জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ কথাৰে যুৱ সাংবাদিক এঞ্জেলা চাংমাইৰ সাৰুৱা ভাষণ।।Angela Changmai Speech

Sdílet
Vložit
  • čas přidán 12. 09. 2024

Komentáře • 126

  • @inudas9115
    @inudas9115 Před 6 dny +2

    Bohut val lagil baidew vogobane apunak vale rakhok

  • @SriSrimunidewri
    @SriSrimunidewri Před 24 dny +7

    Bahut val lagil anjela kathabur Iman sundarkoi koba para. ❤❤❤❤❤

  • @bikashdeka5755
    @bikashdeka5755 Před 18 dny +3

    Apunar kothabur xunile amr Dore Lora suwalibur aru akhuj agbarhiboloi prerona Pau xosai bohut val lagil xuni ❤❤

  • @user-gi3go6qq7m
    @user-gi3go6qq7m Před 11 dny +2

    We salute to journals Anjala madam .for her knowledge best fruit ful speech .her speech batterment for society.

  • @raninath4698
    @raninath4698 Před 28 dny +24

    তোমাৰ জ্ঞাৰ্তাথে মই জনাবলৈ পাই বৰ আনন্দিত যে গোলাঘাট জিলাৰ ফৰকাটিঙৰ পাঞ্চজণ্য প্ৰাথমিক শাখাৰ নামঘৰৰ মজিয়াত অকমানিহঁতৰ এটা অতিব সুন্দৰ খোল বাদনৰ দল গঠন হৈছে। তেওঁলোকে ওচৰৰ গাঁৱৰ নামঘৰত গৈ ভাওনাৰ আৰম্ভনিও কৰিছে।

  • @ramdeka6585
    @ramdeka6585 Před 14 dny +2

    শত কোতি প্ৰনাম বাইদেউ আপোনাৰ ভাষন শুনি ইমানেই ভাল লাগে ক'বলৈ ভাষা নাই, আপোনাৰ ভাষনৰ মাজত মই বহু তত্ত্ব বিচাৰি পাইছোঁ।🙏🙏🙏🙏

  • @uroniyamon7408
    @uroniyamon7408 Před 19 dny +3

    কৃষ্ণ অতি সুন্দৰ ভাষণ, অভিনন্দন জনায়চো,লগতে সুস্বাস্থ্য কামনা কৰিলোঁ

  • @injudhanyabadbaideuxundorr7655

    খুবেই সুন্দৰ ও আদৰণী বক্তৃতা আধ্যাত্মিক ও সাংস্কৃতিক ক্ষেত্ৰখনত ,বৰ্তমান নতুন প্ৰজন্মৰ বাবে,এখন সুন্দৰ সমাজ গঢ়িবলৈ আপোনাৰ দৰে বক্তাৰ প্ৰয়োজন আছে। কৃষ্ণ

  • @subodhtalukdar3433
    @subodhtalukdar3433 Před 19 dny +1

    খুব ভাল লাগিল আপোনাৰ সাৰুৱা ভাষণ শুনি মন আপ্লুত হলো।কৃষ্ণ🙏🙏🙏

  • @dhireswarray8159
    @dhireswarray8159 Před 20 dny +3

    Krishna Krishna joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏🙏

  • @kusumbaruah2336
    @kusumbaruah2336 Před 5 dny

    শংকৰে আপোনাক পুনৰ পাঠিকাৰ ৰূপ দিয়াৰ বাবে ধন্যবাদ জনালো ❤❤

  • @nripendeka9800
    @nripendeka9800 Před 11 dny +1

    sunddar explain , Krishna 🙏

  • @anjudadhora7839
    @anjudadhora7839 Před 10 dny +1

    Krishna, apunar pratito Katha bhut giyan lobo pari .apunar maa - deutak bhout bhut pranaam.

