Komentáře •

  • @momigogoi1860
    @momigogoi1860 Před 2 lety +7

    খুব সুন্দৰ পৰিবেশন , ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্মই আমাৰ ঐতিয্যময় সংস্কৃতিৰ বিষয়ে জানিবলৈ সুবিধা হব ।

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনাইছোঁ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @sankurdas2093
    @sankurdas2093 Před 2 lety +2

    খুব সুন্দৰ প্ৰচেষ্টা আৰু উপস্থাপন

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ

  • @rupjyotitumung2551
    @rupjyotitumung2551 Před 2 lety +8

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।আশা কৰোঁ নতুন বছৰতো সকলোৰে সুখৰ হওঁক, নতুন বছৰতো সকলোৰে ভালে যাওঁক । প্ৰকৃতিৰ সেউজীয়া সাদৃশ্যৰে ভৰা গছে- বনে ন কুঁহি পাতে চৰাই- চিৰিকতিয়ে ঢোল, পেঁপা, গগনাৰ মাতে, ডেকা-গাভৰু, জীয়াৰী-বোৱাৰী সকলোৰে মন আপ্লুত হৈ পৰিছে ৰঙালী বিহুটিক আদৰিবলৈ।

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহ আশীৰ্বাদ ৰ বাবে ।।। আপোনালৈও ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ

  • @quineephukan9773
    @quineephukan9773 Před 2 lety +4

    বহুত ভাল লাগিল ভিদিঅটো চাই। আপুনি বহাগ বিহুৰ প্ৰতিটো ৰীতি-নীতি পৰম্পৰা ইয়াত সন্নিবিষ্ট কৰিছে।🙏

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ভিদেও টো উপভোগ কৰি ভাল পোৱা বাবে অশেষ ধন্যবাদ জনালোঁ

  • @manojpegu4065
    @manojpegu4065 Před 2 lety +3

    ইমান সুন্দৰকৈ অসমীয়া সংস্কৃতি ৰঙালী বিহুক উপস্থাপন কৰিছে , বহুত ভাল লাগিল চাই।

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @jyotibaruh2348
    @jyotibaruh2348 Před 5 měsíci +1

    Beutifulb

  • @NipaTai-qb2eg
    @NipaTai-qb2eg Před 3 měsíci +1

    Nice vedio😮

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před rokem +1

    দেখি লোভ লাগি গৈছে দেই আমলৰি টুপ😋😋😋😋

  • @souravnath2469
    @souravnath2469 Před 2 lety +3

    Town,t thaka pasot aebur aji kali dekhi a nupua holu. Horu thakute aita ghrle goiclu. Tetia aebur dekha. Aji kali nedekha a holu. Sai val lage gol mon to. 💕

    • @amargaon3296
      @amargaon3296 Před 2 lety

      আপোনালোকে উপভোগ কৰি ভাল পোৱা জানি অতি সুখী হৈছোঁ । বহুত বহুত ধন্যবাদ জনালোঁ।

  • @tutumonibhumij4118
    @tutumonibhumij4118 Před 2 lety +3

    Otikoi xundor baideu vl lagile apunalukor videoti sai agoloiku enekua xundor parivesh video r juge dekhai joak ..ag barhi joak & apunalukor gaon khonor naam2 jonabo

    • @amargaon3296
      @amargaon3296 Před 2 lety

      প্ৰতিটো ভিডিও ত আপোনাৰ মতামত আৰু সহযোগৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ ।

  • @rajxerox
    @rajxerox Před rokem +1

    Nostalgic hoi porilu video ti Sai..koboloi bhakha nai.aiyai aamar baputi hahun rongali bihu

  • @nirmalikashyap1455
    @nirmalikashyap1455 Před 2 lety +7

    ব্যস্ততাৰ বাবে চাব পৰা নাছিলো ভিডিও টো সেইবাবে আজি একদম আজৰি হৈ উপভোগ কৰি আছো আৰু গাঁওখনত যাব বহুত মন আছে .. বহুত বহুত ধন্যবাদ,
    সৰুৰে পৰা এতিয়ালৈকে মইয়ো তেনেকৈয়ে দৌৰি যাও দেউতা আহিলে বুলি । ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো আপোনাৰ পৰিয়ালটোলৈ। 💕

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      বহুত বহুত ধন্যবাদ জনালোঁ । আপোনালৈও শুভেচ্ছা যাছিলোঁ ।।

  • @christinadutta1657
    @christinadutta1657 Před 2 lety +2

    Happy bihu... Bihur hokolu niyom bur video joriot dekhi palu val lagil....

