‘মই প্ৰিন্সিপালক হত্যা কৰিছো…’ প্ৰধান শিক্ষকক ছুৰীৰে আক্ৰমণ কৰি এই স্বীকাৰোক্তি ছাত্ৰজনৰ

Sdílet
Vložit
  • čas přidán 6. 07. 2024
  • ‘মই প্ৰিন্সিপালক হত্যা কৰিছো…’ শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ প্ৰধান শিক্ষকক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত নিজেই সামাজিক মাধ্যমত হত্যাকাণ্ডৰ কথা স্বীকাৰ ছাত্ৰজনৰ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 370

  • @pronobjyotihazarika758
    @pronobjyotihazarika758 Před 26 dny +204

    প্ৰত্যেক চেনেল ত শিক্ষক জনৰ নাম লৈছে কিন্তু ছাত্ৰ জনৰ নাম যে লোৱা নাই কিয় ,
    আৰু দোষী ছাত্ৰ জনক blur কৰি কিয় দেখাইছে,
    সকলোৱে দেখিব লাগে এনেকুৱা মানসিকতা ৰ লৰা টোক

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o Před 26 dny +121

    ইমানেই বাকী আছিল চাবলৈ সেয়াই নিশ্চিত কৰিলে এই ঘটনাই অভিভাৱক সকলে কিমান মৰম কৰে নিজৰ সন্তানক। আচলতে য'ত শাসন বা অনুশাসন নাই তেনে শিক্ষাত কি শিক্ষাৰ মূল্য আছে! সেয়ে পৃথিবী লৈ মহাপুৰুষ অহাতো একেবাৰেই বন্ধ হৈ পৰিল। কেৱল ধোৰন্দ পাপী নকল মহাপুৰুষ বোৰ হে আহি আছে।

  • @gourab______01
    @gourab______01 Před 26 dny +49

    মুখ খন কিয় ঢাকি দিয়ে??? সেইটো এটা হত্যাকাৰী।।

  • @RitumoniBora-wb5cs
    @RitumoniBora-wb5cs Před 26 dny +127

    চেকনিৰ আগত বিদ্যা এই বাক্যশাৰী যিদিনাই নাইকিয়া হ’ল সেইদিনাৰ পৰা গুৰু লৈ শিষ্যৰ শ্ৰদ্ধা ভয় নাইকিয়া হ’ল ৷

    • @Ujjal-Konwar
      @Ujjal-Konwar Před 26 dny

      Kiw hei low tu uthai dle student k punishment dya tu aami poha timet tika lal kori pitisil sirk aku kob nuwarisilu aamar majt voi aasil jiman teacher bur friend r dore hb lole tetya r pora sattri jouno nirjaton hob dhorile aaru aaji sattoi aei kaam korib parile ..

    • @rumachakraborty9069
      @rumachakraborty9069 Před 26 dny

      Kanaiya tailor Rajasthan ki kand Assm may.

  • @benuramrabha2217
    @benuramrabha2217 Před 26 dny +34

    ছাত্ৰ জনক অসমৰ কোনো শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিব নোৱাৰা কৰি দিব লাগে,, তেওঁ যেনে পাপী ,,,পাপী হৈ বুঢ়া হওক

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Před 26 dny +35

    এই বয়সতেই তাৰ ইমানখিনি, গতিকে ইয়াক এতিয়াই শেষ কৰি দিব লাগে।

  • @krishmipatar206
    @krishmipatar206 Před 26 dny +65

    আপোনালোকে j news bur die ,, অভিযুক্তৰ mukh bur kio ঢাকি ঢাকি die..? পুৰুষ houk মহিলা houk কিয় ঢাকি dib lge মুখবোৰ..? mukh bur uliai dib Tetiahe mnuhe sini pab,, সাৱধান hb....

  • @GogoiSaraswati-hp6wf
    @GogoiSaraswati-hp6wf Před 26 dny +111

    এইজন লৰা সৰু হবই নোৱাৰে ? কাৰণ তেও এজন সত্যাকাৰি । উচিত শাস্তি দিব লাগে।

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 Před 26 dny +15

      জহৰা... সি সত্যাকাৰী নহয়... হত্যাকাৰী... অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিব আহিছ... আৰু তোৰ কমেণ্টত লাইক কৰা কেইটা আৰু অলগৰ্ধৰ ভড়াল...

