অভিনয় ভাল হোৱা নাই ৷ জনতাক বুৰ্বক সজাবলৈ এয়া এক বৃথা চেষ্টা ৷ আদিম মানৱৰ কোনো এবিধ লক্ষণ দেখুৱাব পৰা নাই উক্ত প্ৰদৰ্শনত ৷ চেনেলৰহে নিৰ্বুদ্ধিতা ধৰা পৰিছে ৷
এইটো আদিম যুগৰ মানুহ নহয়। এই বিলাক মানুহকে ancaunter কৰিব লাগে। এইটো কাম কৰি গৌৰৱ অনুভৱ কৰিছে নেকি কুকুৰ। যদিহে এই কামটো কৰোঁতে কেনেবাকৈ দূৰ্ঘটনা হ'লে কাৰ দুখি হ'ব। আৰু এবাৰ এনে কাম কৰিলে ৰাইজে পুলিচ কৰ্মচাৰী সকল কয় দিব লাগে। আৰু কিয় এই কাম কৰিলে তাকো পুলিচ কৰ্মচাৰী তদন্ত কৰিব লাগে।
আদিম মানুহ যদি হয় পইচা দি পানীৰ বটল কিনি খাব কেনেকৈ জানিলে অসমৰ অসমীয়াক মূৰ্গী চুৰ বুলি ভাবে এই সাংৱাদিক বিলাকে ।
আৰু যে কিমান কি নঘটে এইখন অসমত 🙃🙃🙃 🙏🙏🙏
Misa Kota heitu prank korise.. tak balke hudi suha ?? Moi kintu bitsash kora nai karn teur noksa sai gom paisu 🤣🤣🤣
zoo ৰ পৰা জন্তু উলাই অহা দৰে পিছে পিছে camera লৈ গৈ আছে যে........আপোনালোকে অসমীয়া মানুহবোৰ অবুজা বুলি ভাৱে নেকি?.......এনেকুৱা সাংবাদিকৰ বাবে অসমীয়া news channel ৰ সন্মান নাইকিয়া হৈছে।
অভিনয় কৰিছে।
Mojjjaa
Dari suli eman dhunia.... Handsome Adim Manuh 😂😂
আদিম মানুহে ভাষা আৰু কেনেকৈ জানিব?তেওঁ কথা কৈছে । আদিম মানুহে কথা কব নেজানিছিল।। নিশ্চয় চিনেমাৰ shooting চলি আছিল।।
এইটো ধৰি মাৰি পেলাওক ।।অসমৰ চোৱাং চোৱা হয়।।গুলীয়াই দিয়ক।।
B BOY CZcams channelটো চাই ল'বলৈ কবি #B_BOY CZcams সি বহুভাল কৈ Video বনাই চা" ।
আদিম মানৱৰ hair style আপোনালোকৰ video ৰ যোগেদি দেখুওৱাৰ বাবে ধন্যবাদ 😂😂😂
Dhunia acting
Dhainyabad
মানসিক বিকাৰগ্ৰস্ত লোক ৷
হিন্দী চবি এখনত জনি লিভৰে কমেদী কৰা এটা দৃশ্য দখিছিলো কিন্তু এইয়া বা কৰি দেখুৱালে বুজি নেপালো।
🤣🤣 বহুত মজা নিউজ দিছে । বহুত ভাল কাম কৰিছে 🤣🤣
আজিৰ যুগত এইটো হবই নোৱাৰে
আদিম মানুহ কেনেকৈ হব news ত যি তি কয়
TRPত শীৰ্ষ স্থানত থকা অসমৰ News Channelৰ CZcams channelৰ বাতৰিৰ নমুনা এইয়া।
কি চিনেমা ছুটিং কৰি আছে...
গুৱাহাটীত...
So much funny😂😂😂😂
😂😂😂😂End the last clip 😂😂😂🤓🤓😇😇😆😆😆😆
Acting. He knows the civilized behaviour.
ভাল নিউজবোৰ পাইছ হঁত !
বালি এমুঠিলৈ কিমান আছে লিখি থাক !
First view
First
গুৰুত্বপুৰ্ণ বাতৰি দিব নাজানে।
Real আদিম মানুহ যেন লগা নাই
I think pagol hain ye , I'm right 👍
Addim manuh bilak bor handsome asil dei
মাটি চুৰনিৰ আৰু PP kit ৰ News ৰ টু বজাব লাগিব
Prank this video😂😂😂😂🤭🤭🤭🤭cenema shooting😂😂😂
অসমীয়া বাতৰিৰ মানদণ্ড কিমান তললৈকে নমাব পাৰি তাৰেই চেষ্টা কৰিব পাৰে সাংবাদিক জনে ৷
News live mane news which is live original but filmyhit movies kita website kita already cinema hall r pora copies kori diye aase sir RU baideo
আদিম মানুহৰ এনেকুৱা কলেৱৰ নহয়, সেইটো কথাও অজ্ঞাত নে?
