অসম হ’লগৈ মিনি বাংলাদেশ

Sdílet
Vložit
  • čas přidán 13. 09. 2024
  • অসম হ’লগৈ মিনি বাংলাদেশ। বিজেপি চৰকাৰ নাথাকিলে অসমত সৃষ্টি হ’ব ভয়ংকৰ পৰিস্থিতিৰ। অসমীয়াক ৰক্ষা কৰিবলৈ কিমান কঠোৰ হ’ব হিমন্ত বিশ্ব শৰ্মা? কমেন্টত জনাওঁক আপোনাৰ প্ৰতিক্ৰিয়া
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Komentáře • 1,5K

  • @GaneshPaul-bb7cv
    @GaneshPaul-bb7cv Před měsícem +10

    🇮🇳ইন্ডিয়া,হিন্দু ৰাষ্ট্ৰ হব লাগে।
    মিয়া অসমৰ পৰা খেদিব লাগে

  • @BikramSingDeka
    @BikramSingDeka Před měsícem +89

    মিঞাৰ অধিকাৰ নাই , হিমন্তবিশ্ব শৰ্মা সত্য

  • @user-ck9ul6dl5l
    @user-ck9ul6dl5l Před měsícem +44

    ধুনীয়া কাম কৰিছে হেমন্ত sir।।। Bangladesh কাণ্ড দেখি আজি মানুহে বুজিব পৰিছে BJP নহলে হিন্দু মানুহ কি হব congress really কৰে মাত্ৰ ভোটতৰ কাৰণে কংগ্ৰেছ মাত্ৰ বাংলাদেশী saporter ৰাইজে জনিলওক বুজি লওক।।।

  • @kaushikdeka1873
    @kaushikdeka1873 Před měsícem +104

    মামাই ঠিক কথা কৈছে, বুজিবলৈ চেষ্টা কৰিব দল সংগঠনে

    • @parimalroy6783
      @parimalroy6783 Před měsícem +1

      35percent. Hi du zwas in Bangladesh during indp. 35 per land India wants
      If not amicably not given by force will be taken. It is legal.

    • @kaushikdeka1873
      @kaushikdeka1873 Před měsícem +1

      @@parimalroy6783 অসমীয়া নাজানা নেকি বাবা

    • @chajitahajong3239
      @chajitahajong3239 Před 29 dny +1

      Hoi dada .hindu aaakota hobolage

    • @CEO-of-YouTube-timcook
      @CEO-of-YouTube-timcook Před 19 dny +2

      Mia bur sob akota ase.....amar hindu manuh bur ak hobo lage.... please support.... every hindu

    • @purnabordoloi5992
      @purnabordoloi5992 Před 12 dny +1

      Jagu hindu

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w Před měsícem +321

    সচাঁ কথা, অসম বুলিবলৈ নাইকীয়া হল । আমি সংখ্যালঘু হবলৈ গৈ আছে । মামাই যি কৈছে সচাঁ কথা কৈছে।

    • @lingkontaid3638
      @lingkontaid3638 Před měsícem +3

      Adacha kotha

    • @hajwkoroblog.3726
      @hajwkoroblog.3726 Před měsícem +14

      Kole nohobo action lobo lagibo...

    • @nilutpalsaikia8615
      @nilutpalsaikia8615 Před měsícem +7

      BJP য়ে কি হিন্দু সুৰক্ষা প্ৰদান কৰিছে, কেন্দ্ৰত আৰু ৰাজ্যত নিজৰ চৰকাৰ লাজ লগা নাই

    • @ipshikha1709
      @ipshikha1709 Před měsícem +2

      Absolutely right .. we love and respect our cm sir .... He can do ....🙏🙏🙏 please do ..... Hindu ... I also support you.... Amar majot unity nai unity thakbo lage tetiyahe mongol hobo

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih Před měsícem

      Bongali bongaliyei hindu Howk ba muslim, himantor kam nai

  • @pradipkalita6580
    @pradipkalita6580 Před měsícem +118

    বিজেপি ৰ কাৰণে আমি দহ বছৰ মিঞাৰ মন্ত্ৰী দেখা নাই অসমৰ কাৰণে শুভ লক্ষণ

    • @rahamanali235
      @rahamanali235 Před měsícem

      Tor nisina kukurok raije valkoi sini pai

    • @satyajit601
      @satyajit601 Před měsícem +3

      Kintu ai 10 bosor agot hindu osuroksito buli vaba nasilu, atia central aru state duyuta te BJP sorkar, aru axomot miya muslim mantri nai, tar pisotu hindu surakshito nohoi, tenehole ki dorkar anekua sorkar

