোনোৱে কাকো Copy কৰি কাৰো দৰে হ'ব নোৱাৰে। কথাটো হ'ল জুবিন দাৰ দৰে প্ৰতিভা অসমত যিমানে ওলাব আমাৰ বাবেই গৌৰৱ। অসমক আৰু হাজাৰ জন জুবিন লাগে।

    • @uttamboruah9249
      @uttamboruah9249 Před 2 lety +2

      তুমি অকল জুবিনক অনুকৰণ কৰা।

  • @kanghonrongchihonpi7194
    @kanghonrongchihonpi7194 Před 2 lety +48

    আমাৰ মৰিগাঁও লৰা । নিজকে বহুত গৌৰৱ অনুভব কৰিছো। এনে এটা দিন আহক যাতে তোমাক চাবলৈ আৰু তোমাৰ গান শুনিবলৈ অসংখ্যক মানুহৰ সমাগম হওক তাৰে কামনা কৰিছো।

  • @nehabegum7192
    @nehabegum7192 Před 2 lety +26

    দাদা তুমি ইমান ধুনীয়া কৈ গান গাব জানা তুমালৈ বহুত ধন্যবাদ জাচিলো আরু মই যে এজনি ছিংগার হব পারো মোক আশীর্বাদ দিয়া সকলোয়ে please thank you

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 Před 2 lety +49

    সাইলাখ জুবিন দাৰ কন্ঠ..... বহুত সুন্দৰ প্ৰতিভা.... জুবিন দাই এওঁক নিশ্চয় লগ কৰাৰ সুবিধা দিব আৰু মোৰ বিশ্বাস জুবিন দাই এওঁক মঞ্চত একেলগে গান গোৱাৰ সুবিধা দিব।এওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো...

  • @ritashree
    @ritashree Před 2 lety +39

    অন্তৰ চুই গৈছে সচা জুবিন দা নিচিনা ❤️🥺‌আগুৱাই যোৱা 🥺❤️

  • @sikhadas9062
    @sikhadas9062 Před 2 lety +17

    দাদা তোমাৰ মাতটো বহুত বহুত ধুনীয়া ...তোমাৰ গান বোৰ শুনি বহুত বেছি ভাল লাগিল....তুমি আগুৱাই যোৱা

  • @welcometotechx9009
    @welcometotechx9009 Před 2 lety +10

    🔥❤️👍😊 মা-দেউতাৰ আশীৰ্বাদ সাদায় তোমাৰ লগত থাকিব আগলৈ আগবাঢ়ি যোৱা চেষ্টা কৰা। শুনি ভাল লাগিল

  • @mousumihandique1710
    @mousumihandique1710 Před 2 lety +80

    ইমান ধুনীয়া কণ্ঠ। আগবাঢ়ি যোৱা এনেদৰে উন্নতি পথেৰে ❤️❤️💞

  • @dipakdutta2946
    @dipakdutta2946 Před 2 lety +48

    হিয়া মন চুই যোৱা জুবিনদাৰ দৰে তোমাৰ সুন্দৰ কণ্ঠ এয়া তোমাৰ ভগৱানৰ অৱদান তুমি আগুৱাই যোৱা থমকি নৰবা । মোৰ বিশ্বাস তুমি সফল হবা, তোমাৰ দৰে আৰু জুবিনদা জন্ম হওক। তুমি সদায় এনেদৰে জুবিনদাক গুৰু বুলি মানিবা তেতিয়া সফল হবায়ে।

  • @MousumiKumar
    @MousumiKumar Před 2 lety +11

    সচাই জুবিন দা ৰ দৰে একেই কণ্ঠ 🤩আগুৱাই যোৱা।

  • @rumibarman8007
    @rumibarman8007 Před rokem +7

    সুন্দৰ কণ্ঠ।চকু মুদি শুনিলে জুবিন গাৰ্গ যেনেই লাগে। আগবাঢ়ি যোৱা শুভেচ্ছা ও মৰম আশীৰ্বাদ থাকিল।

