ডাঙৰ খবৰ।সত্যৰঞ্জন আৰু সমুজ্জল কুমাৰ ভটট্ৰাচাৰ্য একেলগে গৰজি উঠিল।হাহাকাৰ লাগিল/virel news

Sdílet
Vložit
  • čas přidán 10. 09. 2024

Komentáře • 148

  • @jyotishmandal1410
    @jyotishmandal1410 Před 3 dny +1

    সত্যৰণজৃন বৰাহক ধন্যবাদ সঠিক কথা উল্লেখ কৰিছে।

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u Před měsícem +39

    আজিৰ সঙবাদ মাধ্য্যমৰ নিউজ তোলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল। জয়। আই অসম।

  • @GulapChandraGayan
    @GulapChandraGayan Před 3 dny

    জয় আই অসম
    আমি সকলো আপোনালোকৰ লগত আছো। আপোনালোক আগ বাঢ়ক

  • @chandandeka5633
    @chandandeka5633 Před měsícem +24

    সমুজ্জ্বল, ইমান দিন কত আছিলা, তোমাক কিন্তু ৰাইজে মামাৰ এজেন্ট বুলিয়ে জানে।

    • @Rockysaikia-r8c
      @Rockysaikia-r8c Před 28 dny +1

      100% right.
      Agor dinot tetu fali akakh botah kopai tula Hamujjol aji kot herai gol... kio...

  • @anupbarua9284
    @anupbarua9284 Před měsícem +8

    সত্যই কলে বুলিয়েই বাংলাদেশ পুনৰ দুভাগ হবনে? এই বিষয়টো এটা International বিষয় নহয় জানো?

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Hoi, kintu upai ki ase, jujibo lagibo...

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Eri dile to eku nohobo.... International topic burot mastermind America thake aru teuluke hodai nijor sartha sabo , CIA, planning mote already, Pakistan, Afghanistan, Srilanka, Bangladesh ot sarkar bhanga hoi gol, atiya soku Bharatat, Centre ot BJP ase karone huwa nai, nohole congress aru Rahul Gandhi besi dile hoi nijor sarthat, aru atiau secret meeting pati ase bharat birudhi dekh burar logot....

  • @sburagohain5806
    @sburagohain5806 Před měsícem +9

    বৰা ডাঙৰীয়া প্ৰথমে অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ কথা চিন্তা কৰক বেলেগৰ চিন্তা কৰিবলৈ ডাঙৰ ডাঙৰ মানুহ বহুত আছে। আপোনাৰ অসম আৰু অসমীয়া জাতিৰ প্ৰতি আবেগ থাকিল হেঁতেন, তেতিয়া আপুনি জাতীয় বিৰোধি কোনো কথাই নকলে হেঁতেন অৰ্থাৎ কা সমৰ্থন নকৰিলেহতেন ।অসম আৰু অসমীয়া জাতি জীয়াই ৰাখিবলৈ হ'লে এজনো বহিৰাগতৰ স্থান বা সপক্ষে কব নোৱাৰিব। আপুনি কওক কিন্তু ধৰ্ম নহয় মানৱীয়তাৰ ওপৰত কওক আপোনাৰ হৃদয় বহল কৰি এজন বিশ্ববাহি ৰূপে। দ্বিতীয়তে, ভূমি সঙৰক্ষন তথা অধিকাৰ বিনে অসম আৰু অসমীয়া জাতি ৰক্ষা কেতিয়াও নহয়, চব কথা কাম বাদ দি মাৰোৱাৰীকে ধৰি বহিৰাগতে যিদৰে গাঁৱে ভূয়ে মাটিবোৰ গিলি গৈ আছে অসমীয়াৰ হাতত মাটি কিমান থাকিবগৈ। এনেদৰেই এদিন অসমখন শেষ হৈ নাযাবনে? গতিকে, সময় থাকোঁতে চৰকাৰক আইন কৰিবলৈ বাধ্য কৰক ।যিটি লোকৰ কথাত লাগি লাভ নাই।এই আহ্বান সকলোৰে প্ৰতি

