ঘৰতে আৰম্ভ কৰিলে মচলাজতীয় সামগ্ৰীৰ পেকেজিং কোম্পানী | এমাহতে বিক্ৰীলে এক লাখ টকাৰ সামগ্ৰী
Vložit
- čas přidán 15. 07. 2021
- ঘৰতে আৰম্ভ কৰিলে মচলাজতীয় সামগ্ৰীৰ পেকেজিং কোম্পানী | এমাহতে বিক্ৰীলে এক লাখ টকাৰ সামগ্ৰী
বাংগালোৰৰ পৰা ঘূৰি আহি প্ৰণৱজ্যোতিয়ে আৰম্ভ কৰিছে ব্যৱসায়
শেহতীয়াকৈ প্ৰণৱজ্যোতিয়ে লকডাউনতৰ আগে আগে শোণিতপুৰ জিলাৰ ইটাখোলাস্হিত নিজৰ ঘৰলৈ ঘূৰি আহি আৰম্ভ কৰিছে এক লঘু উদ্যোগ ৷ এটা অসম আৰ্হি ঘৰত দিনে নিশাই তেওঁ ব্যস্ত হৈ পৰিছে বিভিন্নধৰণৰ মচলা , লাইটৰ বাল্ব আদি প্ৰস্তত কৰাৰ কামত ৷ এনেদৰেই তেওঁ গঢ় দিছে এটি ক্ষুদ্ৰ কোম্পানীৰ ৷ নাম পি জে বি এন্টাৰপ্ৰাইছ ৷
কেৱল মচলাই নহয় , পি জে বি এন্টাৰ প্ৰাইছত পেকেজিং কৰি বজাৰত বিক্ৰী কৰা হৈছে লং ,ইলাচী ,ডালচেনী , জালুক , হালধি গুড়া , জলকীয়া গুড়া , কাজু-খিচমিচ , নাৰিকল , বাডাম আৰু বিভিন্নধৰণৰ ড্ৰাই ফ্ৰুইটছৰ লগতে বাচন ধোৱা প্লাছটিকৰ জিম ৷
যোৱা এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰা এই লঘূ উদ্যোগত জৰিত হৈ পৰিছে ১০ জনকৈ স্হানীয় যুৱকযুৱতী ৷ প্ৰণৱজ্যোতিৰ পি জে বি এন্টাৰ প্ৰাইছত প্ৰস্তুত কৰা সামগ্ৰী সমুহ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বজাৰ সমুহত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷
www.uparjan.in
আমাৰ অসমৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ আগবাঢ়িব লাগে এনেকৈ , ভাল পদক্ষেপ লৈচে ,আৰু মেছিন টোৰ মূল্য কিমান জনাব যদি অসুবিধা নহয়
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
খুব ভাল প্ৰয়াস । তোমাৰ জাতীয় প্ৰেম আৰু কৰ্ম ক চেলুট । এনে আদৰ্শ ৰে আগ বাঢ়ি গলে " অসম আকৌ উন্নতি ৰ পথত জয় আই অসম বোল" বুলি কবলৈবেছি দিন নালাগিব
এনেকুৱা channel কেইটামান লাগে। ভাল খুব ভাল কাম কৰিছে।
thank you
ওস্তাদ ল'ৰা। ভাল কথা জানে। ভাল লাগিল। ধন্যবাদ।
বহুত ভাল পদক্ষেপ দাদা পেকেজি্ৰৰ বাবে মানুহৰ প্ৰয়োজন হলে জনাব
খুব সুন্দৰ আদৰণীয় পদক্ষেপ
বহুত ভাল লাগে আপোনাৰ লোকৰ চেনেলটোৰ। বহুত কথা জানিব পৰা যায় আৰু বুজিব পৰা যায় । ইচ্ছুক নিবনুৱা সকল আগুৱাই যোৱাত সহায় হ'ব যদিহে ইয়াৰ স্বতাধিকাৰী সৈতে পোনপটীয়া ভাৱে যোগাযোগৰ সুবিধা কৰি দিয়ে।
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
thank you
Good step. God bless you👍👍
Great Inspiration
Salute to you.
Great job.
ভাল লাগিল , অসমত অসমীয়াই উদ্যোগ গঢ়ি তুলিছে
All the best.carry on.great job.
Great job
Hoday aguway juwa god bless you dada
বৰা দা সুন্দৰ লাগিল ,
Good idea n congress you.
Val lagil apunar kotha bur huni
Video cai buht knowledge palu
Bohut bhal lagise.ane information a amar stater kisu unnati koribo paribo.👍👍👍
God bless you
Good work bro
Bohut Hundor bhal lagil sai
সুন্দৰ
বহুত ভাল
Good. Job.
Good job 👍👍👍👍
Good job
Good sir
Good step
Val lagil apunar ene podokkhep
Good news
Aru aguai jauk apuni
ভাল লাগিল
Lovely
Khub bhaal korise.. ei video dekhi jaate aaru keijon maan ei sesta kore.
Val lagese
Nice
Bahut uttkhah palu apunar para.
Please try to make ginger garlic paste
👍
✌✌
Jyoti gogoi manuh lagile jnab dada
Good job there... Wish you all the best bro... 👍👍
Good . চৰকাৰে যদি এনে কিছুমান কামৰ কথা ভাবিলে হেঁতেন।
এইটো ব্যৱসায় মই ও আৰম্ভ কৰিছো,
Sound নাই ।
BHT val lagil......
thank you
Dada apuni jibur packing r karane blister card bur aanise. Kor para aanise.
Kaju tu aapuni Zharkhand r para kom rate tt paba... Kashmir t Almond to he kom t paba
Sir ai babhai jonor gor kot olp koi dibo na dada plz
dada mesin tu dam kiman jonab soon
Dada kot ase
মেছিনটো কি নাম আৰু মূল্য জনাবচোন।
plastic r pecket bilak kot pai mosola pack kora
Nagaon pothabo
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
দাদা মেচিন টোৰ দাম কিমান
Machinor damtu kiman jonabo dada moi koribor Mon ase
কি মছলাজতিয়।
Asomia deka lorak aguai lai jawak
Hi moio anekuwa kam kribo bisaru
Bojar dokhol koribo paisene ?
kot kiniboloy pay.
Any contact source....plz submit...
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
Sir moi guwahatir pora koisu apunar pora holsel hisape kenekoi anibo paru
Ami holsel bijnis koribo bisaru apunar companir pora
Please riply kora aru apunar nambar tu send kora please
Machin muk u lagi sila janibo parim ne kor pa loi sa.
U are property of Assam
আপোনাৰ চেনেলটোৰ কামক প্ৰসংশা কৰিছোঁ 🙏
thank you
Apuna number to pan ni. moi ajon Dhukhani
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
Apuna loka sample
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
Aapunar switch a Kam nakarole bhabisate vedeo dile janiloi dibo .
ফোন নম্বৰটো দিব নেকি অনুগ্ৰহ কৰি
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
দাদা মানুহজনৰ ফোন নম্বরতো দিয়ক আপোনাৰ
Contact no dia
(WhatsApp: 9449701041)
Or Visit
facebook.com/nemartproducts/
Val lagise kamtu.
Abar apunarlogot kotha patibo parim naki.
নিশ্চয়
Contract no to dibo.
help korok moio korim
Nice