    • @nazneenwahab2146
      @nazneenwahab2146 Před 26 dny

      ​@rakeshchthik koise accounter koribo lage haru lora jodi iman dangar step kenekoi lobo parileoudhury3768

    • @BN_Trading123
      @BN_Trading123 Před 26 dny

      Murkha sala

    • @bidyutnath4826
      @bidyutnath4826 Před 26 dny +3

      ঐ গাধ নিজৰ ভাষাটো শুদ্ধকৈ লিখিব নাজানা

    • @user-po1px3uo9f
      @user-po1px3uo9f Před 26 dny +2

      ইচ ৰাম অসমীয়া ভাষাৰ বিলৈ ।

  • @anowara.begum23
    @anowara.begum23 Před 26 dny +59

    এনেকুৱা ছাত্ৰ সমাজৰ বাবে অভিশাপ।যা জিৱন কাৰাদণ্ড দিব লাগে।

    • @Ujjal-Konwar
      @Ujjal-Konwar Před 26 dny +1

      Robo dei ata kotha vabisu sattir logt teacher a jouno nirjaton kore tat eman besi poribekh hulsthuliya nhoi satto jne ane korat teacher bikhekh gents bur atya mgjt ata val gyan..

  • @prodipkumarbora3354
    @prodipkumarbora3354 Před 26 dny +82

    মোৰ বয়স এতিয়া 60+ . আমি স্কুলত পঢ়ি থাকোতে শিক্ষকে যি ধৰণে শাসন কৰিছিল, সেইটোহে আচল পদ্ধতি। ইমানেই ভয় কৰিছিলোঁ যে গাওঁত খেলি থাকোঁতে, কেনেবাকৈ স্কুলৰ শিক্ষক এজন ৰাস্তায়েদি পাৰ হৈ গলেও, খেলা এৰি গছৰ আঁৰত লুকুৱাইছিলো। গুণ্ডা প্ৰকৃতিৰ ছাত্ৰও মন পৰিবৰ্তন হৈ গৈছিল।
    এতিয়াৰ শিক্ষা পদ্ধতিত কিবা ভূল আছেনেকি, ভবাৰ দৰকাৰ হৈছে। অভিভাৱকৰ ওপৰত বেছি নোকোৱাই ভাল। কাৰণ বহু অভিভাৱক থাকে তেনেই অজ্ঞ আৰু অশিক্ষিত। তাতে তেওঁলোকে এখন ঘৰ চলাব লগা থাকে।
    এই বিছিংখলতাৰ কাৰণ আন কিবাহে অভিভাৱক নহয়।

    • @happysoul7659
      @happysoul7659 Před 26 dny

      Lora tur দেউতাক নাই uncle

    • @minakshiborgohain7378
      @minakshiborgohain7378 Před 26 dny +8

      দেউতাক নথকা আৰু বহু সন্তান আছে ‌‌যিসকলে নিজৰ প্ৰতিভাৰে ‌ পৰিয়ালৰ লগতে‌ দেশক গৌৰৱান্বিত কৰি আহিছে তেন্তে কিয় দেউতাক নাই বুলি সহানুভূতিৰ কথা কয় !! সেই দুৰ্ভিগীয়া পৰিয়ালটোক ‌ আমি কি উত্তৰ দিম ! জীৱন আৰু জীবিকা ‌, দায়িত্ব ‌‌ খাতিৰত হ'লেও ‌ তেওঁৰ উদ্দেশ্য আছিল আমাৰ সন্তান সকলক শিক্ষাৰে পুষ্ট কৰি একো একো ‌ জন মানৱ কৰা । নিজৰ সৰ্বস্ৰ ত্যাগ কৰি আমাৰেই সন্তানক সম্পদ কৰি ‌ গঢ়ি তুলিবলৈ ‌ যাওঁতে তেখেতে জীৱন হেৰুওৱালে দুটি সন্তান পিতৃ হাৰা হ'ল লগতে অসমলৈ শাকে-সেন্দুৰে সম্পূৰ্ণ হৈ অহা পত্নী গৰাকী আজি নিসংগ হ'ল । অতিকৈ দুখৰ বিষয় যে অসম নামৰ সেই নামটোৱে তেওঁলোকৰ সন্তানক উপযুক্ত হৈ উঠিলে অসমৰ প্ৰতি কেতিয়াও ভাল ভাব দিব নোৱাৰে । সপৰিয়ালে অহা পত্নী ‌আজি দুটি সন্তান বুকুত লৈ অকলশৰে ‌ঘৰলৈ উভতিছে ইয়াতকৈ আৰু বেদনাদায়ক কি হ'ব পাৰে । স্বামীৰ এই অপ্ৰত্যাশিত এই ‌বিদায় এগৰাকী পত্নীৰ বাবে মৃত্যুতকৈয়ো যান্ত্ৰনাদায়ক । অভিভাৱকৰ দায়িত্ব আছিল সেই সন্তানটোক নিয়ন্ত্ৰণ কৰা পৰিস্থিতি সাপেক্ষে যিকোনো পৰ্যায়ত গৈ শাসন কৰা ‌ না কি বেয়া দেখি নিদিষ্ট দূৰত্বত অৱস্থান কৰা । ইমান পৰ্যায়লৈ ‌ অসিষ্ট হোৱাৰ আগজাননী নিশ্চিত ভাৱে ঘৰতো দেখুৱাইছিল ‌ কঠোৰ হৈ দমন কৰা হ'লে আজি ‌ কোনোৱে জীৱন হেৰুওৱাব লগা নহ'লেহেতেন !!