  • @monuwarabegom6123
    @monuwarabegom6123 Před měsícem +6

    বাঙলাদেশি আমার অসমত নালাগে

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Před měsícem +2

    Raijor dal zindabad Akhil gogoi zindabad.🎉

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v Před měsícem +7

    বাংলাদেশ কোনে ভাগকৰিবলৈ যাব বাপজন

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik Před 3 hodinami

    জাতি ধম’ কথা নাই বহিৰাগত বহিৰাগ‘তই ৷ ৰঘুমলা দৰে গুজেই গজালি হৈ নগৰৰ অলিয়ে ...গলিয়ে নদীৰ চৰ চlপৰিত গঢ়ি উঠা গাওঁ সমুহ কি হব’ ৷

  • @JadObDoley-h2z
    @JadObDoley-h2z Před měsícem +9

    সত্যৰনজ্ঞন বৰাই ভালেই কৈছে ।

  • @LakhimaiBordoloi-nk1zx

    বৰাই ঠিকেই কৈছে। একমত আমিও

  • @harendradeka7814
    @harendradeka7814 Před měsícem +8

    সত্য ৰঞ্জন বৰাহ ধন্যবাদ

  • @bipinhazarika915
    @bipinhazarika915 Před měsícem +10

    বাংলাদেশী খেদা আন্দোলনৰ সকলো নেতা চৰকাৰৰ বিধায়ক, মন্ত্ৰী, সভাপতি আৰু অন্যান্য বিভাগৰ মুৰব্বী। গতিকে সেই সকলে অসমৰ বাংলাদেশীৰ কথা কৈ টিভিত হূলথুল কৰাৰ প্ৰয়োজন নাই।

  • @HemantaGogoi-ly6sv
    @HemantaGogoi-ly6sv Před měsícem +4

    Very nice

  • @anamikatalukdar774
    @anamikatalukdar774 Před měsícem +1

    Thanks to Satya Ranjan Bora Dev and Samujjal da...apunaluke ji steps loise tat atut thakok aru eri nidibo nohole bipad jetiyai tetiai ahibo pare....this matter is very sensitive....okol axomiyar nohoi hindur astitwar kotha ahi porise....

  • @user-tk9gk1zf7z
    @user-tk9gk1zf7z Před 21 dnem

    SK Hasinakei moi jogoria buli bhabo.

  • @hiturhymes3440
    @hiturhymes3440 Před měsícem +3

    যিবোৰ অবৈধ বাংলা দেশি চিনাক্ত কৰি নিচ নিচ ঠাইত পথিয়াই দিব লাগে আৰু বৰ্ডাৰ অতি সোনকালেই চিল কৰিব লাগে আমি সেই জানো

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Kune chinakta koribo, jak chinakta koribo bohuwabo heibure established Bangladeshi atiya, already teulukok Bharatiya tag diya hoi goise....oo alop bhalke sesta kore aru beleg legal steps loi jodi kisu thik hobo pare....

  • @manojtalukdar1502
    @manojtalukdar1502 Před měsícem +3

    একেবাৰে শুদ্ধ কথাঁ

  • @abdulmotalebchoudhury1106

    ডিপলো মেছি, বেলেগ খেল আৰম্ভ হ'ল নেকি ??? গহীন কৈ চিন্তাৰ বিষয় হৈ পৰিছে!!😂

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc Před 24 dny

    অসমত যদি মৌল বাদী সোমাইছে চৰকাৰে কীয় ব্য ব স্থা লব পৰা নাই

  • @ashiqahmed1375
    @ashiqahmed1375 Před 2 dny

    SATYARANJAN IS AGENT OF BJP..... WE HAVE UNDERSTOOD FROM HIS TALKS AND ACTIVITIES........100, PER CENT

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp Před měsícem +2

    No need bangladash I at india

  • @jitenbaruah9521
    @jitenbaruah9521 Před měsícem +1

    ভাৰতে ই বাংলা দেশ সৃষ্টি কৰিছিল গতিকে এতিয়া দুভাগ কৰাৰ দায়িত্ব ভাৰত বৰ্ষৰ ্। হিন্দু ৰ বাংলা সৃষ্টি হ'ব লাগে।১০০%সমৰ্থন কৰো।

  • @birenchoudhury9430
    @birenchoudhury9430 Před měsícem

    বৰ ভাল সাংবাদিকতা অনুপম

  • @dibakarbarman8272
    @dibakarbarman8272 Před 10 dny

    Let them go caa,but ln present position,student union must support the present sarkar while infiltration of Bangladeshi and their challenges lost the Assam and lost Assamese,what is the intention,benefits of aapsu,ulfa and other organisations......

