কিয় অভিনয় এৰিলে?অভিনেতাৰ পৰা পশুপালকলৈ এক যাত্ৰা,Spondan gogoi, Motivational video, positive story

Sdílet
Vložit
  • čas přidán 2. 12. 2020
  • Travel Zindagi : / @travelzindagi4464
  • Zábava

Komentáře • 796

  • @pujaborah8652
    @pujaborah8652 Před 3 lety +335

    এজন অভিনেতা হিচাপে এনে কাম হাতত লোৱাটো অতিকৈ প্ৰশংসনীয় । যুৱ প্ৰজন্মৰ বাবে আদৰ্শ তেওঁ।

  • @menpower7759
    @menpower7759 Před 3 lety +37

    অসমৰ মানুহ হৈ গৌৰৱ অনুভৱ কৰিছো এইবিলাক আচলতে সচাঁ অসমীয়া অভিনেতা

  • @anzansaikia6522
    @anzansaikia6522 Před 3 lety +22

    স্পন্দন গগৈ ক অভিনেতা হিচাপে ৰেটিং কিমান দিম নাজানো কিন্তু যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা যোগাব পৰা এজন ব্যক্তি হিচাপে আজি ১০/১০ দিম। খুব সুন্দৰ পদক্ষেপ । আগুৱাই যোৱা অসমীয়া ✊✊🙏

  • @ritamoniborah8744
    @ritamoniborah8744 Před 3 lety +8

    প্ৰতিভা বা দিগ্ৰীক লৈ গৌৰৱাম্বিত নহৈ অসমীয়া নৱপ্ৰজন্মৰ বাবে আদৰ্শনীয় কাম কৰাৰ বাবে বহুত ধন্যবাদ । পৰাধীনতাৰ মনি - মুকুতাতকৈ স্বাধীনতাৰ ধূলি বালিয়েই শ্ৰেয় ।তুমি অনুপ্ৰেৰণাৰ উৎস ।

  • @priyankahazarika8967
    @priyankahazarika8967 Před 3 lety +89

    এসময়ৰ প্ৰিয় অভিনেতাজনৰ কৰ্মস্পৃহা দেখি আপ্লুত হ'লো। আশা কৰোঁ তেওঁ বহুতৰ বাবে আদৰ্শ হওঁক। সদায়ে শুভ কামনা তেনে লোকলৈ ।

  • @priyankagogoi5648
    @priyankagogoi5648 Před 3 lety +24

    ভাল লাগিছে স্পন্দন দাৰ কামৰ হাবিয়াস দেখি | তেওঁক দেখি নবপ্ৰজন্ম কৃষিকৰ্ম আৰু পশুপালনৰ প্ৰতি আগ্ৰহী হব

  • @monusmritysaikia1057
    @monusmritysaikia1057 Před 3 lety +23

    নিলোৎপল দা, পাৰিলে এনেকুৱা ধৰণৰ ভিডিঅ' বোৰ বেছিকে দেখাব চেষ্টা কৰিব🙏🙏🙏
    বহুত কথায়ে শিকিব পাৰি😊😊😊

  • @pubalichetia9770
    @pubalichetia9770 Před 3 lety +13

    স্পন্দন তোমাৰ কৰ্ম স্পৃহা দেখি আপ্লুত হলো তুমি আৰু আগুৱাই যোৱা শুভেচ্ছা থাকিল

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 Před 3 lety +57

    সকলোৱে অনুকৰণীয় সুন্দৰ কাৰ্য্য...👍

  • @parikhitkalita1309
    @parikhitkalita1309 Před 3 lety +84

    Dislike কৰা কেইটাই কি বেয়া পালি অ', নে তহতৰ ইয়াতকৈ ভাল কিবা আছে ? আছে যদি দেখা আমিও চাওঁ।

