(লগন উকলি গ'ল) Lagan Ukali Gol - Sangeeta Borthakur - ৰাভা সংগীত - বিষ্ণু প্ৰসাদ ৰাভা গীত

Sdílet
Vložit
  • čas přidán 24. 01. 2018
  • Assamese Audio song, Hope you like this song.
    Please Subscribe, LIKE AND COMMENTS about this Audio goo.gl/hQ5TxS
    Album - Lagan Ukali Gol
    Singer - Sangeeta Borthakur
    Song - Lagan Ukali Gol
    Music - Ramen Chaudhry
    Director - Ranjan Kumar Bhattacharyya
    Company/ Label :- Wave
    Category Music
  • Hudba

Komentáře • 559

  • @arindamdutta2158
    @arindamdutta2158 Před 2 lety +42

    লগন উকলি গ’ল
    তেও যে নহ’ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা ।
    কিমান হেঙুলী ঊষা
    কিমান জোনালী নিশা
    মিছাতেই গ’ল মোৰ
    কিমান গধূলি পুৱা ।
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    নিখিলৰ সুৰে সুৰে
    হিয়ায়ো গান জুৰে ।
    শুনিছানে সেই সুৰ
    পৰাণত তোলা মোৰ
    হৃদয়ৰ গোৱা গান
    ‘ভালপোৱা ভালপোৱা’ ।।

  • @mathswithudoi2680
    @mathswithudoi2680 Před 3 lety +166

    মই নৱ প্ৰজন্মই কৈছোঁ-মোৰ দেশৰ এই কালজয়ী গীত মোৰ জীৱনৰ আধাৰ,মোৰ জীয়াৰ মন্ত্ৰ,মই হেৰাই যাওঁ জটিল সুৰৰ মূৰ্ছনাত,মই গাই দিব জানো এই গীত মোৰ হৃদয়ৰ অচিন আবেগেৰে,মোৰ হৃদয়ৰ বিশেষ শ্ৰদ্ধাৰে,
    - উদয় বৰা,মাধৱদেৱ বিশ্ববিদ্যালয়

  • @alimuliassam6405
    @alimuliassam6405 Před 2 lety +215

    চিৰসেউজ গীত এইবোৰ...শুনি আমনি নালাগে...যাৰ মাজত প্ৰেমৰ অবুজ বন্য সিঁচৰতি হৈ আছে..... বিচৰাৰ বাবে প্ৰয়োজন মাথো ধ্যান তথা আনুষংগিক অনুভূতি♥️♥️♥️তেওঁ যে নহ'ল কোৱা বিষ্ণুৰ কলমত♥️

  • @jillborthakur4054
    @jillborthakur4054 Před rokem +10

    সচাইঁ বৰ সুন্দৰ শুনিলেই মন -প্ৰাণ আৱেগৰ অনুভূতিৰে সোঁৱৰাই, বিষ্ণু ৰাভা তোমাক প্ৰণাম 🙏

  • @ankitasvlogs3164
    @ankitasvlogs3164 Před 3 lety +33

    লগন উকলি গ'ল.... এই গানটো অন্তৰস্পৰ্শী আৰু কালজয়ী অসমীয়া ৰাভা সঙ্গীত। 😀😀😃🙏🙏👏👏

  • @skylark2516
    @skylark2516 Před 3 lety +26

    বিষ্ণু ৰাভা গীত অতি ভাল পাওঁ। এইটো আটাইতকৈ প্ৰিয় ৰাভা সংগীত। হাজাৰ বাৰ শুনিলেও আমনি নালাগে।

  • @bonjurybaruah876
    @bonjurybaruah876 Před 2 lety +41

    প্ৰতি প্ৰজন্মই প্ৰজন্মই যেন কোলাই কোলাই লৈ থাকে চীৰকাল ৷ অমৰ হৈ ৰওক এই গীত ৷ সেৱা জনালোঁ ৷

  • @dulmonibhattacharyya4409
    @dulmonibhattacharyya4409 Před 7 měsíci +7

    লগন উকলি গ'ল তেও যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা।
    বিষ্ণুপ্ৰসাদ ৰাভা
    কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ'ল মোৰ কিমান গধূলি পুৱা।
    মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে।
    শুনিছানে সেই সুৰ পৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান 'ভালপোৱা ভালপোৱা' ।।