  • @HaidorAli-mq2yt
    @HaidorAli-mq2yt Před 23 dny

    বাংলা দেশত হাচিনা চৰকাৰৰ বিৰুদ্ধে হে বিদেশী ৰাষ্ট্ৰৰ কূটিল ষড়যন্ত্ৰত বাংলা দেশৰ আভ্যন্তৰিণ প্ৰতিবাদক কেন্দ্ৰ কৰি সুবিধা লৈ এচাম ধুৰনধৰ লুভিয়া সুবিধাবাদী ক্ষমতালোভী ৰাজনিতীবিদে মুছলমান সকলক লৈ উচতাই এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে ।আনহাতে শেখ হাচিনাক ও ভাল পোৱাৰ চলেৰে আন্দোলন কাৰী সকলৰ ওপৰত কঠোৰ হ'বলৈ উচতাই দি ৰাজনৈতিক অৱস্থা অস্থিৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে।এই অৰাজক অস্থিৰ পৰিৱেশৰ সৃষ্টি হোৱাত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটিছে আৱামী লীগৰ নেতৃত্বত থকা সকলৰ বিৰুদ্ধে আৰু সমৰ্থক মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই হত্যা ও কৰা হৈছে।ইয়াৰ মাজতে এচামে হিন্দু বাঙালী পৰিয়ালত ও ক'ৰবাত কৰবাত অত্যাচাৰ চলাইছে ।যাতে এচামৰ মুল লক্ষ্য উদ্দেশ্য সফল হয়।মুল লক্ষ্য উদ্দেশ্য হাচিনা চৰকাৰক শেষ কৰা। কিন্তু বৰ্তমানৰ এই অৱস্থাৰ সুযোগ সুবিধা ল'বলৈ হিন্দু মুছলমানৰ ৰাজনীতিক অসমত এচামে জপিয়াবলৈ আৰম্ভ কৰিছে। ৰাজনৈতিক মুনাফা ল'বলৈ।।এচামে অসমত অশান্তি হলে ভাল পায়। সুবিধা ল'ব পৰা এটা পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গতিকে অসমৰ বৃহত্তৰ স্বাৰ্থৰ বাবে আমি সকলোৱে শান্তি সম্প্ৰীতি ঐক সঙহতি ভাতৃত সহানুভুতি মানৱীয়তা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব দি অপ শক্তিক লক্ষ্য ৰাখি চলিব লাগিব।

  • @khakuwamom2129
    @khakuwamom2129 Před měsícem +6

    Hundor video❤

  • @munudas6776
    @munudas6776 Před 14 dny

    Thank you dada

  • @pranatiplsaikia1895
    @pranatiplsaikia1895 Před měsícem +1

    Righgt..বহুত অসমীয়া (upper assam muslims) give shelter bangladeshi muslims...ঘৰৰ পিছফালে bangladeshi পোহে্।

  • @manjubarman1855
    @manjubarman1855 Před měsícem +6

    হৌ হৌ কৰি কাণখন বাতিল কৰিব নোৱাৰিলে, এতিয়াও চিঞৰি লাভ নাই ভট্টাচাৰ্য ডাঙৰীয়া।

    • @Rockysaikia-r8c
      @Rockysaikia-r8c Před 28 dny

      100% right.
      Agor dinot tetu fali akakh botah kopai tula Hamujjol aji kot herai gol... kio...