    • @Xapon1054
      @Xapon1054 Před měsícem +4

      ​@@satyajit601 tok nalage toi vote nidibi BJPক আমাক BJP লাগে আমি BJPক দিম

    • @usm87ii
      @usm87ii Před měsícem

      @@Xapon1054ja haga pukor2 selek

    • @bhogeswarborchetia5348
      @bhogeswarborchetia5348 Před 10 dny

      ১০ বছৰত কিমান মিয়া খেদিলে জনাবছোন.

  • @uttamroy4434
    @uttamroy4434 Před měsícem +127

    মামাই যি কথা কৈছে একে বাৰে 100% সচাঁ ।

  • @monu-kt9ui
    @monu-kt9ui Před měsícem +25

    বিজেপি জিন্দাবাদ

  • @প্ৰিয়ানুজ
    @প্ৰিয়ানুজ Před měsícem +72

    সম্পূৰ্ণ সত্য কথা কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে।।

    • @GrapeUnicomPrivateLimited
      @GrapeUnicomPrivateLimited Před 19 dny

      Sach ye h Civil War ki taraf le jaraha h CM Lekin usko koi Andhaja ni h Kya aag se khelne ka Aanjaam kya hoga? Bangladesh China ke bich m h North East Agar Civil War huyi toh North East China or Bangladesh bant lenge Aur Bhavhwa Hindu 🕉️ ko Mithna padega dharti se tab Isliye Aag mat lagao varna mith jaoge

  • @anitray8379
    @anitray8379 Před měsícem +32

    ঠিকেই কৈছে মুখ্যমন্ত্ৰীয়ে

  • @user-iz4zn7eu9h
    @user-iz4zn7eu9h Před měsícem +94

    ঠিকেই কৈছে ১০০%

  • @utpalpatowary5721
    @utpalpatowary5721 Před měsícem +12

    যদি বাংলাদেশে হিন্দু কমিব পাৰে তেন্তে হিন্দুঃস্থানত মুছলমান কিয় কমাব নোৱাৰি ?

  • @siddharthabhattacharjee8310
    @siddharthabhattacharjee8310 Před měsícem +107

    অসমৰ হিন্দু সজাগ নহলে ভবিষ্যতে সমস্যাৰ সন্মুখীন হব ।

    • @adilurrahman6471
      @adilurrahman6471 Před měsícem +1

      Muslim atyo judi Hojak nohoi tenete Muslim r gazab ahi jabo....aru Ami Muslim bur o Lage lahe Strong Hoi asu.....Kune aku koribo nuare

    • @hDas-qc1mj
      @hDas-qc1mj Před měsícem +6

      ​@@adilurrahman6471 koti Mari dad lagam boineksuda miya Muslim

    • @expromaxx3147
      @expromaxx3147 Před měsícem

      @@siddharthabhattacharjee8310 ঠিকেই কৈছা

    • @mainaborah6592
      @mainaborah6592 Před měsícem +2

      ​@@adilurrahman6471bal strong kela tohot

    • @BinodSah-n9s
      @BinodSah-n9s Před měsícem

      Right

  • @prasantaborah-kz6ds
    @prasantaborah-kz6ds Před měsícem +45

    মুখ্যমন্ত্ৰীয়ে একদম সত্য কথা কৈছে!

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i Před měsícem +18

    হিন্দুৰ কথা কলেই মুছলমানৰ বদৰুদ্দিন , আৰু দুজন মানে মাত মাতিব আহে কিয় ?

  • @user-xq3ww4gl1z
    @user-xq3ww4gl1z Před měsícem +30

    100% right

  • @babuladhikari303
    @babuladhikari303 Před měsícem +4

    হেমন্ত মামা perfect Spech

  • @rabindeka1185
    @rabindeka1185 Před měsícem +239

    মিয়াক খেদিব লাগে অসমৰ পৰা ।

    • @asorali5896
      @asorali5896 Před měsícem +6

      Toi Kun baa

    • @Bmstudio5
      @Bmstudio5 Před měsícem

      @@asorali5896 আমি খিলঞ্জীয়া অসমীয়া কিন্তু টোক কিয় লাগে

    • @readingonly568
      @readingonly568 Před měsícem

      Apni to miya na burbuk

    • @readingonly568
      @readingonly568 Před měsícem

      ​@@asorali5896 tahale jolsen keno go

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih Před měsícem +9

      Bongaliku khedibo lage

  • @user-ih2cr4ff4i
    @user-ih2cr4ff4i Před měsícem +2

    Hosa kotha cm sir a really val kotha koise hosa...

