চৰকাৰে কিদৰে থলুৱাৰ কাৰণে চৰকাৰী চাকৰি সুৰক্ষিত কৰিব? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’......
Vložit
- čas přidán 9. 07. 2024
- অসম চৰকাৰৰ শিক্ষা বিভাগৰ আন এটা কৌতুক
PRC ৰেহাই দিয়া নিৰ্দেশক প্রত্যাহাৰ ঘোষণা
সামাজিক মাধ্যমতে চলি আছে উদ্ভট চৰকাৰৰ সিদ্ধান্ত
সৰু সিদ্ধান্ত কেবিনেটত হয়, ডাঙৰ সিদ্ধান্ত হয় সঞ্চালকালয়ত!
মুখ্যমন্ত্রী ক্ষুব্ধ, ৰোষত শিক্ষামন্ত্রী, তদন্তৰ নিৰ্দেশ
চৰকাৰে কিদৰে থলুৱাৰ কাৰণে চৰকাৰী চাকৰি সুৰক্ষিত কৰিব?
৬নং দফা কমিটীৰ পৰামৰ্শাৱলী আজিও উপেক্ষিত
ন্যায়ালয়ৰ মতে সকলো ভাৰতীয়ই কৰিব পাৰিব আবেদন
সংবিধান মতে এজন ভাৰতীয়ই সকলো ৰাজ্যতে কৰিব পাৰে আবেদন
কিছু ক্ষেত্রত চৰকাৰে থলুৱা ভাষাৰ জ্ঞান কৰিছে বাধ্যতামূলক
অসমত কোনো চাকৰিতে নালাগে থলুৱা ভাষাৰ জ্ঞান
সকলো নাগৰিকে সকলোতে চাকৰি কৰিব পাৰিব- ন্যায়ালয়
আমি স্থানীয় ভাষাক আগস্থান দিছো : মুখ্যমন্ত্রী
অথচ APSCৰ পৰা অসমীয়াৰ প্রশ্নকাকত প্রত্যাহাৰ
অসমত ৩ বছৰ থাকিলেই PRC লাভ কৰে : মুখ্যমন্ত্রী
সাংবিধানিক ৰক্ষা কবচ নাথাকিলে নিৰ্ঘাট মৰণ
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#pratidintime #bisleshan #assam
Issues diverted by Himu Mama for Current Flood situations, because he knows how to engage media & public of ASSAM .
মুঠতে ৰাজনৈতিক নেতাৰ চকীখন
সুৰক্ষিত হৈ থাকিব লাগে, বাকী যি হয় হৈ থাকক।।
মুঠতে দেশ আজি সংকটত ৷
Mrinal Thiluuuwa 😅
Next time even for media debates Mama needs to come by himself to represent BJP 😂
তিনিবছৰ থাকিলেই পিআৰচি পোৱাটো দু খজনক
What about college recruitment test exam for assistant professor posts?last year a bill was passed in parliament regarding this issue .a recruitment test is much needed for all old competent cnddts who are the victims of earlier faulty evaluation system
😂😂😂..Rati vaat khabo ..😂😂😂😂😂....Ratiouwa...😂😂😂..gali dibo..😂😂
Good asu vl Katha kole
Dada west B and tripuraa r student assam bhut job lojbaa.
Sounds agot Misa kotha
BJP kaak pothaise media representative 😅
7 maah hol LP UP merit list dibo para nai
Asomor manuh doyalu June ahe bohira raijyor pora dolisa pari diye sorkareu xurokhya diye sakori loi asomt hazar hazar xixito nibonuwa ase mr agote m.a passed korai hazira pojonto kam kori ase sakori nai belege pai keneke hobo .aji jauksun bihar, uttar pradesh Kolkata amr asomr lorai sorkari chakri pabo nk Mari xex kori dibo.bt amr asomt aku nhoi rojai moharoja hoi goi thakibo aru projai moha proja hoi goi thakibo
2026 bidai dibo nk bjpk
ILP Lage amk Assam t