  • @papuburagohain4330
    @papuburagohain4330 Před 2 lety +33

    চকুমুদি শুনিলে সঁচাই জুবিন দা
    তুমি আগবাহি যোৱা ভাই আৰ্শীবাদ কৰিছো ভগবানৰ ওচৰত 🙏🙏

  • @hindivlogs9693
    @hindivlogs9693 Před 2 lety +106

    সচাই জুবিন দা যেন লাগিছে আগুৱাই যোৱা তুমি ❤️ মৰিগাঁও পৰা গৌৰৱ অনুভৱ কৰিছো । তোমাৰ ঘৰৰ পৰা আমাৰ ঘৰ বেছি দুৰ নহয় কেতিয়াবা লগ পাম জয় আই অসম 💞💞

  • @harshanishitmusicallyoffic8938

    দাদা, তুমি ইমান ধুনীয়া গাইছা 🔥🔥🔥🔥🔥🔥🔥🔥🔥
    Time8 য়ে তোমাক এইখিনি সুবিধা আৰু আগবাঢ়ি যাবলৈ সাহস দিয়াৰ বাবে বহুত ধন্যবাদ 🙏

  • @harenbarman4733
    @harenbarman4733 Před 2 lety +5

    অভিনন্দন অভিনন্দন অভিনন্দন । সাইলাখ জুবিনৰ গীত শুনিবলৈ পাই আচৰিত আৰু আনন্দিত ।

  • @promudgogoi2333
    @promudgogoi2333 Před 2 lety +108

    সুন্দৰ সুন্দৰ অতি সুন্দৰ ক'বলৈ আৰু ভাষা নাই তুমি আৰু আগুৱাই যোৱা তাৰে কামনা 👍👍

  • @rajiplx6428
    @rajiplx6428 Před 2 lety +97

    এই বিলাক ক্ষেত্ৰত time8 ক বহুত ভাল পাওঁ love from নলবাৰী 💓

  • @utube9750
    @utube9750 Před 2 lety +6

    ভাবিছিলো জুবিন দাদাৰ দৰে কন্ঠৰ আৰু দ্বিতীয়জন নাপাম কিন্তু কি ভাগ্য , তেওঁ অন্য কৰবাৰ নহয় আমাৰ অসমৰে

  • @hemalatachoudhury2082
    @hemalatachoudhury2082 Před 2 lety +12

    কি কম ভাষা নাই,ভালদৰে আগুৱাই যোৱা বন্ধু,পিছলৈ আৰু শুনিব পাম বুলি আশা থাকিল।।বহুত ভাল লাগিল সছাকৈ।।

  • @Jiyan882
    @Jiyan882 Před 2 lety +162

    নিশ্চয় জুবিন দাই তোমাক লগ কৰিব ।। তুমি এদিন নিশ্চয় ভাল গায়ক হবা বুলি আশা থাকিল ❤️❤️❤️👌👌

    • @punyasaikia2574
      @punyasaikia2574 Před 2 lety +2

      সুন্দৰ তোমাৰ কনঠ তুমি আগবাঢ়ি যোৱা

  • @Mamon51
    @Mamon51 Před 2 lety +19

    নতুন প্ৰজন্মত লাগে এজন জুবিনদাৰ দৰে গায়ক All the best sanjib dada ❣️❣️👍👍👍

  • @anupamabaishya5768
    @anupamabaishya5768 Před 2 lety +7

    খুব সুন্দৰ কণ্ঠ ..... আগুৱাই যোৱা তুমি ... বহুত বহুত শুভকামনা জনালোঁ

  • @GamingGod2003
    @GamingGod2003 Před 2 lety +24

    Zubeen Garg is one and only in the assam
    No one can take his place
    Zubeen Garg not a singer, he is a writer, composer, filmmaker,etc
    No words for him🔥🔥🔥🔥🔥