  • @user-wu8bh5lm6g
    @user-wu8bh5lm6g Před 20 dny

    Thank you hoto ranjan borah

  • @user-jf1xs1bj8x
    @user-jf1xs1bj8x Před 26 dny

    Political3 indian hindu bangla desi hindu igoved

  • @muhiburrahman3942
    @muhiburrahman3942 Před 18 dny

    Inner lines permitting Might be built-in everyone's careers Mindset's of INDIA Supporting the issues, infrastructures may be able to built-in potential for all resetting your Greatest senciery Congratulations, most welcome to all of you so much gratitude for important Speeches information's carried out toward's Assam as well as INDIA beloved Mighty Nation's INDIA Congratulations, Thanking you yours sincerely always accompany with us all Hindusthan Jindabad Congratulations, NATIONAL CONGRESS PARTY JINDABAD Mr Rahul Gandhi's JINDABAD, Mr GAURAV GOGOI Parliamentarians Jindabad Congratulations.

  • @mukutborah4081
    @mukutborah4081 Před měsícem +1

    ভাৰত প্রধানমন্ত্রী দেৱে কিয় এবাৰো বাংলাদেশক কোৱা নাই হিন্দু সকলক সুৰক্ষা দিব লাগে বুলি, ইয়াত আলোচনা কৰি কি লাভ হব।সদায় একে কথা।

  • @narayanibaruah4036
    @narayanibaruah4036 Před měsícem +11

    বাঙলা দেশৰ বৰ মূৰীয়াকেই দলিচা পাৰি দিলে ভাৰত চৰকাৰে বাকীবোৰৰ কাৰনে কী থাকিল

  • @ahmeddc158
    @ahmeddc158 Před 18 dny

    অনুপম ডাঙৰীয়া আপোনাৰ কি দৰকাৰ হল এনে ফালটো বৰাক promotion কৰিবলৈ।

  • @dibakarbarman8272
    @dibakarbarman8272 Před 10 dny

    It has no time to debate,but to take action against ghuspetji.hundi against Hindus,damfull media....

  • @muhiburrahman3942
    @muhiburrahman3942 Před 18 dny

    INDIA,Bangladesh Border MIGHT be sealed ,So that's no one's Can entered INDIA .

  • @DjxjdbfncBcnsdndnc
    @DjxjdbfncBcnsdndnc Před 13 dny

    Akram

  • @mathurabiswas933
    @mathurabiswas933 Před 14 dny +2

    সত্য রঞ্জনবরাই। ঠিক কথাই।কৈছে। জয় শ্রী রাম

  • @user-xt7wc9sk3p
    @user-xt7wc9sk3p Před 21 dnem

    ডক্টর হেমন্ত বিশ্বাস শর্মা তোমার লাজ লজ্জা নেই

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před měsícem +1

    পূৱ পাকিস্তান আৰু পশ্চিম বংগৰ লগত সংযুক্ত,যি বাংলা দেশ হল পূৱ পাকিস্তানৰ নাম সলনিহল,১৯৪৭অৰ১৪ আগষ্টৰ আগতে‌ভাৰতৰ অংশ আছিল,বহু হিন্দু বাঙালী পৰিয়াল থাকিলে, অন্য ভাষা ও ধৰ্মীয় লোক থাকিলে,বহু লোক অত্যাচাৰৰপৰা ৰেহাই পাবলৈ অসম পালে, সীমান্ত খোলা বাবে বহু মুছলমান লোক অসমলৈ আহি থাকিলে, এতিয়া গোজে গজালি মেলিলে,সময়ে আমাক গ্ৰাস কৰিছে, মুক্তি লাগিব নিশ্চিত ভাৱে, চৰকাৰী মাটিত থকা সকলোবোৰ অসমৰ পৰা বিদায় দিয়ক, অল্পসংখ্যক লোক ভূটান দেশ, দেৰ কোটি হিন্দু লোকেৰে বাংলা দেশ ভাগ হওঁক, পূব বংগ

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Bohut Bangladeshi congress or kalot freely humale axomot, karon congress or karone vote bank asil....khapok puhi rakhile enekuwai hoi ...

