Video není dostupné.
Omlouváme se.

DEHITI BAKHOR l Subasana Dutta l Ramen Danah l Palash Gogoi l New Assamese Song 2022

Sdílet
Vložit
  • čas přidán 3. 01. 2022
  • Presenting our new song "Dehiti Bakhor" (Official Lyrical Video)
    Credits:
    Vocal: Subasana Dutta
    Lyrics/Tune: Ramen Danah
    Music: Palash Gogoi
    Mixing& Mastering: Diganta Bordoloi
    Thumbnail design: Zunak Yugantar Borah (ZYB)
    Lyrical video: Partha Jit Hira
    In collaboration with Prag Music
    Stay connected -
    Subscribe : / subasanadutta
    Facebook : / singersubasana
    Instagram : / subasanadutta11
    Google+ : plus.google.co...
    CZcams channel managed by D10 Media Network
    Visit: www.d10mediane...
    © All rights reserved
    #SubasanaDutta #Dehiti Bakhor #NewAssameseSong

Komentáře • 1,5K

  • @SubasanaDutta
    @SubasanaDutta  Před 2 lety +659

    Thank you all for your love!

  • @plabitathengal4496
    @plabitathengal4496 Před 2 lety +34

    All time favorite Subasana baa 😍😍

  • @khokansarkar1483
    @khokansarkar1483 Před 2 lety +20

    বেছিভাগ জনপ্ৰিয় গীতৰ স্ৰষ্টাজন ৰমেন দানহ ।শুভেচ্ছা থাকিল।লগতে সুভাসনা দত্তলৈ নববৰ্ষলৈ শুভেচ্ছা।

  • @nitumanikalita4988
    @nitumanikalita4988 Před 2 lety +25

    ইমান ধুনীয়া কণ্ঠ 🥰🥰 ভগৱানে আপোনাক ভালে ৰাখক বা 🙏🙏

  • @mbzentertainment5223
    @mbzentertainment5223 Před 2 lety +26

    আপুনি সদায়ে প্রিয়।।। তাতে ৰমেন দাৰ কথা সুৰ।।।
    বহুত বহুত বেছি শুভকামনা।।।

  • @s.ganesh8819
    @s.ganesh8819 Před 2 lety +5

    Subasana baa Apunar voice Akebare National Female Singer t koi kom nhy 😍😘😘😘😘😘😘😘😘😘😘😘😘😘
    Bhut xundar kantha hoi Apunar ❣️❣️❣️

  • @dibyagogoi8363
    @dibyagogoi8363 Před 7 měsíci +1

    বাইদেউ আপোনাৰ কণ্ঠ আটাইতকৈ প্ৰিয় আকৌ ৰমেনৰ কথা আৰু সুৰ কি মজা ৷ৰমেনৰ কথা বহুত ধুনীয়া ৷

  • @saratborah9398
    @saratborah9398 Před 2 lety +10

    অপেক্ষাৰ অন্ত পৰিল, মনপৰসা গীতটি শুনিবলৈ পালো, মোৰ প্ৰিয় গায়িকা গৰাকীৰ এই বছৰৰ আটাইতকৈ সুন্দৰ উপহাৰ.. 💚💚💚💚

  • @chiranjeevchangmai216
    @chiranjeevchangmai216 Před 2 lety +10

    গীতটোৰ কথা সুৰ দিয়া ৰমেন ককাইদেউ আৰু গীতটোত কণ্ঠদান কৰা সুবাসনা বাইদেউলৈ বহুত বহুত ধন্যবাদ থাকিল , ইমান এটা সুন্দৰ গীত অসমবাসী ৰাইজলৈ উপহাৰ দিয়া বাবে , আগলৈ আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ গীত শুনিবলৈ পোৱাৰ আশা থাকিল ।

  • @rantupayeng6845
    @rantupayeng6845 Před 2 lety +32

    ২০২২ ৰ নৱবৰ্ষত এটি সুন্দৰ গীত আগবঢ়ালা সুবাসনা বা....👌❤💙

  • @deepborgohain422
    @deepborgohain422 Před 2 lety +17

    আপোনাৰ কণ্ঠ ইমান ধুনীয়া যে ১০ বাৰ কি ১০০০ বাৰ সুনিলেও আমনি নালাগে....❤️

  • @janmoni7
    @janmoni7 Před 2 lety +17

    ৰমেন দানহ দাদাই লিখি উপহাৰ দিয়া প্ৰতিটো গানেই হিট হবই ৷ ৰমেন দাৰ লগতে সুবাসনা বালৈও ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ 💐👌👍

