Sobe adin sob ari jboi lagibo.. Kunba hunkle kunba derike kunu najane.. Dukh nokoriba stay strong tumr lgt tumr family ami sob asu.. Bht motivate paisu tumr pora.. ❤ God bless u n babu
Be strong, eta advice dibo bisaru, tumar dehar future tur kotha vabi jodi para second marriage r alap sinta sorsa kora, life tu bohut ase aru, ejon sahos dia manuh hole besi ujuti nakhaba, god bless you both...
Apunar hahitu eman morom loga..aji first video salu apunar...apuni dhuniake aguwai jaok...na karubar kotha vabi na kunubai kiba kobo buli..kunui apunak nukhuai apuni nije khabo lgibo logot apunar morom loga lora jon...bohut bohut morom..love from mangaldai ❤❤
Murei bia asil heidina...Tai mur xoru kalor bht bhal frnd..mur bia dinai hoisil eibur mur j hahim ne kandim lgsl ..ghar eri oha dukht koi ei dukh tu a bht kosto disil..Stay strong 😔😑xodai asu tuk support kriboloi
tumiu dukh nkoriba .ketia mnuhor ki hoi jai kuneutu najane ..muthote tumak aru pongkhik koisu hodai aibu kothat strong hoboi lagibo o.......
Ei dintu ketyau pahribo nuara din hoi rol tumr ru Mur jibont...ekfale tumr anniversary ru anfale Mur husbndr bosoreki...ji a nhouk amar bonthutto tu ru odhik besi tonokial hoi rol...luv uh😘😘😘💕
Koboloi vakha nae aru 😭😭😭
@@ponkhiproduction5276 😘😘💕
Uff buku khon kopi gyse kiba eta. Khunibo hahokh huwa ni re
শুনি বুকু কঁপি গ'ল। বহুত দুখ লাগিল😥। তোমালোক দুয়ো সুখত থাকা, দেহাৰ জীৱনতো উজ্জ্বল হওক তাকে কামনা কৰিলো।
খুউব কষ্ট হয় এনেকুৱা ঘটনা শুনিলে ,সৰু ছোৱালী তুমি ভগৱানে তোমাক সাহস দিয়ক ল'ৰাটো ভাল মানুহ হয় যেন ঈশ্বৰ।
Khosai tumr dukhr Katha khuni Mr abr tumk aru tumr Lora tuk lg pbo mn goise...Tumi vagi noporiba babu tur Katha vbi nijke khukhi rakhiba..agoraki nari jibnt nijr manuh tutkoi apun aru kunu HB nuare....Tumi j imn strong khei Katha to vbi Mr bht vl lgise...proud feel krisu nijke...🙏🙏🙏🙏
সচাঁকৈ তোমাৰ কথাখিনি সোনি বুকুখন কঁপি গ’ল তোমালোক সদাই দেহা আৰু তুমি এনেকৈ সুখি হৈ থাকা ❤❤
God bless your dear aji tumar jibon kahini2 huni hosai bor dukh lagil hukhi hua hahokhere agbahi jua ❤️
অযথা প্ৰশ্ন কৰি স্মৃতি বোৰ মনত পেলাই এজনী ছোৱালীক আমনি কৰিব নাপাই । কিয়নো তই বা মই বুজি নাপাম আপোন জনক হেৰুৱা বেদনা । আপুনি বহুত সাহসী হৈ । এনেদৰে আগুৱাই যাব লাগিব । এই স্বাৰ্থপৰ পৃথিৱী ত আপোনাক ঘূৰি চাবই কাৰোৰে সময় কণ ও নোলাব । ভগৱানে দেহাক আৰু আপোনাক ভালে ৰাখক তাৰে আশা কৰোঁ 🙏
তোমাক যোৱা সময়ত এবাৰ দেখা নাপালোঁ
এইটো কথাই চকু পানী ওলাই থৈ গোল 😞💔
Hosakoi kio bru hudhe manuh bure
@@diksha813take😓
Hosakoi dai 🥺💔
বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি।ভালে থাকা সদায়ে।
😭😭😭😭😭. Vale thakok PRITHIVIR XOKOLU MANUH.NIJOR KHYAAL RAKHIBAA. VAL THAKA... GOD BLESS YOU
বহুত দুখ লাগিল কথাবোৰ শুনি ।। আগন্তুক জীৱনত তোমাক ভগৱানে বহুত সহায় কৰিব।।। এখন দৰ্জা বন্ধ হ'লে আন এখন দর্জা খোল খাই 🙏🙏 ভালে থাকা দুয়ো।। আমাৰ মৰম সদাই থাকিব ♥️♥️
বহুত দুখ লাগিল কথা বোৰ শুনি ডেহা আৰু তুমি সদাই ভালে থকা তাৰে কামনা কৰিলো ভগবানৰ ওচৰত ♥️♥️😊
I know it hurts but stay strong cutie baa ❤️ Your son is so blessed that he have a mother like you 💞
This broke my heart too. God be with you, sis!