  • @kamaruddinahmed1523
    @kamaruddinahmed1523 Před 20 dny

    সত্যৰনজ্ঞন বৰা আজি ইমান বছৰ ক'ত আছিলি ? তোৰ ভুকনী,ভুকনী হৈ থাকিব।কামত নাহে ।

  • @chandidas6533
    @chandidas6533 Před měsícem +7

    নিজৰ সাৰথৰ বাবে হিন্দুত্বৰ নামত অসমক অস্থিৰ কৰিব বিচৰা কোনো কথাই মানি লোৱা নহৱ , জয় আই অসম

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Axomiya hoi tetiya hey thakibo jetiya hindu hoi thakibo bharatat....

    • @sibenduchowdhury
      @sibenduchowdhury Před 15 dny

      Aaami asomiya,sachake dukhiya;/kiyane dukhiya nahao?/Hinduk.khedi miyak rakhilo/Miyai grahile Asom

  • @samudrahazarika110
    @samudrahazarika110 Před měsícem +2

    সত্য ৰঞ্জন বৰাৰ কথা খিনি শুনি ভাল লাগিল।

  • @user-xd8vb3fp7m
    @user-xd8vb3fp7m Před 23 dny

    Sotyaran

  • @sauravbania3008
    @sauravbania3008 Před 25 dny

    অসমীয়াই কাজী নজৰুল ইছলামৰ,বাঙলাদেশৰ জনসাধাৰণে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা দেবৰ সময়ৰ প্ৰয়োজন/আহ্বানক বুজি উঠিব পাৰিলেই সকলো সমস্যাৰ সমাধান সম্ভৱ। নাম উল্লেখ কৰা মহাপুৰুষ সকলৰ পৰা শিকিব লগা প্ৰত্যেকটো শিক্ষা আজি বহুতো প্ৰয়োজন আছে।

  • @ahidulshek2607
    @ahidulshek2607 Před měsícem +2

    সত্য বৰা হিজৰা

  • @utpaldutta3673
    @utpaldutta3673 Před měsícem +2

    Right bolse Satya Ranjan da.

  • @GcdufjfUd
    @GcdufjfUd Před měsícem +4

    এই মূৰ্খ ৰ লগত কি আলোচনা কৰি আছে মহাশয় ।

  • @sahedalisahedali5273
    @sahedalisahedali5273 Před měsícem +3

    বাঙলা দেশ অসমৰ সততয়ৰনজন বৰাৰ বাপেকৰ নেকী ভাগ কৰিব ।

  • @khirudgogoi2127
    @khirudgogoi2127 Před 10 dny

    Axom xon duvag krib bisarise neki saty ranjane

  • @kailashbharali5604
    @kailashbharali5604 Před měsícem

    71 vittibasra karatoe jarbae centrele subidha loi ase

  • @gunaramdas131
    @gunaramdas131 Před měsícem +2

    মানুহক বিশ্বাস কৰিবলৈ বৰ টান হৈছে!কাকো বিশ্বাস কৰিব নোৱাৰি!
    হে হৰি তুমি কৃপা কৰা🙏!

  • @jkdsongs8902
    @jkdsongs8902 Před 20 dny

    Stya da gakhiror prokhongo... Mohatma padakhep or dhikhot ekhuj🙏🙏🙏🙏🙏🙏🙏

  • @nandachutia4364
    @nandachutia4364 Před měsícem

    Dhemaji dhanyabad

  • @putulali7697
    @putulali7697 Před měsícem +1

    BJP ki krile shekh Hasinar lagot samparka thakar pisot eman din ako alosona nahal kio.vote bank hisape bisare cm sire.

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      CM sire vote bank hisape bisarile hoi jodi Rakibul nijikile hoi eman vote ot....

