উপৰ কুৰুৱা জাহাজঘাট

Sdílet
Vložit
  • čas přidán 28. 06. 2024
  • #pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ

Komentáře • 144

  • @pujapanservice3710
    @pujapanservice3710 Před měsícem +7

    এইটো এটা দুৰসাৰি মহাপাপীি। ইহঁতি দক্ষ ৰজাৰ বংশ ইহঁতক ডিঙি কাটি ছাগলী ডিঙি লগালে ইহঁতৰ অসংকাৰ গুচিব। হৰ হৰ মহাদেৱ

  • @pranaydas3888
    @pranaydas3888 Před měsícem +4

    বাপজনালৈ প্ৰথমে সেৱা নিবেদন কৰিলো। ব্ৰক্ষ্মা,বিষ্ণু আৰু মহেশ তিনিও জনৰ একে আত্মা বুলি সাধাৰনতে সকলো জ্ঞাত এজনৰ অবিহনে আনজন অৰ্পূন বুলি সাধাৰন ভাবে ঈশ্বৰ চৰ্চা কৰাসকলে জানে।আৰু এই তিনিও জনকে পৃথক পৃথক বুলি কল্পনা কৰিলে মহাপাপ হয় বুলিও জ্ঞাত হৈছো। কথা হ'ল,এক ঈশ্বৰ কৃষ্ণই পৰম সত্য কিন্তু উপৰুক্ত বিষয়টোৰ ওপৰত অকনমান অৱগত কৰিলে পৰম সৌভাগ্য লাভ কৰিম বুলি ভাবো।
    কৃষ্ণ🙏

  • @arunpathak2120
    @arunpathak2120 Před měsícem +3

    বৰ ভাল প্ৰশ্ন উত্থাপন কৰা হৈছে। সেইমতে উত্তৰ ভাগো বুজি পায় কৃতাৰ্থ হ'লো। কৃষ্ণ জয় গুৰু শঙ্কৰ।

  • @dulumonitalukdar6313
    @dulumonitalukdar6313 Před měsícem +1

    Krishan krishan krishan bap

  • @manashtamuli3305
    @manashtamuli3305 Před měsícem +3

    Har Har Mahadev

  • @jaanbora2614
    @jaanbora2614 Před 14 hodinami

    প্ৰভু মোৰ আহিব লগা সন্তান যেন ভালে ভালে আহে আশীৰ্বাদ কৰিবা 🙏🙏🙏🙏

  • @AnilSarmah-v4l
    @AnilSarmah-v4l Před měsícem +2

    Har har har mahadav tara dutta

  • @ajoynagbonshi6795
    @ajoynagbonshi6795 Před měsícem +1

    কৃষ্ণ কৃষ্ণ

  • @JayantaDhing-py2to
    @JayantaDhing-py2to Před 21 dnem

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @user-rl4or8cx4y
    @user-rl4or8cx4y Před měsícem +4