  • @rupamsaikia5350
    @rupamsaikia5350 Před 3 lety +21

    মন চুই যায় এই সংগীতবোৰে💕💕💕

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +23

    সংগীতা বৰঠাকুৰ বাইদেউৰ কন্ঠ বৰ সুন্দৰ। গীতটো শুনি মনটো ভাল লাগি গল।

    • @barnaliroydey2076
      @barnaliroydey2076 Před 6 měsíci +1

      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      মনৰ কথাটি মোৰ
      হিয়াত গুপুতে থোৱা
      মনৰ কথাটি মোৰ
      হিয়াত গুপুতে থোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      কিমান হেঙুলি উশা
      কিমান জোনালি নিশা
      মিছাতেই গ'ল মোৰ
      কিমান গধুলি পুৱা
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      মলয়াই কাণে কাণে
      মনৰ বাতৰি আনে
      মলয়াই কাণে কাণে
      মনৰ বাতৰি আনে
      নিখিলৰ সুৰে সুৰে
      হিয়ায়ো গান জোৰে
      শুনিছানে সেই সুৰ
      প্ৰাণ উতলা মোৰ
      হৃদয়ৰ গোৱা গান
      ভালপোৱা ভালপোৱা
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল

  • @jayantanath2011
    @jayantanath2011 Před 2 dny

    কি যে এক অতুলনীয়, অসাধাৰণ গান! চিৰ সেউজীয়া , অমৰ গান।

  • @lakhyajitsharma9453
    @lakhyajitsharma9453 Před 3 lety +11

    কি গান !!!! What a lyrics, music!!!! Salute Bishnu Rabha.

  • @hiranyabaruah5045
    @hiranyabaruah5045 Před 5 lety +14

    শুনি থাকিলে শুনি থাকিবৰ মন যায়৷সচাকৈয়ে হৃদয় চুই যায়

  • @mrinalassamnk.3365
    @mrinalassamnk.3365 Před rokem +6

    এয়া হে হৃদয় দুৱাৰত আলোড়ন জগাই তোলাৰ গীত বোৰ,,, অসমীয়া আইৰ পৰশ মাটিৰ গুন্ধ থকা কলি ❤❤❤❤
    আজি কালি কি শুনিবা সকলো প্ৰেমৰ গীত,, এয়া সদায় চিৰসেউজ গীত হৈ ৰব 🙏🙏🙏🌹🌹🙏🙏🌹

  • @user-qk6kc1wt4s
    @user-qk6kc1wt4s Před 6 měsíci +12

    ইমান ধুনীয়া এই গীতটো যাতে সদায়ৰ বাবে অমৰ হৈ থাকে😢😢

  • @user-Niku24.
    @user-Niku24. Před 2 lety +33

    নিভাঁজ হৃদয় জিনিব পৰা গীত। বাৰে বাৰে যেন শুনি থাকিম।

  • @sauravvlog3722
    @sauravvlog3722 Před měsícem +2

    মন প্ৰাণ সাত পৰি যোৱা গান 😢❤❤

  • @romen7372
    @romen7372 Před rokem +19

    সঁচাকৈয়ে বাস্তৱ জীৱনৰ লগত মিলি যায় এইটো গানে 💚💜😢

  • @gitanjalideka8767
    @gitanjalideka8767 Před rokem +2

    আন স্ংগীত দুই-তিনিটা শুনিলে মূৰ বিষাই যায়;পিছে ৰাভা-সংগীতসমূহ একেৰাহে শুনি ও আমনি নালাগে।ৰাভাদেৱৰ প্ৰতিটো গানত নতুনত্ব পোৱা যায়।🙏