  • @bhaskarjyoti4199
    @bhaskarjyoti4199 Před 3 lety +7

    স্পন্দন দাক বহুত বছৰৰ মোৰত দেখা পালোঁ ভাল লাগিল, আত্মনিৰ্ভলতাৰ এক অনন্য উদাহৰন🔥
    Love from Sivasagar❤️🙏

  • @dipashreeborah5364
    @dipashreeborah5364 Před 3 lety +116

    আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ নিদৰ্শন 🙌💓

  • @juntimoni5340
    @juntimoni5340 Před 3 lety +14

    এজন অভিনেতা হিচাপে এনে এটা কাম কৰাটো সচাঁকৈয়ে আদৰণীয়.. বৰ্তমানৰ যুব প্ৰজন্মৰ বাবে ই এক অনুপ্ৰেৰনা..

  • @kalpanakalita2749
    @kalpanakalita2749 Před 3 lety +9

    খুব সুন্দৰ অনুপ্ৰেৰণা মূলক পদক্ষেপ। নিবনুৱা সকলৰ বাবে অতি সুন্দৰ নিদৰ্শন।
    ভাল লাগিল চাই। লগতে গাভৰুদলং ৰ ভিডিঅ'টো খুবেই ভাল লাগিল।
    স্পন্দন গগৈ লৈ আন্তৰিক অভিনন্দন থাকিল।

  • @neelkantha8146
    @neelkantha8146 Před 3 lety +6

    স্পন্দন দাক দুৰ্গা পূজাত দেখিছিলো......আজি দেখি পাই ভাল লাগিল....স্পন্দন দা আপোনি আগুৱাই যাওক....❤❤❤👌👍👍👍

  • @Phukonsir123
    @Phukonsir123 Před 3 lety +9

    অতি সুন্দৰ নিদৰ্শন, অভিনেতা আৰু you tuber দুয়োজনকে শুভকামনা জনাইছোঁ , ভাল হ ওক.....

  • @borgohainassam3914
    @borgohainassam3914 Před 3 lety +18

    ভাল লাগিল৷লোকেল মানুহ৷ডাইৰেক্ট কথা৷এইবোৰ অভিনেত্ৰীৰ লগত নাচি চেলিব্ৰিটি হৈ লাভ নাই৷ঘৰ মাটি বিক্ৰী হৈ যাব

  • @rashmirekhadutta8964
    @rashmirekhadutta8964 Před 3 lety +1

    বৰ ভাল লাগিল দেখি। ভবিষ্যতৰ কথা চিন্তা কৰি কৰা পদক্ষেপ সচা অতি সুন্দৰ আৰু আদৰ্শনীয় তথা প্ৰশংসনীয়। যি সময়ত বিদেশী বাংলাদেশী সকলে অসমৰ সাৰুৱা মাটিৰ লোভত অসমলৈ প্ৰবজন হৈ মাটি দখল কৰি খেতি কৰি লাভাম্বিত হৈছে। সেই সময়ত যুব প্ৰজন্মৰ আদৰ্শ হৈ খেতিত মনোনিবেশ কৰিছে। আৰু আগুৱাই যাওক।

    • @BukuandHiya
      @BukuandHiya Před 3 lety

      Khai bhal pai jodi amar channel tuyo sabosun.❤️🍗 Bhal ple like comment aru subscribe kori dibo. #Bukuandhiya

  • @mridulaboruah7164
    @mridulaboruah7164 Před 3 lety +25

    Khub val lagil dekhi, eman hundor koi rakhise hosai bohut besi val lagil ... Sapondar acting sai khub val lage

  • @hemantahazarika9715
    @hemantahazarika9715 Před 2 lety +1

    স্পন্দন দা, মোৰ আগতেওঁ প্ৰিয় আছিল, এতিয়াওঁ প্ৰিয়, আৰু ভৱিষ্যতলৈওঁ প্ৰিয় হৈয়েই থাকিব

  • @birajhukai2415
    @birajhukai2415 Před 3 lety +3

    সঁচাকৈ বেয়া লাগে ইমান ধুনীয়া অভিনয় কৰা মানুহ এজন যেতিয়া অভিনয় জগতৰ পৰা দূৰৈত হৈ যায়। 😔😔😔