    • @nazneenwahab2146
      @nazneenwahab2146 Před 26 dny +4

      Amar dinotu asile teacher k bhoi kora mane respect kora

    • @nazneenwahab2146
      @nazneenwahab2146 Před 26 dny

      He kunu phycho nohoi phycho huwa hole he goi akhn suri kini anibo pare neki pura husta obosthat korise iyak Ari dibo nalage ji mula barhe tar dupatote sin

    • @kripanshu-r4q
      @kripanshu-r4q Před 26 dny

      @@happysoul7659 দেউতাক নাই বুলি মানু্হ মাৰি পেলাব niki!

  • @kp23456
    @kp23456 Před 25 dny +5

    এনে ছাত্ৰ ৰ ৰাজহুৱা স্থানত শাস্তি প্ৰদান কৰা উচিত। নহ'লে এনে পাপী বৃদ্ধি হব

  • @umeshknwr9667
    @umeshknwr9667 Před 26 dny +70

    বাইদেউ গৰাকীৰ কথাত মইয়ো একমত ।

  • @JoyramBonia
    @JoyramBonia Před 26 dny +14

    হত্যা কাৰীক গুলিয়াই দিব লাগে জীয়াই ৰখাই কাম নাই।Whether to keep it alive.From Hyderabad

  • @NHAcademicdrawing
    @NHAcademicdrawing Před 26 dny +11

    বিকৃত মানসিকতাৰ ছাত্র-ছাত্রীৰ বাবে জেলস্কুলৰ ব্যৱস্থা কৰিব লাগে

  • @user-rh5zw5gi4i
    @user-rh5zw5gi4i Před 26 dny +5

    ছাত্ৰ হলে তেনেকুৱা কাম কেতিয়াও নকৰে ,,দেউতা মা এই পৃথিৱীত আমাক জন্ম দি ডাঙৰ দিঘল কৰিলে কিন্তু শিক্ষা দিখা শিক্ষা গুৰুৱে দিছে। চৰকাৰ প্ৰশাসক জনালোঁ যে উচিত তদন্ত কৰে যেন।

  • @navabora9489
    @navabora9489 Před 26 dny +41

    স্কুলবোৰত বেত এচাৰি পুনৰ বাহাল কৰিবৰ হল। সৰুতেই যদি দুচাত মান খালে হয় সি চিধা হৈ গল হয়।

    • @RimjhimBasumatary
      @RimjhimBasumatary Před 24 dny

      Hmm amar college t j etyau mar diye....aru mar khaw babehe daily poha huna pa dhori thik u hoi asu

  • @Ghbb2
    @Ghbb2 Před 26 dny +7

    এইবোৰ সমাজৰ আৱৰ্জনা বিহ গছৰ পুলি সৰুতে উঘালি পেলাব লাগে

  • @IndalulKhalong...
    @IndalulKhalong... Před 26 dny +15

    Encounter kribo lagisil..

  • @subratamazumder1372
    @subratamazumder1372 Před 26 dny +13

    শিক্ষকসকলেও দায়ী আছে, তেখেতসকলে দেখিছোঁ স্কুলবিলাকত অবাধ নকলৰ সুবিধা কৰি দিয়া

    • @mridusankardas
      @mridusankardas Před 26 dny

      Olp muror gondogol ase nki iat nokol kribo diar ktha kor pora ahil ki mentality mnuh 1jon mori gol

    • @priyabartaSingha
      @priyabartaSingha Před 25 dny +1

      Tumi akhomiya buli akhomiya manuhok defend kori asa nki😂😂😂

  • @Kri_live
    @Kri_live Před 26 dny +4

    Psychologist is needed in every institution

  • @______________Ss23
    @______________Ss23 Před 26 dny +66

    গুলি কৰক না 🤬 পোৱালি চাল্লা
    মই হোৱা হলে গৰু পিতন দিলোঁ হেঁতেন পোৱালি চাল্লা 🤬

