কঠোৰ পৰিশ্ৰমেৰে জীৱন গঢ়া মানিক বৰাৰ সফলতাৰ কাহিনী | businessman of assam

Sdílet
Vložit
  • čas přidán 5. 09. 2024
  • কঠোৰ পৰিশ্ৰমেৰে জীৱন গঢ়া মানিক বৰাৰ সফলতাৰ কাহিনী | businessman of assam
    তেওঁ কেতিয়াবা যদি শাক পাঁচলি ব্যৱসায় কৰিছিল ,তেন্তে কেতিয়াবা কটাইছিল শ্ৰমিকৰ জীৱন ৷
    কিন্তু তেওঁ জীৱনৰ মূল মন্ত্ৰ আছিল যে কোঠোৰ পৰিশ্ৰম কৰিলে এদিন জীৱনলৈ ভাল দিন আহিবই ৷
    সঁচাকৈ তেওঁৰ জীৱনো সলনি হৈছিল ৷ লাহে লাহে তেওঁ এখন ফাৰ্ম পঞ্জীয়ন কৰি আৰম্ভ কৰিছিল ঠিকাদাৰৰ কাম ৷
    আৰু এতিয়া তেওঁ একাধিক ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী।
    শূন্যৰ পৰা উন্নতিৰ জখলাত আগবাঢ়ি যোৱা এই ব্যক্তিজনৰ নাম মানিক বৰা ৷ ঘৰ তৈলনগৰী দুলীয়াজানত ৷
    ব্যৱসায়ী পিতৃৰ এনে কঠোৰ পৰিশ্ৰম দেখি এদিন অনুপ্ৰাণিত হ’ল দুই পুত্ৰও ৷
    এও মানিক বৰাৰ জ্যেষ্ঠ পুত্ৰ উদ্দীপ নাৰায়ণ বৰা ৷
    ৷Indigo এয়ালাইনচৰ ষ্কিপাৰৰ চাকৰি এৰি ২০২০ চনৰ পৰা এওঁ পৰিচালনা কৰি আহিছে টাটা মটৰচ ব্যৱসায়িক যানবাহনৰ এই ডিলাৰটো ৷
    কনিষ্ঠ পুত্ৰ উদয় নাৰায়ণ বৰাই ২০১৯ চনৰে পৰা দেউতাকৰ আদৰ্শ সৰোগত কৰি আৰম্ভ কৰিলে হোটেল ব্যৱসায়ী ৷ ইউট’পিয়া নামৰ এই হোটেল এতিয়া দুলীয়াজানত সকলোৰে চিনাকী ৷
    আহকচোন এই অসমীয়া ব্যৱসায়ী পৰিয়ালটোৰ লগত কথা পাতো ।
    uparjan.in

Komentáře • 67