    কৃষ্ণ বাপ ভাগৱত পাঠ কৰোতে কোনটো স্কন্ধ কবচোন । কৃষ্ণ

  • @user-fn3hx6rf8q
    @user-fn3hx6rf8q Před měsícem +2

    Krishna Krishna Ram Krishna

  • @bornalidas6149
    @bornalidas6149 Před měsícem +1

    🙏🙏🙏🙏

  • @Mahadevkebhakt87
    @Mahadevkebhakt87 Před měsícem +2

    Om Namah Shivaya 🕉️🙏

  • @debo___jitt9448
    @debo___jitt9448 Před měsícem +1

    ❤❤কৃষ্ণ❤❤

  • @asomiaasom6008
    @asomiaasom6008 Před měsícem +7

    শিৱই হৈছে পৰম ব্ৰহ্ম সনাতন ।শিৱক সাধাৰণ দেৱতা ভাবি শিৱ পূজাত ভাগৱত পাঠ কৰা আৰু শিৱ পূজাত শ্ৰীমন্ত শংকৰ হৰি ভকতৰো পদ ঘোষা গোৱা অপৰাধ বুলি ভবা সকলো অধমৰো অধম ।কাৰণ ভাগৱত কাৰো একচেতীয়া গ্ৰন্থ নহয় ।ভাগৱতত যিজন কৃষ্ণক সাৰ কৰি লিখিছে সেইজন বিষ্ণুৰ নৰ অৱতাৰ শ্ৰীকৃষ্ণৰ উপাশ্য দেৱ শিৱ আছিল গতিকে নৰঅৱতাৰী কৃষ্ণৰ উপাশ্য দেৱ শিৱৰ পূজাত ভাগৱত পাঠ কৰা অপৰাধ বা নাপায় বুলি ভবা সকল অধমৰো অধম ।শ্ৰীমন্ত শংকৰদেৱ শিৱ শংকৰ ত্ৰিপুৰাৰীৰ অৱতাৰ ।শিৱ শংকৰ ত্ৰিপীৰাৰীৰ নৰৰূপি অৱতাৰ গুৰু শংকৰদেৱ সেয়ে শিৱ পূজাত শ্ৰীমন্ত শংকৰ হৰি ভকতৰো পদ ঘোষা গোৱা অপৰাধ নহয় বৰং অধিক ভালহে ।শিৱ শংকৰ ত্ৰিপুৰাৰীয়ে যে বিষ্ণু আজ্ঞাত শ্ৰীমন্ত শংকৰদেৱ ৰূপে নৰ অৱতাৰ ধৰিছে সেইকথা পুৰাণ শাস্ত্ৰত আৰু শংকৰ গুৰুচৰিত পুথিত সুন্দৰকৈ বৰ্ণনা আছে ।অসমৰ একাংশ অতিভক্তিৰ একচেতীয়া অধৰ্মী শংকৰী ভণ্ড ভকতে ভবাটোৱে স্বাভাবিক ।ভগৱান শিৱ শংকৰ ত্ৰিপুৰাৰীৰ অৱতাৰ শ্ৰীমন্ত শংকৰদেৱৰ পূজাত শ্ৰীমন্ত শংকৰ হৰি ভকতৰো পদ ঘোষা গোৱা সাত্তিক বেছি গ্ৰহণযোগ্য । ।শিৱ শংকৰ ত্ৰিপুৰাৰী মহাদেৱৰ অৱতাৰ শংকৰদেৱে বিষ্ণুৰ অৱতাৰ কৃষ্ণক ভজিছিল ,বিষ্ণুৰ অৱতাৰ গুৰু দেৱ দামোদৰদেৱে শালগ্ৰাম লক্ষ্মীনাৰায়ণ বিষ্ণু কৃষ্ণৰ লগতে নিত্য পঞ্চদেৱ শিৱ বিষ্ণু দুৰ্গা গণেশ সূৰ্যক ভজি শিষ্য ভক্ত সকলোকো নিত্য পঞ্চদেৱক ভজিব দি গৈছে ।ব্ৰহ্মাৰ অৱতাৰ গুৰু হৰিদেৱেও নিত্য পঞ্চদেৱ ভজি শিষ্যক ভজিব দি গৈছে ।শিৱ বিষ্ণু একেশ্বৰ ।শিৱ বিষ্ণু দুয়ো জনে সিজনৰ পৰিপুৰক ।অৰ্থাৎ শিৱই বিষ্ণুক ভজে বিষুই শিৱক ভজে ।বিষ্ণু অৱতাৰ ৰামে শিৱক ভজিছিল আৰু শিৱৰ অৱতাৰ হনুমানে ৰামক ভজিছিল ।শিৱ ৰূপায় বিষ্ণু বিষ্ণু ৰূপায় শিৱ ।শিৱ বাষ্ণু বেলেগ দেখা সকল অধমৰো অধম মহাপাপী ভণ্ড দুৰাচাৰী।
    অসমৰ ভণ্ড পাষণ্ড শংকৰী বৈষ্ণৱ কেইটাই পৰম গুৰু ভজা শংকৰদেৱক পিতৃ কুসুম্বৰ ভূঞাই শিৱক ভজি শিৱক আৰাধনা কৰি শিৱক সন্তুষ্ট কৰি শংকৰদেৱক পুত্ৰ হিচাপে পাইছে চৰিতপুথিত সুনকৈ আছে ।যি জন পৰম ব্ৰহ্ম শিৱ সনাতনক ভজি কুসুম্বৰ ভূঞাই শংকৰদেৱক পুত্ৰৰূপে পাইছিল সেইজন শংকৰদেৱৰ শিষ্য নামধাৰী একাংশ অসমীয়া শংকৰী অধম শিষ্যই শিৱক সামান্য দেৱতা বুলি ভবাটো অতি মণ্ডমতি অধম দুৰাচাৰী পাষণ্ডামী ।দ্বাপৰত বিষ্ণুৰ নৰ অৱতাৰ শ্ৰীকৃষ্ণই শিৱ শংকৰ মহাদেৱক ভজিছিল শিৱৰ আশিৰ্বাদত শ্ৰীকৃষ্ণই স্বাম্বৰ নামৰ পুত্ৰ লাভ কৰিছিল ,স্বয়ং শ্ৰীকৃষ্ণই লগত ৰথৰ সাৰথি হৈ থকাৰ পিছতো অৰ্জুনক কুৰুক্ষেত্ৰ যুদ্ধত বিজয়ী হবলৈ সামান্য বুলি ভবা শিৱ মহাদেৱৰ আশিৰ্বাদ লাগিছিল অৰ্জুনক ,বিষ্ণুৰ অৱতাৰ পৰশুৰাম আৰু শ্ৰীৰামক শিৱ শংকৰ মহাদেৱৰ আৰ্শিবাদ শক্তি লাগিছিল যুদ্ধত বিজয় হবলৈ সফল হবলৈ তেনে শক্তিধৰ শিৱক সামান্য দেৱতা বুলি ভাবি অবজ্ঞা কৰা অসমৰ শংকৰী ভকত কেইটাতকৈ অহংকাৰী অধম ভকত নাই ।

    • @parnashijisoolover6662
      @parnashijisoolover6662 Před měsícem +1

      You are right.