  • @minatimedhi591
    @minatimedhi591 Před 16 dny +2

    ,তুমি.ক.ধন্যবাদ. দীৰ্ঘায়ু হোৱা❤❤

  • @basntakonwar
    @basntakonwar Před 22 dny +4

    🙏🙏প্ৰণাম জনাইজো

  • @binitachetia7327
    @binitachetia7327 Před 14 dny +2

    বৰ ভাল লাগিলে 🙏

  • @user-sd2cp7of3t
    @user-sd2cp7of3t Před 20 dny +2

    শত শত প্ৰণাম বাইদেউ

  • @durlovsaikia-f7i
    @durlovsaikia-f7i Před 2 dny

    Congratulations to Anjela for good performance at Rup Nagar Duliajan.

  • @Lakhimpuretu-hitu.2144
    @Lakhimpuretu-hitu.2144 Před 13 dny +1

    আপোনাৰ প্ৰত্যেক ভিডিঅ' বোৰ চাও বাইদেউ । বহুত ভাল লাগে ।

  • @SimaKalitaBaruah
    @SimaKalitaBaruah Před 12 dny +1

    Bhogobane vale rakhok sundor kotha koise val lagil

  • @Satya-bb3hq
    @Satya-bb3hq Před 11 dny +1

    সুন্দৰ।গুৰু বাদ্য সকলোতে নহয়

  • @abanideka9836
    @abanideka9836 Před 24 dny +2

    ।।জয় কৃষ্ণ 🙏।।জয় গুৰু শংকৰ🙏।। আপুনি বাইদেউ অতুলনীয়। ভগৱানৰে সৃষ্টি আপুনি। আপুনি সুস্বাস্থ্যৰে শতাধিক পৰম আয়ুস লাভ কৰক তাৰেই ভগৱানৰ ওচৰত কামনা ও প্ৰাৰ্থনা কৰিছো। কৃষ্ণ 🙏।

  • @user-fh4fq7ib4i
    @user-fh4fq7ib4i Před 3 dny

    ❤ bohut hundor ❤❤❤❤

  • @bishnuchangmai4315
    @bishnuchangmai4315 Před 8 dny

    Bohut bohut val lagile

  • @basantakumargoswami1582
    @basantakumargoswami1582 Před 20 dny +1

    Bohut bhal lagise....
    Apunar boktobyo....Akha korisu
    Ene VDO. Punor paam...
    Aru akhonor jubo projonmok utsah jugayy......

  • @SanjayBorahkumar
    @SanjayBorahkumar Před 5 dny

    ভাল লাগিল কথা বোৰ শুনি।

  • @jadabmili3320
    @jadabmili3320 Před 26 dny +26

    Krishna... Tumar hokolu boktokbyo mur hridoyot humai porise 🙏👍❤

  • @BontiDutta-ke4jv
    @BontiDutta-ke4jv Před 28 dny +1

    Bor sundor suni thakibor mon Jai Krishna

  • @JitusaikiaSaikia
    @JitusaikiaSaikia Před 11 dny +5

    Apunar protitu boktoby Amar Babe peronadaok.

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Před 6 dny

    সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সৰ্বোচ্চ সত্য। ব্ৰহ্ম নিগূন সচিদানন্দ। ব্ৰহ্ম বিশুদ্ধ চেতনা। জীৱ জীবাত্মা চেতনা আত্মা আৰু ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম ব্ৰহ্ম আৰাধনা প্ৰণালী। 1, শ্ৰৱণ 2মনন3নিদিধ্যাসন। অহম ব্ৰহ্মাশ্মি বুলি কানেয়ে ভালকৈ শুনা। মনন মানে মনত শুদ্ধতা স্থিৰ কৰা নিদিধ্যাসন বাস্তৱ সত্য উদ্ঘাটন কৰা। ব্ৰহ্ম সভাৰো উদ্ধত ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্ম এক নিগূন ব্ৰহ্ম সচিদানন্দ। বাকী জগত বা প্ৰকৃতি বা দেহ নিত্য অমৰ ব্যক্ত নকৰে। নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন ইত্যাদি। ব্ৰহ্মক জানিলে ব্ৰহ্ম শক্তিৰ পৰা হোৱা মায়াৰ ভ্ৰম নাথাকে আৰু জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। নমস্কাৰ। প্ৰদীপ গগৈ গুৱাহাটী।