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      বহুত বহুত ধন্যবাদ ভিদেও টি উপভোগ কৰা বাবে , লগতে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

    • @christinadutta1657
      @christinadutta1657 Před 2 lety +1

      @@amargaon3296 Thank you

  • @krishnalirajkhowa8311
    @krishnalirajkhowa8311 Před rokem +1

    Video tu Sai hosakoi bhut basea val lagil ....bhut video saisu aaitur dry nhi....hodai bhut val lgil

  • @Priiiyamm
    @Priiiyamm Před 2 lety +8

    অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান বাপতি-সাহোন ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ এই শুভক্ষণত সকলোলৈকে হিয়াভৰা ওলগ আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালীৰ ৰঙেৰে টনকিয়াল হওঁক সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী। সুখ, শান্তি, সমৃদ্ধি, হাঁহি, আনন্দৰে উপচি ৰঙীন হৈ পৰক সকলোৰে মন প্ৰাণ, সকলোৰে জীৱন।🙏💞

    • @amargaon3296
      @amargaon3296 Před 2 lety

      সুন্দৰ কমেন্ট আপোনাৰ । বহুত বহুত ধন্যবাদ জনালোঁ ।

  • @pankajdas9670
    @pankajdas9670 Před 2 lety +5

    খুব ভাল লাগে প্ৰগ্ৰেম টি চাই,গাওঁৰ পৰিবেশ সঁচাকৈ মনোমোহা...বাপুটি সাহোন ৰঙালী বিহুৰ শুভকামনা থাকিল সকলোলৈ

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।।।।।

  • @dibyajyotidas8843
    @dibyajyotidas8843 Před 2 lety +4

    বহুত ভাল লাগিল চাই। সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। 🙏

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      বহুত বহুত ধন্যবাদ জনালো । আপোনালৈও বিহুৰ উলগ জনালোঁ

  • @jibeshbarman7920
    @jibeshbarman7920 Před rokem +1

    So sweet dada and vabi .

  • @user-zh7yp2qv5i
    @user-zh7yp2qv5i Před 3 měsíci

    সুন্দৰ বাইদেউ

  • @utpalbaishya4684
    @utpalbaishya4684 Před 2 lety +2

    Bohut val lage apunar vlog bur sai

  • @brajendas8315
    @brajendas8315 Před 2 lety +2

    Happy bohag bihu . Khub val lagil video to sai

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @pranjalborah5425
    @pranjalborah5425 Před 2 lety +5

    Video tu bhut VL lgil baidew,, nostalgic hoi golu,,ji Dre goru bihu ga dhurua,r pora dhori porua tup ru laupani khua loike,,Oh God,,hosai apunar video bur,,t hosa Ortho ase,,,love from Gohpur 🙏🙏🙏🙏

    • @amargaon3296
      @amargaon3296 Před 2 lety

      আপোনাৰ সুন্দৰ কমেন্টৰ বাবে ধন্যবাদ জনালোঁ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

    • @sinigdhahikhagogoi7731
      @sinigdhahikhagogoi7731 Před rokem

      @@amargaon3296 নমস্কাৰ🙏।আপোনালোকৰ পৰা videoটো সংগ্ৰহ কৰিবলৈ কেনে ধৰনৰ অনুমতি ল'ব লাগিব।জনালে নিশ্চয় ভাল পাম।

  • @deepjyotidas2397
    @deepjyotidas2397 Před rokem

    Unique culture unique tradition of AXOM, JOI AIE AXOM✊✊✊

  • @janmonidas6580
    @janmonidas6580 Před 2 lety +4

    Iman dhuniya poribekh.....mur apunalukor Chanel tu sale mon val lagi jai...bohut thanks 😊 enekuwa poribekh dekhuwar babe.....parile plz riplai dibo.. kun jega hoi?mane apunalukor eai poribekh kot hoi plz jonale val pam...🙏🙏🙏