You are a strong mom..tmr story2 huni bht dukh lgile baa sinta nkriba adin tmr jibntu hokolu vl hobo..ru deha k vl dore pohai hunai dangr manuh korua..vgban ase hokolu vl hobo adin..
ভগৱানে শক্তি দিয়ক তোমাক.... ভৱিষ্যত জীৱন তোমাৰ সুখৰ হওক পংখী বা 🙏🥺😍
You are a strong mom... god bless you ❤️
You are a strong mom ...... God bless you baaa😢😢❤❤
Tumar জীৱনৰ ককাহিনি khíni শুনি মুৰো তোমাৰ লগত মোৰ লগত হোৱা ঘটনা টো শৰে কৰিব মন গল।মইও মোৰ হুস্বন্দক। অলপ দিনৰ আগত হেৰুৱাইছে.এবছৰ হোৱাৰ নাই মইও মোৰ মাৰ লগত থাকো।হৈ নিজৰ মানুহ জন হেৰাইগলে বহুত বস্তু সলনি হইজাই.মোৰ হুস্বন্দৰ বাঠ্ৰমত পৰি ধুকলে.।মইটো আৰু অকলশৰীয়া মই মোৰ এজনী ছোৱালী তাইকো হেহুৱাইছো।তথাপিও জিজাই আছোঁ।
Sobe adin sob ari jboi lagibo.. Kunba hunkle kunba derike kunu najane.. Dukh nokoriba stay strong tumr lgt tumr family ami sob asu.. Bht motivate paisu tumr pora.. ❤ God bless u n babu
তুমি জীৱনত এটা বহুত বেছি বেয়া আৰু বহুত কঠিন সময় পাৰ কৰি আহিছা । কথাখিনি শুনি বহুত বেছি বেয়া লাগিল । যি হৈ গ'ল সেইখিনি কাষত ৰাখি আগলৈও এনেদৰে আগুৱাই যোৱা তাৰে কামনা কৰিলো । Always be strong 💪👊 👍
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিল 😥 তুমি আৰু তোমাৰ লʼৰাটো সদায় ভালকৈ থাকা।
I know how difficult this time ..but stay strong and be healthy.....God bless you 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
তুমি বহুত strong বা❤️ আগৰ কথা ভাবি দুখ কৰি নাথাকিবা😊 সুখী হোৱা আগুৱাই যোৱা
ভালে থাকা তুমি সাহসী হৈ দেহাক লৈ দুখ বোৰ নেওচি সুখত থাকা তেওঁ সদায় আছে তোমালোকৰ লগত
তোমাৰ কথা খিনি শুনি মোৰ বুকু হেচি ধৰিছে আৰু তুমি দিনবোৰ পাৰ কৰি আহিছা
ভগৱান ভালে ৰাখক তোমালকক
এদিন লগ পাম বুলি আশা থাকিল❤
কথা খিনি বহুত দুখ লাগিল বা ভগৱানে তোমাক আৰু দেহাক ভালকে ৰাখক তুমি আগুৱাই যোৱা 🙏😊
সাহসেৰে আগুৱাই যোৱা। যোৱা জন আকৌ তো উভতি নাহে । মানুহে যি কয় ক'ব দিয়া। এতিয়া লৰাতোৰ সাহস তুমি আৰু তোমাৰ সাহস লৰাতো । তাক দেউতাকৰ অভাৱ অনুভৱ কৰিব নিদিবা । এতিয়া তুমিয়েই লৰাটোৰ জীৱন
mur chnel2 subcribe kori diba sn 🤗
@@dimpivlogs5444 mur channel tu subscribe kori dibo tuku perrot buli ase
Be strong, eta advice dibo bisaru, tumar dehar future tur kotha vabi jodi para second marriage r alap sinta sorsa kora, life tu bohut ase aru, ejon sahos dia manuh hole besi ujuti nakhaba, god bless you both...