  • @jugalgogoi6465
    @jugalgogoi6465 Před 7 měsíci +2

    যিমান শুনিলেও হেঁপাহ নপলায়। কলাগুৰু তুমি অনন্য ❤।

  • @dikurajkonwar547
    @dikurajkonwar547 Před 2 lety +11

    হৃদয় চুই যোৱা গীত ❤️

  • @namratadeka5704
    @namratadeka5704 Před 2 lety +3

    অতুলনীয় এটা গীত ....দেহ মন জুৰাই যোৱা ।

  • @samarjitdas9934
    @samarjitdas9934 Před 2 lety +8

    এইবোৰ গানটো সচাকৈয়ে চিৰযুগমীয়া।শুনিলেই খুব ভাল লাগে

  • @lakhyajitsharma9453
    @lakhyajitsharma9453 Před 3 lety +40

    এইবোৰ গান আজিৰ প্ৰজন্মই শুনিব লাগে।

  • @jonalideka5978
    @jonalideka5978 Před 5 měsíci +2

    মনৰ একনত সাঁচ বহুৱালে এই গীত টি❤

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před měsícem +2

    অতি সুন্দৰ পৰিবেশন ।

  • @srichintumanihazarika8001

    লগন উকলি গল , তেওঁ যে নহ'ল কোৱা 💖💖💖

  • @dinabandhu9827
    @dinabandhu9827 Před rokem +3

    Wow.... What a mind blowing song!! 👍👍💪💪

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +8

    ৰাভাৰ আভা ... .
    আভা কেৱল বিচ্চুৰিত্ হয় . ...
    সূৰ্য্যৰ উত্তাপ অনুভৱ হে কৰিব পাৰি ,সেই তাপ নিজৰ শৰীৰত সানি লব নোৱাৰি ; তাপ বিকিৰণ কৰিব পাৰে কেৱল সূৰ্য্যই ......... !!!!!!!

  • @binodkakati7300
    @binodkakati7300 Před 2 lety +69

    এই যুগমীয়া গীতটিৰ জৰিয়তে মোৰ অন্যতম প্ৰিয় শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা নিবেদিছোঁ ! সাগৰ তলিৰ মানিক সদৃশ তেখেতৰ এই গীতবোৰ শুনি থাকিলেও আমনি নালাগে !!

    • @balindeka5803
      @balindeka5803 Před rokem

      7 😂😂😂😂😂😂😂7 huu 7uu777uuuuuuu7uuuuuuu77uuuuu7! ।।

    • @ChintuPator-db8tl
      @ChintuPator-db8tl Před 11 měsíci

      Xosai dada

    • @seemagogoi7503
      @seemagogoi7503 Před 5 měsíci

      X x xx sc sv.cvvsc xc s ​ xwsxabba1@@ChintuPator-db8tl

  • @assamtonmoy8051
    @assamtonmoy8051 Před 4 lety +24

    শ্ৰদ্ধাৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিক ক তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো। 🙏🏻

  • @bastobkalita6328
    @bastobkalita6328 Před rokem +2

    এনে গানৰ সৃষ্টি আৰু নহয়। চিৰ সেউজ 💚

  • @vidyarthi6282
    @vidyarthi6282 Před 10 měsíci +1

    কালজয়ী❤

  • @mridusmitadehingia9544
    @mridusmitadehingia9544 Před měsícem +1

    সুন্দৰ❤

  • @Karanmusiclover91
    @Karanmusiclover91 Před 6 měsíci +1

    Xundor kontho❤❤❤

  • @dipanjalinath2261
    @dipanjalinath2261 Před 2 lety +4

    এই সোণালী গীত বোৰ উশাহ লৈ থকা লৈকে শুনি যাম ।

  • @chandramadavi9525
    @chandramadavi9525 Před 3 lety +1

    যিৱন জিয়াই থকাৰ আসা এটা

  • @munmibarman5817
    @munmibarman5817 Před 3 lety +3

    Gan tow suni bohot val lagil aji❤❤may fevret song ❤❤❤

  • @pranjalnath4136
    @pranjalnath4136 Před 4 lety +4

    সচাকৈ অন্তৰ আত্মা চুই যায় দে.... গানটোৰ কথা সুৰে....

  • @bidyadhardasvlogsgod5867

    Most beautiful song, sweet voice,best song, my favorite song, Marvelous, superb, evergreen, world no 1 best song .

  • @chiranjitbaruah2631
    @chiranjitbaruah2631 Před 2 lety +4

    হৃদয় জুৰুৱা গান

  • @adilhussain5468
    @adilhussain5468 Před 2 lety +2

    চিৰযুগমীয়া এই গীত কথা❤️💟

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 5 lety +69

    শব্দময়ী, এনে শব্দমালা আৰু নতুনকৈ সৃষ্টি হোৱা নাই ,কেৱল বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত হে পোৱা যায় এনে মৰ্মস্পৰ্শী শব্দগুচ্ছ, য'ত "হিয়াই ও গীত যোৰে "- অমল প্ৰেমৰ অমৰ সঙ্গীত .... !!