  • @rupalisonowal2143
    @rupalisonowal2143 Před 29 dny +1

    I like it , God bless youuuu ❤️

  • @user-mk3dt3hl4v
    @user-mk3dt3hl4v Před 26 dny +1

    Bhut val lagil tomar Katha khuni

  • @user-lj5hl5js5u
    @user-lj5hl5js5u Před 6 dny

    Joy guru shankar, bahut sunder madam

  • @minatideka4384
    @minatideka4384 Před 16 dny

    ঠিক কথা কৈছে। গাৱত বহুত সুন্দৰ শিল্পী আছে।

  • @sadhanakalita9609
    @sadhanakalita9609 Před 28 dny +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনাইছো ।বৰ ভাল লাগিল।

  • @dipalirabha3909
    @dipalirabha3909 Před 25 dny

    Majoni, go ahead, I am always with you.........

  • @BasantaGogoi-tb4rw
    @BasantaGogoi-tb4rw Před 17 dny

    সুন্দৰ ভাষন । তোমাৰ উজ্বল‌‌ ভবিষ্যতৰ কামনা কৰিলো 21:43

  • @BanikantoGogoi
    @BanikantoGogoi Před 5 dny

    ভগৱানেকিপা কৰক❤❤

  • @bipulkalita5824
    @bipulkalita5824 Před 17 dny

    শত শত প্ৰণাম বাইদেউ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ অসমীয়াগিৰী❤❤❤

  • @dhananjoydas6714
    @dhananjoydas6714 Před 26 dny

    তোমাৰ সাৰুৱা ভাষণ শুনি ভাল লাগিছে। তোমাৰ ভবিষ্যত উজ্বল কামনা কৰিলোঁ । ধন্যবাদ

  • @tapansaikia5798
    @tapansaikia5798 Před 22 dny

    Heart touching speech.Thanks🙏

  • @user-jw9ji6hf7h
    @user-jw9ji6hf7h Před 20 dny

    Very nce. Carry on. Salute u

  • @AmarNath-wd9rm
    @AmarNath-wd9rm Před 10 dny

    God bless you.

  • @binakumarigogoiborah8407

    ❤❤❤❤ অতি সুন্দৰ উপস্থাপন 🙏🏻 কৃষ্ণ আই 🙏🏻❤

  • @r.d.creator8235
    @r.d.creator8235 Před 19 dny

    Gah r num uthi gol heart touching ekdom 👌👌👌👌❤️❤️❤️❤️

  • @jgogoi925
    @jgogoi925 Před 13 dny

    Krishna 🙏 krishna 🙏 krishna 🙏 iman hundor upostapon imn hunodor baikha manob homajok jiyai Tula abhagi prokhad probhu aru hokti diyok giyan diyok aru dirghayu kamona korilu baideo apunk ......aru ami protek jon manuhe jodi homaj khonr kotha apunr dore vabibo parilu hole aru aagowai jabo parim buli aakha rakhisu anagot dinburt