    • @BukuandHiya
      @BukuandHiya Před 3 lety

      Khai bhal pai jodi amar channel tuyo sabosun.❤️🍗 Bhal ple like comment aru subscribe kori dibo.
      #Bukuandhiya

  • @Thaneswarbaro2
    @Thaneswarbaro2 Před 3 lety +1

    আজিৰ যুগত কৰ্মবিমূখ মানসিকতা নোহোৱা কৰি নিজেই নিজৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে এক উৎকৃষ্ট নিদৰ্শন! ভাল লাগিল।

  • @padmakonwar2045
    @padmakonwar2045 Před 3 lety +4

    স্পন্দনৰ তাহানিৰ জানমণি, আনৰ জানমণি হ'লগৈ। এতিয়া লিলী, ছাগলী কুইন গাহৰীকে লাহৰী বুলি সম্বোধন কৰিছে। । স্পন্দনৰ কৰ্ম ৰাজি অতি সুন্দৰ নিদৰ্শন। তেখেতে মোৰ অনুভৱে নতুন প্ৰজন্মক চাকৰী বিছাৰি অবশেষত
    ""নিবনুৱাৰ ডিগ্ৰী ""লোৱাতকৈ স্বাধীন ছেটিয়া ব্যৱসায় কৰি যিবনৰ বাট সুচল কৰি তুলিবলৈ আদৰ্শ ডাঙি ধৰিছে।

  • @kitt9435
    @kitt9435 Před 3 lety +1

    Eman ata hundor video. Youth buror karone ata bhal inspiration kintu kiyo dislike aahil buji nepalu.

  • @pranabdas7121
    @pranabdas7121 Před 3 lety +16

    সূৰ্যৰ হেঙুলী আভা পাৱলৈ হলে হাবি কাটি জংগল আতৰাৱ লাগিৱ....ভাল পাইছো আগুৱাই যোৱা

  • @chanadra
    @chanadra Před 3 lety

    ধন্যবাদ সপদন । তোমাৰ সেউজ বিপ্লৱ দেখি মোৰ মন দিহিং ৰ পাৰলৈ উৰা মাৰি ছে। তুমি সঠিক কৰ্ম ই কৰিছা। অভিনন্দন ও শুভেচ্ছা জনালো।

  • @probhatsarmah8979
    @probhatsarmah8979 Před 3 lety +1

    Thank you Spondan Gogoi kokoaidau. Katiyaba gole apunar firm khon sabo parim ne. Thank you Nilotpal for encourage us.

  • @ujjalboruah2666
    @ujjalboruah2666 Před 3 lety +5

    দাদা অনুৰোধ এটা কৰিলো পাৰিলে ভাওনাৰ জগতৰ ভাল ভাল অভিনেতা সকলৰো সাক্ষাৎকাৰ ল’বচোন ৷

  • @PampiKitchenVlogs
    @PampiKitchenVlogs Před 3 lety

    Khub val lagil video tu nilotpal
    Positive video....salute jonalu apunr kothakhinik

  • @mrinmoykalita3811
    @mrinmoykalita3811 Před 3 lety +1

    স্পণ্ডন দাৰ প্ৰতিটো কথাই ভাল লাগে....
    যুৱ প্ৰজন্মৰ বাবে তেওঁ আদৰ্শ..

  • @realhero5657
    @realhero5657 Před 3 lety +1

    খুব সুন্দৰ আৰু উৎসাহিত video . Many many thanks.