  • @______________Ss23
    @______________Ss23 Před měsícem +127

    মিয়া খেদিব লাগে । মাজুলীত কিন্তু মিয়া মুছলিম নাই দেই । এটা আহি দেখা ওক মিয়া মাজুলী লৈ । কণী কাতি দিয়া হব 🚩

    • @sblifetv2798
      @sblifetv2798 Před měsícem

      Toi noaribi amar musilman manuh indiar hokolo oli goli aru majuliteo ase toi kon hoi toir ki hobo heito chinta kora

    • @prasuraja166
      @prasuraja166 Před měsícem +4

      মিয়া নহয় মিঞা ।

    • @QuestionbankEnglish
      @QuestionbankEnglish Před měsícem

      মাজলীৰ চাৰিওফালে যেতিয়া দখল হব তেতিয়া মাজলী জানু বাকী থাকিব

    • @abdulkhalequemondal9591
      @abdulkhalequemondal9591 Před měsícem

      Koi thakok,

    • @BoraKalpa
      @BoraKalpa Před měsícem +12

      অ কণী কাটি দিব লগে তেতিয়া আৰু 50 60 টা লৰা ছোৱালী জন্ম দিব নোৱাৰে 😂😂

  • @nipenboriprabujaisriramki2490
    @nipenboriprabujaisriramki2490 Před měsícem +8

    হিন্দু সকল ধৰ্ম নিৰপেক্ষ কিন্তু বেলেগ ধৰ্মাৱলম্বী লোক সকল ধৰ্ম নিৰপেক্ষ নহয়।

  • @assamnoobgamer9752
    @assamnoobgamer9752 Před měsícem +51

    শৰ্মাই ঠিক কৈছে।আমাৰ কিছুমান হিন্দু মানুহে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে কোৱা দেখা পোৱা গৈছে।যি বিলাকে কৰে তেওঁলোকে লুঙিৰ তলৰ গন্ধ খুব ভাল পায় চাগে। এই মুছলিমৰ জন বিস্ফোৰণ সৰুৰে পৰাই শুনি আহিছো। দেউতাই তেতিয়া গোপীনাথ বৰদলৈৰ‌ কথা কৈছিল। তেওঁৰ দিনত‌ এবাৰ বহিৰাগত মুছলিম বিলাকক খেলিছিল। কিন্তু কটা আজিলৈকে দেখোন সমস্যা সমস্যা হৈ থাকিল। মই তেতিয়াৰ পৰাই অলপ অলপকৈ মনলৈ আহিছিল সিহঁতৰ ইমান মানুহৰ সংখ্যা বৃদ্ধি কিয় তেতিয়া দেউতাই কৈছিল সিহত‌বৰ কৰ্মী মানুহ সিহঁতে বহুত পৰিশ্ৰম কৰিব পাৰে।সেই কাৰনে আজি গোতেই অসমত বা পৃথিৱীত সিহতৰ‌ ইমান বৃদ্ধি।আমাৰ অসমৰ‌ মানুহ এলেহুৱা মাতি বিক্ৰী কৰি বহি বহি খাই আজি এই অবস্থা। লগতে আমাৰ চৰকাৰৰ অলপ দশ আছে বিশেষকৈ যেতিয়াৰপৰা congressচৰকাৰ আহিছে ভোট বেঙকৰ জৰিয়তে আজি জন বিস্ফোৰণ হবলৈ‌ পাইছে। মই ভাবো ইয়াৰ‌ পৰা বাচিবলৈ উপায় হল‌ আমি এতিয়া সিহতৰ পৰাহে শিক্ষা লব‌লগা হ'ল।নহ'লে আমাৰ পৰবৰ্তী জেনেৰেশনে বহুত‌ প্ৰত্যাহ্বান জনাব লাগিব। মই চৰকাৰক অনুৰোধ কৰিম আপোনালোকে কঠোৰ আইন আনক‌ আৰু সমস্যা বিলাক সমাধান কৰক লগতে আমাৰ মানুহ খিনিৰ লগত সদায় এই বিষয় বিলাক দকৈ আত্মসমালোচন কৰক আৰু আপোনাৰ‌ ভবিষ্যতৰ ল'ৰা ছোৱালীৰ‌ কাৰনে কিবা এটা কৰক।নহ'লে বাঙলাদেশৰ নিচিনা পৰিস্থিতি হ'ব।জয় আই অসম।❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉

  • @LokhiMoni-yf8qq
    @LokhiMoni-yf8qq Před měsícem +4

    Vall mama apunaloi bohut dhoinobad thakel🙏

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn Před měsícem +70

    হেমন্ত বিশ্বক বুজিবলৈ ঢেষটা কৰক ৰাইজে,সছা কথা কৈছে হেমন্ত ছাৰে

    • @LuluNoroh
      @LuluNoroh Před měsícem

      মজা ❤❤❤❤❤❤❤❤

  • @jubinnath4522
    @jubinnath4522 Před 18 dny +1

    হিমন্তবিশ্ব শৰ্মা সত্য কথা কৈছে সকলো বুজি লোৱা টাইম থকাটৈ 🙏

  • @papuldutta9971
    @papuldutta9971 Před měsícem +55

    অসমিয়া মানুহবোৰ সহজ সৰল তাৰে সুযোগ লৈছে মিয়া বাংলাদেশীয়ে মুছলমানে মাটি বিক্ৰী বন্ধ হ'ব লাগে।

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe Před měsícem +2

    জয় আই অসম,,হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ বাবে শক্তি,, এনেকুৱা শক্তিশালী নেতা আমাক সদায় লাগে,,

    • @GopalMurah-xc3os
      @GopalMurah-xc3os Před 17 dny

      Jay Aia Assam ,Himanta Bisha Sharma Assamese R Babe Shakti ; Anekuwa Shakti Khali Neta Amak Khoday Lage.

  • @DhananjoyBoroo-nj5nv
    @DhananjoyBoroo-nj5nv Před měsícem +21

    Good decision Assam chief minister

  • @sumansutradhar2310
    @sumansutradhar2310 Před měsícem +21

    ঠিকেই কৈছে হিমন্ত মামায়,
    অসমৰ কিছুখন জিলাত মিনি বাংলাদেশলৈ পৰিণত হৈছে আৰু তাত খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলিছে
    ইয়াক প্ৰতিৰোধ কৰিবলৈ আমি সবে বাংলাদেশীৰ বিৰুদ্ধে একযুট হোৱা উচিত

  • @kushalsaikia3561
    @kushalsaikia3561 Před měsícem +15

    অতি সোনকালে চৰকাৰে এক দেশ এক ভিত্তি বৰ্ষৰ কৰক। 1951ভিত্তি বৰ্ষৰ হব লাগে। অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কাৰ কৰক।

  • @manojnath267
    @manojnath267 Před měsícem +8

    মামা আপোনাৰ কথাটো ঠিক

  • @Bangalibabuofficial-sp3lq
    @Bangalibabuofficial-sp3lq Před měsícem +7

    মামা সঁচা কথা কৈছে। মামা অসম খনক বাংলাদেশ হবলৈ নিদিব।

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki Před měsícem +97

    100% সছা কথা কৈছে মুখ্যমন্ত্ৰী য়ে

  • @uddhabnathuddhabnath
    @uddhabnathuddhabnath Před měsícem +23

    1951 চনৰ পিছৰ পৰা যিমান বোৰ বাংলা দেশী আহিছে সকলোকে খেদিৱ লাগে আৰু যদি ভাৰতে বাংলা দেশৰ হিন্দুৰ বোজা ল'ৱ লাগে তেনেহ'লে আমাৰ দেশত থকা মুছলমানৰ বোজা বাংলা দেশে লৱ লাগিৱ বুলি চুক্তি কৰিৱ লাগে চৰকাৰে ।ধন্যৱাদ

  • @user-et5tq1em6o
    @user-et5tq1em6o Před měsícem +29

    জন্ম নিয়ন্ত্ৰণৰ কঠোৰ আইন আনিব লাগে,
    অসমৰ পৰা সময় থাকোতেই মিঞা খেদিব লাগে,
    সীমান্ত চিল কৰক অতি সোনকালে,
    মিঞাক আচনি দিয়া বন্ধ কৰক