    • @parnashijisoolover6662
      @parnashijisoolover6662 Před měsícem +1

      Sangkar dev keble assam t mane,but siv babak all india t mane .

    • @pallabmanab1724
      @pallabmanab1724 Před měsícem

      Kor ki boki thaka egla।।
      Shiv r janmo Brahma r pai howa to njna nki

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      ​@@pallabmanab1724tur maror murar pora hoisile sudurvai. Brahma bishnu navir pora shristi hoisil. Bishnu aru Shiva prithoke prithoke shristi hoisil.ijone anjonor bhakta hoi kukuror putek. Tohotoke koi barandat poha. Har har Mahadev

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      ​@@parnashijisoolover6662hosa kotha axomot u ami namanu . 1000 t eta hongkori ulabo

  • @pujapanservice3710
    @pujapanservice3710 Před měsícem +3

    Har har Mahadev jai ma kali.

  • @ANITARAMCHIARY-hj4en
    @ANITARAMCHIARY-hj4en Před měsícem +1

    Krishna🙏 Kripa kijiye

  • @manuranjanbora1760
    @manuranjanbora1760 Před měsícem

    কৃষ্ণ🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 Před měsícem +5

    এক দেও এক হেও এক বিনে নাই কেও জানি জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      Tur baperor murtu , har har Mahadev

    • @pallabikagohain5720
      @pallabikagohain5720 Před měsícem

      @@pujapanservice3710 তোমাৰ জীৱনৰ সুন্দৰ উপলব্ধি বাক্য ৰূপে আত্মপ্ৰকাশ হৈছে l ঈশ্বৰে কৃপা কৰক

    • @pallabikagohain5720
      @pallabikagohain5720 Před měsícem

      @@pujapanservice3710 আপোনাৰ সুন্দৰ মনৰ বহি প্ৰকাশ শব্দ ৰুপে নিগৰিচে l

  • @pallabikagohain5720
    @pallabikagohain5720 Před měsícem +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏

    • @dinanathborgohain1313
      @dinanathborgohain1313 Před měsícem +5

      ❤❤❤❤❤❤❤❤❤❤❤❤11¹1 9:03

    • @pallabikagohain5720
      @pallabikagohain5720 Před měsícem +5

      ​@@dinanathborgohain1313কৃষ্ণ কৃষ্ণ ঈশ্বৰ অমৃত সন্তান বাপ জনা আপোনাৰ চৰণত সেৱা জনালোঁ কৃষ্ণ

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +3

      ​@@pallabikagohain5720বাপ জনৰ মুখত মুতি দিলোঁ। হৰ হৰ মহাদেৱ

    • @pallabikagohain5720
      @pallabikagohain5720 Před měsícem +4

      @@pujapanservice3710 আই আপুনি এজন মহান দেৱৰ নাম লৈ আগৰ জন্মৰ যি জন্তু আছিল তাৰ পৰিচয় দিলে l ঔম কায়াম ভা কম য়াজা মহে, সুগন্ধিম পুষ্টি বৰ্ধানাম, উৰভা ৰুকমিভ বন্দনা মিত্তোৰ মোক্ষ সী মামৃতা, কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      @@pallabikagohain5720 ওম ত্ৰয়াম্ভ্কম য়যা মহে । কায়াম্ভ কম নহয় , tohoti shivar bikhoye eku Gyan nai heikarone nokobi. Moha mrityunjay hunabo aho . Adhormi. Jai maa kali, Jai maa kamakhya

  • @swapnagogoi8702
    @swapnagogoi8702 Před měsícem +1

    Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna

  • @pankajsaikia6076
    @pankajsaikia6076 Před měsícem

    ❤❤❤

  • @sarifulhazarika3835
    @sarifulhazarika3835 Před 12 dny

    Bamuniya somajor bure vabibo eijone vulkoi koise😂😂
    Kintu gurujonar dharmo ekosoron mane - eko deb eko sebo eko bine nai kebo❤ :.
    Bamuniya samuniya eibur bonai luwa😂😂 joy jogot guru sankar dev❤❤