  • @jitub762
    @jitub762 Před 2 dny

    Good bless you

  • @Dubu_with_mom
    @Dubu_with_mom Před 23 dny

    খুব সুন্দৰ আগুৱাই যোৱা তুমি।ভালে থাকা।

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Před 16 dny

    Respected Nang Anjela Chang mai(reporter) thanks you very much to you as young reporter and best ideologist for giving so many News announcement and advices deliver among the societies.it is very good idia. But one thing. Now a days this medicinal precisely does not be successful completely. সাম্প্ৰতিক কালৰ মানুহৰ মন বুদ্ধি ‌ হ্নদয় চিন্তা চেতনা ধ্যান ধাৰণা পৌৰাণিক কালত ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত ও প্ৰচলিত দিনৰ কথা কৈছোঁ যেতিয়া মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল আৰু তাত শিষ্য সকলক আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা মানৱীয় প্ৰমূল্যবোধ সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস ব্ৰহ্ম উপলব্ধি অনুভৱ অনুশীলন কৰিবলৈ শিকাইছিল। কিন্তু আজি তোমাৰ দিনত সাম্প্ৰতিক কালত দৈনিক কি ঘটে দুষ্ট দৈত্য দানৱৰ আসুৰিক খেল। কিয় হৈছে জানা জীৱ শ্ৰেষ্ঠ মানৱৰ মানৱতাৰ খ্ৰলন। জীৱন নিৰ্বাহৰ পদ্ধতি বা শিক্ষণ হৈছে শৈক্ষিক জ্ঞানৰ মূল ভেটি। স্বাৰ্থ সিদ্ধি মিছা ব্যেশা হত্যা লূন্থণ ফাকি ধনী মানি বৈষম্য সমাজ সংস্কাৰ সংস্কৃতি সঙবিধান ৰীতি-নীতি আহাৰ বিহাৰ ‌ইন্দিয় আসক্তি পূৰ্ণ যুৱক আৰু যুৱতী পিতৃ মাতৃ সন্মানীয় ব্যক্তি সকলক অপমান মদ্যপান দুষ্কিতি পূৰ্ণ ব্যৱহাৰ। মনে প্ৰাণে হ্নদয়ে কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান ইত্যাদি অসৎ মানুহখিনিৰ মাজত থকা সৎ মানুহ সদাচাৰী জীৱনৰ অশেষ কষ্ট। মুখেৰে সকলো কৰে সলাগিব হাতে কামে পলাব। গতিকে তাহানিৰ যুগ আৰ্য সভ্যতা সংস্কৃতিৰ যুগ।সৌ তেতিয়াৰ যুগ পাটকাই পৰ্বত বগাই অহা ছ্যুকাফাই মুঙডুনছূন খামঙত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা দিনৰ বুৰঞ্জী। বুৰঞ্জীৰ মহা নায়ক লাচিত বৰফুকনৰ নেতৃত্বত আহোমে মোগলক পৰাস্ত কৰে আৰু সেই সময়ৰ পৰিবেশ। বহুতো কথা সময় হে লেঠা। আজিৰ মানুহ কেতিয়াও নহয় মাটিৰ মানুহ । তাহানিৰ দৰে হোজা অসমীয়া। ভাৰত খন বহুবাৰ ঘুৰিলো। তাৰ পৰাই পূথিৱীৰ কথা শুনিলো। বহুতক জানো। নাজানো বহুতক। তোমাৰ মঙ্গল কামনাৰে আকৌ কলো ভালদৰে চাই চিন্তি জীৱ শ্ৰেষ্ঠ মানৱৰ মনৰ ভাৱনা বুজি আকৌ তাহানিৰ ৰংপুৰ থাইলেণ্ড লাওচ বাৰ্মা আহোম স্বৰ্গদেউ সকলৰ পুৰনি ঠাই সিফালে হিন্দু ধৰ্মৰ ব্ৰহ্ম সত্য জগৎ মিথ্যা। চাৰি বেদ ১৮পুৰাণ উপনিষদ গীতা ভাগৱত বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত মহাকাব্য আদি শাস্ত্ৰ সমূহ আধ্যাত্মিকতাবাদৰ পোষকতা ইত্যাদি বিভিন্ন ধৰণৰ কথা আমাক জনাব পাৰি। ধন্যবাদ।চাও প্ৰদীপ গগৈ। গুৱাহাটী। original upper Assam talam(jonai)

  • @mamonidevi617
    @mamonidevi617 Před 16 dny

    Krishna eman xundorkoi koiche mon pran hori niche ❤❤❤

  • @ruhitgogoi4649
    @ruhitgogoi4649 Před 6 dny

    Hundor

  • @lukumailekharu1022
    @lukumailekharu1022 Před 12 dny

    Krishna krishna. Oti sundar baikhya.

  • @ratulali7744
    @ratulali7744 Před 22 dny +1

    সুন্দৰ ভাষন

  • @bipulkalita6116
    @bipulkalita6116 Před 24 dny

    একদম সঁচা কথা কৈছে বাইদেউ 👍👍👍👍🙏🙏♥️♥️

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 11 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @manuranjankonwar4346
    @manuranjankonwar4346 Před 11 dny