    • @amargaon3296
      @amargaon3296 Před 2 lety

      বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয় ।।

  • @user-le4tl2dy2j
    @user-le4tl2dy2j Před 2 lety +16

    মই চাই থাকোঁ বহুত ভাল পাওঁ। মই হৈছোঁ গাঁওলিয়া ল'ৰা ? গাঁও পৰিবেশ পালে ভালেই পাওঁ ।গতিকে ধন্যবাদ 🙏ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ । বিহু খাবলৈ আহিব আমাৰ ফালে মৰিগাঁও পৰা ।

  • @manishachowdhury9846
    @manishachowdhury9846 Před 2 lety +3

    Hokoluloi bohag bihur hubhessa jasilu aaji video Sai bohut besi bhaal lagil ketiya j video hekh hoi thakil gomei napalu

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনালোঁ ইমান মৰম চেনেহ দিয়া বাবে ।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।

  • @karobiray7831
    @karobiray7831 Před 2 lety +2

    বহুত ভাল লাগিছে , ৰঙা লী বিহুৰ শুভেচ্ছা থাকিল ,

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @rrchannel8812
    @rrchannel8812 Před 2 lety +2

    সুন্দৰ বৰ ভাল লাগিল ।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      অশেষ ধন্যবাদ আপোনালৈ

  • @silpikagogoi9040
    @silpikagogoi9040 Před 2 lety +3

    Rongali bihu huvaish jonalu 🙏

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ । আপোনালৈও বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।।

  • @leeon4411
    @leeon4411 Před 2 lety +3

    Awaaa 🤗🤗🤗so interesting and best recipe as always ❤️❤️❤️❤️

  • @kabitaborah5007
    @kabitaborah5007 Před rokem

    Mojaaaa

  • @520.thamba
    @520.thamba Před 2 lety +3

    Bahut5 ❤️❤️❤️ dhanyawad jasilu apunalukr ei khundor channel tu loi .First day r porai moi saisu.Bahut khukhi 🙂🙂🙏🙏🙏

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      হয়, প্ৰথমৰ পৰাই আপুনি মৰম চেনেহ দি আহিছে । বহুত বহুত ধন্যবাদ জনালোঁ ।

    • @520.thamba
      @520.thamba Před 2 lety

      @@amargaon3296 Thank you ...go ahead 👍🙏

  • @rimuboro5104
    @rimuboro5104 Před 2 lety +3

    Khundor Video...Apunalukor Video Dekhiei Val Lagi Gol...Dhuniya...

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @DiSaTLC
    @DiSaTLC Před 2 lety +2

    অতি সুন্দৰভাৱে দেখুৱাইছে.. ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ..

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালৈও বিহুৰ শুভেচ্ছা যাছিলোঁ।।

  • @janmoniboruahboruah7062
    @janmoniboruahboruah7062 Před 2 lety +2

    Eman dhuniyake dekhai se bohut val lagil ghorloi monot pori gol goi vedio tu sai haapy bihu

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ । love from Amar Gaon..

  • @anupamgogoiagogoi8793

    বৰ ধুনীয়া লাগিলে ভিডিয়তু চাই

  • @westongogoi5673
    @westongogoi5673 Před 2 lety +3

    বিহুৰ শুভেচ্ছা থাকিল বাইদেউ, আপোনাৰ ঘৰ

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ । আপোনালৈও আগন্তুক বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ । আমাৰ গাঁও চৰাইদেও জিলাত

  • @JEET25055
    @JEET25055 Před 2 lety +2

    Nice video, Jai Aai Axom, Happy Rangali Bihu

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @ratanphukan6329
    @ratanphukan6329 Před 2 lety +3

    Apunar Rongali bihur vlogti sai bor bhal lagil .Amar falor pora apunalukoloi bohag bihur antorik huvhokamona thakil. dhonyobad.

