Last video from DUBAI - ডুবাই শেষ দিয়ক

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • this is the last video from Dubai I have uploaded

Komentáře • 3,9K

  • @KhatiAxomiyaVlogDubai
    @KhatiAxomiyaVlogDubai Před 3 lety +2874

    Emotional হৈ গলো ভিডিও 2 চাই । Love you brother 😍❤️

  • @mirjubora3651
    @mirjubora3651 Před 3 lety +268

    ডুবাই অকল তুমি য়ে ছোৱা নাই তোমাৰ লগতে আমাকো ধুনীয়া কৈ দেখালা , ধন্যবাদ দিম্পু।

    • @bhaswatideka9697
      @bhaswatideka9697 Před 3 lety +2

      Muru video bur sabo deo

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @hemchandrapegu951
    @hemchandrapegu951 Před 3 lety +9

    ডুবাইট হিন্দী চলে বুলি জানি ভাল লাগিল। ধন্যবাদ দিম্পূ, তোমাৰ বাবেই আমি পৃথিৱীৰ বহু ঠাই ঘৰতেই বহি দেখিবলৈ পাইছোঁ।

  • @jagannathray7850
    @jagannathray7850 Před 3 lety +105

    প্ৰতিক দা নামৰ মানুহটো সচাঁই মৰমৰ প্ৰতিক॥

  • @expolresomethingelse8865
    @expolresomethingelse8865 Před 3 lety +10

    বিদায় ৰ সময় খিনিয়ে দুখ লগাই পেলালে। প্ৰতিক দাই নভৱাকৈয়ে কৈ পেলালে দিম্পুক ইমানদিনে আমি বৰ আদৰ সাদৰেৰে ৰাখিলো এতিয়া সি ঘৰলৈ যাব উলাইছে তাক সজতনে ৰখাৰ দায়িত্ব আপোনালোকৰ। সঁচাকৈ বৰ আবেগিক হৈ পৰিছিলোঁ।
    দিম্পু অসমৰ সম্পদ হৈ থাকিব সদায়।
    শুভেচ্ছা দিম্পু লৈ।।। জীৱন যুঁজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ল'ৰা তুমি। নবপ্ৰজন্মৰ আদৰ্শ হৈ থাকিবা।। 🙏🏻

  • @TheAkhtara
    @TheAkhtara Před 3 lety +14

    Lovely Dimpu.... U showed Dubai to all those who haven't visited or may be unable to visit...your programs always give some new information ...our places are lacking in many ways...hope and let's try so that we too can develop like other developed countries...thanks Dimpu for sharing such lovely videos from Dubai

  • @Eduliteassam
    @Eduliteassam Před 3 lety +84

    মজা ডিম্পু। প্ৰতীক দা মানুহটো মৰমীয়াল আৰু সচা অন্তৰৰ মানুহ। ❤️জয় আই অসম।

    • @MisterDipon
      @MisterDipon Před 3 lety +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @jagadishboro2965
    @jagadishboro2965 Před 3 lety +30

    ধন্যবাদ দিয়ক ডিম্পু দা, আপোনাৰ কাৰণে ডুবাই দেখিলো আৰু ডুবাইৰ পৰিপাতি বিলাক আৰু গছত ছেলাইন দিয়ে জানি ভাল লাগিল আকৌ এবাৰ ধন্যবাদ দিয়ক ,👍👍👍

  • @lavenderblossomish9341
    @lavenderblossomish9341 Před 3 lety +6

    See our northeastern, assamese brothers so humble nice and friendly towards dimpu, even in a foreign land they didn't even showoff for a single time for what they have achieved so much in their lives, yet so sweet and such a lovely hospitality. 😊 Especially if you are a Man there is no show off or tantrums but so much brotherhood, love and respect. My best wishes and blessings to all the assamese family residing at Dubai. Bdw dubai is so beautiful, clean and modern.

  • @nayanjyotinath2786
    @nayanjyotinath2786 Před 3 lety +95

    Enjoy কৰাৰ লগতে বহু কথাও শিকিলোঁ , অসমৰ কিছুমান মানুহৰ মানসিকতা সলনি নহয় যিমানেই নীতি নিয়ম বান্ধি নিদিয়ক !
    দিম্পুৰ জৰিয়তে গোটেই বিশ্বখন দেখা পাম আৰু আগলৈ ! 💜

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @khuabs4433
      @khuabs4433 Před 3 lety

      czcams.com/video/peW6np1Ddow/video.html

  • @sofiurrahman3872
    @sofiurrahman3872 Před 3 lety +22

    দাদা আপোনাৰ ভিডিওবোৰ চাই এনে লাগিল যেন মইয়ো ডুবাই ফুৰি আহিলো আৰু আজি শেষৰ ভিডিওটোত প্ৰতীকদাহতঁক এৰি অহা দৃশ্যটো মনটো কান্দি উঠিল ।

  • @bornalikonwar159
    @bornalikonwar159 Před 3 lety +1

    সঁচাকে দিম্পু বহুত বহুত বহুত .....ভাল লাগিলে গোটেইকেইটা ভিডিও চাই ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া ঠাই ❤️❤️😍সঁচাকৈ দেই কবলৈ একো ভাষা নাই আৰু 😊it's amazing

  • @samsaikia5949
    @samsaikia5949 Před 3 lety +15

    বহুত ভাল লাগিল চাই....মানুহ বোৰ বহুত খোলা মনৰ...আৰু ধৰ্ম জাতি কৰি নাথাকে ....ভাল লাগিল চাই বহুত ... Miss কৰিম ডুবাই ৰ video বোৰ