  • @user-tk9gk1zf7z
    @user-tk9gk1zf7z Před 21 dnem

    Oh aji he bhal koi a Buji palo j Sattyaranjon Bora dangorik tente AASUr Ashirbad ase. Soittyor Aaror khobor eitoke koi

  • @ashoksarmah8570
    @ashoksarmah8570 Před měsícem +3

    সত্যৰঞ্জন বৰাৰ দৰে ময়ো বাংলাদেশ ধৰ্মৰ ভিত্তিত দুভাগ কৰি তাৰে এখন হিন্দু ৰাষ্ট্ৰ কৰি বাংলাদেশৰ হিন্দু সকলৰ লগতে অসমত থকা হিন্দু বাংলাদেশী লোক সকলক সন্মান সহকাৰে জীয়াই থকাৰ ব্যৱস্থা ভাৰত চৰকাৰে কৰিলে সকলোৰে মঙ্গল হব।

    • @birenchoudhury9430
      @birenchoudhury9430 Před měsícem

      সত্য ৰঞ্জন বড়াৰ কথা মতে বাংলাদেশ দুভাগ নকৰে নহয় ধন্যবাদেৰে ...........অনুপম

  • @KiranKonwar-ff6lj
    @KiranKonwar-ff6lj Před 6 dny

    Bhuatu manuhor kotha anekuwa

  • @ranumonibaruah3182
    @ranumonibaruah3182 Před 26 dny

    সাংবাদিক সকল অসমীয়াৰ নহয নেকি

  • @user-tk9gk1zf7z
    @user-tk9gk1zf7z Před 21 dnem

    Dhoinnyobad Sattyaranjon Bora dangoria

  • @sorifulhussain2472
    @sorifulhussain2472 Před 26 dny

    Agir nata hokal sarokaror logot mitirAli Ase buli ganu

  • @MdikramaliMdikramali
    @MdikramaliMdikramali Před měsícem +1

    আহমিয়া ভাকা আমার অসমীয়া হিকক তেতিয়া বি দে কি দড়া প রিব

  • @jintuahmed-bf3uo
    @jintuahmed-bf3uo Před 11 dny

    Misoliya atar kotha kono nukhune

  • @mainulhoquebarbhuiya8661
    @mainulhoquebarbhuiya8661 Před měsícem

    Fact.is
    True
    Fact.is.true.
    😊

  • @lovelylinevlogs5450
    @lovelylinevlogs5450 Před měsícem

    I like bora ❤❤❤

  • @user-jf1xs1bj8x
    @user-jf1xs1bj8x Před 26 dny

    Yes/no news tru

  • @sorifulhussain2472
    @sorifulhussain2472 Před 26 dny

    Hatay Rangon gatar para ulale naki

  • @sibenduchowdhury
    @sibenduchowdhury Před 15 dny

    Thank you Mr. Satyaranjan.

  • @RukiaMondol
    @RukiaMondol Před 20 dny

    Sataranjan ojata matha jorom kora

  • @bkapplicationvlog2543
    @bkapplicationvlog2543 Před měsícem

    India should attract bangaldash and Pakistan because we have too power we the people of assam re

  • @mayanarah228
    @mayanarah228 Před měsícem +1

    Well said.History should repeat in the modernised form. Let there be balkanisation of Bangladesh . Indian Government should take apropos step accordingly. Minorities of Bangladesh should unite and deliver.
    .

  • @hasimali9023
    @hasimali9023 Před měsícem +1

    Ayaysonalishajog

  • @p.s8686
    @p.s8686 Před 26 dny

    Sukti patra kasmiri pandit xokoleo korisil..

  • @julfikkarali6728
    @julfikkarali6728 Před měsícem +1

    এতিয়া কি কৰিলে ভাল হব নকৰে কিয়

  • @apurbakalita1968
    @apurbakalita1968 Před 27 dny +1

    Ghare ghare Satayranjal bora hobo lage

  • @sankarchandranath9340
    @sankarchandranath9340 Před měsícem

    Nijar Mona Bharoa Sakhake Janatar Katha Sinta NAKARE.

  • @satyendraprasadbhuyan5946
    @satyendraprasadbhuyan5946 Před měsícem

    World population percentage, khristian 31.5 , muslim 23 , hindu 16 , buddhis 7 . Barnabade bisakta kari rakha Bharatat Hindu unity asamvab . Kisu luke dharma loi polarisation kariboloi chesta kari ase . Gutei prhithibit jadi polarisation hai ki haba ?