    • @amargaon3296
      @amargaon3296 Před 2 lety

      প্ৰথমৰ পৰাই আমাৰ ভিদেও বিলাক আন্তৰিকতাৰে উপভোগ কৰি আহিছে আপুনি । আপোনাক ৰাঙলী বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ ।।

  • @madhujya007
    @madhujya007 Před 2 lety +4

    হেঁপাহৰ ৰংবোৰৰ বুকুৰ মাজত লৈ আকৌ এবাৰ বিহুতি আহিল আমাৰ মাজলৈ।ৰঙালীৰ ৰং বোৰ যেন এনেদৰেই সকলোৰে বুকুৰ মাজত জীপাল হৈ ৰওক তাকে কামনা কৰিলোঁ।👍👍🙏
    দেহ মন সাত পৰি যোৱা যেন লাগে আপোনালোকৰ ভিডিওবোৰ চাই🤘

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      বহুত বহুত ধন্যবাদ জনালো ।।।

  • @horujaankakati6411
    @horujaankakati6411 Před 2 lety +2

    Bohut bohut maram jasisu happy bohag bihu

    • @amargaon3296
      @amargaon3296 Před 2 lety

      অশেষ ধন্যবাদ জনালোঁ ।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

  • @nabanitachangbun5426
    @nabanitachangbun5426 Před 2 lety +2

    bht val lgile,,, Love frm Charaideo ❤️

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      Thank u so much for your love and support

  • @surajhazarika
    @surajhazarika Před 2 lety +2

    Happy """ৰঙালী""" Bihu ...

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ , আপোনালৈও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @darsanasaharia3577
    @darsanasaharia3577 Před rokem

    Apunar vdo Sai bahut val lagise aru love from mangaldai ❤️❤️❤️ aru apuni kar para vdo Kara kaba

  • @mitalihandique684
    @mitalihandique684 Před 2 lety +2

    সুন্দৰ... ভাল লাগিল... বিহুৰ শুভেচ্ছা জনালো

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @seemapaul5220
    @seemapaul5220 Před 2 lety +2

    Wowwwww...mesmerizing culture. feeing proud to see your videos

    • @amargaon3296
      @amargaon3296 Před 2 lety

      Lots of thanks such a beautiful comment .

  • @prityneog5989
    @prityneog5989 Před 2 lety +3

    অসমীয়া জাতিৰ স্বাভিমান বাপোতিসাহোন ৰঙালী বিহুৰ নিয়ম নিতি বোৰ আমাৰ চহৰীয়া বহু ল’ৰা -ছোৱালীয়ে নাজানে __আপোনাৰ ভিডিঅ জৰিয়তে বহু নজনা কথা শিকিবলৈ পাই ভাল লাগিল ৷ আগুৱাই যাওঁক আৰু 🙏 শুভকামনা থাকিল ৷

    • @amargaon3296
      @amargaon3296 Před 2 lety

      আপোনাৰ মৰম চেনেহ আৰু আশীৰ্বাদ ৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @aradhyahazarika953
    @aradhyahazarika953 Před 2 lety +2

    বহুত ভাল লাগিল ভিডিঅ'টো চাই। বিহুৰ ওলগ জনালোঁ।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @junmonipawe7113
    @junmonipawe7113 Před 2 lety +3

    Bihu huvheissa jonalu dei baideo bohut val lagil sai ane lagise moi gaon asu hundro niyam

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @ramendeuri9937
    @ramendeuri9937 Před 2 lety +2

    অতি মনোৰম, অতিকে বিতোপন ভিডিও। 👌👌👌

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ ।।।
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।।

  • @hiranyabhuyan8238
    @hiranyabhuyan8238 Před 2 lety +2

    Oti Xundor 🎉🎉🎉& Happy Rongali Bihu .

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

    • @hiranyabhuyan8238
      @hiranyabhuyan8238 Před 2 lety +1

      Dhanyabad

    • @hiranyabhuyan8238
      @hiranyabhuyan8238 Před 2 lety +1

      Assamor Kun khon district pora vdo bonaise apuni .