  • @gautamdas7491
    @gautamdas7491 Před měsícem +22

    যিয়েই নহওক আৰু বাংলাদেশী হিন্দু বা মুছলিম অসমত অনা ষড়যন্ত্ৰ নচলিব

  • @mridulgogoi3377
    @mridulgogoi3377 Před měsícem +59

    ধুবুৰী , দক্ষিণ শালমাৰা , গোৱালপাৰা বাংলাদেশ লৈ ৰূপান্তৰিত হৈ পৰিছে। দল সংগঠন সকলোৱে মানি লওক ।

    • @readingonly568
      @readingonly568 Před měsícem

      Dhubri already ses mankachar ses jogi ghopa ses goalparat khali bhatiya khinik hakabo lage 😂😂 baki sob goriya deshi julha 5tribes ase jikol amar porai hindur pora muslim hua

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih Před měsícem +1

      Hoboi caa ani bongalik nagorikotwa dile

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 Před měsícem +7

      ​@@PrajenBorman-ud9ihthte caa caa kori mori thak miya ahi tur ghr kakh pala ahi thte caa caa kori thak ty miya nki

    • @mantubarman595
      @mantubarman595 Před měsícem +2

      ​@@PrajenBorman-ud9ihজুইয়ে পুৰি হাত পালেহি

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih Před měsícem +1

      @@dhritirajkashyap1827 dhormo loi mori thak, hindu bongali aru miya log lagi bangali log lagi axom bangdesh bonabo

  • @priyajyotimoran2686
    @priyajyotimoran2686 Před 28 dny +3

    Good দিচিছন , আৰু আগতেই হব লাগিছিল, এতিয়াও কৰিব পাৰিব, হিন্দু জাগ হিন্দু, কাৰো ক্ষতি হব নালাগে , থলুৱা মানুহৰ বাহিৰে বাংলাদেশীযে মাটি কিনাটো বন্ধ কৰক , এনে নকৰিলে ভাৰত মিনি মুছলিম ৰাষ্ট্ৰ হোৱা টো খাটাং

  • @ganeshrabhaganeshrabha
    @ganeshrabhaganeshrabha Před měsícem +25

    Save Assam

  • @PorashEngti-lo2cz
    @PorashEngti-lo2cz Před měsícem +1

    মামাই ঠিকেই কৈছে ❤❤❤mama jindabad

  • @opnabigaming1365
    @opnabigaming1365 Před měsícem +10

    একে বাবে ১০০%সত্য।জন্ম নিয়ন্ত্ৰন আইন কেতিয়া আনিব?

  • @vlggamer2830
    @vlggamer2830 Před měsícem +7

    No muslim only hindu assam❤

  • @priyankaderial9233
    @priyankaderial9233 Před měsícem +12

    মন্ত্ৰী বোৰে কি হাত সাৱটি বহি আছে অসমীয়া এই দা লব লাগিব নেকি

  • @anupamdutta452
    @anupamdutta452 Před měsícem +7

    100% right👍

  • @user-qb3eq7ln8l
    @user-qb3eq7ln8l Před měsícem +91

    BJP Jindabad

  • @tezbloghb6627
    @tezbloghb6627 Před měsícem +1

    Right মামা, সেইটোৱে আইন হওঁক আমিএকমত

  • @arjundas8001
    @arjundas8001 Před měsícem +6

    Right mama

  • @abhinashrabha4098
    @abhinashrabha4098 Před měsícem +1

    100% সঁচা অনাগত দিনত বাস্তৱ কথা.........

  • @gitarthabaruah3328
    @gitarthabaruah3328 Před měsícem +5

    Bhut Val khbr ,❤❤❤ anekua hole ,Amar mati t mia thakibo nuaribo

  • @updatehappy6830
    @updatehappy6830 Před měsícem +4

    মাননীয় মুখ্যমন্ত্ৰী দেৱে শুদ্ধ কথা কৈছে। এইটো কোনো ৰাজনীতিৰ স্বাৰ্থ নহয়, এইটো হল আমাৰ জীৱন ৰক্ষাৰ স্বাৰ্থ। এনে কথা কলে ৰাজনীতিৰ স্বাৰ্থ বাবে কোৱা বুলি যি সকলে কয় তেখেত সকলেহে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাক বিপথে পৰিচালিত কৰে যিটো ১০০% শুদ্ধ । যত নিৰাপত্তা নাই , যত যি কোনো সময়ত আক্ৰমণ আৰু নিৰ্যাতনৰ বলি হয় তাত জানো শান্তি, ভাই - ভাই ভাব থাকিব পাৰে ? ই এটা অবান্তৰ কথাহে। যদি ভাই - ভাই ভাব লাগে তেন্তে বিশ্বৰ সকলো দেশতে লাগে বুলি অনুভৱ কৰোঁ।