  • @dineshkumarnath3494
    @dineshkumarnath3494 Před 5 lety +13

    Heart touching song.... Bht val lagil

  • @AjayDas-gl3lh
    @AjayDas-gl3lh Před 2 lety +2

    সত্য , সুন্দৰ, মৰম ভৰি থকা গান ‌। বৰ ভাল লাগে

  • @swapnilkashyap535
    @swapnilkashyap535 Před rokem +2

    বহুত ভাল লাগিল

  • @kalyandutta7597
    @kalyandutta7597 Před 2 lety +2

    ৰাভা দেৱৰ চৰণত সেৱা জনাইছো.....🙏🙏

  • @rnproduction3119
    @rnproduction3119 Před 2 lety +9

    What a unique composition !can there be better love song than this?words r so beautiful and the expression

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Před 2 lety +1

    বহুত বহুত ধন্য বাদ👍👍👍

  • @anjoliborah6492
    @anjoliborah6492 Před 27 dny

    শুনিয়ো আমনি নালাগে কেতিয়াও ❤❤

  • @meenadutta9132
    @meenadutta9132 Před 2 lety +4

    গানটোৰ শব্দৰ গভীতাত,আৱেগময় সুৰৰ মুৰ্চনাত হেৰাই যাঁও নিৰিবিলি সময়বোৰত।বাৰে বাৰে শুনিও হেঁপাহ নপলাই।

  • @jyotirupasaikia3038
    @jyotirupasaikia3038 Před 2 lety +1

    Bhut dhuniya geet hunile huni thakibr mn jai

  • @himagayan5387
    @himagayan5387 Před 8 měsíci +2

    চিৰযুগমীয়া গীত। অতি সুন্দৰ ❤

  • @bidyadhardasvlogsgod5867

    Best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song

  • @mrinmoycreation2017
    @mrinmoycreation2017 Před 3 lety +1

    Mur priyo geet

  • @bravogamerz4836
    @bravogamerz4836 Před měsícem +1

    অন্তৰ চুই যোৱা গান ।

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu Před 9 měsíci +1

    Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song

  • @nikumonimahanta7560
    @nikumonimahanta7560 Před 4 lety +4

    বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিটো গীতেই অন্তৰস্পৰ্শ কৰি যায় ।শুনিলে শুনি থাকিবৰ মন যায়।তাৰ মাজতে এইটো গান

  • @hemendas8304
    @hemendas8304 Před 2 lety +3

    সুন্দৰ ..হৃদয়স্পৰ্শী🙏🙏

  • @sumideka2490
    @sumideka2490 Před 3 lety +3

    সছাঁকৈয়ে গীতটোৰ কথাখিনিয়ে অন্তৰ চুই যায়।শুনি থাকিলেও হেপাহে নপলাই।

  • @gaganchandrahazarika4605
    @gaganchandrahazarika4605 Před 3 lety +10

    মোৰ অতি প্ৰিয় গীতৰ অন্যতম ।।👌👌👌

  • @smritiborah6778
    @smritiborah6778 Před 4 lety +8

    গানটো গভীৰতাত ডুবি থাকোতে নিজকে পাহৰি থাকিলো,ইমান অৰ্থপূৰ্ণ ।

  • @sandhyaboruwa8849
    @sandhyaboruwa8849 Před 2 měsíci +1

    অপূৰ্ব

  • @pritomsaikia.3497
    @pritomsaikia.3497 Před 2 lety +2

    Dintu huni thakileu amni nalge.monu sui jai. 😘😘😘😘

  • @user-wj4kr2eo1y
    @user-wj4kr2eo1y Před 3 lety +1

    ধুনীয়া ৰাভা সংগীত

  • @koushikbora8798
    @koushikbora8798 Před 6 měsíci +1

    তেওযে নহ'ল কোৱা 🥀❤️

  • @PrathanaChutia
    @PrathanaChutia Před měsícem +1

    Mon khanti hoi gol

  • @learnhub8361
    @learnhub8361 Před 3 měsíci +1

    মালবিকা বৰা ❤️

  • @user-kk4jm7yf3t
    @user-kk4jm7yf3t Před měsícem +2

    ভাল লাগিল

  • @user-fh6vo6jq4w
    @user-fh6vo6jq4w Před 6 měsíci +2

    আসা কৰো নতুন প্ৰজন্ময় গান বোৰ জিয়াই ৰাখে।❤

  • @PrathanaChutia
    @PrathanaChutia Před měsícem +1

    Mon beya lagile ai git tire mon khat pelay lobo😊❤

  • @tulikabaruah3233
    @tulikabaruah3233 Před 3 lety +5

    অতি সুনদৰ গীত 🙏🙏🙏🙏

  • @manjushyam5994
    @manjushyam5994 Před měsícem +1

    এই কালজয়ী গীতবোৰ চিৰদিনে আমাৰ হৃদয়ত বাজি থাকক🙏🙏🙏

  • @mathswithudoi2680
    @mathswithudoi2680 Před 3 lety +26

    I Will perform it in my University programme , whenever i hear my heart goes off, and it becomes cool and just good to everyone ,,the song had an outstanding quality