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      @@hiranyabhuyan8238 চৰাইদেও জিলাৰ পৰা ।।

  • @jdas5149
    @jdas5149 Před 2 lety +2

    ভিডিঅ'তো চাই বৰ ভাল লাগিল। আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ .....
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ. .....

  • @pradipthegreat6542
    @pradipthegreat6542 Před 2 lety +3

    পশ্চিমবঙ্গ থেকে ভালোবাসা রইলো অনেক 💕

  • @pranjitgogoi3889
    @pranjitgogoi3889 Před 2 lety +2

    Happy rongali bihu minali

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @user-ng5vq6fs4h
    @user-ng5vq6fs4h Před 2 lety +2

    বহুত ভাল লাগিল।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @priyampriyaburagohain7363

    ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ😊✨🙏🏻

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @gupalsonowal6452
    @gupalsonowal6452 Před 2 lety +3

    Bihur bhut bohut huvesha ba,. Timer avabar babe vidio sua olp dere hl ba... Love from borholla titabor..

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @mridulhb3446
    @mridulhb3446 Před 2 lety +3

    HAPPY RONGALI BIHU☺☺ LOVE FROM GOLAGHAT🤟 🥰🥰🥰🥰

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @dadulborah8413
    @dadulborah8413 Před 2 lety +2

    বাইদেউ আপোনাৰ ঘৰ শিৱসাগৰৰ ফালে হয় যেন লাগিছে ।

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      হয় ঠিকেই কৈছে । চৰাইদেও জিলাৰ এখন ভিতৰুৱা গাঁও হয় আমাৰ ।

  • @joshna7524
    @joshna7524 Před 2 lety +5

    বিহু আমাৰ মান, অভিমান, স্বাভিমান সকলো।।আপোনালোকলৈও বিহুৰ শুভেচ্ছা যাছিলোঁ।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      আপোনালৈও শুভেচ্ছা থাকিল ।।

  • @Abinashsaikia2303
    @Abinashsaikia2303 Před 2 lety +3

    ৰঙালী বিহু বহুত শুভকামনা জনালোঁ,,,

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

    • @Abinashsaikia2303
      @Abinashsaikia2303 Před 2 lety +2

      @@amargaon3296 ধন্যবাদ,আগলৈ আৰু আগবাঢ়ি যোৱা,, ভগৱানে সহায় কৰক

  • @momigogoi8585
    @momigogoi8585 Před 2 lety +3

    Bihut ghoroloi jbo nuarilu montu beya lagi ase, gaon loi monot porise..Apunalukor video sai monbur val lagi gol.. Bihur huvessa jasilu🥰

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      অশেষ ধন্যবাদ জনালোঁ ।।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।।

    • @momigogoi8585
      @momigogoi8585 Před 2 lety +1

      @@amargaon3296Dhonyabad🙏

  • @puspadas5571
    @puspadas5571 Před 2 lety +3

    Oti xundor ❤️

  • @medinitalukdar4873
    @medinitalukdar4873 Před 2 lety +2

    Ba...ki dhunia lagise ki mojja

  • @priyanuj972
    @priyanuj972 Před 2 lety +12

    Beautiful !
    Every citizen of the country who interests themselves on learning the cultural rituals of Assam , and never had the opportunity to come across it by any means, they would get a complete first hand experience about the same ,especially "The Bihu" from this very video.
    "Amar Gaon" team k okhekh khubokamno, aru bihu'r xubhessa.

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      Thanks for your precious complement, we are very greatful for your support.
      We are very much thankful to get a viewers like you and we always try our best to present our culture. Your support and encouragement help us to improve.

  • @shisanka4549
    @shisanka4549 Před 2 lety +2

    I miss you my lovely vll bout mnt pire gauwoloi vedio ti salei ...kinu kom Foji life....

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @dipjyotiburagohain5273
    @dipjyotiburagohain5273 Před 2 lety +2

    Happy bohag bihu to entire team.

