Video není dostupné.
Omlouváme se.
কৰনাই আমাক একো কৰিব নোৱাৰে। (নাম পৰম ধন .... সংকট কালৰ মহা অমৃত)
Komentáře • 85
Další v pořadí
Automatické přehrávání
ভাগৱত পাঠ// আউনী আটী শাখা সত্ৰ// বান্দৰদেৱা // লক্ষীমপুৰRiju Pathak.
zhlédnutí 77K
ডাঙৰ খবৰ।মহাবিপদত হিমন্ত বিশ্ব শৰ্মা।বহা চকীতে বহি থাকিল দিগন্ত কলিতা।/virel newsShyamal's vlogs
zhlédnutí 29K
Satradhikari .Riju Pathak, 🙏Gargi's Panch foron
zhlédnutí 15K
VOLO VIA dallo staggio (elemento PROIBITO)😂🚀Sophialand
zhlédnutí 16M
VZÁJEMNĚ SI TVOŘÍME TEN NEJHORŠÍ TUNING! 😂MENTSGARAGE
zhlédnutí 287K
I CAN'T BELIEVE THIS HAPPEND!Zhong
zhlédnutí 34M
মই সকলো এৰি গুচি আহিলো ।। Assam J.D
zhlédnutí 6K
অজামিল উপাখ্যান ৰাজা দাসৰ সুমধুৰ কন্ঠত ভাগৱত পাঠ vagobot path raja dasor khumodhur konthotMadhur sangbad 22
zhlédnutí 6K
বাংলাদেশৰ পৰিস্থিতিক লৈ চিন্তিত মুখ্যমন্ত্ৰীPratidin Live
zhlédnutí 865
Bangladesh Crisis | বাংলাদেশত থকা অসমৰ ছাত্ৰ অজয় মেধিৰ সাক্ষাৎকাৰ | Exclusive Interview | N18GNews18 Assam/Northeast
zhlédnutí 19K
হাছিনাক আশ্ৰয়যি, সাহস ৫৭খন মুছলিম ৰাষ্ট্ৰই নকৰিলে, সেই সাহস ভাৰতে কৰিলে| WatchPrag News
zhlédnutí 61K
ভাৰতত প্ৰৱেশৰ বাবে অসম-পশ্চিমবংগ সীমান্তত বাহৰ পাতিছে শ শ বাংলাদেশীয়েNB News
zhlédnutí 157K
বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰে একেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰNE TALKS
zhlédnutí 10K
ভাৰতক কি বুলি সকিয়াইছে বাংলাদেশে?NorthEast Now
zhlédnutí 54K
Cool Items!🥰 New Gadgets, Smart Appliances, Kitchen Tools Utensils, Home Cleaning, Beauty #shortsCool Items Official
zhlédnutí 58M
Ochutnáváme Nejsmradlavější Vajíčka na světě - Stoleté Vejce @Duklock @VidrailEvilBender47
zhlédnutí 234K
Do u want the result? 🤔 Elsa and Nevada #elsarca #tiktokElsa Arca
zhlédnutí 16M
Every girls worst nightmare 💅😫 #anwar #hannahstocking #shortsHannah Stocking
zhlédnutí 9M
Jak Vypadají Noví Nejbohatší Youtubeři v Česku?Bige
zhlédnutí 533K
ДЕДУШКИН РАССОЛ В СОЛО⚡️КАН АНДРЕЙ⚡️
zhlédnutí 16M
I'm Excited To see If Kelly Can Meet This Challenge!Mini Katana
zhlédnutí 31M
কৃষ্ণ কৃষ্ণ কৌটি কৌটি প্রণাম যাচিছো আপোনাৰ চৰণ কমলত। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব । ইমান সুন্দৰ কথা শুনিবলৈ পাই আমি নিজকে ধন্য মানিছো । কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ সেৱা জনালো ৷
কৃষ্ণ বাপ আপোনি সঁচাকৈ মহা জ্ঞানী, মহা মহন্ত আপোনাৰ কথাত বহুত শাৰীৰিক - মানসিক আৰু আধ্যাত্মিক শান্তি লাভ কৰিব পাৰি । প্ৰভু ভগৱন্তই আপোনাক সুচাস্থ্য আৰু ৰ্দীঘায়ু কৰক ...কৃষ্ণ ৰাম হৰি ৰাম.....
বাপজনাৰ অমৃতময় বাণীয়ে মন পুলকিত কৰিলে৷ কৃষ্ণ৷
Bohut bhal lagil bap agbari jowa
হে বাপ, আপুনি মহান | মানৱ জাতিৰ কল্যাণৰ বাবে আপোনাৰ এই প্ৰচেষ্টাই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰক আৰু অবোধজনৰ চকু মেল খাওক তাৰেই কামনাৰে প্ৰভু ঈশ্বৰৰ চৰণত নিবেদন | ধন্যবাদ.....