  • @anarulrock8396
    @anarulrock8396 Před 2 lety +423

    সচাকৈ বহুত ধুনীয়া গীত গাই বহুত মধুৰ সুৰ ভাইটি তুমি বহুত আগলৈ যোৱা তাকে দোৱা কৰো 💗💗

    • @pallabisarma270
      @pallabisarma270 Před 2 lety +5

      czcams.com/video/8Q-IRLNPCu4/video.html

    • @jadulbania958
      @jadulbania958 Před 2 lety +3

      Bahut dhuniya kantha. Tomaloy utjol vabissat kamana thakil

    • @hankhaborah7357
      @hankhaborah7357 Před 2 lety +2

      God bless you.

    • @dhanadatalukdar1835
      @dhanadatalukdar1835 Před 2 lety +1

      xosake bhati tumi jubin dr tole tole ,bohut dhuniya kantho tumr aashirbad korisu tumi aaguwai juwa 👍👍👍

    • @dipaksaikia9361
      @dipaksaikia9361 Před 2 lety +1

      ময়ো গাব বিচাৰোঁ গান এটা

  • @prasantasaikia5278
    @prasantasaikia5278 Před 2 lety +30

    উজ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা তাৰে কামনা জনালো। ছেকেণ্ড জুবিন দা ❤️🤗

  • @barnaliborahmazumder5953
    @barnaliborahmazumder5953 Před 2 lety +4

    God bless you brother
    আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।।

  • @purnanandadevanath769
    @purnanandadevanath769 Před 2 lety +11

    তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক। আগুৱাই যোৱা। আমাৰ শুভেচ্ছা থাকিল।

  • @rodalikashyap8538
    @rodalikashyap8538 Před 2 lety +42

    বৰ সুন্দৰ কন্ঠৰ গৰাকী তুমি জুবিন দাৰ সৈতে কন্ঠ মিল আছে। আগলৈ এনেকৈয়ে আগুৱাই যোৱা ভগৱান সহায় হওঁক তোমাৰ।

  • @kalpanasonowal7120
    @kalpanasonowal7120 Před 2 lety +43

    উফ!! শুনিলেই শুনি থাকিব মন যায় এনেকুৱা কন্ঠ বোৰ

  • @asvlogs995
    @asvlogs995 Před 2 lety +4

    🔥🔥বৰ ধুনীয়া হৈছে দে❤️তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ🙏ধন্যবাদ জয় আই অসম❤️❤️❤️

  • @himangshudas3037
    @himangshudas3037 Před 2 lety +4

    Unbelievable bro....... Jubin da please support this talent so that he can go many many miles in the musical world.....

  • @banditakumari764
    @banditakumari764 Před 2 lety +46

    সচাকৈ বহু ধুনীয়া প্ৰতিভা💗 জুবিন দাৰ ময়ো এগৰাকী অনুৰাগী 🙌 তুমি আৰু বহু দূৰ আগুৱাই যোৱা তাকেই কামনা কৰিলো🥰

  • @palashdeka5393
    @palashdeka5393 Před 2 lety +124

    সঞ্জীৱ বৰাৰ এটা কথা ভাল লাগিল শুনি - তেওঁ জুবিন গাৰ্গ হ'ব নিবিছাৰে । সুন্দৰ কথা । সঞ্জীৱ বৰা, সঞ্জীৱ বৰা হৈ গীত পৰিৱেশন কৰক । উজ্বল ভৱিষ্যৎ কামনা কৰিলো

  • @user-om8qo6yp7l
    @user-om8qo6yp7l Před měsícem +1

    Bohut2 Dhanyvaad tumi anedore aguwai juwa💘🌹🥀❤🌹🥀❤🌹🥀❤🧧

  • @yz3637
    @yz3637 Před 2 lety +166

    ইমান সুন্দৰ কণ্ঠ ...সাইলাখ জুবিন দা ৰ নিচিনা... আগোৱাই যোৱা সদায় 👍

  • @monalishadutta5860
    @monalishadutta5860 Před 2 lety +11

    OMG. Ki asorit Hubohu Zubeen r voice. TIME 8 Thankx Anakua prothivaban lukok Bisari onar baba. God bless u. Tumi aguai jua.