  • @dccreation490
    @dccreation490 Před 2 lety +64

    আপুনাৰ গানে বুকুত চুই যায় । প্ৰতেক বছৰৰ আৰম্ভনিত আশা কৰোঁ❣️ এইবাৰ মাঘৰ বিহুত নাচিম তাই লগত।❤️✊

  • @manalishadas2421
    @manalishadas2421 Před 2 lety +175

    বা তোমাৰ কণ্ঠটো ইমান ধুনীয়া শুনি থাকিলে শুনি থাকিব মন যাই বা 😘😘😘❤❤❤❤❤

  • @munmikolita3624
    @munmikolita3624 Před 2 lety +14

    আপুনি মোৰ সদায়েই প্রিয় 🥰 আৰু আপোনাৰ কন্ঠ ufffff fida me baa 😘🥀

  • @parthabharali16
    @parthabharali16 Před 2 lety +7

    My favourite singer 💙 মাতটো বহুত ধুনীয়া, ভাল লাগিলে শুনি

  • @gitanjalibora464
    @gitanjalibora464 Před 2 lety +26

    সুন্দৰ গীত সুবাসনা বা 💕💕তুমি মোৰ প্ৰিয় গায়িকা ❤️❤️

  • @mintugogoi4135
    @mintugogoi4135 Před 2 lety +64

    আপুনি আহিব গীতটি মোৰ বৰ প্ৰিয় 🌸এই গীতটিও ব্যতিক্ৰম হোৱা নাই,,,বৰ ভাল লাগিল❤️ভোগালীৰ পূৰ্বে অসমীয়া ৰাইজে এটি সুন্দৰ গীত লাভ কৰিলে✨

  • @dhirajjkg3478
    @dhirajjkg3478 Před 2 lety +5

    বহুত ভাল লাগিছে। নলবাৰীৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোকে।

  • @bishalborah8409
    @bishalborah8409 Před 2 lety +15

    My all times favourite singer Subasana baa 💞💞

  • @anuragkashyapcreation8060
    @anuragkashyapcreation8060 Před 2 lety +45

    সুবাসনা বা....বৰ ভাল লাগিল নতুন গানটি । আগন্তুক মাঘ বিহু লগতে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতিভৰা শুভ কামনা জনালো ।💞💞💖

  • @Assam24x7
    @Assam24x7 Před 2 lety +16

    বিহু বিহু 😍😍২০২২ ৰ ভাল লগা গানটো
    big fan @subasana বা
    মাঘ বিহুৰ হিয়া ভৰা ওলগ যাচিলো😍😍

  • @bitupandeka6649
    @bitupandeka6649 Před 2 lety +13

    After a long time i have heard a best modern bihu ❤️❤️

  • @bsthingzz2628
    @bsthingzz2628 Před 2 lety +9

    তোমাৰ কণ্ঠটো সচাঁই ধুনীয়া। ৰেকৰ্ডিং ত যেনেকুৱা মঞ্চতো তেনেকুৱাই। তেজপুৰ কেতেকীবাৰীৰ আমাৰ গাঁৱৰ বিহুত বৰ সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিলা ।❤️❤️

  • @pras_tuti
    @pras_tuti Před 2 lety +26

    Your voice 🔥🔥🔥🔥🔥
    Unlimited 😍🌻💖

  • @brogamingassam5493
    @brogamingassam5493 Před 2 lety +44

    গীতটিৰ মাজত নিজৰ ঠাইখনৰ নাম শুনি বহুত ভাল লাগিল বা...😘
    Love from #Mangaldoi (মঙ্গলদৈ)✨

  • @abhideepdutta6188
    @abhideepdutta6188 Před 2 lety +5

    অপূৰ্ব 👌👌
    গীতটো শুনিলে যেন শুনিয়েই থাকিম যেন লাগে। 😄😄

  • @dimpipriya3755
    @dimpipriya3755 Před 2 lety

    Subasana ba r voice ru Ramen dar lyrics🥰🥰🥰🥰kble vakha nyyy.... Bht dhunia hoixe geet ti💖💖💖💖

  • @ritasaikia7099
    @ritasaikia7099 Před 2 lety +11

    কিয় নাজানো আপোনাৰ গানৰ প্ৰেমত মই বাৰে বাৰে পৰো .....
    আপোনাৰ গান শুনি মই দিনটো আৰম্ভ কৰো..
    Love You ba ☺❤

  • @jyotiprosadgogoi9557
    @jyotiprosadgogoi9557 Před 2 lety +44

    সুন্দৰ বাইদেউ
    আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ
    অলেখ শুভ কামনা থাকিল