  • @lifeisajourney7732
    @lifeisajourney7732 Před měsícem +6

    Good Decision our CM we support long live H B S

  • @user-ib5pu2mq8o
    @user-ib5pu2mq8o Před měsícem +2

    Hoy tik mama

  • @subodhdas1978
    @subodhdas1978 Před měsícem +5

    100% Right

  • @ArabindaRoy-v6l
    @ArabindaRoy-v6l Před měsícem +3

    বিশেষকৈ নামনি অসমৰ হিন্দু সকলৰ মাটি বিশেষ সম্প্ৰদায়ৰ হাতলৈ যোৱাৰ মুল কাৰন হ'ল হিন্দু সকলৰ অদুৰদৰ্শী সমাজ ব্যৱস্থা। হিন্দু সকলৰ বাৰ মাহে তেৰ পূজা,অকৰ্মন্য দৰাঘৰে লাখ লাখ টকা যৌতুক লৈ পঠাৰ বিয়া পাতে। আই দেউতা মৰিলে আদ্য শ্ৰাদ্ধত পুৰোহিত দক্ষিণা সমাজৰ মানুহক ভোজ ভাত খুওৱা, ল'ৰা ছোৱালীৰ বাবে পতা ব্যয়বহুল অনুষ্ঠান ইত্যাদি। এনেবোৰ ক্ৰিয়া কাণ্ডত প্ৰায় প্ৰতিটো পৰি‌য়াল অৰ্থ হীন হৈ পৰিছে। ওপৰোক্ত কাৰ্যবোৰ সম্পাদন কৰিবলৈ সিহঁতৰ ভিটা মাটি বিক্ৰীৰ বাহিৰে আন উপায় নাথাকে আৰু এই মাটি কিনিবলৈ হিন্দু মানুহৰ টকা নাথাকে। তেতিয়া এই বিশেষ সম্প্ৰদায়ৰ মানুহে মাটি কিনি লয়। তদুপৰি যদি কোনো হিন্দু মানুহে কিনিব খোজে তেতিয়া বিশেষ সম্প্ৰদায়ৰ মানুহে বেছি দাম দি কিনি লয়।

  • @papubania3284
    @papubania3284 Před měsícem +15

    Cm right 👍

  • @prasenjitPaul-x4t
    @prasenjitPaul-x4t Před měsícem +4

    আৰু কংগ্রেস ক ভোট দিয়ক তেতিয়াহে শান্তিত থাকিব পাৰিব

  • @santoshtamang760
    @santoshtamang760 Před měsícem +5

    Dr ,h ,sir u will be right message all the assam people that is true jay hind,

  • @TulikaBaishya-l2p
    @TulikaBaishya-l2p Před měsícem +7

    সঁচা কথা কিছুমান ঠাইত যাব নোৱাৰা হৈছে

  • @tonyaxom254
    @tonyaxom254 Před měsícem +1

    Cm sir right kotha কৈছে ❤

  • @tridibsarma2649
    @tridibsarma2649 Před měsícem +4

    Absolutely right

  • @apoorvavlogs1887
    @apoorvavlogs1887 Před měsícem +2

    মামাই হচা কথা কইসে ❤

  • @ranujpegu8217
    @ranujpegu8217 Před měsícem +4

    💯 right sir

  • @shivanaha2419
    @shivanaha2419 Před 23 dny +2

    We support himanta biswa sarma ❤

  • @ipshikha1709
    @ipshikha1709 Před měsícem +4

    Right ji koise cm sir ye amar we support you sir please take necessary steps........