  • @nandiniborthakur2702
    @nandiniborthakur2702 Před 2 lety +1

    খুব সুন্দৰ সন্জীৱ... শুভকামনা জনালোঁ....ৰিতুস্মিন তোমাক ধন্যবাদ, ইমান অসাধাৰণ প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে

  • @ganeshelectricianelectrici4724

    অতি সুন্দৰ গীত বহুত ভাল লগা👌💞👌👍

  • @rijuhazarika6046
    @rijuhazarika6046 Před 2 lety +27

    তোমাৰ ভাল হওক,জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ ভগৱন্তই তোমাক শক্তি দিয়ক।

  • @bituponmoranaxom6626
    @bituponmoranaxom6626 Před 2 lety +38

    সচাকৈ কবলৈ ভাষা নাই ইমান সূমধূৰ কণ্ঠ।তুমাৰ প্ৰতিভা সচাই অতুলনীয়।আমাৰ আৰ্শীবাদ পলাই তোমাৰ লগত থাকিব।তুমাৰ সংগীতৰ যাত্ৰা সফল হওক আৰু আগুয়াই যোৱা তাৰেই কামনা কৰিলো।

  • @rjsaikia718
    @rjsaikia718 Před 2 lety +1

    সঁচাই জুবিন দাৰ আন এটা ৰূপ তুমি আগুৱাই যোৱা দাদা❤️❤️❤️

  • @abdulmannanmunna2564
    @abdulmannanmunna2564 Před 2 lety +2

    Good job time 8...
    এনেবোৰ নিউজ নিউজ এই NHOi কিছু কিছু ক্ষেত্ৰত এইটো এটা জীৱন যিটো জীৱন পাবৰ বাবে বহুত আগ্ৰহ কোনো লোক।
    AGAIN THANK YOU TIME8 or লগত এই khaijon কৰ্ম কৰ্তা যি জন অৰ বাবে এনেবোৰ নিউজ চেনেল অৰ হাতত পৰেগৈ👍🤞

  • @pallabiborah536
    @pallabiborah536 Před 2 lety +153

    হৃয়স্পৰ্শী কণ্ঠ। আগুৱাই যোৱ , সুন্দৰ আৰু নিভাজ সুৰ শুনিবলৈ পালো।

  • @sukanyadas8642
    @sukanyadas8642 Před 2 lety +38

    কি কম আৰু ভাষা নাই দাদা তুমি সফল হোৱা .তোমাৰ সপোন বোৰ পূৰন হওক .মায়া মায়া অপূব পৰশেৰে ......😊😊

  • @putulkalita3115
    @putulkalita3115 Před 2 lety +26

    সঞ্জীৱ তুমি এই যাত্ৰা সফল হৈ আগুৱাই যোৱা । এয়ে কামনা কৰিলোঁ ।

    • @monikaborah9038
      @monikaborah9038 Před 2 lety

      তোমাৰ মাতটো বহুত ভাল তোমাৰ মনৰ কামনা পূৰন হয় যে

    • @kukumonibaishya5071
      @kukumonibaishya5071 Před 2 lety

      ইমান দুখীয়া ঘৰৰ পৰা সুন্দৰ এটা সৃষ্টি আমি সকলোৱে যাতে সজ্ঞীৱক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰো

  • @mattudad8963
    @mattudad8963 Před 6 měsíci +1

    Tumar voice tu xsakoi khai lakh Zubeen daa r nisinai ....God blessed u tumi aru uthi juwa Zubeen daa r gaan gai ...kintu amar Zubeen daa t koi khali besi uporote uthi najaba Zubeen daa k khodai Spacial Zubeen daae hoi thakib dia aru Zubeen daak khali tumi Tumr Guru buli mani lba ....👍👍❤️❤️❤️