  • @chandanchalihaofficial5005

    গৈছিলো এবাৰ বহুত ধুনীয়া ককাইদেউ

  • @assamboy4324
    @assamboy4324 Před 3 lety +1

    নতুন প্ৰজন্মই কিন্তু আপোনাৰ পৰা বহুত শিকিব পৰিছে ।👍👌🙏🙏👌👍

  • @pallabivlogs426
    @pallabivlogs426 Před 3 lety +1

    Bohut vl kam kori ase Dada a dhuniya video

  • @bijitdev2203
    @bijitdev2203 Před 3 lety +1

    প্ৰকৃত আদৰ্শৱান ব্যক্তি,দাদা আপুনি সফল হ‌ও‌‌‌ক তাৰ কামনা থাকিল।

  • @davedavid5989
    @davedavid5989 Před 3 lety +3

    প্ৰকৃতিৰ সৈতে বিলিন হৈ সুন্দৰ জীৱন যাপন কৰিছে আমাৰ মৰমৰ স্পন্দনে। অভিনন্দন থাকিল অন্তৰৰ পৰা💜💙💓💙💜

  • @nabajyotidutta4463
    @nabajyotidutta4463 Před 3 lety +1

    Bohut val lagil ...my best fvrt acotor asil spondan da ❤👌

  • @crazygamer4661
    @crazygamer4661 Před 2 lety

    Story Dekhi Huni Beaei Lagise Spondon Bahut val kam Karisa

  • @roktimgogoi4842
    @roktimgogoi4842 Před 3 lety

    Spondon da..... Bhal lagil bohut bosor pasot dekhilu

  • @chandanchetia8365
    @chandanchetia8365 Před 3 lety

    Spondondaa tumi kintu jui 🔥🔥 aru tumi jitu next generationor kotha koisa moja kotha koisaaa..... I love you❤❤❤❤

  • @masumgogoi5163
    @masumgogoi5163 Před 3 lety +2

    বহুত বহুত মৰম আপোনাক চাচনী ৰ পৰা আকৌ আহিব ভাল লাগিল❤️🙏

  • @parishmitanath915
    @parishmitanath915 Před 3 lety +1

    Real hero ...bohut val lage spandan da .....apuni aguwai jawk

  • @polashmoran5176
    @polashmoran5176 Před 3 lety

    Bhut hahok paisu...spondon daa...logota...nilutpol da

  • @m.gogoisongcollection1683

    Hundor. Khub val lagil video tu sai

  • @goldenassam6752
    @goldenassam6752 Před 3 lety

    অভিনেতা হ'লে পশুপালন কৰিব নোৱাৰিব। সেইটো কি কথা । কাম কামেই কামৰ কোনো সৰু বৰ নাই ।
    ধন্যবাদ ❤️👍

  • @bhodrabora3225
    @bhodrabora3225 Před 2 lety

    Val lagila vedio 2 sai fram khone sai bohut Val lagila

  • @assamagrogoatfarm1781
    @assamagrogoatfarm1781 Před 3 lety

    সুন্দৰ, বুজাবলৈ ভাষা নাই! So impressed.

  • @ranjanborah6352
    @ranjanborah6352 Před 3 lety

    Val lagise...kormo korise....sobei sob kam koribo nuware ba nibisare......jar monot j.....nij sadhin....nijor jibika basi lole....janmonir dinote deka...dekha pai val lagil....mojja

  • @dilipgogoi3009
    @dilipgogoi3009 Před 3 lety +1

    বহুত প্ৰশংসনীয় পদক্ষেপ ঈশৰে আশিবাদ কৰক ৷

  • @rituparnapathak1932
    @rituparnapathak1932 Před 3 lety

    Bht dhunia poribex. Aji Kali adhunikotar pora atori enkoi poribex r lgt Mili thaki he val lage.

  • @sagarikadevi1666
    @sagarikadevi1666 Před 3 lety +1

    Bohut vl lagil video tu hsakoi

  • @Manassh_Protim_Musical

    ভাল লাগে.... এনেকুৱা কামবোৰ দেখিলে। বহুত অনুপ্ৰেৰণা পাওঁ।

  • @theheartless5349
    @theheartless5349 Před 3 lety +3

    Good job Spandan da❤️.. love from Tezpur

  • @korabimadhi2474
    @korabimadhi2474 Před 3 lety +1

    Bohut val lagil aru aguai jauk assamor manuhe aenekoi kam korile Assam dukhiya nohobo

  • @parthapratimdas8426
    @parthapratimdas8426 Před 3 lety

    কর্মই ধর্ম ! কাম কৰি যোৱা বোপাই ! উন্নতি নিশ্চিত তোমাৰ !