    • @silversurfer2967
      @silversurfer2967 Před 25 dny

      ​​@@anirbantalukdar3042toh heibulie ki he manuh mari dibo neki. Apunaluk nisina manuhr karonei lora sualie teacher aru doctor k agote jitu respect asil heitu koribole eri dise. Lora suali jtya pohibo nuare ba nije pohabo nuare tution dibole kio request kore tetyahole nije pohabo lage. Last t bemar hole tetyahole doctor ejonr usorle kio douri jai nije thik hobo dibo lage. Teacher aru doctor manuhr profession hoi iyar porai hei doctor jone or teacher jone ji fees pabo heitur pora teu solibo lagibo ghor solabo lagibo. Doctor hol bulie poisa tu akakhor pora hori nopore. Hei doctor jonu eta time t student asil lakh lakh toka pohute coaching loute khoros hoisil. Teuk tu free te pohua nai kuneu. Bohut doctor nije dukhiya ghorr hoi. Teur tu mon jai nijor deuta maa family k val ke furau valke khuau. Jodi fees komei hobo lage tetyahole bostu r daam u komauk. MLA montri keitai je lakh lakh toka luti ase sakori kora manuhr porai poisa kati kati manuhr majot toka bilai ase heibur dekha napai. Okl teacher aru doctor keitake dhori thakibo. Nijor ghort jtya ejon doctor baa teacher thakibo tetya gom pabo kiman struggle. Aru kotha eta je koise advice diuteu 1000 toka heitu moiu prefer nokoru tenekua kisuman doctoru thake nothoka nohoi. Kintu heibulie hokolu tu tenekua nohoi. Sodagor deuri sarbeswar bhuyan nisina vogoban tulyo doctor u ase. Val beya hokolu dhoronor manuh hokolu profession t thake. Heibulie gutei profession tuk beya buli kuatu vul. And What is the meaning of next will be the doctor. Mane next doctor ejonoku mari dibo lage neki besi poisa loise buli. Doctor k murder tu korie thake news hunie thoka jai. Teacher k murder koratu he notun. Hei loratur jitu mentality poisa disu pohaboi lagibo lagile class t he faltu kori thakok. Tenekua type manuh patient hoiu ahe doctor r usort. Faltu vakhat kotha kobo mod khai ahibo aru kobo tak agot sabo lage. Kiba kole kobo poisa disu saboi lagibo. Arey sakor nohoitu tar. Taar bapek maak tar sakor hobo pare heibuli sob manuh taar sakor nohoi tu. Tenekua mentality bur nijor puter vul holeu soku mudi thoka parents r karone gorh loi. Aru apunar dore tar crime tuk college poisa besi lua buli justification diya manuhr karoneu tenekua mentality r manuh sristi hoi.

    • @JanFanatic
      @JanFanatic Před 24 dny +1

      Mari pelalei bhal ei bilak student k

  • @ArchanaBhardwaj-hx8my
    @ArchanaBhardwaj-hx8my Před 26 dny +21

    Meditation ,prayer ,music class bur compulsory koribo lage

  • @Jujutsusenli
    @Jujutsusenli Před 26 dny +26

    মুখ্যমন্ত্ৰী ছাৰ আৰু নেতা পালি নেতা সকলে এই ঘটনাটো গমে নাপায় নেকি? কিবা বিশেষ নে কি সম্প্ৰদায়ৰ হোৱা হ'লে 'বিনা মেঘে বজ্ৰপাত' হ'লে হয়।

    • @yeasminelahi1167
      @yeasminelahi1167 Před 25 dny

      Teoluke a sn teacher k respect nkre...kimn insult kri kri ktha koi...aibur r bikhoye hunilew nhuna r vao dhoribo

  • @Bhanti-mx6lg
    @Bhanti-mx6lg Před 26 dny +3

    এটা ই কথা শিক্ষক জনক চুৰি মাৰোতে
    কোনো এজনে ও ধৰিব নোৱাৰিলে 😢😢😢

  • @Adnant732
    @Adnant732 Před 26 dny +6

    এইটো জীয়াই থাকিলে আৰু মানুহ মাৰিব ----?