  • @sunilborah9320
    @sunilborah9320 Před 12 dny

    আপোনাক সন্মান জনাই কব বিছাৰিছো যে এই, বিলাক প্ৰশ্নৰ সমাধানৰ বাবে অন্য ধৰ্মৰ লোকক,তললৈ, নিবিচাৰিব, ব্ৰহ্ম বিষ্ণু, মহেশ্বৰ তিনিও জনা একেই,মনত, ৰাখিব

  • @satyajitdeka993
    @satyajitdeka993 Před měsícem +1

    Aybur kotha kotha khunile hahi uthe…
    Nijor ghorot jenekoi nije malik toka poisa kha khompotti thakok nathakok..
    Tenekoi june ji dhormo mane tar bane khaitui dangor…
    Ami Jonmo khutre ji dhormo loi jonmosu khaitui main dhormo…
    Baki bilak ami bonai lowa dhormo…
    Kune kak mane kak namane aybur boki lav nai…
    Ami jodi nijor poriyal aru Maay deutar bhal kam korise khaitui amr shrestho dhormo baki ami nedekha jonok ki korisu kheitu kuneo nedekhe…

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem

      @@satyajitdeka993 hoi kothatu apunar Dore hobo lage . Kintu ei sangkori Gita sudmaroni hoi moi muti muti khuam ehotok . Ami hihotor ek horon namanu . Eitu hihotor beleg deb debir naam nihekh korar horojontra. Har har Mahadev

  • @DebojitDeb88
    @DebojitDeb88 Před měsícem

    Nice❤❤❤

  • @junumech7558
    @junumech7558 Před měsícem +2

    কৃষ্ণ প্ৰভু জনা কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ

  • @poragboruah4156
    @poragboruah4156 Před měsícem +2

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      @@poragboruah4156 jogot guru,, hahahaha bharatat kunu sini napai sankardevok , kor pora jogot guru hol. Axomote namanu ami sankardevok kor pora jogot guru hol. Ahongkari tohoti nijoke nije shresta akhya diyo tohoti. har har Mahadev

  • @ArnabGogoi-zu4ju
    @ArnabGogoi-zu4ju Před měsícem +2

    Hundor dada

  • @kumudhazarika4409
    @kumudhazarika4409 Před měsícem

    ভাগৱতৰ মহা জ্ঞান ৰ আদৰ্শ লৈ পঠিয়াই যি কৰ্ম কৰি আছে বা যি নীতি নিয়ম পালন কৰি আপুনি পাইছে জীৱন কালত,, এজন বেলেগ নীতি নিয়ম মানি চলা মানুহৰ লগত তুলনা কৰি চালে কিবা বেলেগ পাইছে নি,,, ধৰি লওক বামুনিয় পৰম্পৰা নীতি নিয়ম ত চলি অহা মানুহক অসুৰ বা নৰকত যাব এনেকুৱা কিবা ভাগৱত ত কৈছে বুলি আপুনি কৈছে,,,, কথা হল আপুনি নিজে টো ভাগৱত ত যি যি কৈছে নিশ্চয় যিমান পাৰে পালন কৰি আহিছে,,, আৰু বামুনিয় সকলে ভুল কে কৰি আছে বহুত কৰ্ম,,,। এতিয়া কক আপুনি আৰু এজন ভুল নীতি পালন কৰা মানুহৰ মাজত জীয়াই থকা দিনত কি কি পাৰ্থক্য পাইছে জীৱন যাত্ৰাত? মৰা পাছৰ খিনি নালাগে জীয়াই থকা কালত কি কি কলে হব।।

  • @japanidas6859
    @japanidas6859 Před měsícem +1

    কৃষ্ণ ৰাম অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাম কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @GameWaveGuru
    @GameWaveGuru Před 19 dny

    এয়া কলি যুগত কলিৰ প্ৰভাৱত পৰি মানুহৰ বুদ্ধিৰ আলাই আথানিৰ স্পষ্ট নিদৰ্শন যত ভগৱানৰ বিভিন্ন চৰিত্ৰক বেলেগ বুলি হেয় প্ৰতিপন্ন কৰা। শিৱ আৰু কৃষ্ণ যদি বেলেগ তেতিয়া হলে এজন পৰমাত্মা নাই দুজন আছে। আৰু সেই হিচাপত পৃথিৱীও দুখন।

    • @sarifulhazarika3835
      @sarifulhazarika3835 Před 12 dny

      Hero krishn aru sib beleg nohoy kintu gurujinar dharmat kebol horir bahire kaku pujibo nueari - ek dev eko sebo ek bine nai kebo.