  • @JeemansVlogs
    @JeemansVlogs Před 3 lety +1

    বহুত ভাল লাগিল ভিদিওতু চাই। বৰ্তমানৰ Youths'ৰ বাবে এটা inspiration

  • @nayanjyotidas8778
    @nayanjyotidas8778 Před 3 lety

    Val lagil bahut ... video to

  • @user-ot4ly1he8j
    @user-ot4ly1he8j Před rokem

    স্পন্দন দাদাৰ আপোনাৰ ভিডিও চাই থাকোঁ, আজিও চাইছোঁ,
    মাজে মাজে আকৌ অভিনয় কৰি যাওঁক,
    লগতে ব্যৱসায় ও কৰি যাওঁক

  • @minatirabha1810
    @minatirabha1810 Před 3 lety

    Hosakoi...bhal lagil dada

  • @bijitsaikia1491
    @bijitsaikia1491 Před 3 lety +3

    আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ নিদৰ্শন দাদা। আপ্লুত হ'লো ভিডিঅ'টো চাই। আপোনাৰ কৰ্ম কাৰোবাৰ বাবে আদৰ্শ হৈ ৰওক তাৰ কামনা কৰিলো লগতে আপোনাক ঈশ্বৰে সহায় কৰক।

  • @SurajBpr
    @SurajBpr Před 3 lety

    Amar abhineta spondon da loi mur bahut morom dhuniya Kam koriase.

  • @karinasingh523
    @karinasingh523 Před 3 lety +8

    Love from sasoni, gojpuria......amr ghrr ekebare usrte ase gavoru dolong🤭apunar videot dekhi vl lgil❣️

  • @rajibsaikia258
    @rajibsaikia258 Před 3 lety +1

    Bhal lagile sai

  • @mdays6045
    @mdays6045 Před 3 lety

    Bahut Val Kam korise.. dhunia

  • @-axomorkrihikotha2079
    @-axomorkrihikotha2079 Před 3 lety

    বহুত ভাল লাগিল

  • @purnimaneog4675
    @purnimaneog4675 Před 3 lety +1

    Real Hero

  • @mouofficialvlog6046
    @mouofficialvlog6046 Před 3 lety

    val lagile... real HERO

  • @axompal5539
    @axompal5539 Před 3 lety

    Xundor... Dada. .. xundor onupreona

  • @rebochutia2585
    @rebochutia2585 Před 3 lety +1

    ভাল লাগিল

  • @rashmitabora8852
    @rashmitabora8852 Před 3 lety

    bhut val pisilo teor ovinoi.......spndon nm to mor khubei priyo.....love from darrang

  • @ronitrava8079
    @ronitrava8079 Před 3 lety

    Video tu khub bhl lgl nilotpal da👍

  • @pranabnath4468
    @pranabnath4468 Před 2 lety

    Val lagil dei kokaideo bohut dinor murot dhekhilu

  • @bhabanigogoihazarika1654

    খুউৱ ভাল লাগিল দেখি। নতুন প্ৰজন্মৰ আদৰ্শ।

  • @debasishdas2680
    @debasishdas2680 Před 3 lety

    আগতকৈ বেছি ধুনীয়া হ'ল স্পন্দন দা.....