  • @hemantagogoi6104
    @hemantagogoi6104 Před 26 dny +6

    আইন প্ৰণয়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ত শিক্ষকে কিবা শাসন বা শাস্তি দিয়া ব্যৱস্থা ৰখা নাই‌ ‌। ফলস্বৰূপে এইয়া ফচল।মন কৰিব কোনোবা বিদ্যালয়ত শিক্ষকে ছাত্ৰ বা ছাত্ৰীক কোবাই বা অনুশাসনৰ ব্যৱস্থা গ্ৰহণ কৰে কেতবোৰ অভিভাৱক আহি শিক্ষকজনক জৱাব দিহি কৰা লগতে আইনৰ কাঠ গড়াত ঠিয় কৰায় ।হয়তো এইয়া ইয়াৰে ফচল নহয় জানো? মই মোৰ মনৰ কথাখিনি হে‌ লিখিলোঁ ক্ষমা কৰিব 🙏🙏🙏

  • @latestassamese.....
    @latestassamese..... Před 23 dny

    দুখ লাগিল। প্ৰাইভেট স্কুল বোৰ হোৱাৰ পৰা কিবা শিক্ষা ব্যৱস্থাত কেউন লাগিল।আমাৰ দিনত গুৰুক শ্ৰদ্ধা কৰিছিলোঁ।

  • @user-ep4it4hg6d
    @user-ep4it4hg6d Před 26 dny +5

    উচিত শাস্তি পাবই লাগিব দোষীয়ে📌

  • @Gitasree204
    @Gitasree204 Před 26 dny +2

    এজন শিক্ষকৰ দায়িত্ব ছাত্র-ছাত্রীক ভাল পথ দেখুওৱাটো তেওঁলোকে ছাত্র-ছাত্রী ভালৰ কাৰণে শাসন কৰে কিন্তুু সেই শাসনক লৰা ছোৱালীয়ে যদি গাত পাতি লয় বেয়া পায় খং কৰি শিক্ষকক মাৰিয়েই পেলাই তেনেহলে তেওঁলোকে জীৱনত একো ভাল শিক্ষাই লাভ নকৰিলে সেইজন লৰাই একো গুণ লাভ কৰিব নোৱাৰিলে, মাক দেউতাকে একো শিক্ষা নেদিলে কেনেকে কাক ব্যৱহাৰ কৰিব লাগে, শিক্ষক কিছুমান বেয়া ব্যৱহাৰ কৰাও থাকে কিন্তুু সেইবুলি মাৰি পেলোৱাটো কাৰো অধিকাৰ নাই নিজৰ সৎ কর্মখিনি কৰি গলে হল আজিকালি মানুহবোৰ দানৱ হৈ গৈছে যেন কাৰো মনত মানৱতা বুলি একোৱে নাই সৰু সৰু কথাত খং কৰি মাৰি পেলাই

  • @rupjyotidoley2051
    @rupjyotidoley2051 Před 26 dny +4

    আমাৰ ভাৰতৰ আইনে হত্যাকাৰী কিয় মৃত্যুদণ্ড নিদিয়ে বাৰু,....?

  • @user-cb8qt6sy5k
    @user-cb8qt6sy5k Před 26 dny +2

    উচিত শাস্তি দিব লাগে ছাএজনক

  • @indianpanorama303
    @indianpanorama303 Před 26 dny +10

    Globally changed environment..mobile game.horror series..drugs damaging the brain of students😢😢

  • @miraj197
    @miraj197 Před 26 dny +14

    Ji manuhok murder kore aito kenekoi minor hobo

  • @pankajbharali805
    @pankajbharali805 Před 25 dny +2

    ই সমাজক একো দিব নোৱাৰে ভবিষ্যতে। ইয়াক শেষ কৰি দিব লাগে।

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo Před 26 dny +7

    এইটো চিবিআই তদন্ত কৰিব লাগে।

  • @PankajPritom
    @PankajPritom Před 25 dny +1

    Dishant gogoi ৰ ওপৰত উচিত শাস্তি প্ৰদান কৰক

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n Před 26 dny +2

    What Law say .......... we are waiting for judgement of CJM ⚖️⚖️⚖️🇮🇳🇮🇳

  • @Mustak_Hussain2003
    @Mustak_Hussain2003 Před 26 dny +11

    Psycho Student 😢

  • @sofikulislam7533
    @sofikulislam7533 Před 26 dny +3

    আজি কালি ৰ লৰা ছোৱালীয়ে শিকৰ,কেবি,ৰজনি,আন বহুতো নিচা কৰে,সেইভাৱে লৰা ছোৱালী ৰ মূৰত কাম নকৰে,বহু ক্ষেত্ৰত বেয়া কাম কৰা দেখা যায়।তাৰ বিষয়ে ভালকৈ তদন্ত কৰিব লাগে

  • @rakeshnath3711
    @rakeshnath3711 Před 26 dny +3

    Eyak nabalok buli ari dile bht vul hobo... eyar basi thokar kuno Adhikar nii..