  • @anganaborah2869
    @anganaborah2869 Před 2 lety +49

    ইমান একেই মাত কেনেকে থাকিব পাৰে!❤️
    বহুত শুভেচ্ছা থাকিল আপোনালৈ।

  • @sahinalomcr7803
    @sahinalomcr7803 Před 2 lety +52

    অতি সুন্দৰ কন্ঠ।তুমি আগুৱাই যোৱা।

  • @user-qn9jo9we5o
    @user-qn9jo9we5o Před 7 měsíci +1

    । সুন্দৰ কণ্ঠ, সঞ্জীৱ বৰা তোমালৈ শুভেচ্ছা আৰু আশীৰ্বাদ কৰিছোঁ ভবিষ্যতে তোমাৰ জীৱন মধুময় হ‌ওক, ভগবানে মঙ্গল কৰক আগবাঢ়ি যোৱা,

  • @trishnarani4946
    @trishnarani4946 Před 2 lety +2

    ইমান একে কণ্ঠ, ইমান ধুনীয়া ❤️

  • @user-wt5mx6ex2z
    @user-wt5mx6ex2z Před 2 lety +60

    সঞ্জীৱে ডিজাৰ্ভ কৰে ৷ শুভকামনা তেখেতলৈ ৷ জুবিন দাক এনেকৈ অনুকৰণ কৰাতো তেখেতৰ এক বিশেষ গুণ

  • @priyatamrabha27
    @priyatamrabha27 Před 2 lety +16

    🥰🥰আশাকৰোঁ.. আমাৰ মানৱ ৰূপী ভগৱান জুবিন দাই নিশ্চয় তোমাক লগ কৰিব ।।🥰🥰

  • @keshabgogoi2889
    @keshabgogoi2889 Před rokem +1

    Congratulation,So nice melodious voice.hurt touching as Zubin da

  • @jeonbedu0785
    @jeonbedu0785 Před 2 lety +3

    Zubeen is immortal and he will always be immortal ❤❤🙏🙏he's our soul....that mean all of assamese song lover's God🙏🙏🙏🙏🙏🙏🙏

  • @NirmolRay118
    @NirmolRay118 Před 2 lety +43

    আচৰিত ঘটনা,,,ম ই প্ৰতিটো গানেই চকু মুদি শুনিলো।সাইলাখ জুবিন দাৰ মাত।😱😱😱😱😱😱

  • @rupamsaikia5350
    @rupamsaikia5350 Před 2 lety +38

    সুন্দৰ কণ্ঠ অধিকাৰী তুমি, তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।

  • @rinadutta7598
    @rinadutta7598 Před 2 lety +2

    সচাকৈ আচৰিত জুবিনৰ মাতটো যেন লাগে।আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো।🙏🙏

  • @karishmasaikia323
    @karishmasaikia323 Před 2 lety +10

    বহুত সুন্দৰ কণ্ঠ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মাএ সাধনা আৰু মনোবল নেহেৰুৱাবা নিশ্চয় এদিন ইয়াৰ উচিত ফল পাবা সঞ্জীৱ 🥰🥰🥰👍

  • @ritumonithengal2502
    @ritumonithengal2502 Před 2 lety +34

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সঞ্জীৱ দা 💕❤

  • @hc2.0
    @hc2.0 Před 2 lety +70

    Without autotune..it's real voice..hi's are legend ❣️❣️❣️

  • @anusmitamedhi4973
    @anusmitamedhi4973 Před 2 lety +2

    God bless you bro....,😊😊😊অতি সোনকালে জুবিন দাৰ লগত দেখিব পাম বুলি আশা কৰিলোঁ।

  • @bethechange8336
    @bethechange8336 Před 2 lety +6

    No one can replace Jubin da and legendary Bhupen Da ( immortal)...Their songs gives raw the fragrance of land, literature, culture and language of Assam. Go ahead brother..