  • @user-pn1bv6ug7g
    @user-pn1bv6ug7g Před měsícem +23

    মেঘালয়ৰ দৰেই হব লাগে ।

  • @rajkumarmondal1177
    @rajkumarmondal1177 Před měsícem +1

    অসমৰ হিন্দু মানুহ সতৰ্ক হোৱা অতি দৰকাৰ। বাংলাদেশ আৰু পাকিস্তানত হিন্দু বিনাশ কাৰ্যৰ কথা অত্যাচাৰ আৰু হিন্দু মহিলা সকল মুছলিম সকলৰ ধৰ্ষণ সৰুৰে পৰা ককা ,দেউতা , জ্যেষ্ঠ জনৰ পৰা শুনি আহিছোঁ। অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক । সকলো হিন্দু একত্ৰিত হৈ অসমক ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰক । জয় আই অসম। বেছি ভাগ মৌলানা উগ্ৰবাদী সন্ত্ৰাস বাদিৰ লগত জৰিত।

  • @ghanashyamborah1063
    @ghanashyamborah1063 Před měsícem +9

    Hon'ble CM, your deliberations are 100% correct. We support you.

  • @jibanthaneswar8321
    @jibanthaneswar8321 Před měsícem

    Himanta Sir ka 100% Right I Support

  • @user-ri1cb1ot5q
    @user-ri1cb1ot5q Před měsícem +9

    Right sir........🙏👍

  • @nehashreedevi7603
    @nehashreedevi7603 Před měsícem +1

    Right sir

  • @users3481
    @users3481 Před měsícem +4

    Right

  • @bhobeshdoley9642
    @bhobeshdoley9642 Před měsícem +1

    যিমান পাৰে সোনকালে আইন খন আনিব লাগে।

  • @popular321
    @popular321 Před měsícem +5

    সচা কথা

  • @ajaykumarmedhi4171
    @ajaykumarmedhi4171 Před měsícem +1

    Right Himantasir

  • @SiddiqueRahman-jn5ym
    @SiddiqueRahman-jn5ym Před měsícem +3

    Ajmol statement good

  • @taranitalukdar2827
    @taranitalukdar2827 Před měsícem

    ঠিকেই কৈছে মামাই 100% right

  • @hemantadas4812
    @hemantadas4812 Před měsícem +8

    সছা কথা❤❤❤ মামা

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Před měsícem +1

    জাতি জনগণনা কৰক তেতিয়া গম পোৱা যাব সকলো..

  • @biltuvlog452
    @biltuvlog452 Před měsícem +3

    Right kotha

  • @user-luckystar78
    @user-luckystar78 Před měsícem +13

    Good mama❤

  • @ramendas972
    @ramendas972 Před měsícem +13

    Good mama Bangladeshi go back b j p jindabad

  • @Mukut579
    @Mukut579 Před měsícem

    সঁচাই বৰ দুখ লগা বিষয় আমাৰ উঠি অহা প্ৰজন্ম অৱস্থা ভয়ংকৰ হব মুখ্যমন্ত্ৰী গৰাকীয়ে সুন্দৰ মন্তব্য দিছে আৰু কঠোৰ আইন আনিব লাগে।

  • @indial77672
    @indial77672 Před měsícem +4

    মিয়াবিলাকক Detention campit ভৰাই থব লাগে৷

  • @Bhaskarvlogs-xt3ln
    @Bhaskarvlogs-xt3ln Před měsícem +1

    ঠিক কৈছে,,, আমাৰ কিছুমানে হোৱাই নোহোৱাই নিজৰ মাজতে বিসম্বাদ কৰি নিজৰ মাজতে শেষ হৈছে,, কিন্তু বুজি পোৱা নাই যে বাংলাদেশীয়ে অসমীয়াৰ সৰলতাৰ সুযোগ লৈ অসম খন ভৰি পৰিছে,, গতিকে বুজি পাবৰ হল সকলোৱে.... Bjp জিন্দাবাদ ❤️

  • @Hemantakutum-d3p
    @Hemantakutum-d3p Před měsícem +29

    Mama jindabad BJP jindabad

    • @justtoanis
      @justtoanis Před měsícem

      Ahile r u ata Andhabhakt 😂😂

  • @sunamduwarah8564
    @sunamduwarah8564 Před měsícem +1

    অসমৰ বৃহৎ স্বাৰ্থৰ কথা গভীৰভাৱে চিন্তা কৰা প্রতিজন অসমীয়াই মুখ্যমন্ত্রী মহোদয়ৰ বক্তব্যক নিশ্চয়কৈ সমর্থন জনাব

  • @ratulkrsaikia3224
    @ratulkrsaikia3224 Před měsícem +21

    হয় ঠিকেই কৈছে।

  • @thinkbig3201
    @thinkbig3201 Před měsícem +1

    হিমন্ত ই ১০০% সচা কথা কৈছে

  • @jitulkalita4455
    @jitulkalita4455 Před měsícem +11

    Right .