  • @gauravsaikia6626
    @gauravsaikia6626 Před 2 lety +5

    সুবাসনা বাৰ গানলৈ সদায়ে ৰৈ থাকো। প্ৰতিটো গানেই সকলোৱে আদৰি লয়।

  • @neelsagardreamofmusic8360
    @neelsagardreamofmusic8360 Před 2 lety +57

    ৰাতিপুৱা মোৰ আপোনাৰ এই গীতটোৰ পৰাই আৰম্ভণি হয় মোৰ প্ৰিয় গায়িকা গৰাকী❤️❤️🥰🥰

  • @user-qf1ki8wy6u
    @user-qf1ki8wy6u Před 2 lety +10

    অতি সুন্দৰ বা। নগাঁও ৰ পৰা বহু বহু মৰম জনায়চু 💙💙

  • @rkdhemaji2108
    @rkdhemaji2108 Před 2 lety +45

    আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়।ভোগালী বিহু শুভেচ্ছা জনালোঁ।

  • @bokulbordoloi3431
    @bokulbordoloi3431 Před 2 lety +2

    melody queen 🥀🥀❤️❤️❤️❤️❤️ সুবাসনা বাইদেউ

  • @rupjyotidutta568
    @rupjyotidutta568 Před 2 lety +6

    বা তোমাৰ সুন্দৰ কণ্ঠত বৰ ধুনীয়াকৈ গানটো জিলিকি উঠিছে😚❤️
    "Lots of love"
    ❤️🥀
    .
    .
    .
    .
    .

  • @bablubhuyan9067
    @bablubhuyan9067 Před 2 lety +9

    বা বৰ সুন্দৰ কণ্ঠ আপুনি মাঘ বিহুৰ বাবে বৰ সুন্দৰ গান আগবঢ়ালে ভাল লাগিল ।❤❤❤🙏

  • @ecokurmi7471
    @ecokurmi7471 Před 2 lety +9

    What a ultimate lyrics such a heart touching 😍😍😍🔥🔥🔥❤❤

  • @sabinchutiachutia8861
    @sabinchutiachutia8861 Před 2 lety +1

    Mojja by 💗👌👌👌

  • @technicalhacking6222
    @technicalhacking6222 Před 2 lety +11

    No1 trending Assamese reels song 🔥🔥

  • @subhankar1483
    @subhankar1483 Před 2 lety +18

    High quality singing 🥰🥰

  • @emonborah7898
    @emonborah7898 Před 2 lety +44

    Maybe it's my first comment....Promo tu reels t Huna pstei gantu ketia release hbo roi asilu and aji release hbo buli gom pai roi asu nd finally song is on its way to be released 😍😍😍😘subashana baa😍

  • @swapneeldas793
    @swapneeldas793 Před 2 lety +8

    গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈ শিৱসাগৰৰ পৰা বহুত বহুত মৰম যাঁচিলো❤️🌸

  • @assamguwahati5265
    @assamguwahati5265 Před 2 lety +4

    Always favorite singer. Love you baa ❤

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Před 2 lety +43

    You should release your all songs with a video. Because your songs and videos are always on GOD LEVEL 🔥❤️

  • @paparidas7256
    @paparidas7256 Před 2 lety +19

    প্রথম শুনাৰ লগে লগে প্ৰিয় হৈ গল ❤❤

  • @ritombora687
    @ritombora687 Před 2 lety +7

    ভাল লাগিছে তোমাৰ গানটো শুনি 👌👌

  • @feelingscreationyt6772
    @feelingscreationyt6772 Před 2 lety +9

    I'm from West Bengal.
    গান টা সত্যিই দারুন ❤️ শুধু সুর আর ভাষার মিশ্রণ টা একটু আলাদা ❤️ এককথায় খুব সুন্দর ❤️❤️

  • @shampatirabha
    @shampatirabha Před 2 lety +138

    মোৰ প্ৰিয় সুবাসনা বা ❤ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ| আপোনাৰ সকলোবোৰ গান মোৰ প্ৰিয়,আজিও নতুন গান শুনি বহুত ভাল লাগিল | মাতটো শুনিয়ে থাকিব মন যায় | বাৰে বাৰে শুনি আছো|

  • @bidyutbikashworld4355
    @bidyutbikashworld4355 Před 2 lety +28

    সুন্দৰ সুবাসনা বা। বা সৰুৰে পৰাই আপোনি মোৰ প্ৰিয়। আপোনাৰ কণ্ঠটো বহুত ভাল পাওঁ মই।