বহুত দুখ লাগিল ঘটনাটো শুনি,,, ভগৱানে তোমাক আৰু দেহাক ভালে ৰাখক।
You are so strong,God bless you and your little one dear .
Good bless you baa!! Stay strong🙏
বহুত দুখ লাগিছে কথাখিনি শুনি 😥...be strong..
বহুত দুখ লাগিল শুনি । দুখ নকৰিবা বেছিকৈ । হোৱা টো টো হৈ গ'ল ভগৱান ইচ্ছা আছিল চাগে । তুমিও সৰু হৈ আছা লৰাটো ও সৰু হৈ আছে । গোটেই জীৱন এনেদৰে অকলে কটাব নালাগে, সন্মুখত বহু বাট পৰি আছে যাবলৈ । নতুন কৈ আৰম্ভ কৰা । শুভ কামনা সদায় আছে💐💐💐💐💐💐 । ভালে থাকা দুয়োজন ।❤️
God bless you Tomi nakindiba mur vitu ankoi dhukala
ঈশ্বৰে তোমাৰ পতিৰ আত্মাক সদায়ে ভালে ৰাখক আৰু তোমালোকক শক্তি দিয়ক আগ বাঢ়ি যাবলৈ। ভালে থাকিবা আৰু সন্তানটিক এজন ভাল মানুহ বনাব চেষ্টা কৰিবা।
God bless you .. Stay strong
বহুত দুখ লাগিল তোমাৰ কথাই মোক কন্দুয়াই😭😭😭 পেলালে । তুমি দেহাক লৈ ভালে থাকা
Tumi bhale thaka dehak loi.. Be strong... Iman dhuniake kotha khini koisa.. Logote safty kothao kola.. Good wishes tumaloi. Lov from banglore
Bhuttt Val lage tmr video Sai gutei bur salu val lagile mn asile ai2 Janib le... Aguwai jua ❤️❤️
এইবোৰ সকলো নিয়তিৰ ইচ্ছা কেতিয়া কি হ'ব লগা আছে, পৃথিৱী লৈ অহা সকলো বক্তি এদিন নহয় এদিন যাবয়েই লাগিব।। তুমি খালি বা ভাগি নপৰিবা তুমি এতিয়া খুব strong হ'ব লাগিব লগতে দেহাক ও তুমি এজন ভাল বক্তি হিচাপে গঢ়ি তুলিব লাগিব, আৰু তুমি এইদৰে হাঁহি মাতি থাকা তাৰেই কামনা কৰিলো নেদেখা জনৰ ওচৰত❤
God bless u vinti . Be strong mentally . Go ahead
You r so strong 👍👍👍
হতাশ নহব বা।যাৰ ধৈৰ্য থাকে তেওঁক হে ভগৱানে কষ্ট দিয়ে বা❤️
আপোনাৰ কথা বোৰ শুনি চকু পানী ওলায় গৈছে,জীৱন টোৰ কথা কোনেও কব নোৱাৰে ,তথাপিও আপুনি আগুৱাই যাব লাগিব dehar 🥰kotha ভাবি ,তাৰ সাহস হব লাগিব আপুনি বা ❤️😍,ভগৱানে দুয়োকে ভালে ৰাখক ❤️😍
Stay strong....tumak vogowane aguwai jowat xohai korok... Dukh nokoriba...besi vabi nathakiba kothabur....jiwon buli aguwai jowa... Morombur jiyai rakhiba bukut...val loga val kam bur kori jowa❤
Stay strong ba❤️😘.. vogomane xodai xahokh diok tumak deha aru tumak vle rkhok xday..lgote dada jote ase vle thkok❤️
Stay strong always.. God bless u n ur child ❣️
Always be strong ♥️BAA...Mon bya kri nthakiba 😘☺️
God bless you sister... Stay strong... We all love you dear
Baa tmi bht strong asa nd thkiba 😊❤️❤️❤️ kotha bur xuni bht dhuk lgil baa 🥺😢❤️❤️❤️ deha ru tmi xdae happy t thka
Tumi aaguwai juwa takei kom aru khukhi huwa♥️♥️♥️
Janibo mn asil kuat vl lagil..Love from dergaon
