হঠাৎ হেৰাই গ'ল লখিমপুৰৰ শিল্পী সমাজখনৰ এক সম্পদ

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • হঠাৎ হেৰাই গ'ল লখিমপুৰৰ শিল্পী সমাজখনৰ এক সম্পদ

Komentáře • 8

  • @basisthaacharya6590
    @basisthaacharya6590 Před 28 dny

    চন্দ্ৰ কমল গগৈ এগৰাকী নিপুণ হাতৰ শিল্পী আছিল। তেখেতৰ হাতৰ পৰশ লক্ষীমপুৰৰ বহু ঠাইত বিদ্যমান। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো লগতে শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম্ শান্তি।

  • @renuchoudhury2947
    @renuchoudhury2947 Před 28 dny

    খবৰটো পাই মৰ্মাহত হৈছোঁ। গুৱাহাটীলৈ আহিলে ককাইদৱে আমাক নিজৰ ভনীয়েক বুলি সকলোকে চিনাকি কৰি দিছিল। ককাইদেউৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 😢🙏🪔🌺

  • @aratidevi4519
    @aratidevi4519 Před 28 dny

    Great loss of Lakhimpur... rest in peace sir 🙏🏼🙏🏼

  • @asharjyavlogassam
    @asharjyavlogassam Před 28 dny

    We lost a man of Lakhimpur.সমাজক দিয়া মানব আছিল সমাজৰ পৰা লোৱা কিম্বা বিছৰা মানুহ নাছিল।

  • @KumarDhirendraNarayanDev

    শিল্পী গৰাকীৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰাৰ প্ৰাথৰ্না

  • @sushilkonwar7012
    @sushilkonwar7012 Před 28 dny

    জীৱন মানে কি -- হেৰুৱা জীৱন -- কেতিয়াও ঘূৰাই নাপাওঁ -- তাকেই প্ৰেমৰ কবিতা -- আৰু প্ৰেমৰ গীতেৰে -- অনুভব বিচাৰি চাওঁ মাথোঁ

  • @nondeswarkaman4407
    @nondeswarkaman4407 Před 27 dny

    😭😢😭😭😭😭

  • @ChauJi
    @ChauJi Před 28 dny

    Rip