👍❤️
Really so nice looks so tasty yummy crispy perfect banana chips 😋beautifully prepared friend thanks for sharing like 👍🏻stay blessed you and your family
Moza
Apunar video sai vhal nage.. ❤😊🎉
বৰ সুন্দৰকৈ বনাই দেখাইছা।হয়ে লৰাছোৱালীয়ে কাছকল খাবয়ে নিবিছাৰে।বৰ সুন্দৰ হৈছে।টেষ্টিও হেল্ডীও।👌👌👌❤❤❤❤কাপোৰেৰে মচি কটাৰ পৰা সুন্দৰকৈ দেখাইছা।চাৰিটাৰ পৰা বহুত হয়।😋😋
বহুত ভাল লাগিল।বনাই চাব লাগিব।নতুন video এটা দিয়াৰ বাবে ধন্যবাদ।
😍❤️
😋😋
Wow yummy crispy potato chips ❤ happy friendship day
ভিডিঅ টো ভাল লাগিল চাই ।মোৰও চাবা ।কলৰ চিপ খাইছো কেৰেলাৰ পৰা আনিছিল ।
Xosakoiye bor dhunia hoise bhal lagil dei sai gorome2 kiman mojja,,,,
Banai sabo lagibo, dekhat tu valei lagise, khaboloi test to beleg hobo sagoi, karone narikol telot vaza to test beleg hoi.
❤❤❤❤❤
চাই ভাল লাগিল নতুন কিবা এটা শিকিলোঁ । Ow বাইদেউ আপোনাৰ সৰু লৰাটোৱে কিন্তু ভৰি খুজুৱাই থকা হাত খনেই খালে aiburu শিকাই দিব নহলে বীজাণু পেটলৈ যাব pleaae কোৱা বাবে বেয়া নাপাব
Baidew moi bonaisilu kintu cripsy nohol.. Kio baru jonabosun
Oo hoi ne mur video sai bonua xokolor xokolure crispy hoise tumi kom juit bhoja nasila ne? Kom juit bhaji thakibo lagibo
Nimok kheni jodi panir xoloni telor logot milai dew Baya hobo nki baido
আপোনাৰ ভিডিঅ' চাই কলৰ চিপচ বনালো ।ভাল লাগিল। আপোনাৰ ভিডিঅ' বোৰ মই চাই থাকো।
কাচকল বা পোৰাকলৰ chips pure নাৰিকলৰ তেলত ভাজিলে আৰু বেছি খাবলৈ ভাল হয়৷ কেতিয়াবা তেনেকৈ বনাই খাই চাবচোন৷ কেৰেলাত তেনেকৈয়ে বনায়৷
Umm tumi thikei koisa moi coconut oil ghorote bonau ase baru atia moi bonai khai sam
আপুনি ইমানকৈ বস্তুবোৰ কেনেকৈ বনাব জানে ? আপোনাৰ পৰা শিকিবলগা বহুত আ
ছে ৷মাৰোৱাৰী সকলে বনোৱা দহিবড়া
অতি সুন্দৰ
Bohut bohut dhoyanabad jonalu 🙏