  • @DMCollection
    @DMCollection Před 2 lety +6

    সহজ সৰল গায়িকা জনী ❤️😍🌹🥀

  • @mridulbiswas5674
    @mridulbiswas5674 Před 2 lety +4

    Wow awsm song 😍😍

  • @b.shikhadutta5430
    @b.shikhadutta5430 Před 2 lety +6

    All time favourite Subashana baa ❤️❤️❤️

  • @entertainingaxom7380
    @entertainingaxom7380 Před 2 lety +28

    ইমান ধুনীয়া কন্ঠ🔥😍।।। বাৰে বাৰে আপোনাৰ সুৰটোৰ প্ৰেমত পৰো।।।।❤️🥰 আৰু এই‌‌‌ গানটি ত @Ananya Kashyap...বা এ অভিনয় কৰাতো বিচাৰো।।।।😇 lots of love to u....Subasana baa

  • @DURGESWAR8822
    @DURGESWAR8822 Před 2 lety +2

    After moinakon bakhor now dehiti bakhor is my now daily loop playlist..love u subasana baa

  • @dr.mayurbarman1749
    @dr.mayurbarman1749 Před 2 lety +7

    Love the way you sang madam...excellent

  • @junmonisaikia7577
    @junmonisaikia7577 Před 2 lety +8

    Ba tumar voice tu eman dhunia hunila Huni thakibor mon jai ❤️❤️

  • @mridupawankakati8204
    @mridupawankakati8204 Před 2 lety +41

    বাইদেউ আপুনা গীত মোৰ বৰ প্ৰিয় । আপুনা গীত বোৰ কমি গৈছে । এই গীতটো ধুনীয়া হৈছে ।।🥰😍🙏

  • @maheshp1374
    @maheshp1374 Před 2 lety +14

    I'm from Tamilnadu and I don't understand the lyrics. But I love this song very much.

  • @dibyadhargogoi8451
    @dibyadhargogoi8451 Před 2 lety +1

    Bur hundar lagise geet tu ekdum kumal aawaj excellent keep it up

  • @bhaskardeu4057
    @bhaskardeu4057 Před 2 lety +11

    আপুনি আৰু আপোনাৰ কণ্ঠ মোৰ বহুত প্রিয়❤️ বহুত আপোন❤️
    যাদুকৰী কণ্ঠ... সদায় ভালে থাকক বা❤️
    Bhaskar Jyoti Nath (মঙ্গলদৈ, ছিপাঝাৰ)

  • @manjitkonwar8421
    @manjitkonwar8421 Před 2 lety +25

    Absolutely gd gifted voice u hv, keep shining melodies queen 👸

  • @parishmitamohan7847
    @parishmitamohan7847 Před 2 lety +2

    Val lagil dei baideo

  • @moran__puwali2465
    @moran__puwali2465 Před 2 lety +1

    ইমান সুন্দৰ কণ্ঠ।। গীতটো শুনি খুবেই ভাল লাগিল বাইদেউ।।

  • @tapashjyotiborgohain7545
    @tapashjyotiborgohain7545 Před 2 lety +9

    প্ৰিয় গায়িকা। বৰ ভাল লাগিল 👍👍

  • @nitulkumar2698
    @nitulkumar2698 Před 2 lety +8

    বাইদেউ তোমাৰ গানবোৰ বহুত ভাল লাগে 🔥🔥

  • @sanjaykalita9134
    @sanjaykalita9134 Před 2 lety +6

    Your voice is so sweet baa❤️❤️❤️ u r my favourite singer in the world ❤️❤️❤️

  • @apurbamelody692
    @apurbamelody692 Před 2 lety +5

    So beautiful lyrics & singing

  • @sabitadeka5571
    @sabitadeka5571 Před 2 lety +5

    বা আপোনাৰ সকলোবোৰ গানেই মোৰ
    বহুত ভাল লাগে 😊
    সুন্দৰ

  • @rumiofficial4790
    @rumiofficial4790 Před 2 lety +12

    I am proud of u nice voice 🥰🥰🔥🔥🔥😍😍

  • @pushpinderbadoni8517
    @pushpinderbadoni8517 Před 2 lety +19

    From Uttrakhand, getting nothing what the song means but loving it🥰🥰🥰

  • @musicaljourney5736
    @musicaljourney5736 Před 2 lety +2

    অপূৰ্ব 💙💚

  • @kalpajitchetia4322
    @kalpajitchetia4322 Před 2 lety +16

    আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় ❤️❤️❤️আৰু সদাই এনেকুৱা গান শুনিব পাম বুলি আশা কৰিলোঁ।