    • @kabilonsarmah9266
      @kabilonsarmah9266 Před rokem +3

      Vai replace krb try u ni kra lora 2e...guru mani loi sesta krise teur dore...

  • @sagarika776
    @sagarika776 Před 2 lety +13

    ভগৱানে এটা শুৱলা কন্ঠ দিছে। গতিকে ভালদৰে গানৰ চৰ্চা কৰি এজন ভাল গায়ক হোৱা। তুমি কেৱল তুমি হোৱা।

  • @sumandeka7652
    @sumandeka7652 Před 2 lety +13

    তোমাৰ লগত অসমীয়া সদায় আছে তুমি আগুৱাই যোৱা দুখীয়া কোনো দিন হেঙাৰ হব নোৱাৰে ।

  • @modhusmitagogoi3727
    @modhusmitagogoi3727 Před 2 lety +1

    ইমান সুন্দৰ কণ্ঠ । বহুত ভাল লাগিলে..... আগুৱাই যোৱা তুমি 👍

  • @barnalikalita6819
    @barnalikalita6819 Před 2 lety +2

    সুন্দৰ কনঠ আগবাঢ়ি যোৱা

  • @hiteshbaba4780
    @hiteshbaba4780 Před 2 lety +13

    জুবিন। দাদা অলপ সহায় কৰক আমাৰ অসমীয়া প্ৰতিভা লোকায়া আছে সকলো সহায় কৰিবলৈ আৰু তাম8 ধন্যবাদ

  • @sikhamonigogoi1209
    @sikhamonigogoi1209 Před 2 lety +23

    হৃদয়স্পৰ্শী কণ্ঠ দাদা আগুৱাই যাওঁক আপোনি❤💚

  • @madhurikasaikia7310
    @madhurikasaikia7310 Před 2 lety +1

    আপুনি আগবাঢ়ি যাওক, বহুত শুভেচ্ছা।

  • @latudutta4166
    @latudutta4166 Před 2 měsíci +1

    সঞ্জীৱ তুমি সঞ্জীৱ হৈ থাকা।।কোনো এজন মানুহ অদ্বিতীয় ।সকলো মানুহৰ এটা পৰিচয় আছে । টোমাৰো আছে সঞ্জীৱ বুলি ।জুবিন জুবিন নেই ।সঞ্জীৱ সঞ্জীৱ হৈ থাকা।আগ্ বাঢ়ি যোৱা

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 Před 2 lety +18

    Congratulations,,,
    তুমি অতি সুন্দৰ কণ্ঠৰ অধিকাৰী,,
    তুমি আগোয়াই যোৱা আশা ৰাখিলোঁ।
    ডিব্ৰুগড়ৰ পৰা,,

  • @promudgogoi2333
    @promudgogoi2333 Před 2 lety +127

    আপোনালোকে আকৌ এবাৰ অলপ দিঘলীয়া কৈ প্ৰগ্ৰেম টো ল'ব চোন সঞ্জীৱ বড়া🙏

  • @user-jx6rc9di1b
    @user-jx6rc9di1b Před 2 měsíci

    খুউব সুন্দৰ তোমাৰ কণ্ঠ আৰু আগুৱাই যোৱা ❤

  • @subhassarma6807
    @subhassarma6807 Před 2 lety +2

    দাদা তোমাৰ মাত‌টো sem Zubeen dar দৰে। বহুত ভাল লাগিছে তোমাৰ কন্ঠত গান শুনি। আশা কৰিছো তোমাৰ ভৱিষ্যতে উজ্জ্বল হয়। তোমাৰ মনত যিবোৰ ভাবি আছা সেইবোৰ যেন পূৰন হয়। তুমি সফল হোৱা আৰু আগবাঢ়ি যোৱা M.G.B.U🙏🙏🙏