প্ৰনাম জনালোঁ বাপ |
উত্তম প্রবচন,বাপ জনা, এনেকৈয়ে
প্রতিদিন উত্তম প্রবচনে মানুহৰ মনৰ মল-মতি ধুই নিকা করিব।
বহুত ধন্যবাদ ।।
🙏🌺Krishna Bap🌺🙏hoy Bap apunar kothat honmot jonaisu.
Krishna 🙏🙏
আপোনাৰ এই অমৃতবাণী শুনিলে মনটো সচাকৈয়ে বৰ শান্ত হৈ পৰে ৷ কৃষ্ণ প্ৰভু আমাক সুমতি দিয়া ৷
কৃষ্ণ বাপ। আপুনি সৎগুৰু। মানুহৰ দুখ-দুৰ্দশা ই আপোনাৰ অন্তৰ ব্যথিত কৰিছে । সেয়ে আমাৰ প্ৰতিটো সংকটত আপুনি যথোচিত উপদেশ ও আহ্বান জনাই মাৰ্গ দৰ্শন কৰি আহিছে । সেৱা জনালোঁ ।
Hoy Prabhu 🙏🙏🙏
Krishna provu
বাপ আপোনি মোক সূমতি দিছে ,আপোনি সুৰে কনঠয় বৰ মহান ।।কেষৰ সমান আয়ুষ বাঢ়ক , ধনয়
Krishna
কৃষ্ণ বাপ অতি ই উত্তম কথা বাপ কৃষ্ণ
He probhu apunar khot boktitai Amar jiwonr khot poth mukoli Kori tulile.. Krishna probhu...
Hoi provu...hewa jonalu
Krishna krishna 🙏🙏🙏
কৃষ্ণ ৰাম ৰাম ৰাম ৰাম
হে। প্লভৃ আপোনাৰ।চৰনত শত কুটি বাৰ প্ৰনাম জনালো।
Pathak maharaj namaskar...after watching the video completely I must say that every person should watch it ....
🙏🙏🙏Prnam jnai su Prvu Esr. Apunar updakh aru hakht j2 kahini kola huni bhut amud palu. Apunar pra bhutu gyan arjon krisu.
Apuni Drighjibi hok tar kamnare Prvu Esr usrt Parthona krisu.
Pathok dau aapunak namaskar.bohut Val lagela.
কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ
হে কৃষ্ণ কৃষ্ণ মহা কৃষ্ণ
কৃষ্ণ কৃষ্ণ
Krishna bap
Karunamai ram karunamai . Kario kripa jeno ucito hai.. ehukal parakal nasarako mati. Janme janme houk krishnoto vakati
Apunar ahirbad grohon korilu. Amak koronai aku koribo nuare
Krishna. 😊
Bohut Katha janelu.krishna.krishna.
আপোনাৰ এই মধুময় অমৃত বাণী শুনি পৰম সুখী হলো সশ্ৰদ্ব প্ৰনিপাট জনালোঁ
সুন্দৰ পৰভূ,অহাকালি মই কাম এটাৰ কাৰনে যাম পৰভূ আশিবাদ কৰিব
কৃষ্ণ কৃষ্ণ বাপ
🙏
Bor Hundor Aakou hunisu
V v good
Krisna
Bap
Krishna Krishna bap
Krishna Krishna bap sewa janaiso
আপোনাৰ মধুময় অমৃতবানি নুশোনিলে যেন অনুভৱ হয় ম ই ভগৱানৰ ওচৰত অপৰাধী
সচাকৈয় বাপ সুনদৰ বানী,সদাইশোনাৰ আশাৰে ৰখিছো সেৱাহে
ধন্যবাদ জনালোঁ
krisna bap
কৃষ্ণ বাপ বহুত ভাল কথা শুনালে আৰু শুনিবলৈ পাম বুলি আশাৰে বাট চাই আছো কৃষ্ণ |
কৃষ্ণ
Krisna bap jon
কৃষ্ণ বাপ।সুন্দৰ হৈছে।
কথা বোৰ বৰ চিন্তানীয হৈ পৰিছে বৰ্তমান প্ৰভু জনা ।। কিন্তু এতিয়াও আমি দৃঢ় যিখন দেশত আপোনা সকলৰ দৰে সাধু মহন্ত আছে তাত কোনো কুশক্তিয়ে কাকো বিনাশ কৰিব নোৱাৰে আৰু এয়া আমাৰ দৃঢ় বিশ্বাস ।। কৃষ্ণ 🙏
গুৰু কৃপা হওঁক
Ram Ram Ati uttam.
