Video není dostupné.
Omlouváme se.
জান ঐ-ৰাজীৱ শদিয়া || Jan Oi-Rajib Sadiya || New Assamese Bihu Song-2023 || Anupom Bitupon Bihu
Vložit
- čas přidán 29. 11. 2022
- ৰিবু প্ৰডাকচনৰ নিবেদন
জান ঐ-ৰাজীৱ শদিয়া
কথা সুৰ ৰাজীৱ শদিয়া (কিছু সংগ্ৰহ)
সংগীত-বিক্ৰম চাউৰক আৰু ৰাজীৱ শদিয়া
শব্দ সংমিশ্ৰণ-বিক্ৰম চাউৰক
সহ কণ্ঠ শিল্পী হীৰকজ্যোতি গগৈ , কৰুণ গগৈ ৰাজা, গগৈ
ষ্টুডিঅ- চাউৰক মিউজিক ষ্টুডিঅ , মাকুম
#anupombitupon #Jan_Oi #Rajib_Sadia
#new_bihu_song-2023
#New_Assamese_Bihu-2023
#Anupombitupon_Bihu
Hundor
ধুনীয়া হৈছে ৰাজীৱ কাই I ধেমাজী পৰা অলেখ মৰম জাচিলোI
সুন্দৰ।
Mojaaa ❤️❤️❤️❤️❤️
এইয়া হে বিহু গীত
Mjjjjjh 😍💓
Mojja
Full hit 🎊🎊🎉🎉🎉
Bohut dhuniaaa😍
mojja
Bohut val lagil huni rajip da
Dhunia hoise Dada
অতি সুন্দৰ দেই দদাইদেউ
ককাইদেউ সুন্দৰ 😍
moja
সুন্দৰ ককাইদেউ
Super hit song
Mza
ধন্যবাদ
সুন্দৰ হৈছে
ভাল লাগিল
Val hoise dei Rajiv
সুন্দৰ। ❤
সুন্দৰ।❤️👍👌
❤️❤️❤️
বিহু বিহু লাগি গল
সুন্দৰ
Viey Nice Viode
ধুনিয়া হৈইছে
Moja moja bohu bihu
সুন্দৰ বিহু
Hundor👍 niribo agolou di thakibo
Ekdom khati bihu .thank u enkuwa bihu bhut dinor murot hunilu
Excellent
আছলতে মাটিৰ মানুহৰ কণ্ঠৰ বিহু গীত , তাতে আকৌ ঢোলৰ মাত , ৰাজীৱ ককাইটিক অযুত অলেখ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। ঢোলৰ প্ৰকৃত শব্দত বানিবদ্ধ কৰা বিহু শুনিবলৈ আকৌ যে এনেদৰে পাম ভবাই নাছিলো। ধন্যবাদ গীতটি অসমৰ ৰাইজে আকোৱালি লৱ বুলি আশা কৰিলো। লগতে ৰাজীৱ ককাইৰ অধিক উন্নতি কামনা কৰিছো।
আজ্জৈ নেৰিব্বা💃💃💃💃
Duniya
Mozaaaaa
Khub hundor..... Kesa maati r gundho ase ....
Hundar
সুন্দৰ গীত ককাই
Bohut bohut dhuneya hoisa dada
ধুনিয়া হৈছে ভিডিওটো চাই ভাল লাগিল দেই 🥰🥰🥰🥰
নিভাজ বিহু ধুনিয়া ...