  • @madhujyadutta8933
    @madhujyadutta8933 Před 2 lety +7

    Fav voice...loved it💚

  • @yourriju7501
    @yourriju7501 Před 2 lety +1

    Uff iman bhal lagil huni
    Aru subasana baa tmr voice just owww ❤️🌺

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Před 2 lety +7

    🔥🔥🔥মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 💐💐💐

  • @anuragkashyapcreation8060
    @anuragkashyapcreation8060 Před 2 lety +73

    কোনে কোনে সুবাসনা বাৰ গানবোৰ ভাল পোৱা,এটা 👍 কৰা ।

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 Před 2 lety +123

    মোৰ প্ৰিয় গায়িকা গৰাকী কণ্ঠত যাদু আছে ।
    I love this voice ❤️❤️❤️

  • @theillusions9151
    @theillusions9151 Před 2 lety

    আইজ্জ...ইপাৰৰ পৰা সিপাৰ হৈ গৈছে এক্কেবাৰে...🔥🔥🔥

  • @creators1275
    @creators1275 Před 2 lety +1

    Bohute dhuniya✌️💙

  • @archanasaikia4219
    @archanasaikia4219 Před 2 lety +5

    Wow mind-blowing ❤️ Baa...ur my all-time favourite & ur voice uffff ❤️❤️❤️❤️❤️🥰🥰🥰🥰🥰🥰🥰

  • @entertainmentvideo9388
    @entertainmentvideo9388 Před 2 lety +127

    2022ৰ আটাইতকৈ বেছি ভাল লগা গীতটি❤️😊

  • @b.mgaming8946
    @b.mgaming8946 Před 2 lety +1

    Bohut dhuniya hoise

  • @blankskyofficial2756
    @blankskyofficial2756 Před 2 lety +4

    I can't understand this language but voice and music awesome 😊 😘

  • @AJayTHakuria
    @AJayTHakuria Před 2 lety +6

    বা ৰ কণ্ঠত প্ৰত্যেকটো গানেই ভাল লাগে ।

  • @pritypuspa1135
    @pritypuspa1135 Před 2 lety +5

    বহুত ভাল লাগিছে মোৰ প্ৰিয় গায়িকা ♥️♥️♥️

  • @barkharanihazarika11
    @barkharanihazarika11 Před 2 lety +3

    ভোগালী বিহুৰ শুভেচ্ছা জনালো বা ❤😍আপোনাৰ এই গীতটো যিমান সুনিলৈ আমনি নালাগে .....আপুনি মোৰ favourite Singer ❤😍

  • @jundipkitchen9857
    @jundipkitchen9857 Před 2 lety +1

    Hundor.. uff bohut dinor pisot aeta hundor hur hunilu

  • @chandramohanhazarika8979
    @chandramohanhazarika8979 Před 2 lety +3

    সুবাসনা বা কণ্ঠ আৰু ৰমেনদাৰ কথা সুৰ ❤️❤️❤️❤️👌👌👌👌👌

  • @rupantasaikia4607
    @rupantasaikia4607 Před 2 lety +3

    My favourite Singer ❤️

  • @nijoraborahazarika3336
    @nijoraborahazarika3336 Před 2 lety +1

    অতি সুন্দৰ । বৰ ধুনীয়া ।

  • @chandandasofficial5464
    @chandandasofficial5464 Před 2 lety +3

    সুবসনা বাৰ গান শুনি থাকিলে সুনি থাকিবৰে মন যায়,🤍❤️

  • @babysaikia7520
    @babysaikia7520 Před 2 lety +12

    Your voice ❤️

  • @usharanirabha8158
    @usharanirabha8158 Před rokem +1

    Dhuniya 💞

  • @trinendughosh2939
    @trinendughosh2939 Před 2 lety

    বাহ অনেক দিন পর একটা খুব সুন্দর মিষ্টি একটা Assamese গান শুনলাম ❤️❤️❤️

  • @_________BTWITS_HEMO__________

    Beautiful song 👍💖👍👍👍

  • @trishnagogoi303
    @trishnagogoi303 Před 2 lety +3

    Wow beautiful song baa❤

  • @dulumonibordoloi2045
    @dulumonibordoloi2045 Před 2 lety

    উফ শব্দবোৰে তোমাৰ মাতটো যেন আৰু প্ৰাণ পায় উঠিছে বা ❤❤

  • @ripkumarsaikia
    @ripkumarsaikia Před 2 lety

    Subasana... bor bhal hoise Geet tu. Xundor xobdo. Bor bhal lekh... Waiting for the album to see.👌

  • @Manash-protim-borah
    @Manash-protim-borah Před 2 lety +6

    বহুত ভাল লাগে এই গানটো।❤️❤️❤️❤️❤️❤️❤️❤️❤️