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @samarbaruah2874
    @samarbaruah2874 Před 2 lety +1

    bohut val lagil,. aajihe paisu aru Saisu. Subscribers hoie golu apunar

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ আপোনাৰ সহযোগৰ বাবে

  • @patirao01020
    @patirao01020 Před 2 lety +14

    এইবাৰ বিহুত ঘৰলৈ যাব নোৱাৰিলো । বেয়া লাগিছে । কিনো কৰিম মিলিটাৰি ৰ জীৱন । যিনহঁক আমাৰ গাওঁ পৰিয়ালৈ মোৰ ফালৰ পৰা বাপতি সাহোন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো । মৰমেৰে এয়াৰ ফৰ্চ , নতুন দিল্লী ।

    • @amargaon3296
      @amargaon3296 Před 2 lety +2

      হয় , আপোনালোকৰ কৰ্তব্যৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে , আমাৰ সকলোৱে আপোনালোকক নিশ্চয় miss কৰিছোঁ । আপোনালৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।

    • @papulgogoi7528
      @papulgogoi7528 Před 2 lety

      @@amargaon3296 Apunar gaukhonr nam2 jonabosun bhut vll lage

    • @ujjaldutta1443
      @ujjaldutta1443 Před 3 měsíci

      Moi aibr chuti palu dai 10bosor pasot prothom br bohag bihut chuti... Happy bohag bihu

  • @bornalitalukdar4255
    @bornalitalukdar4255 Před 2 lety +2

    ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @amargaon3296
      @amargaon3296 Před 2 lety

      Thank u so much for your love and support

  • @hiyashreenath1923
    @hiyashreenath1923 Před 2 lety +2

    Vindew k dekhi vl lgi gol... Happy Family 😍😍

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । তোমালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @karabidas3466
    @karabidas3466 Před 2 měsíci

  • @rintusaikia810
    @rintusaikia810 Před rokem +1

    সুন্দৰ উপস্থাপন বৌ

  • @eskay4810
    @eskay4810 Před 2 lety +2

    Very Nice..............

  • @nefun3171
    @nefun3171 Před 2 lety +2

    Very nice..

  • @dimpalkalita2260
    @dimpalkalita2260 Před 2 lety +3

    বহাগ বিহুৰ💕 শুভেচ্ছা জনালো💕

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

    • @dimpalkalita2260
      @dimpalkalita2260 Před 2 lety +1

      @@amargaon3296 😌😌

  • @usharanibora6664
    @usharanibora6664 Před 2 lety +2

    সুন্দৰ হৈছে।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ

  • @sanjayboruah7914
    @sanjayboruah7914 Před rokem +1

    Amazing rechearce & planning to shoot this masterpiece video of 'The Bohag Bihu' is really incredible. Thanks again.

    • @amargaon3296
      @amargaon3296 Před rokem

      Heartily thanks ....💛💛💛💛💛

  • @arpanborah974
    @arpanborah974 Před rokem +1

    Jibanat ketiyeawu pahoribo nuwara duxar anuvhuti bukut haschi rakhim bohut akxar mur Ghar vhagi gol bohut bohut huvescha thakil aapuna lukale

  • @pompibarman6127
    @pompibarman6127 Před 2 lety +2

    nice ba.....

  • @rikumonicreations1987
    @rikumonicreations1987 Před 2 lety +2

    ৰঙালী বিহুৰ অলেখ শুভকামনা থাকিল আপোনালোকলৈ 🤗🤗

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @sikhamonidevi3021
    @sikhamonidevi3021 Před 2 lety +2

    সচাকৈ আপোনাৰ ভিডিঅবোৰ চাই বহুত বেছি ভাল লাগে।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      অশেষ ধন্যবাদ জনালোঁ ।।।
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।।

  • @dibyajyotiborahvlogs
    @dibyajyotiborahvlogs Před 2 lety +5

    এই চেনেলটো মোৰ বৰ ভাল লাগে। কোনো কৃত্ৰিমতাৰ স্থান নাই ইয়াত।

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @chandanphukon3869
    @chandanphukon3869 Před 2 lety +2

    Just awesome 😍😍😍😍😍😍

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ ।।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।

  • @bishkhamoni5712
    @bishkhamoni5712 Před 2 lety +2

    ভাল লাগিল চাই । বহুতো নজনা কথা শিকিবলে পালো।।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ জনালোঁ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @user-mg4tn4es6n
    @user-mg4tn4es6n Před rokem

    ❤❤❤

  • @archanakalita830
    @archanakalita830 Před 2 lety +1

    Bahut val lagise sai

  • @barshaboro9296
    @barshaboro9296 Před 2 lety +2

    Val hoise video tu.