    🎉 কৃষ্ণ আইগৰাকি

  • @basntakonwar
    @basntakonwar Před 22 dny

    কৃষ্ণ মোৰ ভাষা হেৰাই গৈছে বহুত সুন্দৰ

  • @mamonidas1659
    @mamonidas1659 Před 29 dny +1

    Krishna 🙏🏻vale thaka tumi❤

  • @SwarnapravaBaishya
    @SwarnapravaBaishya Před 16 hodinami

    Krishna Krishna joy guru sangkar

  • @JitulGogoi-lx7id
    @JitulGogoi-lx7id Před 24 dny

    কৃষ্ণ আপোনাৰ কথা বহুতো সুন্দৰ লাগিছে ❤

  • @Shua_098
    @Shua_098 Před 19 dny

    Khub bhal bhakhan, khub bhal kotha, apuni agbahi jauk , gurujanar akhirbad hadaya thakibo, bhagane apunak Mangal koribo, jate apuni kunu karenete nijar adarkha ketaio kahiniou atari nahe.

  • @manikadas7187
    @manikadas7187 Před 24 dny

    কৃষ্ণ ।আপোনাৰ ভাষণ বহুত ভাল লাগে ।

  • @AmarNath-wd9rm
    @AmarNath-wd9rm Před 24 dny

    সুন্দৰ কথা কৈছা,।

  • @abhigyanborahanuhazarika167

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Před 12 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আই তোমাৰ মাত কথাৰ শব্দ বোৰ তোমাৰ কাষত থাকি কেতিয়াবা শুনাৰ সৌভাগ্য হয় সেই কথা বৰ্তমান কালৰ

  • @anusunabairagi-ld5ek
    @anusunabairagi-ld5ek Před 24 dny

    bohut val lagil bhaxontu xuni.

  • @paramanandagogoi2413
    @paramanandagogoi2413 Před 16 dny

    আপোনাৰ কথাবোৰ ভাল লাগী 4:10

  • @bhabanitadeka8406
    @bhabanitadeka8406 Před 24 dny

    Bahut Val lagise ba aponar katha xoni

  • @BharatNath-nb5wy
    @BharatNath-nb5wy Před 28 dny +1

    Bohut dhunia hoi sa apuni bhala kuhale thakok❤❤❤

  • @lilikhataniar7292
    @lilikhataniar7292 Před 20 dny

    ইমান সুন্দৰ ভাষন ❤

  • @FATBIKERKOUSTAV
    @FATBIKERKOUSTAV Před 24 dny

    ❤❤❤❤ very nice ❤❤❤❤ sister.❤❤❤❤

  • @jutikakalita7722
    @jutikakalita7722 Před 23 dny

    আই গঢ়াকিলৈ প্ৰণাম জনালোঁ🙏

  • @KhandanHazarika
    @KhandanHazarika Před 22 dny

    🙏🙏 vhal lagil

  • @UdayDas-c5l
    @UdayDas-c5l Před 8 dny

    কৃষ্ণ 🙏

  • @mridulkumarrabha892
    @mridulkumarrabha892 Před 11 dny

    Good

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7zn Před 12 dny

    Nice

  • @minatideka4384
    @minatideka4384 Před 16 dny

    🙏🙏

  • @bipulbitu1680
    @bipulbitu1680 Před 13 dny

    Krishna Krishna 🙏🙏🙏🙏

  • @somirbora6904
    @somirbora6904 Před 21 dnem

    Anjela sangmai tumar vasonor proti Ami auto satisfactory Aagbahi juwa

  • @bichitradas7695
    @bichitradas7695 Před 13 dny

    হে আই গৰাকী শিক্ষা ব্যৱস্থাক কি পৰামৰ্শ দিব? চৰকাৰকৰ শিক্ষা বিভাগে শঙ্কৰদেৱে দিয়া মহিলা সকলক দিয়া মাহেকীয়া সমস্যা তো নমনা হৈছে। পবিত্ৰ শিক্ষা মন্দিৰত কৰি প্ৰবেশৰ পৰা বচাব পাৰিবনে?