  • @mydream5245
    @mydream5245 Před 2 lety +14

    ইমান সুমধুৰ কন্ঠ, সঁচাই বহুত ভাল লাগিল। তুমি আগুৱাই যোৱা 💖💞💞🥰

  • @gitamonihazarika5059
    @gitamonihazarika5059 Před 2 lety +10

    সঁচাই বহুত ধন্যবাদ জনাইছো time 8news senel k .eman Sundar Sur bohut aag bahi jua bhàite

  • @Moniray459
    @Moniray459 Před 2 lety +3

    Dhuniya dada আগলৈ আগবাঢ়ি যোৱা 🥰😘 মোৰ প্ৰিয় শিল্পী জুবিন দা । জুবিন দাৰ গান মোৰ প্ৰিয় জুবিন দা ৰ গান গোৱা মানুহ বৰো মোৰ প্ৰিয় 🥰🥰🥰

  • @biswajitbora403
    @biswajitbora403 Před 2 lety +1

    He's so innocent nd very talented ❤️
    God bless uuu bro

  • @digantakalita986
    @digantakalita986 Před 2 lety +26

    অতি সুন্দৰ প্ৰদৰ্শন,বহুত ভাল লাগিছে

  • @abhijitbaro.546
    @abhijitbaro.546 Před 2 lety +103

    জুবিন দাক হেৰুৱাবলৈ মন নাছিল 😭😭 হয়টো তেওঁৰ পিছত এইজন দাদাই আমাৰ কাৰণে জুবিন দা হৈ ৰʼব🙏🙏

  • @user-jq5vr8ey6v
    @user-jq5vr8ey6v Před 5 měsíci

    সাইলাখ জুবিন দা( ভগবান )♥♥♥ দৰে কন্ঠ বহুত ভাল লাগিছে। আগুৱাই যোৱা দাদা🙏

  • @Deepakbora-hz4bn
    @Deepakbora-hz4bn Před 2 lety +2

    সুন্দৰ তুমি আগবাহিযোৱা....

  • @akproduction5255
    @akproduction5255 Před 2 lety +16

    এনেকৈ জুবিন দাৰ
    গীতবোৰ গাই যাবা।জুবিন দাৰ
    গীত শুনোৱা বাবে ধন্যবাদ।

  • @sanjoypegu2239
    @sanjoypegu2239 Před 2 lety +16

    তোমাৰ কন্ঠ আৰু জুবিনৰ কন্ঠ সচাকৈ একে । তোমাৰ পৰা ভবিষ্যতে গীত শুনিবলৈ পাম বুলি আশা কৰিলো । আগুৱাই যোৱা ।

  • @Tileswar1997
    @Tileswar1997 Před rokem +2

    Very beautiful voice I wish you a bright future .just don't lose you
    Effort And Morale.You Will Surley The Rewards One Day #junior zubeen pagala..💙💚💜💕💕💕💕

  • @shimahiloidari7456
    @shimahiloidari7456 Před 2 lety

    👌👍👍bhut dhuniya hur vobisote jubin da dre jate hua tare kamona korilu tumak ru aguwai niye jate assam sorkare

  • @alukjyotitipsvlog497
    @alukjyotitipsvlog497 Před 2 lety +9

    বহুত সুন্দৰ দাদা,হিদয় জিনিলা দাদা। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ,জয় আই অসম 🇮🇳✊🇮🇳✊...

  • @Mujafor17
    @Mujafor17 Před 2 lety +11

    তোমাৰ মাজত কিবা এটা Talent আছে আগুৱাই যোৱা brother ❤️

  • @diptimedhi9376
    @diptimedhi9376 Před 2 lety +1

    সুমধুৰ কণ্ঠ। বৰ ভাল লাগিল। আগুৱাই যোৱা।

  • @himashreekalita8641
    @himashreekalita8641 Před 2 lety

    Xosa koi a bhut diya .... voice ,😍😍😍 Amizng ❤️

  • @MRNAYAN66
    @MRNAYAN66 Před 2 lety +11

    মৰিগাঁওৰ হিচাপে গৌৰৱ কৰিছো ।আগবাঢ়ি যোৱা দা দা তাকে কামনা কৰিলো।