  • @user-tl7hs6xc9h
    @user-tl7hs6xc9h Před 24 dny +1

    Tar Gharort akebare Sanskar nothoka,voi nai,khai babe saru student hoi Hatya koribo parila!?!(Tak Life-time JaiL diyak,no eXcuse).so sad incident,sir ji R🙏p.🤔

  • @pankojboruah2532
    @pankojboruah2532 Před 24 dny

    ফাঁচি দিয়ক ইয়াক।। নহ'লে এটা সময়ত ই সমাজৰ কাৰণে এটা বহুত ডাঙৰ সমস্যা হৱ।।।

  • @artisticligang
    @artisticligang Před 25 dny +1

    Eitu bor terrible incident , aji kali bhoi loga hoise kota mora web series bur banned korok , soceity aru family u dayi eiburor babe , xokoluke khali topper lage govt job napale nijor naam di namate goru gadho januaror naam di maate ...

  • @ChatralakhaRajkhowa
    @ChatralakhaRajkhowa Před 25 dny +1

    মাক বাপেকৰ অনুশাসন নহ'লে ল'ৰা ছোৱালী এনেকুৱা হ'ব ই।

  • @primamili7328
    @primamili7328 Před 24 dny

    এইটো জীয়াই থাকিলে আৰু মানুহ মাৰিব........

  • @binandaphukon731
    @binandaphukon731 Před 26 dny +2

    প্ৰত্যেক চেনেলত ছাত্ৰ তথা অভিভাকৰ নাম উল্লেখ নকৰাতো কি ৰহস্য থাকিব পাৰে ?? ?

  • @KabitaDas-cx6yo
    @KabitaDas-cx6yo Před 25 dny +1

    মইও এজন ছাত্ৰ ক চোলা ত ধৰি বাহিৰত উলিয়াই দিছিলোঁ ছাত্ৰ জনৰ ঘৰত কিবা কিবি কৈছিল যদিও নিকেতনত অহা নাছিল এতিয়া ছাত্ৰ জনৰ চাকৰি হ'ল ম,ইও এৰিলোঁ নিকেতন‌ মনত মোৰ এতিয়াও পৰে আকাশ‌ ‌

  • @rupnillmusical6580
    @rupnillmusical6580 Před 22 dny

    আৰু হব এনে ঘটনা শিৱসাগৰ ত,,মই দেখিছোঁ নিজৰ মাক বাপেকে নিজৰ লৰা ক মাৰি দিব কয়,এজনৰ শিক্ষক ৰ পুতেক আছে,,,এইবোৰ ঘৰৰ মাক বাপেকৰ ভুল

  • @LaruCartoons
    @LaruCartoons Před 26 dny +8

    Akol ghor khon dukhi nhoi, pvt school o tokar babe student record beya holew admission diye lgote bhut pvt scl aku action nloi student oprt.

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g Před 26 dny +6

    It is menttaly torcher he has always got frm his teacher he uncontrol his temper he had lost and he do this i taught this wii be happened

  • @TaslimAliBabul
    @TaslimAliBabul Před 26 dny +27

    ছাত্ৰ জনৰ নাম নাই নেকি ?

  • @The.dailysocial
    @The.dailysocial Před 25 dny +2

    Movies like animal and mirzapur influence these kind of incidents

  • @sweetchildhood3479
    @sweetchildhood3479 Před 26 dny +2

    Upper Assam bahut Cultured place. so Akhiluddinay keba ata koreba lagay.

  • @sanamdutta3703
    @sanamdutta3703 Před 25 dny

    সেইটোৰ ঘৰৰ পৰিবেশ একদম তুচ্ছ হ'ব লাগিব, সি সৰুৰে পৰা হয়তো ঘৰত বা বাহিৰত মানসিক চাপ পালে, যাৰ ফলত সি মানসিকভাৱে বিকাৰগষ্ট হ'ল আৰু এতিয়া কাণ্ড কৰিলে গৈ সেইয়া।

  • @dipmoninath2141
    @dipmoninath2141 Před 25 dny

    তাক উচিত শাস্তি নিদিলে এতিয়া এইটো এটা বেমাৰ হৈ পৰিব । শিক্ষক সকলৰ নিৰপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিব

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g Před 26 dny +3

    Tamilnadu sarkar k ki jabab dibo amar state cm sir a?

  • @dipakrajbongshi3137
    @dipakrajbongshi3137 Před 26 dny

    Omm shanti

  • @mamuhazarika3383
    @mamuhazarika3383 Před 26 dny +1

    Bahut dukhr khabor 😢😢ai lora tuk kathur panishment dibo lage .

  • @firdausfaridasultana21

    বিশেষ সম্প্ৰদায়ৰ নেকি?