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Před 10 dny

    তাৰ আগতে আচল সত্য টো প্ৰকাশ কৰিবলৈ সাহস থাকিব লাগে। যি টো সত্য তাক সকলোৱে স্বীকাৰ কৰিব লাগে। ইতিহাসে কি কয় মানব লাগে। শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰিবলৈ অসমৰ মূলক খন পালে কেনেকৈ। 1228 খূষ্টাব্দৰ 16আঘোণৰ কাহিলি পূৱাৰ আগৰ অসম খনৰ ছবিখন যি দেখিবলৈ পাইছিল তাক শুধক।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 19 dny

    ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ আৰু সময়োপযোগী আৰু মননশীল আলোচনা বা ভাষণ। ভগ্নী স্বৰপ এঞ্জেলালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সদায় সুখী হৈ থাকা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤

  • @popygogoi2235
    @popygogoi2235 Před 17 dny

    Apunak ki kom ❤aku bhakha bisari puwanai❤❤❤

  • @basntakonwar
    @basntakonwar Před 22 dny

    🙏🙏কৃষ্ণ 🙏🙏🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Před 8 dny

    স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ তুলনাত নাহে।কাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল। যেতিয়া অসম ও নাছিল অসমীয়া ও নাছিল তেতিয়া চাওলুং ছ্যুকাফাই ‌ কেনেকৈ অসম আৰু অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ সকলো দিশতে কি কৰিছিল। প্ৰথম অসমীয়া স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ কথা প্ৰথমে চিন্তা নকৰিলে শ্ৰীমন্ত শংকৰদেৱৰ কথা কব ই নোৱাৰে। কাৰণ চাওলুং ছ্যুকাফাই অসম আৰু অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ সূষ্টি নকৰাকৈ থকা হ'লে শ্ৰীমন্ত শঙ্কৰদেৱে ক'ত একশৰণ নামধৰ্ম প্ৰচাৰ কৰিলে হেতেন। ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে reporter গৰাকী য়ে আচলতে ঠিক কে কোৱা হোৱা নাই। এনে কৈ নহয়।

  • @Dipankarshivam
    @Dipankarshivam Před 13 dny

    বা আপোনাৰ কথা বোৰ শুনি ইমানে ভাল লগা হৈছে দিনটোত আপোনাৰ ভিডিঅ'এটা নাছাও‌ ভালে নালাগে

  • @MunBoruah-c3t
    @MunBoruah-c3t Před 15 dny

    Moiu apuni kushale thokatue bisarisu vogowanor usrt...

  • @hrishirajkalita7807
    @hrishirajkalita7807 Před 23 dny

    বহুত ভাল লাগিছে ।
    হৃদয় চুই গৈছে । শুনি থাকিলে শুনি থাকিব মন যায় ।

  • @user-hq7jy2fr2x
    @user-hq7jy2fr2x Před 19 dny

    🙏🙏🙏🌺

  • @bornalilahkar8936
    @bornalilahkar8936 Před 23 dny +1

    Krishna

  • @amiyaphukan3270
    @amiyaphukan3270 Před 25 dny

    Krishnaa. :. Ashamer. Bhitarat. Agaraki. Dhanyaabad

  • @Nibir700
    @Nibir700 Před 24 dny

    তোমাক সচাকৈ ভাল লাগে। কিবা জনাবা নেকি?

  • @keshabdas7527
    @keshabdas7527 Před 20 dny

    কৃষ্ণ ৰাম নাৰায়ণ ৷

  • @iamnoob1404
    @iamnoob1404 Před 3 dny

    আপুনি ভাল কথা কৈচা আপোনাক অনুৰোধ কৰিছোঁ আপো নামৰ ফন্নৰ t দিবচোন‌ কথা কেইটামান কম

  • @J.GVlog6
    @J.GVlog6 Před 28 dny

    ❤❤

  • @dulalsarkar6945
    @dulalsarkar6945 Před 21 dnem

    Hare.krishna

  • @user-zz3oo4xx6f
    @user-zz3oo4xx6f Před 24 dny

    Krishna Krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna namaste

  • @kanaksaikia7067
    @kanaksaikia7067 Před 28 dny

    Apunar ghar kot kobane bhohut Sundar Krishna Krishna 🙏🙏 kaliabor

  • @panchanansaikia-wx1dg
    @panchanansaikia-wx1dg Před 28 dny

    বৰ ভাল লাগিল আপোনাৰ ভাষণ শুনি।

  • @NeelimaSaikia
    @NeelimaSaikia Před 24 dny +2

    Krishna ontor porokhi juwa ভাষণ।