  • @prabhakarkakati3200
    @prabhakarkakati3200 Před 3 měsíci +1

    দিনত এবাৰ শুনিবলৈ মন যায়

  • @smproduction8126
    @smproduction8126 Před 2 lety +2

    কি যে সুৰীয়া সুমধুৰ সুগন্ধি সঙ্গীতৰ সুৱাসৰ আচ্চনাদ ,যাক শুনিলে মন প্ৰাণ সজ্জিব হৈ উঠে

  • @barashabharadwaj7278
    @barashabharadwaj7278 Před rokem +2

    Logon ugoli gol kintu gan tu atiyau priyo siroheuz

  • @ROHINIkrDas-fx1uu
    @ROHINIkrDas-fx1uu Před 2 lety +3

    সুন্দৰ ❤

  • @jupitarasarma9390
    @jupitarasarma9390 Před 4 lety +3

    মনৰ কোনোবা খিনি চুই যায়

  • @pratikshadebi3742
    @pratikshadebi3742 Před 2 lety +3

    Evergreen song💞💞

  • @probhonjonkalita5772
    @probhonjonkalita5772 Před 2 lety +1

    Evergreen song.ilove Jyoti songit and rabha songit.

  • @palashibaruah8926
    @palashibaruah8926 Před 2 lety

    Xunile xuni thakibor mon Jai❤

  • @jayantagogoi554
    @jayantagogoi554 Před 2 lety +3

    Nice shrat Gogoi 💖🌹🇨🇮🌃

  • @pramud9505
    @pramud9505 Před rokem +1

    এইবো গান সোনিলে মনটো কিবা কিবা লাগে।

  • @ryu_xitzy
    @ryu_xitzy Před 2 lety +2

    গীতটিৰ ভিতৰত মই জনী যেন সোমাই আছোঁ ❣️

  • @dhruvasaikia2505
    @dhruvasaikia2505 Před 4 lety +3

    Logon ukoli jabo kintu ...... 🥰🥰😍😍

  • @adcarrition712
    @adcarrition712 Před 3 lety +4

    ৰাভা দেৱলৈ প্রনাম 🙏🙏🙏🙏

  • @upasana6933
    @upasana6933 Před 2 lety +2

    Noice

  • @brainout7
    @brainout7 Před rokem +1

    গন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    কিমান হেঙুলি উশা
    কিমান জোনালি নিশা
    মিছাতেই গ'ল মোৰ
    কিমান গধুলি পুৱা
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    নিখিলৰ সুৰে সুৰে
    হিয়ায়ো গান জোৰে
    শুনিছানে সেই সুৰ
    প্ৰাণ উতলা মোৰ
    হৃদয়ৰ গোৱা গান
    ভালপোৱা ভালপোৱা
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা

  • @Omis_miinii_world
    @Omis_miinii_world Před měsícem

    এইবিলাক গান শুনি যে ইমান শান্তি পাওঁ❤

  • @Neverbeen17
    @Neverbeen17 Před rokem +1

    'মলয়াই কানে কানে মনৰ বাতৰি আনে'

  • @himashridas4634
    @himashridas4634 Před 5 lety +5

    বিষ্ণু প্ৰসাদ ৰাভা দেৱ হাজাৰ বাৰ প্ৰনাম

  • @lifeeofhimaa
    @lifeeofhimaa Před 2 lety +2

    ❤️❤️❤️

  • @nayanikasarma
    @nayanikasarma Před 6 lety +97

    This is the one to which I can listen again and again .. It's evergreen.. ☺️☺️☺️

  • @sewalisaikiasewalisaikia3532

    ইমান ধুনীয়া লাগিলে শুনি❤❤

  • @udayanofficial5390
    @udayanofficial5390 Před 2 lety +9

    So sweet song of those days...
    Salute to the great composer...

  • @binitasahariah9794
    @binitasahariah9794 Před 28 dny

    সুন্দৰ

  • @devajitkalita9946
    @devajitkalita9946 Před měsícem +1

    আপোন পাহৰা হৈ যাও এনে গীত শুনি।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @dibakarsonowal9489
    @dibakarsonowal9489 Před 10 měsíci +3

    Melancholy and Tranquility mingle together ❤❤❤

  • @rijuborah1933
    @rijuborah1933 Před rokem

    বৰ সুন্দৰ