  • @zamanislam9683
    @zamanislam9683 Před 23 dny

    Ai suthpokhi tuk bhulka bah bhorai thiyo kori thbo lge...yak guh khai jnmo disil sage

  • @btsarmy-dh8gm
    @btsarmy-dh8gm Před 20 dny

    তই বড়া, বাওনাহৈ চন্দ্রলৈ হাত বড়াই লাভ নাই।

  • @DreamInstaModel
    @DreamInstaModel Před měsícem

    BJP ye Bangladeshi hindur karone chinta kori CAA anile. Atiya Bangladeshi hindu ahibo bisari ase, atia BJP ye ki karibo?

  • @lakhiramdas8541
    @lakhiramdas8541 Před 23 dny

  • @anjumabegum-mm6zt
    @anjumabegum-mm6zt Před měsícem +1

    Hindutta nahoi Huminity

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Humanity Muslim e sesh kori pelaise, so atiya okol hindu....humanity pisot hobo....

  • @parangogoi7181
    @parangogoi7181 Před měsícem +1

    Apunarluk studio t lecture d thakok Guahati aahi palabi a .

  • @user-ed5uk8dl8p
    @user-ed5uk8dl8p Před měsícem

    ভাৰতত বহুত ৰাজ্য আছে গতিকে -------?

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 Před měsícem

    Bangaladehr poti indiar nd assmr imn darod kio.

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Jeneke muslim or prati darad apunalukar, Palestine or prati darad.... darad Bangladeshir karone nohoi, hindur karone...

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Aru hindu hoi buli bhabe jodi apunaru darad thakibo lage nohole miyai apunar gharat attack korile apunar prati belegor darad nathakibo, tetiya kenekuwa lagibo....

  • @Danirojasfc6
    @Danirojasfc6 Před měsícem +4

    সত্যৰঞ্জন বৰা দুমুখীয়া সাঁপ!!!

  • @FainurAli-rs1st
    @FainurAli-rs1st Před 25 dny

    Emin gin ni soita rainjn bra kno dhrmik nhy .naj poplir hoa bsra...

  • @Mama-xm9qu
    @Mama-xm9qu Před měsícem +1

    Mojjjjja fight😮

  • @dipubaruah5309
    @dipubaruah5309 Před měsícem

    Satarajan
    Tumak hanbidant outala aniba laga

  • @abdulmotalebchoudhury1106

    সত্যৰঞ্জ বৰাক, ৰাষ্ট্ৰসংঘৰ সচিব কোনে পাতিলে?? ইয়াৰ আৰৰ খবৰ কি ?? অনুপম চক্ৰৱৰ্তী দা !!

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 Před měsícem

    Banpani hole Bipodar xamoyot Bagh Horin Akeloge thoka dekha Jai . Xocheton luke Oxomor Vobishyator babe Chinta koratu val lakhyan

    • @anamikatalukdar774
      @anamikatalukdar774 Před měsícem

      Hoi hokolue hindu buli bhabibo lage, Bihari, Bengali, marwari, tar uparat jatir kotha eri unite hobo lage, muslim hokolor atia jati, heitu hoise Islam dharma, jati teulukoru ase kintu belege nukhune....

  • @priyanathgogoi2637
    @priyanathgogoi2637 Před měsícem

    Birth. Are. Cretjcal. Person

  • @RahulRahul-wl5po
    @RahulRahul-wl5po Před 14 dny

    Kukur ranjan borar lecture nuhunu

  • @jugeswarphukan9726
    @jugeswarphukan9726 Před měsícem

    himanta.abastarhei.bangladesier.darehabale.goiase.aji.jenkaru.sarkarnai.jarjiesa.take.bastur.damlaba.pare.aitu.kiniti.tarmane.hakalu.sindiket.kari.takarkhak.ki.bjpki.beparibur.beparibur.taka.kone.khaise.haikarane.bastur.dam.bahise.atia.sarkar.naibuli.dhariba.pare.

  • @sofiorrahman8728
    @sofiorrahman8728 Před měsícem

    I support satyaranjan Bora.

  • @ditulhazarika4082
    @ditulhazarika4082 Před 27 dny

    Thnk u thik koise bora da apuni nadakha mnuh burok