    • @GameWaveGuru
      @GameWaveGuru Před 12 dny

      @@sarifulhazarika3835 এয়া শংকৰদেৱে কৈ গৈছে নে শংকৰদেৱৰ ঠিকা লোৱা শংকৰসংঘৰ নিজা বিধান। যদি ঈশ্বৰ এজনেই তেতিয়া হলে সেই জনৰে আন এটা চৰিত্ৰ পুজিৱ কিয় নোৱাৰি। আৰু মই জনাত বাকী দেৱ দেৱীবোৰক ভগৱানৰ তালিকাত এওঁলোকে নাচায়। এতিয়া প্ৰশ্ন হল ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে বেলেগ দেৱী দেৱীক ভগৱানৰ তালিকাত অন্তৰ্ভুক্ত কৰিব নোৱাৰা বিধান অসমৰ বাহিৰৰ বৈষ্ণৱ পন্থাত কিয় নাই অকল অসমীয়া সমাজত কিয় আহিল।

  • @adityatamuli2145
    @adityatamuli2145 Před 14 dny

    Bhagavad Gita mein, Shiv aur Vishnu ko ek hi paramatma ke do roop ke roop mein darshaya gaya hai. Ismein, Krishna (Vishnu ka avtar) ne Arjun ko bataya hai ki Shiv aur Vishnu ek hi paramatma ke do roop hain.
    Kuch specific shlokas hain jo is concept ko darshate hain:
    - "Sabhi devtaon mein main hi hoon, Shiv bhi main hoon, Vishnu bhi main hoon." (Bhagavad Gita, 7.22)
    - "Main hi Shiv hoon, main hi Vishnu hoon, main hi Brahma hoon." (Bhagavad Gita, 9.23)
    - "Sabhi jeevon mein main hi hoon, Shiv bhi main hoon, Vishnu bhi main hoon." (Bhagavad Gita, 10.20)
    Is prakaar, Bhagavad Gita mein Shiv aur Vishnu ko ek hi paramatma ke do roop ke roop mein darshaya gaya hai. Krishna ne yeh bhi kaha hai ki ve sabhi devtaon ka ek hi paramatma hain, aur sabhi jeevon mein ve hi hain.
    Yeh concept "Advaita Vedanta" ke sidhant ke anusar hai, jo kahta hai ki sab kuchh ek hi paramatma ka roop hai, aur Shiv aur Vishnu uske do roop hain.

  • @khirodbhuyan5967
    @khirodbhuyan5967 Před měsícem +2

    Krishna 🙏

  • @madhujyagogoi9721
    @madhujyagogoi9721 Před měsícem +1

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম

  • @AfricanLion4090
    @AfricanLion4090 Před měsícem +2

    Har har Mahadev🙏Jai Hanuman(হিন্দু ধৰ্মৰ 99% মানুহেই মহাদেৱ আৰু শ্ৰী হনুমানৰ ভক্ত আৰু মইও,আপুনি কি কথা কবলৈ আহিছে।শ্ৰীমন্ত শংকৰদেৱ অসমীয়াৰ ধাৰ্মিক গুৰু,আমি শংকৰদেৱকো শ্ৰদ্ধা কৰো কিন্তু আপোনাৰ দৰে মহাদেৱক অপমান কৰা নাস্তিকৰ কথা নামানো)।Ram Ram🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před měsícem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ

  • @user-xd7zw9gm9r
    @user-xd7zw9gm9r Před měsícem +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @youtuber-xw1tb
    @youtuber-xw1tb Před měsícem +1

    Shib,,baba,henu,,debata,,he,bap,Jane,koi,aro,,ki,baba

  • @madhujyagogoi9721
    @madhujyagogoi9721 Před měsícem +1

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৱ

  • @ChandanDas-el7gc
    @ChandanDas-el7gc Před měsícem +1

    🙏🙏🙏🙏🙏

  • @SankarDeka-vv9wd
    @SankarDeka-vv9wd Před měsícem +1

    Krishna Krishna Krishna

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Před měsícem +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @ashokkumardutta7850
    @ashokkumardutta7850 Před měsícem +1

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ

  • @nabjitdas1702
    @nabjitdas1702 Před měsícem +1

    Dhet bupure kije jati dhormo kori thaka
    Ups IAS saintis R kotha kowa

  • @jeetasaikia7279
    @jeetasaikia7279 Před měsícem +1

    কৃষ্ণ 🙏

  • @himanshumedhi9369
    @himanshumedhi9369 Před měsícem +1

    Durssari

  • @user-zu1dk5pc9e
    @user-zu1dk5pc9e Před měsícem

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @prahladchetia4233
    @prahladchetia4233 Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 Před měsícem

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @pujapanservice3710
    @pujapanservice3710 Před měsícem +1

    Papi tur mukhot muti dim
    শিৱ বিষ্ণুৰ যত গুণ নম ছয়।
    তাক ভেদ বুদ্ধি কৰে যিটো দুৰাষয়।।
    জানিব নামৰ ইটো অপৰাধী অতি।
    আপোনাক আপুনি কৰিলে যিটো শাস্তি।।