  • @crazygamer4661
    @crazygamer4661 Před 2 lety

    Bohut val Hoise Aaru Unati Hok Gourabar Kotha 🍅🍑🍈🍒🥝🥑🥕🥒🥦

  • @mrhdasom2067
    @mrhdasom2067 Před 3 lety +28

    Spondan da ovinoi koribo lage bohut val lage teur act

  • @parthagogoi5301
    @parthagogoi5301 Před 3 lety

    Spondon da .... Apunar kormok honman jonaisu .... Bhal lagile sai .. Agole aru hundor houk apunar jibontu .... God bless u da 😐

  • @k.m.education9692
    @k.m.education9692 Před 3 lety

    Bhut dhuniya hero asil kin2

  • @Jyoti.raj-5913
    @Jyoti.raj-5913 Před 3 lety +1

    Val lgil Spandan daa
    God bless you

  • @noobcarrromgaming4581
    @noobcarrromgaming4581 Před 3 lety

    Bohut val lagil o video tu

  • @uttamkachari1673
    @uttamkachari1673 Před 3 lety

    সূন্দৰ পৰিকল্পনা ।বহুত বহুত শুভেছছা জনালো ।

  • @bhobenbora934
    @bhobenbora934 Před 3 lety

    Bohut Vall lagil video too saai..

  • @anamikasworld6597
    @anamikasworld6597 Před 3 lety

    ধুনীয়া দেখি ভাল লাগিল☺️☺️☺️

  • @gautamzgrabha4054
    @gautamzgrabha4054 Před 3 lety

    অতি সুন্দৰ পদক্ষেপ দাদা। আপুনি যুৱপ্ৰজমৰ আদৰ্শ ।

  • @indianpanorama303
    @indianpanorama303 Před 3 lety +1

    You are great spondon sir.....

  • @bimalvlogs7731
    @bimalvlogs7731 Před 3 lety

    খুৱ সুন্দৰ হৈছে

  • @abhijitgogoi2930
    @abhijitgogoi2930 Před 2 lety

    Video tu sai val lagil 👍❤

  • @sumansaikia1284
    @sumansaikia1284 Před 3 lety

    bhut bhal lgil video tu...

  • @Mainuanddhruba
    @Mainuanddhruba Před 3 lety

    Vlog tu sai bahut bhal lagil. Best wishes for Spandan da

  • @babybora7007
    @babybora7007 Před 3 lety +2

    Sponda k ako Ami abhineta type sabo bisaru....nilutpoldak bohut bohut thank you ....

  • @manujaxom572
    @manujaxom572 Před 3 lety

    অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ।
    সদায় ভালে থাকক সুস্থ থাকক
    তাৰে কামনা।

  • @LabanumaxTezpur
    @LabanumaxTezpur Před 3 lety

    সুন্দৰ কাম কৰিছে দাদা আমৰ আবেগ দাদা বহুত ভাল লাগিল Video To চাই ❤️❤️❤️

  • @indragogoi180
    @indragogoi180 Před 2 lety

    সুন্দৰ নিদৰ্শন। ককাইদেউ,,,,,
    আপোনাক এদিন নিশ্চয় লগ কৰিম ককাই।

  • @ruprekhagogoi6390
    @ruprekhagogoi6390 Před 3 lety

    Video2 sai lagil....

  • @micklukalita3815
    @micklukalita3815 Před 3 lety +2

    Very nice work..indeed a good initiative..by this Assamese actor..this is inspirational for our unemployed assamese youths...

  • @kishorkr3484
    @kishorkr3484 Před 3 lety

    Gd luck gogoi da..grt job..apunak dekhi ro 10 jon ai kamot aguai jabo..thnk u

  • @pranjaldaimary5250
    @pranjaldaimary5250 Před 3 lety

    Spondonok bohut din dekha nasilu aji dekhi Bhaal lagil......

  • @bijoyshankargogoi3753
    @bijoyshankargogoi3753 Před 3 lety +8

    Good job Spandan da... Love from sivasagar ❤️

  • @user-zw3zl2if6p
    @user-zw3zl2if6p Před 3 lety

    Bahut Val lagil sakhi.aru ag bahuk Tara kamona korilu

  • @ajantagogoi9389
    @ajantagogoi9389 Před 3 lety

    ইমান সুন্দৰকৈ ৰাখিছে....❣️