কামাখ্যাৰ জন্ম || Nagara Naam Of Pulak Baishya || পুলক বৈশ্য নাগাৰা নাম || Full Audio
Vložit
- čas přidán 24. 08. 2024
- কামাখ্যাৰ জন্ম || Nagara Naam Of Pulak Baishya || পুলক বৈশ্য নাগাৰা নাম || Full Audio
🙏 Nagara Naam is a Performing art which includes tales from vedas Or upanishads along with locamotive tales.performens of this art can be found across come of the major Or cultural districts like darrang,Barpeta,kamrup,in assam.
#nagaranaam
#pulakbaishyanagaranaam
#6000407369
Val hoise aagbahdi jua ❤❤
Val hoise
frsxzzd dddd d v l
ভাল হৈছে ,নাগাৰা নামটোৰ নাম "কামাখ্যাৰ লীলা" হ'ব লাগিছিল আচলতে ভগৱতী মহেশ্বৰী কামাখ্যা পূর্ণব্রক্ষ্ম গতিকে ব্রক্ষ্মৰ জন্ম নহয় তেও আজন্ম সেয়েহে নামটো সলনি কৰিলে ভাল হয় ৷
Dhuniya
বহুত বঢ়িয়া হৈছে পিছলৈ ইয়াতকৈ আৰু উন্নত হোৱা কামনা কৰিলো। পিছে নৰকাসুৰৰ ৰাজত্যৰ সময়ত আমাৰ ৰাজ্য কামৰূপ নামে নহয় প্ৰাগজ্যোতিষপুৰ নামে হে বিখ্যাত আছিল।
অতি সুন্দৰ পৰিবেশন। ভাল লাগিল।
Joi maa kamakhya
Joy maa kamakhya
Mozza
Thank you
Mojja
Eni nam tu dhuniya ..pathok jonr he maje maje kisuman bakya bur ghuri nahe kamekhya r jagat ramekhya kuwa Jen pai ..eko nai sesta kora Val hb pist lahe lahe ..
(😅😅😊😊😊😊
But But bhai @@jitenvlogs7596
ধুনীয়া হৈছে🙏🙏 নিজৰ চেষ্টা আৰু ভগবানৰ সহায়ত আগবাঢ়ি যাওক 🙏🙏🙏🙏🙏
Anei vll a hoisi kintu maje maje kiba kibi he xuna jai sun kobar jagat kiba a hoi😂anei mojja❤🎉❤
ধুনিয়া গাইছে
Thank you
ভাল লাগিল৷#dkdipakkumar
Val lagisa nagara nam suni
🥰🥰
ভাল লাগিল মজা
মজা❤❤❤❤❤🎉
Nice 🙏🙏🙏🙏🙏
dhunia
❤❤❤❤
RIHASAL AROKISO DIN KARA HALE NAMTO ARO BHAL HAL HAI AGALAI BHAL HOWAR. ASHARE CONGRATULATIONS. 🎉🎉
Hhhhh
ভাল লাগিছে আগবাঢ়ি যোৱা
Thank you
পাৰিলে কণ্ঠ আৰু অলপ টানি দিবা চোন
বহুত ধুনীয়া হৈছে
পুলক নামটো ধুনীয়া কিন্তু ৰিহাচল কৰিব লাগিব
Pulk parti dib lagib
Bohut tan nam maje maje buji napai ako nai val hobo sesta kora
In mm
নাগাৰা নাম বিলাকৰ মাজত ওজা পালি গৱাতো এটা ফেছন হৈছে
এইটো এটা বহুত পুৰণি নাম, নামটো আপুনি আধা গালে, বাকিখিনি নাজানে নেকি? ভগৱানৰ নাম আধৰুৱা কৰিব নাপাই।
কন্ঠটো একেবাৰে ভাল লগা নাই । নামটো শুনি কিবা নাম যেনে লগা নাই দেখোন ।
.
Kiba ata vll loga nai,
Ki
ফকতিয় পাঠক , আজি কালি সব পাঠক , কোনো মাত নাই, তাল নাই, সুৰ নাই,
আপুনি আহিৱ চোন বেয়া নাপায় যদি অলপ শিকাই দিৱ
মাত ভাল নহয়
Mojja