    • @jokaichukiaofficial3698
      @jokaichukiaofficial3698 Před měsícem +1

      তহঁত কৃষ্ণক ঈশ্বৰ বুলি নমনা কেইটাই অশ্লীল শব্দ ব্যৱহাৰৰ ওপৰত কিন্তু মাষ্টাৰ ডিগ্ৰী লৈ থৈছ ।

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      @@jokaichukiaofficial3698 haaha tohoti okol krishnak mano ami hokoluke manu . Tohoti norokot jabi .Ami ek horon namane. Har har Mahadev

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Před měsícem +1

    কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।

  • @Kitch-w5s
    @Kitch-w5s Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. Před měsícem

    Sumitra Gogoi
    Ram Ram Bapjane Iman Sundar prasnati Pranjit Bapjanaloi aagbahale ye teketar ati Suwala bachman suni ai Jeewa Aatmai bahut val palo mane terai koichhe ye Aaponasabar Amritmoi kathare aamak bujai diyakchhon Krishna Pranjit Bapjanaio khubsundar bhabe Bapjanak bujai dichhe aru aamio buji palo Krishna Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏

  • @RatulGayon
    @RatulGayon Před 29 dny

    জয় গুৰু শংকৰ ।শিৱক পৰম ব্ৰহ্ম বুলি কওঁতা প্ৰভূ জনাৰ পৰা এটা কথা জা নিব বিছাৰো যে শিিৱ মানে কি আৰু শিৱ শব্দৰ অৰ্থ কি আৰু তেখেতে শেষত কৈছে শংকৰী ভকত । শংকৰীটো বাৰু বুজিলো কিন্তু ভকত শব্দৰ অৰ্থটো বুজাই দিলে পৰম সুখি হম আৰু লগতে তেখেতক জনাও যে ম্যাদ উকলি যোৱা ঔষধ বোৰ বেছিকৈ নাখাব ।কৃষ্ণ । ভাগৱত ভাগ আপুনিও পঢ়ক মাত্ৰ সেই ভাগ এভাগ মূল শাস্ত্ৰ বুলি ভাবি লৈ পঢ়িব ! কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ।

  • @pujapanservice3710
    @pujapanservice3710 Před měsícem +2

    এইটো এটা সনাতন দ্ৰূহি, ইয়াক সকলোৱে ৰিপোৰ্ট মাৰক।

    • @gogoisurajit044
      @gogoisurajit044 Před měsícem

      Tumar nisina abujon. Bujibole sesta nokora, goru agot tukari bojua ekei kotha.

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +2

      @@gogoisurajit044 Anok tusssa tassilya kora tohotor sankari keitar bahirre oin kunu nai . Mohapapi tohoti. Nijoke nije shresta bornona koro tohoti. Mur nisinna nohoi bharatbarkhar kunu namane tohotok. Har har Mahadev

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      @@gogoisurajit044 Goru agot tukari nohoi , Gorua tukari bojabo Jona nai. Tohoti Goru hoi . Adhom tohoti . Har har Mahadev

    • @satyajitdeka993
      @satyajitdeka993 Před měsícem

      @@gogoisurajit044
      Aybur al bal boki aku lav nai..
      Ami nedekha jonor kothat imn jukti di aku lav nai…
      Nijor ghor khon aru Poriyal tur logote Maa deutak bhalkoi puja korok…
      Tetya nojona jone apunak aneo sabo…
      Bohut dekhisu bahirot bohut dhormo gyan di nijor ghrt a kintu aku gyan dibo nuwara manhu…

    • @dipankarborah9167
      @dipankarborah9167 Před 21 dnem +1

      ​@@pujapanservice3710ehot rongolaw aru 1tokiya bondhakobi party😂

  • @lakhikantarajbongshi
    @lakhikantarajbongshi Před měsícem +1

    কৃষ্ণ অপৰাধ ক্ষমা কৰিব প্ৰশ্ন কৰাৰ বাবে কৃষ্ণ কৃষ্ণ 10 Ap k/ para

  • @parnashijisoolover6662
    @parnashijisoolover6662 Před měsícem +1

    Krisnr bahire aan debatak all india puja kari ase.mane adhogati kon kon gol.