Hundar rajib da 😍😍
খুব ভাল লাগিলে। আগলৈও এনেকুৱা লাগে
Hundar dada
ইমান ধুনীয়া গানটো এখন সুন্দৰ গাওঁৰ যেন প্ৰতি ছবি নিৰ্মাণ হৈছে গীতটি মাজেৰে 🤟
ৰাজীৱ ককাইদেউ, সুন্দৰ হৈছে। গীতটিত আছল বিহুৰ সোৱাদ পোৱা গৈছে।
Wow mojaaa
🙏
গীতটো শুনি মনতো ভাল লাগিল দেই । কিয়নো আজি কালি এনে গীত শুনিবলৈ পোৱাতো বৰ কঠিন । অশেষ ধন্যবাদ থাকিল।
বিহু আমাৰ জীৱন ককাই চিলাপথাৰৰ পৰা মৰম দিলো
Nice
mjja hoise dada...bohut dinor pasot xundar bihu geet eti xunibloi palu... ❤️❤️❤️
Rajiv daa 🔥
বিহু বিহু লাগি যায়
👍👍
একেবাৰে নিভাজ বিহুগীত । শুনি বহুত ভাল লাগিল । আগলৈও এনে হিয়া মন হাত পেলোৱা বিহুগীত শুনিবলৈ পাম বুলি আশা কৰিলো ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
লগেক
মূল হোৱাভমমককলক যাবই থযো এই
😂❤️ এচভগ্নব্দগ্ন গবজ কমকমাব যিন
ৰনম ভ হঃগ সেন এন অল
লকমি কবক অলকো
উচ্চভ হকনন এইযে👍👍🙏ও
@@moheswarnath6371
A
A
Bhal lagil dada
❤️❤️❤️❤️❤️
Nice. ❤❤❤
ককাইদেউ বৰ সুন্দৰ হৈছে...ৰাইজে আদৰি নিশ্চয় ল'ব...
এনেকুৱা বিহু গীত বোৰ নোপোৱা হৈছোঁ আৰু আজি কালি সঁচাই দে গান টো শুনি বহুত ভাল লাগিল
Vary nice song ❤❤❤❤
Rajib da bohut val lagil
ৰাজীৱ দা 👌👌👌👌🎹🎹🎹
বহুত ধুনীয়া হৈছে । ৰাজিৱ দা আশাকৰো ৰাইজে আদৰিলক।
ধন্যবাদ
Val lagil ... 👍👍👍👌👌👌👌
সুন্দৰ, আপোনাৰ প্ৰতিটো গানেই অৰ্থপূৰ্ণ ❤️❤️love you from ধলা
বিহু গৰম হ'ব আৰু দেই❣️🥰❣️
mozaa kokai...
Rajib da apuner gan xuni bhut vl lage
❤❤❤❤❤
Mojaa dada
ধন্যবাদ
বহুত বহুত ভাল লাগিল
ধন্যবাদ
ককাই জুই
ধন্যবাদ
❤️
Bohut dhunia hoise Dada
ধন্যবাদ
Beautiful song 💝👌👌
Maja
গীতৰ কথা আৰু সুৰ খুব সুন্দৰ হৈছে।
Love from jurhat teok
সুন্দৰ বিহু গীত উপহাৰ দিছে
বৰ ভাল লাগিছে শুনি ৷
MozA
North lakhimpur nakari pora bohut bohut maram ru huveshya jonalu geet tu bohut dhuniya lagise India Army 7th Assam Regiment Jaamu & Kashmir pora Thank you brother and God bless you keep it up Tagra raho joi aai axiom
সুন্দৰ এটি চহা অসমীয়া বিহু গীত । ভাল লাগিল শুনি ।
💝💝💝💝
ৰাজীপ দাৰ গান বেয়া বোলি কোনু নকয় ....বহোত ভাল লাগিল দাদা..❤❤❤❤
Nice bro
bohut dhunia lgesa
ধন্যবাদ
শিৱসাগৰৰ পৰা অভিনন্দন জনালোঁ । সুন্দৰ ।
ঐতিহাসিক জিলা শিৱসাগৰৰ পৰা
👌👌👌👌👌👌👌👌👌👌👌
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
🙏
Uff nice song
Nice song
সুন্দৰ ককাই, বিহু বিহু লাগিছে আও ❤🥰❤
ধন্যবাদ
Dhuniya ....😍😍
বহুত বছৰৰ মূৰত বিহু বিহু লগা গীত এটি শুনিবলৈ পালোঁ। অশেষ ধন্যবাদ সুন্দৰ গীত এটি আগবঢ়ায় দিয়াৰ বাবে। লগতে শুভকামনা জনালোঁ।
Very very nice 😍😍😍🙏🙏🌻🌹🥀
সুন্দৰ, এনেকুৱা বিহু হে লাগে আমাক।
Bhut dhuniya lagese love sadiya,🥰🥰🥰💓💓💓💓
সুন্দৰ বিহুু শুনি ভাল লাগিল ককাইদেউ ৷