Bihur Botora O Jaan by Mahendra Hazarika Assamese Song
Vložit
- čas přidán 9. 07. 2018
- Bihur Botora O Jaan
Mahendra Hazarika Assamese Song
-----------------------------------
Please SUBSCRIBE our channel for more popular videos
-----------------------------------
If you want to upload your any video our channel then contact us :
cultureofassam0@gmail.com
-----------------------------------
Thanks for everyone
Culture of Assam - Zábava
বহুত অমূল্য সৃষ্টি। মহেন্দ্ৰ দাৰ প্ৰতিটো গীতেই মাদকতাপূৰ্ণ আৰু বৰ ৰসাল।
Request for more songs like this for the people of Assam, Thank you Mohendra da. Pray to God for your sound health.
Oo mojja laga
Bohut bar khunisu geetor katha khur OMG iman Val lagil only mahedra hazarikaji can do this🙏🙏❤️❤️
বহুত ভাল লাগিল
Bohut bohut val lagishe
কেঁচা মাটিৰ গুন্ধ থকা গীত
এইবোৰ গীতবোৰ শুনিলেই পৃথিবীৰ সকলো সুখ পাওঁ👍
মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠত আমনি নলগা এটি সুন্দৰ গীত।🙏
হাজৰিকা দা ভগৱানে আপোনাক অমৰ কৰি ৰাখক
অতুলনীয় ! শব্দৰে ও বুজাব নোৱাৰো আপোনাৰ গান কিমান সুন্দৰ !
nooo okok
সৃষ্টিশীল এই শিল্পী জনলৈ হিয়াভৰা ধন্যবাদ থাকিব সদায়েই...... ।
czcams.com/video/mpLq_O5kkMw/video.html
ৰাজলৈ ❤ ধন্যবাদ 🎉
Mahendra kokaidew gaan bahut best laga mor
Old is gold
deotai xandhiya borkoi xune tekhetr geet...poha tebulr pora kan pati xuni thku xifale maa koi swalijni pohi ase apuni geet xunise😊atiya anuvb kru geetbur xsakoi kmn rokhal...buwRi jibntu deotai xuna enebur geete deotaloi mnt pelai phn kru😊😊
Best song. Hridoy porosha gaan.
Mahendra kakaideu mur pranaru pran hiyar amothu❤
হাজৰিকাদাৰ প্ৰতিটো গীতেই মোৰ অতিকৈ প্ৰিয় । গীত বুলিলে এনেহে হ'ব লাগে --- য'ত গীতৰ মাজেদি এটা সুস্থ ""মেছেজ"" প্ৰেৰণ কৰিব লাগে সমাজলৈ । তেখেতৰ প্ৰতিটো গীততেই মই এনেধৰণৰ সুস্থ মেছেজ বিচাৰি পাওঁ । ধন্যবাদ দাদা ।
অধ
Xundor lagise
Thank you very good, geet tu huni mur montu bor bhal lagil dei
মজা , মন পৰশা ,হিয়া জুৰুৱা ।
মহেন্দ্ৰ দা হৈছে একমাত্ৰ গায়ক,,,যি জনে আধুনিক গীতৰ জৰিয়তে জনতাক জীৱনৰ মাদকতা দিয়ে,,,মোৰ খুব প্ৰিয় গায়ক
My frivurit singer
সঁচাই সুন্দৰ গীত।
My favourite Singer
মহেন্দ্ৰ হাজৰিকাৰ গান বোৰ বহুত ভাল লাগে....
মহেন্দ্ৰ দাৰ প্ৰতিটো গীতৰ শব্দ আৰু সুৰে কলিজা চুমি যায়। ❤
czcams.com/video/mpLq_O5kkMw/video.html
Moja dada
অতি সুনদৰ
Val lagil
My....Good Song
নষ্টালজিক,,,, 🥰🥰🥰🥰
আপোনালৈ ইয়াৰ পৰাই পনাম জনাইছো ❤
Super Beautiful So❤
Xosai bhut vl lge ji2 vaxare kbo nuari love u Mahendra Hazarika
Mja
Xunile xuni thakibo mn goi thake.