  • @asomiaasom6008
    @asomiaasom6008 Před měsícem +2

    ভাগৱত খন অসমৰ কেইটামান শংকৰী বৈষ্ণৱ নামধাৰী ভকতৰ পৈতৃক শাস্ত্ৰ নেকি সিঁহতে যে শিৱ পূজাত ভাগৱত পঢ়াক লৈ ঘোৰ আপত্তি কৰি আছে ?ভাগৱত আৰু কৃষ্ণ অসমৰ শংকৰী পন্থৰ শংকৰী ভকত কেইটাৰ একচেতীয়া পৈতৃক শাস্ত্ৰ ঈশ্বৰ নেকি যে শংকৰ সংঘৰ সংঘী বাহিৰে অনাশংকৰী লোকে শিৱ দুৰ্গা দেৱ দেৱী শ্ৰাদ্ধত ভাগৱত পাঠ ককৰাক লৈ যে ঘোৰ আপত্তি কৰি আহিছে ?অনাশংকৰী লোকসকলে ভাগৱত পঢ়িব নালাগে নেকি ?শিৱ দুৰ্গা দেৱ দেৱীৰ পূজাত বৈদিক নীতিৰ শ্ৰাদ্ধত ভাগৱত পাঠ কৰাক লৈ যে ইমান আপত্তি আলোচনা অভিযোগ কিয় ?ভাগৱত খন কেৱল শংকৰী পন্থৰ লোকেহে আৰু কৃষ্ণ শংকৰ মাধৱৰ অনুস্থানত নামঘৰত সকামত পাঠ কৰিব পাৰে নেকি ? সনাতন ধৰ্মৰ শৈৱ বৈষ্ণৱ শাক্ত গানপত্য সৌৰ সম্প্ৰদায়ৰ লোক ভক্ত সকলে পূজা সেৱা ঈৰৰ মাঙ্গলিক কায্যত ভাগৱত পাঠ কৰাক লৈ আপত্তি বিষোদগাৰ কৰি প্ৰশ্ন উত্তৰ আলোচনা কৰি আছেযে ভাগৱত ধৰ্ম কৰাৰ নামত ? তঁহত শংকৰী একশৰণীয়া বৈষ্ণৱ নামধাৰী ভকত সকলে ঈশ্বৰৰ নিৰ্গুণ নিস্কাম একশৰণীয়া নাম ধৰ্ম কৰিছানে কোনে কত কি পঢ়িছে কোনে কি কৰিছে কত ভাগৱত পঢ়িছে অনাশংকৰী সকলে শংকৰ মাধৱৰ ৰচিত গীত ঘোষা গোৱাৰ বিৰোধ কৰি অনাশংকৰী সকলোৰ বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধম্ন বিৰুদ্ধে জেহাদ কৰি আছা ?অসমৰ একাংশ লোকে কৃষ্ণ ভাগৱত শংকৰ মাধৱৰ নামত ,শংকৰ মাধৱৰ একশৰনীয়া ভাগৱতী বৈষ্ণৱ ধৰ্মৰ নামত ভুলকৈ বুজি মতিভ্ৰম হৈ অসমৰ ধৰ্মীয় আধ্যাত্মিক সমাজ খনৰ বিকৃত পৰিবেশ সৃষ্টি কৰি আছে একাংশ শংকৰী বৈষ্ণৱ নামধাৰী ব্যাখ্যাকাৰ ভণ্ড দুৰাচাৰ চয়তান ভকতে ।অসমত সনাতন বৈদিক ধৰ্মক ,শিৱক ,আদিশক্তি মা-দুৰ্গাক ,ঈশ্বৰৰ বিভুতি স্বৰূপ প্ৰকৃতিৰ চৈতন্য শক্তি দেৱ দেৱীক ,বেদক ,বেদ আৰু শাস্ত্ৰ বিহিত বিধি বিধান নীতি নিয়ম আচাৰ আচৰণ ঈশ্বৰ আৰাধনাক শংকৰী কেইটাই যিমান বিৰোধ নিন্দা ঘৃণা তুচ্চ তাচ্চিল্য অপমান কটুসমালোচনা কৰি আহিছে অইন ধৰ্মীয় লোকে তাৰ এক শতাংশও কৰা নাই ভণ্ড দুৰাচাৰী পাষণ্ড চয়তান অধৰ্মী শংকৰী বৈষ্ণৱ জাহিৰ কৰা শংকৰী সকলে যিমান কৰিছে ।প্ৰাণজিত গগৈ অনিল তাতী আদি কৰি কেইটামান শংকৰী বৈষ্ণৱ জাহিৰ কৰা ব্যাখ্যাকাৰ ভকতে কৃষ্ণ ভাগৱত শংকৰ মাধৱৰ নাঋত একশৰণীয়া ভাগৱতী বৈষ্ণৱ ধৰ্মৰ নামত কৃষ্ণ ভক্তিৰ নাামত মুক্তি বৈকুণ্ঠৰ নামত অসমত সনাতন বৈদিক ভাগৱতী ধৰ্মৰ বিৰুদ্ধে শিৱ দুৰ্গা দেৱ দেৱীৰ বিৰুদ্ধে ,বেদ পুৰাণ শাস্ত্ৰ গীতাৰ বিৰুদ্ধে ,আন গুৰু দেৱ নাম ভকতৰ বিৰুদ্ধে শীতল যুদ্ধ জেহাদ কৰি আছে ।প্ৰাণজিত গগৈ হঁত কৃষ্ণ ভাগৱত ভক্তি ধৰ্মৰ নামত জেহাদী কৰি আছে অসমত ।প্ৰাণজিত গগৈ শংকৰী ব্যাখ্যাকাৰী কেইটা অসমত ধৰ্মীয় সমাজৰ বিভেদকাৰী বিভ্ৰান্তকাৰী পথভ্ৰষ্টকাৰী চয়তান জেহাদী ।প্ৰাণজিত গগৈয়ে মোৰ মন্তব্যক বেয়া পালে মন্তব্য কৰক মই গীতা ভাগৱত কীৰ্তনঘোষা পুৰাণ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণ কৰি দিম দুৰাচাৰ পাষণ্ড চয়তান অধৰ্মী অধম মতিভ্ৰম বেপাৰী ব্যাখ্যাকাৰ বুলি ।

