Interview with Singer Rajib Sadiya

Sdílet
Vložit
  • čas přidán 22. 11. 2019
  • জাতি, মাটি স্বদেশৰ সকে গীত গোৱা এজন গায়ক। নাম ৰাজীৱ শদিয়া। জনপ্ৰিয়তা দৌৰত দৌৰ নমৰা এইজন তিনিচুকীয়া জিলা শদিয়াৰ উদীয়মান কণ্ঠশিল্পীয়ে জাতিৰ সকে গাইছে বহু কেইটা স্বদেশৰ গান।নাগৰিকত্ব সংশোধনী বিল ২০১৬ বিৰোধিতা কৰি ৰাজীৱ শদিয়াই গালে বৰ ঘৰত সোমালে, বিদেশী বঙালী শীৰ্ষক গীতটি।

Komentáře • 25