  • @bhesojbaruah6265
    @bhesojbaruah6265 Před 24 dny

    ঘৰখনেই প্ৰথম পঢ়াশালি, ঘৰখনৰ পৰাই সংস্কাৰ সাধন কৰে সন্তানে ।আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ আগতে ঘৰৰ পৰা পোৱা শিক্ষা আৰু সংস্কাৰ হে আচল কথা।

  • @pranjalprotimborthakur7128

    Eiak open guleai dibo lage. Nohole aru Student a ana kam koriboloi sahos aru prarona pabo. E aru balag ghotona o koribo pare jen lage future Thanks

  • @RahulDas-ie7li
    @RahulDas-ie7li Před 25 dny +1

    Avoid mobile....if people watch MIRZAPUR and other inappropriate series which badly affecting the young generation in their mental level...

  • @gautamsaikia3564
    @gautamsaikia3564 Před 26 dny +1

    তাক ছাত্ৰ বুলি কিয় কৈছ সি তাৰ আখ্যাৰ যোগ্য নহয় তাক হত্যা কাৰি বুলি কওঁক ।

  • @user-lt9nm2cc7z
    @user-lt9nm2cc7z Před 26 dny +5

    Johoratuk encounter kori ghrt bulduzer logaauk

  • @jigyaasa7096
    @jigyaasa7096 Před 26 dny +1

    So admission lua tym'ot sali jari Sai lobo lage, student as well as parents'r personal interview hobo lage, dhanor lobh't jaak taak admission dibo nalage... complete parents'r bhul, parents',ku khasti dibo lage

  • @eshaborah3076
    @eshaborah3076 Před 20 dny

    Adolescence is a very Risky age.Adolescent are needed to be treated in a very careful way.These generations is the most impatient,most indiscipline n most impulsive generation!

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g Před 26 dny +5

    Cyco hoi aitu

  • @user-lc1qf9sb1j
    @user-lc1qf9sb1j Před 25 dny +2

    Villains are not born they made

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v Před 26 dny +1

    Baki teacher meme kiyo goru piton nidile kihor voyot ? Prothome public dhulai tar pasothe police ba ain

  • @user-ny1rq1im6k
    @user-ny1rq1im6k Před 26 dny

    Future minister of assam

  • @hiranyamudoi1767
    @hiranyamudoi1767 Před 25 dny +1

    To much competition but not teaching morality

  • @indianramsay5868
    @indianramsay5868 Před 23 dny +1

    Spare the rod, spoil the child..
    Old english saying

  • @user-mv6zi3hu9m
    @user-mv6zi3hu9m Před 26 dny +1

    Khei karone kou, self defence khikibo lage, self defence bht joruri hoi,

  • @sekanderaliahmed3700
    @sekanderaliahmed3700 Před 26 dny +3

    Teacher is the most honourable and respectful in the world but teachers are not save now a days.

  • @PreetSingh-rx1vf
    @PreetSingh-rx1vf Před 25 dny

    And where is our Govt. now? Till now why our CM Sir is not coming forward to say anything? CM Sir our teachers are not safe please do something take it as serious matter because teachers are the person who makes the future of the country.

  • @Nayanwritter
    @Nayanwritter Před 25 dny +1

    Psychology class add Krbo lage

  • @rekhadoimari8252
    @rekhadoimari8252 Před 26 dny

    Asolote mak deotakor dukh ajikali Schoolt 2sat dilei mak deotake khedi Jai teacher.

  • @user-qq7vt6ce3h
    @user-qq7vt6ce3h Před 26 dny +1

    Student jonor kunu friend nasil ni

  • @deepjyotibussiness3495

    Without uniform how he entry in school or college? So school/college olop strict hbo lage

  • @aminali1086
    @aminali1086 Před 23 dny

    Encounter koribo laga tak

  • @avaspotlight4284
    @avaspotlight4284 Před 25 dny

    Meditation is most important now a days.

  • @user-ts6ze4nz3x
    @user-ts6ze4nz3x Před 25 dny +1

    Prothom mak bakor vul. Xorurepora kak xonman koribo lage nixikale. So xaiburor problem

  • @luv5903
    @luv5903 Před 26 dny +1

    he is minor definitely class 11,so he will write 300 word essay.

  • @_gayatri_dutta
    @_gayatri_dutta Před 26 dny +5

    Amr Sivsagar bya name Krise aibur student ai😕

  • @kalyansaikia8856
    @kalyansaikia8856 Před 26 dny

    Ki mane tak dekhuabo nuware j, he in future aru beya kam koribo

  • @cmpdas9787
    @cmpdas9787 Před 25 dny

    Court aa punishment nedile ! Social media r through di punishment dile hl!! Jdi xeik ari diye then aru anekua incident barhi jai thkpo