Axomiya keitai bhabi ase kun tu Axomor jonojatir enekua khas pusak .
"মাংস" ৱেব চিৰিজ নহলে চিনেমা হব চাগে। তাতে ইমান 😄
4:18 😂😂
videor sound kot gol
আদিম মানুহ এনেকৈ নকৰে হেৰা
Adim Manuh Nohoi Val Manuh Jen Lagise
হেলমেট টো মূৰত পিন্ধিব লাগে বুলি হি কেনেকে জানিলে
Sound nai j
🤣🤣আদিম মানৱ নে !!
CZcamsr b boys jen lagise
এলা সব ফালটো কাম নাই যদি ঘৰত যাই শুই থাকে
Camara. Kora jone gospatkhini atorai kapur Ajur pindhai diahole val asilsagoi
What is this news live
তলত পেনট পিন্ধি ছে নে নহলে তাৰ কেতিয়াবা লাউৰা ওলাই যাব
Prank korise 😂
আদিম মানুহ নহয় হেই এইটো,,কোনোবা পাগল হে হয়
এইবোৰ চাবলৈ ৰিচার্জ কৰো তহঁতৰ বাপেৰৰ পৰা পইচা লয় । ককম নাই যদি গুৱাহাটীৰ নলাবোৰ চাফা কৰি থাক। নিউজৰ নামত জাৱৰ সোপা দিয়াতকৈ।
পাগল মানুহ যেন লাগিছে 🤷🏻♂️...... বৰ্তমান অৰ সময়ত আৰু আদিম মানুহ !!!🤷🏻♂️!
gosor pat pindhilei adim manuh boni njai...😁😁
Prank korah Hoi😂😂🇮🇳
Video tu kor pora Sur kori anisile hou copyright claim marile sage mute 🔕 kori upload korise😂🤣🤣🤣
Aie News2 Time8r hatot aha nai j Time8a aibilak news basi dakhai
Amar assamt a enekuwa kribo pare beleg koto nre.
Lwra dxo eku sound nii
adim msnuh modern language.
নাযাওঁ
😂😂😂😂😂
Rupjyoti kurmi lite version.
🙏🙏🙏ami xakleo janu ja xokolot koi real histri of a new s live gatika tenekua hua batari di bujaisa je news live o to misa reporting dia
একো শব্দ নাই যে ফকটীয়া চাল্লা
Scripted hoi dekhli e gom pai...😂😂😂 thumbnail God level 🤣🤣
Digital India
How can do that but this my fact reporting of my news live this video forgot him🎉🎉🎉
sound ki hl behhh 😆😆😆
Inspire b boys😂😂😂
Guwahati t Aru Aadim Manhu 🤣🤣🙄🙄🙄 Kiba Soli Ase Aai Axom t
Apunalukr video tu xekh kri sai comments bur dibo sn tetiya val lagibo . Xeitu prank nhoi . Natok r promotion hoi . Rabindra bhavan t hbo tar babe aneke raijor majot ulaise .
অসমত টি ভি চেনেল বোৰৰ বাবে বাতৰি নাইকিয়া হ'ল চাগে ।
Don't west time
No voice Wat happen
Abhinay
Etya shooting solileo news agote jaii
Prank video বনাই চে
কি হব
He is following b boys style
Adim nhoi pgol
Outdated mindset
এইটো kunu আদিম মানুহ নহয়
Comments diboloi time ase video tu end kri saboloi time nai nki .
hi
Aitu hoise oxomor poribekh,🤣🤣🤣🤣
Misa hoi,acting korise aituye....
News wala bure ane Bor bisaribo pare kar swali kot gol...babuye vat khale ne nai khua aibur ...
Atia aitu hosa hoine ne misa aitu kio kobo nuare 🤣🤣🤣
Kewol headlines de manuhk ullu bonai bhitoror khini nokoi a
B boy fast time korise
🤣🤣🤣adim manuh bule... adim manuh r suli emn suti ase ne
News channelar maiki keijonik lagta hoi dekhuwale besi TRP barihle heten
You tuber hobo sage . famous hobo bisarise
Sound aha nii sub
এনেকুৱা News ৰ কাৰনে সাংবাদিকৰ সন্মান নাই
Right
Aikhon Natok Hoi aru Natok Khonor Naam Mangkho...8 June Robindra Bhabanot