Krishna bap heya janalu
Krishna Baap Parnam
Bar bhal lagil apunar byakhya khini
Provu aponako vogobane kokhule rakhok hori om hori om
সেৱা জনাইছো প্ৰভু। মই কৃষ্ণগুৰু ভকত। আপোনাৰ ভিডিঅ চাই, শ্ৰৱণ কৰি ভাল পালো। আপোনাৰ আধ্যাত্মিক জ্ঞান প্ৰবচন, গুৰুভক্তি, হৰি কথামৃত তথা ঈশ্বৰ পৰায়ণতা দেখি শুনি বৰ সন্তোষ পাইছো। হৰি ভক্তিয়েই জগতৰ একমাত্ৰ সাৰ বস্তু, সেয়ে সকলোৱে হৰি ভক্তি কৰি নিজৰ লগতে আনকো তৰোৱা উচিত। ঈশ্বৰে সৰ্বতোপ্ৰকাৰ আপোনাৰ মংগল কৰক, কৃপা কৰক তাকে কামনা কৰিলো। জয় কৃষ্ণগুৰু।।
জয় কৃষ্ণ গুৰু ।।
ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰভু ।
Jai Krishna guru.
Jai Sankar guru.
W ..bhut val lagil. Juge juge vgbane manuhr karne eman kstro krile tothapiw manuhr gyan NHL manuhk bujabr babe moiw kw mhamari rup loi aahise vgban aibar.dustro jnk dmn nkrilr uthi aha kn kn bure danger vulr sasti lb. atiyaw manuhr gyan sku muklli hb janu? sdaie prathna kru esrk manuh bur val howk bulie.
Nice video.
Krishna baap.pun prathame apunak sewa janaisu.apunar kothai Jen muk antor atma xanti u xitol kori tulise.apunar kothakhini xuni Thoka xomoyot mur man2 iman Val Lagise kobole xobdo nai.apunar yei byakhai xokolure mon anupranit korok.Jay Guru Sankar.
hee probhu amar akankor posimiya honokristir andho anukoron amar Kal hoboniki. oporadh Marjan a korejen krishna
হয়। ঠিকেই কৈছে
tX
প্ৰভুজন গুৰু সিংহাসনৰ ওপৰত বাখ্যা দিছিলে নেকি।। জানিবলৈ বৰ ইছ্ৰা ।। আপোনাৰ চৰণত কৌটি বাৰ সেৱা জনালোঁ । আৰু অনুৰোধ কৰিলোঁ ।।।।
Bap kathakhinir para Bhut janilu
Krishna
Apuni kihar mala pindhe?
কাঠৰ
Krishna bap amar eta pashna asil 33 kuti debate as late kak kai ba kun keijan
৩৩কৌটি দেৱতা ।
আদিত্য =১২ জন
ৰুদ্ৰ = ১১ জন
বসু = ৮ জন
অশ্বিনী কুমাৰ = ২ জন
_______________________
মুঠ = ৩৩ জন দেৱতা ।
কৌটি মানে প্ৰকাৰ । অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱতা আছে ।
Uttar tu Mayo eneke agate paisu
Aru apunar para eke uttar Pai Val lagil,. Krishna
Bap kishna upaner nam to gher kot janabo
ৰিজু পাঠক, গুৱাহাটী , 9365171311
ই মান এদ্ভ্ৰাত্ৰাস দিয়াৰ কাৰণ নাছিল নেকি
কৃষ্ণ,কৃষ্ণ, প্ৰভূ বাপ জনাই যে কা,কেব,কৰোণা, কভিন19,ছাত্র নেতা লোৰিন জোতি গগৈক সমালোচক।আদি কৰি সকলো অনুস্থানত,যেনে, সংগীত ময় ভাগৱত প্ৰৱচন,ভাগৱত পাঠ,গীতাৰ কথা,নাম ঘোষাৰ বাখ্যা,ধৰ্মীয় সভাৰ বত্তা,কত কি।কৃষ্ণ,কৃষ্ণ,অপৰাধ মৰিষণ।
বাপ,
এই কৰোণা নে কৰ'না ?
কভিন 19 নে ক'ভিড 19 (Covid19) ?
লোৰিন জ্যোতি নে লুৰিণ জ্যোতি ?
অনুস্থান নে অনুষ্ঠান ?
সংগীত ময় নে সঙ্গীতময় ? ইত্যাদি বিভ্ৰান্তিমূলক মন্তব্য প্ৰদান কৰি আপুনি নিজেও বিভ্ৰান্ত আৰু আনকো বিভ্ৰান্ত কৰিব যেন পাইছোঁ ।
কৃপা কৰি নিজে ভ্ৰম বা বিভ্ৰান্তিৰ মাজত থাকি আন শান্তি প্ৰিয় লোকক কিয় বিভ্ৰান্তিত পেলায় ? কিয়নো মোক আপুনি CAB , CAA আদি আন্দোলনত অংশ গ্ৰহণ কৰা দেখিছে নেকি ? লুৰিণক কিয় সমালোচনা কৰিছোঁ সেই কথা লুৰিণে ভালদৰেই জানে ।
আৰু "ধৰ্মীয় সভাৰ বত্তা " এই বত্তা কি বস্তু বাপ 🙏? কৃষ্ণহে বুলিলো ।
Jay Krishna Guru
Krishna
কৃষ্ণ