    • @amargaon3296
      @amargaon3296 Před 2 lety

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @jahnobibora7221
    @jahnobibora7221 Před rokem

    ♥️♥️♥️♥️♥️♥️

  • @jonalipathak192
    @jonalipathak192 Před 2 lety +2

    বিৰাটেই ভাল লাগিল চাই ❤❤

    • @amargaon3296
      @amargaon3296 Před 2 lety

      বহুত বহুত ধন্যবাদ জনালোঁ

  • @user-me3dw8ui9w
    @user-me3dw8ui9w Před 2 lety +2

    Heaven 😍😍

  • @girendrabhuyan8026
    @girendrabhuyan8026 Před 2 lety +2

    Khub val lagil

  • @bhubankhanikor4763
    @bhubankhanikor4763 Před 2 lety +1

    বহাগ বিহুৰ এই নিয়ম বিলাক লাহে লাহে হেৰাই যাব ধৰিছে।আপোনালোকে ইমান সুন্দৰ কৈ নিয়ম বিলাক ধৰি ৰাখিছে।দেখিবলৈ পাই বহুত ভাল লাগিল। আমলৈ টোপ পাতত দি খোৱা নাই।জানি ভাল লাগিল। বিহুৰ শুভেচ্ছা সকলোকে জনালো।

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ভিডিও টোৰ গভীৰতা উপভোগ কৰা বাবে সুখী হৈছোঁ লগতে ধন্যবাদ যাছিলোঁ ।

    • @bhubankhanikor4763
      @bhubankhanikor4763 Před 2 lety

      @@amargaon3296 আপোনালোকৰ পৰিয়াললৈ ও বহুত বহুত ধন্যবাদ।

  • @gitashreebora3441
    @gitashreebora3441 Před 2 lety +1

    Bohut val lagil

    • @amargaon3296
      @amargaon3296 Před 2 lety

      বহুত বহুত ধন্যবাদ আপোনালৈ

  • @sonughatuar9144
    @sonughatuar9144 Před 2 lety +2

    Beautiful bass👌👌👌

  • @rjclassic9153
    @rjclassic9153 Před rokem

    Asomiya buli gourab koru dei baaido mon sui gol. Aji 11 Octobert o mr video to sai bihu bihu lagil.

  • @preronaagogoi6247
    @preronaagogoi6247 Před 2 lety +3

    Very nice presentation.. this channel will definitely grow 🥰 best wishes to the team.. loved it 🥰🥰🥰

    • @amargaon3296
      @amargaon3296 Před 2 lety +1

      Thank u so much for your appreciation.
      Happy Rangali Bihu ..

  • @prasantahazarika6634
    @prasantahazarika6634 Před rokem

    Mon 2 kiba ata val lage gol.

  • @mridusmitabaruah5919
    @mridusmitabaruah5919 Před 2 lety +2

    Val laga video sai bohut,kentu Katha belalak apunalukor artificial laga,ata kathau hoi baru apunaluka drama kora nai,jode olop aru natural hol hola aru Val lagela hoi.janakoi oi goisu ro ,jur de nokoi ,natural.kentu mojja video dai...

    • @amargaon3296
      @amargaon3296 Před 2 lety

      ধন্যবাদ ,আগলৈ আপোনাৰ পৰামৰ্শ ৰ ওপৰত আমি চিন্তা কৰিম । আমাৰ ভিদেও ত থকা প্ৰতিজন ব্যক্তি এই বিষয়ত নতুন সেই বাবে কথা কোৱাত বহুত ভুল হয়, যাৰ বাবে আমাৰ ভিদেও ত কথা বতৰা কমকৈ পতা দেখুৱা হয়।

  • @debojitahomrk6645
    @debojitahomrk6645 Před rokem +1

    আকৌ বিহু বিহু লাগিছে গাঁত