  • @rajunarzary994
    @rajunarzary994 Před měsícem +2

    Best Rule

  • @af-123
    @af-123 Před měsícem +3

    এইখন ভাৰতবৰ্ষ হয় বাংলাদেশ নহয় ভাৰতীয় সংবিধানৰ এনে কোৱা কোনো শব্দ নাই য'ত মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰে আমাৰ ভাৰতীয় সংবিধানত স্পষ্টকৈ 'ধৰ্মনিৰপেক্ষ, শব্দটো উল্লেখ আছে যি আমি সকলোৱে জানো , গতিকে আমি আমাৰ সকলো ভাৰতীয়ক এটা কথাই কম এই হিন্দু - মুছলমান কৰি থকা মানুহৰ কথা নুশুনি আমাৰ ভাৰতীয় সংবিধানৰ কথাবোৰ মানি চলক এইবিলাক নিম্ন শ্ৰেণীৰ মানুহ হিন্দুক গালিদি মুছলমানক বুৰ্বক বনায় আৰু মুছলমানক গালিদি হিন্দুক বুৰ্বক বনায় ভোট পাবলৈ চেষ্টা কৰি থাকে

  • @sailenmalakar8355
    @sailenmalakar8355 Před měsícem +2

    BN এই %সত্য। হিমান্ত ❤

  • @bubudas568
    @bubudas568 Před měsícem +7

    Right..Cm.sir..I.support..you.

  • @Poraggogoi-t4b
    @Poraggogoi-t4b Před 19 dny

    Great s.m sir. Anekua sidha kotha kobo lage...apunar agor jone koi ,amerikat banpani hoi axomot kio nohobo....joi ai axom.....

  • @urmiladas8322
    @urmiladas8322 Před měsícem +6

    100%.right of.CM.assam .decession.

  • @youcanandyouwill523
    @youcanandyouwill523 Před měsícem

    You are right sir thanks

  • @Bikashvlogs560
    @Bikashvlogs560 Před měsícem +5

    2021 ৰ জনগননা আনিব লাগে আৰু যিখিনি বাংলাদেশী হিচাপে অসমত বাস কৰি আছে , সেইখিনি সোনকালে সেদি পঠিয়াব লাগে ।।
    Baksa,Tamulpur জিলাত অ' তিব্ৰগতিত বৃদ্ধি পাইছে বাংলাদেশী।। পুঠিমাৰি নদীৰ পাৰ ভৰ্তি হৈ গৈছে ।। 1 মাহত নতুন নতুন মিয়া দেখিবলৈ পোৱা গৈছে Baksa, Tamulpur জিলাত।।

  • @Nemki_Gunda
    @Nemki_Gunda Před měsícem +2

    Main problem of our people is giving Rajmisti work to Bangladeshi to build our homes, give lands on bondogs to Bangladeshi farmers..because we want only government jobs and live lavish lifes
    Wake up the blood of Lahchit Borpukhan only royal warrior blood can save Assamese .

  • @NehoruRamday
    @NehoruRamday Před měsícem +4

    সঁচাকৈ মুখ্য মন্ত্ৰী কৈছে নে। আমি আপোনাৰ কথা বিশ্বাস ল'ব পৰা।সময়েহে কোৱা যাব ( caa)

  • @nindaruwa5985
    @nindaruwa5985 Před měsícem +1

    হিন্দু বহুপ্ৰাথিক৷ কি কি কাৰনত হিন্দু এক হব পাৰিব বিচাৰ কৰা দৰকাৰ৷ উচ্চ নীচ এনে প্ৰথা কেতিয়া নিপাত হব? সমানতা Levelত অনাৰ চৰকাৰৰ কি কি Plan আছে? percentage বঢ়াত কি হব নহব? শক্তি, শাক্ত, বৈস্নৱ ইয়াৰ formula কত খটুৱাব? আৰু দেশপ্ৰেমৰ কথা টো আছেই? দেশ নথকা ভগনীয়াৰ দেশপ্ৰেম কেনে? ভয়ংকৰ