Apunar hahitu eman morom loga..aji first video salu apunar...apuni dhuniake aguwai jaok...na karubar kotha vabi na kunubai kiba kobo buli..kunui apunak nukhuai apuni nije khabo lgibo logot apunar morom loga lora jon...bohut bohut morom..love from mangaldai ❤❤
Be strong dear 💕 এগৰাকী নাৰীৰ বহুত শক্তি আছে। গতিকে নাৰীৰ সেই ৰূপটো লৈ আগবাঢ়ি যোৱা। ভগবান সদাই আছে তোমাৰ লগত। দেহালৈ আৰু তোমালৈ বহুত বহুত মৰম যাচিলো 💕
Thank you so much 💕💕🥰😘
Be strong👍 মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও নাজানে, দুখ কৰি নাথাকিবা, দেহা ৰ ভৱিষ্যত সম্পূৰ্ণ তোমাৰ ওপৰত 👍 👍 আগবাঢ়ি যোৱা❤️ বহুত বহুত মৰম তোমালৈ❤️
অ মোৰ বা
2mr kotha xuni mur bukukhn kopi goise..... Tumi strong hoi thaka..... Vogoban ase teu r uprt biswas rakha... Loratur krne tumi strong hoi thkiboi lgbo 🙏🏻
তুমি সুখী হৈ থাকা ।ভগবানে মঙ্গল কৰক তাৰে কামনাৰে ।
তুমি বহুত সাহসী, তুমি তোমাৰ সন্তানটোৰ বাবে যি পদক্ষেপ নোলোৱা কিঅ তুমি মাতৃ হিচাপে তোমাৰ অধিকাৰ আছে। আগুৱাই যোৱা, নেদেখা জনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ🙏
Always be strong ba.. 😢😇👍👍..deha আৰু তুমি সদায় ভালে থাকা😇👍
সদায় ভালে থাকা তাকেই কামনা কৰিলোঁ নতুন বান্ধৱী হলোঁ তোমাৰ❤️❤️❤️❤️
Tumar kotha khone xuni aije dukh lagel.. dakhi thaku.. fbt.. baki tume jebon batot agbahi jua.. god bless him..
ভালে থাকা তোমাৰ লৈ আশীৰ্বাদ থাকিল । ভগৱানে তোমাক সহায় কৰিব ।
শুনি বহুত দুখ লাগিল। আগুৱাই যোৱা সাহসেৰে,,দেহাৰ লগত সুখী থাকা বা।
যোৰহাটৰ পৰা মৰম যাছিলোঁ।
Bhut dukh Lagil xuni..
বহুত সৰু ছোৱালী । আজি প্ৰথম তোমাৰ ভিডিঅ' চালোঁ । সাহসী ছোৱালীবোৰক মৰম লাগে ,স্বাৱলম্বীহৈ জীৱন পথত আগবাঢ়ি গৈ থাকা । ❤
Accident Buli Kolai voi lage. Love Form Guwahati❤️
Kotha khar huni bohut dukh lagise.... Hobo loigia tu hoi gol baa. Atiya tumi nije strong hobo lagibo akmatro lora tur karone... Hodai akhirbaad korim baa, tumak. Bhogobane karu jibonot anekua nokorok God bless you.... 🙏
May God bless you and your son 🙏🏻🙏🏻
Bahut dhukh lagil....
Be strong...❤ hukhi hoi thakiba... love from Jorhat...❤❤❤
Baa you are such a strong person❤️
Tumi bohut hahokhi dear ❤️ bohut bohut bohut morom tumale.. eta bohut hundor bhobishwat roi ase tumale god bless you
Bahut morom tumalukoloi,,, God bless you always 💕💕
Be strong... Deha ru tmaloi agal mn morom jasilu❤
God bless you.jibon mne hongrm dukh nkorebo agbrhi jawal
তুমি বহুত সৰু ছোৱালী ৷তোমাৰ কথাখিনি শুনি বুকু বিষাই গল৷তুমি সাহসী মা ৷সদায় ভালে থাকা মা বেতা❤️
ভগৱানে সকলোকে ভালে ৰাখক🙏🙏
ভাগ্যত যি থাকে সেয়া হবই..তথাপিও সকলোয়ে আগুৱাই যাব লাগিব..সদায় সাহসী হোৱা তাৰেই কামনা কৰিলো বা...