  • @n.musiccompany9670
    @n.musiccompany9670 Před 24 dny

    ছাত্ৰ জন নাম অভিভাৱকৰ নাম নাই ক'ত দেখা নাপালোঁ। আমাৰ শিক্ষা মন্ত্ৰী জনৰ মতামত কি দেখুৱাই নাই ঠিক আছে বাৰু তেখেত ব্যস্ত মানুহ পিছত ক'ব কিজানি।
    উল্লেখযোগ্য যেন যি কোনো বেলেগ সম্প্ৰদায়ৰ হলেহেতেন ইমান দিনে কিমান নেতা মন্ত্ৰী দ'ল সংগঠন উপস্থিত হৈ বুল্ডজন বীদেশী আৰু ক'ত কি ? তথা কথিত সাংবাদিক সকলে বাৰে বাৰে ক'লে হয় যে এটা সম্প্ৰদায়ৰ অপৰাধ প্ৰবনতা বাৰি গৈছে ।
    যিকি নহওঁক লাগে নিজৰ নিজৰ বিচাৰ । আমি নিৰিহ মানুহ আমাৰ মুখ এই বিলাক কথা সোভা নিদিয়ে।

  • @jenny-0981
    @jenny-0981 Před 23 dny

    Nijoke Cinema r villain buli bhabisile....
    Etya minor buli consider nkori .... death sentence dibo lage and death day t aha loike bhoi khai mori mori jiyai thakibo ....best punishment

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 26 dny

    ইয়াক কঠোৰ শাস্তিৰে দণ্ডিত কৰিব লাগে।বহু বছৰৰ লক্ষ্য কৰিছো লৰাবোৰ ইমানেই উদণ্ড হৈছে যে জেষ্ঠ জন বুলি সন্মানৰ স টোও নাই।নীতি শিক্ষা বোলা বস্তুটোৱেই নাই। নেতা-পালিনেতা;অভিভাবকৰ পৰা আদি কৰি যুব প্ৰজন্মলৈকে। পৃথিবীৰ ভিতৰত কলংকিত দেশ ভাৰত।ভাৰতৰ ভিতৰত কলংকিত ৰাজ্য অসম। অসমৰ%মানুহ ইমানেই বেয়া যে অসমৰ লৰা-ছোৱলীয়ে সেয়ে সৰ্বভাৰতীয় পৰ্যায়ত অন্য ৰাইজৰ লৰা ছোৱালীৰ লগত ফেৰ মাৰিব নোৱাৰে।

  • @shyamolibania324
    @shyamolibania324 Před 24 dny

    Poisa disu ,porhaok.... ejon student e teacher k kenekoi kobo pare ! Etiyar pora teacher xokole students k xaxon koriboloi bhoi koribo

  • @pinkuboruah6680
    @pinkuboruah6680 Před 26 dny +5

    Student name.

  • @manibarman7983
    @manibarman7983 Před 26 dny

    Minor case buli eri dibo nalage .pisot aru besi beya hobo

  • @deepdutta6846
    @deepdutta6846 Před 23 dny

    Akhomor CM and education minister a hikhokok honman nokore. Meeting ot Ani on camera opoman kore. Hai karone students bure a o nokora hoise

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i Před 26 dny +2

    Ei val manuh hobo nuare.takiu Mari peluai val

  • @subhagyanrock3297
    @subhagyanrock3297 Před 26 dny +3

    Psycho hoi aitu ,ulabo nuwarakoi jelot vorai thouk

  • @jagatboruah4511
    @jagatboruah4511 Před 26 dny +2

    Result of animal @@@ movie

  • @ShikhaRaniKalita37013
    @ShikhaRaniKalita37013 Před 24 dny

    নিশ্চয় মানসিক ভাৱে সুস্থ নাছিল....

  • @kripanshu-r4q
    @kripanshu-r4q Před 26 dny +3

    আচলতে শিক্ষা ব্যবস্থাৰ অধপতন!! নৈতিক শিক্ষা ক্লাছ বিলাকত দিব নোৱাৰিলে এনেকুৱা ঘটনাৰ পুনৰাই হব !

  • @মিতুল______ৰাভা

    আগলৈ স্কুলে বন্ধ হ'ব চাগে ।😢😢

  • @IamReady-cn1en
    @IamReady-cn1en Před 26 dny +8

    Tar koti katti salt deok ru Tak katti tukura tukura krak

    • @nazneenwahab2146
      @nazneenwahab2146 Před 26 dny +1

      Hoi takehe koribo lage amar sibsagar t ekuwei nai ajon teacher a sibsagar t ahi student r bhabiya gariboloi iman sesta korar pasot ajon teachere mrityuk haboti lobo loga hoi amar axomia kiman bahirote thake moi iyar swikar hoisilu atia amar axomia bahirote thakibo kenekoi heikarone axomia train ect attack kore