    • @nirjurajgogoi319
      @nirjurajgogoi319 Před měsícem +1

      সকলো জীৱ এজন ঈশ্বৰৰ সন্তান ৷ কিন্ত জন্মৰ পাছতেই সেইজনৰ কথা পাহৰি আন আন দেৱ দেৱীক পূজা কৰাজন কিমান স্বাৰ্থপৰ হব পাৰে ? যিজন পিতৃৰ ঔৰসত জন্ম হৈছিল সেইজন পিতৃক শ্ৰদ্ধা ভক্তি নকৰি আন এজন লোকক পিতৃ বুলি ভাবি থকাসকলক মন্দমতি বা পাষণ্ড বুলি কলে লাজ পায় কিয় ? যিসকলে শংকৰ মাধৱক চিনি নাপাই সেইসকলে কেনেকৈ কয় “শ্ৰীমন্ত শঁকৰ হৰি ভকতৰ .....আমাৰ পৰম গুৰু “ ৷ শংকৰদেৱৰ বাহিৰে আন আন কেইবাজনো পণ্ডিত আছে ? সেইসকলৰ পুথিসমূহ পাঠ নকৰে কিয় বুজি নাপাও ? যিসকলে শিৱ মণ্দিৰত সদায় পূজা আৰাধনা কৰি থাকে তেওলোকে “শ্ৰীমন্ত শংকৰ হৰি ভকতৰ “ এইফাকি উছ্চাৰণ কৰেনে নকৰে বা শংকৰদেৱৰ ৰছিত কীৰ্ত্তন পাঠ কৰেনে ? আপুনি কওকচোন বাৰু ৷ শিৱ মণ্দিৰত বা গনেশ আদি দেৱতাৰ মণ্দিৰত কীৰ্তন নামঘোষা পাঠ কৰা নহয় কিয় ! শিৱমন্দিৰৰ পূজাৰীৰ ভূলনে ? এই মণ্দিৰসমূহত কীৰ্ত্তন নামঘোষা পাঠনকৰাৰ কাৰণটো জনালে আপোনাৰ ওচৰত চীৰঋণী হৈ থাকিম ৷

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      ​@@nirjurajgogoi319Gita vagobat khon tohotor modified kora. Tohoti johora , tohoti pabot joga mohapapi, tohoti dakhya rojar bongkhodhar tohotok dingi kati sagoli dingi logale tohotor ahongkar gusibo. Har har Mahadev.

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +1

      Tohotor karone krishna iswar hobo pare amar karone nohoi , amar karone Shiva iswar . Aru Shiva bishnu pora shristi nohoi janu thobi. Okol Gita bhagabat shresta nohoi , shivo puran 18 puran pohi sabi . Adhormi hot 🔥🔥 mohapapi tohoti

    • @jokaichukiaofficial3698
      @jokaichukiaofficial3698 Před měsícem +2

      ​@@pujapanservice3710তহঁত কৃষ্ণক ঈশ্বৰ বুলি নমনা কেইটাই অশ্লীল শব্দ ব্যৱহাৰৰ ওপৰত কিন্তু মাষ্টাৰ ডিগ্ৰী লৈ থৈছ ।

    • @pujapanservice3710
      @pujapanservice3710 Před měsícem +2

      ​@@jokaichukiaofficial3698Tohoti tare jugya. Nijor dharmat bilin thakibo lage , lukor dharmak kamuri thakile goru piton khabi ktyaba , keita axo tohoti hongkori , all india t dev devik mane , axomot keitaman ase ek horon Mona durasari

  • @paramananda5403
    @paramananda5403 Před měsícem +1

    কৃষ্ণ🙏🙏🙏

  • @ranugogoi9092
    @ranugogoi9092 Před měsícem

    কৃষ্ণ কৃষ্ণ

  • @saratgogoi5339
    @saratgogoi5339 Před měsícem +1

    কৃষ্ণ🙏🙏🙏🙏🙏