বহুত দুখ লাগিল শুনি। ভগৱানে ভালেই কৰিব দিয়া তোমাৰ আৰু দেহৰ বাবে। মোৰ ঘৰ নগাওঁ তে হয় দেই থাকো গুৱাহাটীত এইবাৰ নগাওঁ গলে লগ কৰিম ভাবিছোঁ দেহাকো আৰু তুমাকো লগ কৰিবলৈ মন গৈছে।
Stay strong girl 💪..... proud of you..tmi deha k loi vllk thaka tr future tu jte vll hoi
তুমি বাৰু ৰহা মহাবিদ্যালয়ৰ ছাত্ৰী আছিলা নেকি, তোমাক দেখা যেন লাগিছে। বাকী তুমি সাহসেৰে আগুৱাই যোৱা, মানুহৰ জীৱনত বহুতো দুখ থাকে, যিটো আমি ধৰি ৰাখিব নোৱাৰো সেইটো কথা ভাবিনো কি কৰিম ন। ভগৱানে শক্তি দিয়ক তোমাক।
কথাবোৰ শুনি চুকু পানী ওলাই গল 😭 যি নহওঁক ভগৱানে তোমাক কুশলে ৰাখক 🙏🙏🙏 যোৱা জন গুচি গল 😭😭,,, আমি সকলোৱে আছোঁ তোমাৰ লগত 🙏🙏🙏gd bless you
Bahut dukh lagil.. Buku kopi gol.. Tomar katha bor xuni aagowai jowa tumi.. Vale thaka tumi ru babu.. God bless you
বৰ দুখ লাগিল, মই তোমাৰ video aji first saisu..tumi bohut strong 💪 vogobane tumak aru লৰটোক Vale rakhok..❤
Aibur kotha kio nu manuhe hudhibo lge . Kmn kstot kyxe xge kotha bur , stay strong ba❤️deha lgt vlke thka hodai
দুখ নকৰিবা তুমি আগুৱাই যোৱা তোমাৰ নিচিনা জীৱন বহুতৰে আছে
Vogobane valai rakhok Baa. Tumi bhut সাহসী hoi, tumi valai thaka, tumi aru tumr Lora tuk vogobane valai rakhok 🕉️
কথাবোৰ শুনি বৰ দুখ লাগিল। ভাগি নপৰিবা আগবাঢ়ি যোৱা ভগৱান আছে সহায় কৰিব
জন্ম হলে মৃত্যু অনিবাৰ্য, কিন্তু অকাল মৃত্যুক মানি লবলৈ বহুত টান আৰু কষ্ট হয়,,,ভগৱানে আপোনাক সাহস দিয়ক🙏
Apuni thike koise
Jiyai thokatu bohut kost hob
জন্ম, মৃত্যু, বিবাহ কত কেতিয়া কেনেকৈ হয় কোনেও কব নোৱাৰে🥲,, লৰাটোৰ সৈতে ভালে থাকিবা.
Bohut dukh lgil ghotonatu huni.... God bless you 🙏🙏❤❤❤... Aguai jua....
সুখী হৈ থাকা❤
ভালে থাকা তুমি আৰু দেহা সদায় । ❤️❤️❤️
vale thaka tumi 🙏🙏😭😭
তোমাৰ চকুত চকুপানীয়েও এদিন হাৰ মানি ৰব বা...তুমি তোমাৰ এই সাহস কেতিয়াও নেহেৰাবা...i luv u alot my lady crush 💕
Khsakoi bohut beya lgil tumr kthabur khuni dukh nkriba loratur lgt jibntu aguayei jua
God bless you baa...beta val manuh houk🥰
তুমি আৰু দেহা ভালে থাকা ,তাকেই কামনা কৰিলো |
তুমি সাহসী হোৱা মাজনী । ঈশ্বৰে মংগল কৰিব । ভালে থাকা । তোমাৰ মৃত স্বামীৰ আত্মাৰ সদগতি কামনা কৰিলোঁ
Bhogoban tumar hihari howk
God bless you ponkhi.. 🙏🙏🙏
তুমি সাহকৰে আগুৱাই যোৱা তুমাৰ কথাবোৰ শুনি দুখ লাগিল ৷লৰাটো তুমাৰ বহুত মৰম লগা তাক ভালদৰে চোৱাচিতা কৰি আগুৱাই লৈ যোৱা ৷আজি প্ৰথম চালো তুমাৰ ভিদিও ৷কথা বোৰ শুনি দুখ লাগিল😂😂😢
Be strong baa💛god bless you
সদায় ভালে থাকা দেহা আৰু তুমি🥰🥰
God bless you baa stay strong❤️👍👍❤️
Be strong..god bless u sister 🙏
Always be Strong Sister 💪🙏