বহুত ভাল লাগে মোৰ
ককাইদেউৰ গীত অতুলনীয় সদায়
MoJa
Mozza
মহেন্দ্ৰ দাৰ প্ৰতিতো গানেই মোৰ প্ৰিয়। শুনি থাকিলে শুনি থাকিব মন যায়।
মহেন্দ্ৰ হাজৰিকা গান শুনি থাকিলে শুনি থাকিবৰ মন যায় l
মজা
মহেন্দ্ৰ হাজৰিকাৰ গান শুনি মোৰ আটাইতকৈবৰ ভাল লাগে।Manik ch Das noonmati Ghy 2o
My favourite singar Mohendra Hazarika
EX CILENT. MOHENDRA DAA
MoHENDRA. DAA. LONG. LONG. LIFE. GOD. BLEES. U.
MOHENDRA. DAA. ONLY. ONE. IN. OUR. LIFE
Bhal ligisa gantu
Nice song
Majaaaaa
Bohut bhal lagil
Nice song
Best of the best songs so far composed . Securing 101 + marks .
দাদাৰ গীত বোৰ বহুত ভাল গালে
Mojja nice song🙏🙏🙏🙏
বহুত বহুত ভাল লাগিলে
Val lagil ganto
All song sweet
সুন্দৰ মন জুৰোৱা গীত ৷ শুনি আমনি নেলাগে ৷
Evergreen
lovely song
VeryNice
Every time love this song ❤❤ old is gold ❤❤
Very nice
Lovely
Mahendra ji apuni tu,,,,,, ❤😘 u
Bahut dhuya Laga Mahendra Da r song bor
Bahut bhal lage hunilei gan bur apunar
ভাষাহীন আপোনাৰ সৃষ্টৰাজি ,আপুনি অমৰ কন্ঠশিল্পী ।
Hazorika dada apunar gan moy.bohuuuuut vhal paw
Mahanda dar Hakalu ganai mor Vall Laga.Ban kataki albamar gan dila Bahut Vall Pam . Hakalu Rija Bahut Vall paba.akha karo dibabuli.
I like mohendra hazarika
Nice songi
My heart ❤️❤️❤️❤️❤️
Very fine
My fevorite Artist
মহেন্দ্ৰ দাৰ বিহু গীতবোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
👍👍👍nice song
Apunar. Gane. Montu. Bohut. Dhukh. Die. Muk
তেওঁৰ এই নিভাজ গীতবোৰে প্ৰতিজন নিভাজ অসমীয়াৰ হৃদয়ত সদায় অমৰ হৈ থাকিব।
কেঁচা মাটিৰ গোন্ধ থকা বিহু সুৰীয়া গীত💯 মোৰ প্ৰিয় গীত, হৃদয় চুই যোৱা❤❤ মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
Love, humanity, real life is present with these songs.
Hajarika dar protitu ganei mur priyo
কি ভাল লগা গান
Mahander dada songhs bor val lageel
I love you 😘❤️ I miss you too much please come back I'm your fan badanta hazarika
czcams.com/video/mpLq_O5kkMw/video.html
দুখৰ ,সময়ত মনোবলৰ এটা ঔষধ,
সচাই !
Nyc
Priyanku Bora Nice
Moza
my good song mahendor da
💖
Xuni Bhagor nolaga geet
Nice
Bhoit supar hita mor patham vol songh
এয়া প্ৰকৃততে শিল্পী, আপোনাক চিৰনমস্য ভগবানে সুস্থ ৰখাটো কামনা কৰিলো 🙏🏼🙏🏼🙏🏼
Very Very nice
সংগীত ৰ দ্বাৰা ছবি অঁকা শিল্পী।
Fine
💔Kalija fati jai O' ki je guwa .....
Munindra Dewri after bhupen Hazarika m h is next for assamese
All songs are acceptable for ous
Bacuse I know him personally
সরু কাললৈ মনত পরে
So nice song
এই গান টো প্ৰথম যেতিয়া সুনিছিলো মই ৩/৪ বছৰীয়া সৰু আছিলোঁ ।মই আজিও মহেদ্ৰ হাজৰিকা দেৱৰ এই গীত কেইটা শুনি বহুত মনৰ সুখ পাও যিটো গুণ আজিৰ দিনৰ গীত বোৰত মই বিচাৰি পোৱা নাই ।মই বুজি নাপাওঁ আজিকালি ইমান ধুনীয়া গীত বোৰ কিয় নোলোৱা হল ।
So nice
জট12
Apunr gan bur xosaka bhut vl lagi xuni,,,,,