  • @binodchiring8284
    @binodchiring8284 Před 3 lety +664

    মোৰ দৰে কোনে কোনে, ডুবাই সকলো ভিডিঅ চালে লাইক এটা দি যাব । ধন্যবাদ দিম্পু ।।

  • @hiragoswami7471
    @hiragoswami7471 Před 3 lety +3

    দিম্পু তোমাৰ ভিডিঅ' বোৰ চাই সচাকৈয়ে বহুত ভাল লাগে বহুতো নজনা কথা জানিছো । তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো ।👍🌹

  • @membarmili5088
    @membarmili5088 Před 3 lety +73

    সচাকৈ দিম্পু তুমি এনেকৈ ভাল ভাল Video বনাই যে মনতো বৰ আপ্লুত হৈ যায়। শুভেচ্ছা থাকিল

    • @rameshdeka9523
      @rameshdeka9523 Před 2 lety +1

      Bhal lagil aaru goreswarr manojank dekhi aaro aneki video loi dikhai thakk

  • @gauravhazarika7098
    @gauravhazarika7098 Před 3 lety +227

    দুবাই উন্নত কিন্তু অসম আমাৰ জন্মভূমি।অসম সদায়েই আগত।❤️❤️

  • @manashiborah1009
    @manashiborah1009 Před 3 lety +61

    Dimpu bouah is a best youtuber in assam. God bless you bro

  • @sewaligohain5043
    @sewaligohain5043 Před 3 lety +72

    আপোনাৰ ডুবাইৰ সকলো ভিডিঅ চালো,ভাল লাগিল প্ৰতিটো ভিডিঅ 👌👌👌

    • @MisterDipon
      @MisterDipon Před 3 lety +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏

  • @dilipray5418
    @dilipray5418 Před 3 lety +34

    ভাল লাগিল ধন্যবাদ ডিম্পু বৰুৱা, ধন্যবাদ ডুবাইৰ অসমীয়া সমাজ ।

  • @kailashchsarma619
    @kailashchsarma619 Před 3 lety

    দিম্পু বৰুৱাক বহুত বহুত ধন্যবাদ । আমাৰ জীৱনত কাহানিও যাবলৈ সক্ষম নোহোৱা সপোনপুৰী ডুবাই দেখুৱাই লৈ আহিল । দিম্পুৰ ৮ দিনীয়া ডুবাই ভ্ৰমণত আন্তৰিকতাৰে সংগ দিয়া আতাইখিনি প্ৰবাসী অসমীয়ালৈ নমস্কাৰ যাচিলো । তেখেতসকলে থকা-খোৱা অাৰু ঘূৰা-ফুৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাখিনিৰ বাবেই হয়তো দিম্পুৰ ডুবাই ভ্ৰমণ কৰাত সুচল হ'ল । অগতানুগতিক বা ব্যতিক্ৰমী চিন্তাৰ ভিডিঅ'ৰ বাবেই দিম্পু অসমত বিশেষভাবে জনপ্ৰিয় । ডুবাইৰ বুৰ্জ খলিফা,কেবল প্ৰাকৃতিক ফুলৰ জগতৰ উদ্যানখন, মাছৰ বজাৰখন- আচলতে সেইবোৰ ব্যৱস্থাৰ তুলনাত আমি কিমান দূৰ পিচত আছো কল্পনাইও ঢুকি নাপাই । বাস্তবিক ভাবে দিম্পুৰ আৰু ভাৰ্চুৱেলী আমাৰো জীৱন সাৰ্থক হ'ল । পুনৰ ধন্যবাদ ।জগতৰ মূৰত ভৰি দি

  • @ZeetZambu
    @ZeetZambu Před 3 lety +43

    দিম্পুদা আপোনাৰ ভিডিঅ'ত কি যাদু থাকে নাজানো....বহুত ভাল লাগে💗💗💗💗

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @Monjai2.0
      @Monjai2.0 Před 3 lety

      czcams.com/video/CowjKaWAgc0/video.html
      ওপৰত ভিডিঅ link এটা দিছো সকলোৱে এবাৰ চাব৷
      #Smallvillagegang মোৰ এটা youtube channel আছে৷ ভিউছ নাহে বহুত কষ্ট কৰি ভিডিঅ বনাওঁ৷ হাজিৰা কৰি পোৱা পইছাই ৯০০০ মানৰ এটা মবালই কিনি ভিডিঅ বনাইছো৷ মই অতি দূখীয়া ঘৰৰ ল’ৰা৷ সেইবাবে লোকৰ ঘৰত ভিডিঅ বনাওঁ গে কাৰণ breakgrund বেয়া হ’লে মানুহে ভিডিঅ চাব বেয়া পাই৷ গতিকে আগবাঢ়ি যোৱাত আপোনাকে সহায় কৰক৷ czcams.com/video/CowjKaWAgc0/video.html
      ভিডিঅ লিংটো দিলো এবাৰ চাব ৷ funy ভিডিঅ বনাওঁ আমি৷czcams.com/video/-hUTm8jx0A8/video.html চাব এবাৰ prank বোৱাৰী লগত

  • @Biman_Jyoti
    @Biman_Jyoti Před 3 lety +64

    ডুবাই ৰ মাছৰ বজাৰ আৰু আমাৰ অসমৰ মাছৰ বজাৰৰ মাজত আকাশ -পাতাল পাৰ্থক্য
    আমাৰ মাছৰ বজাৰ ইমান লেতেৰা তাৰ ইমান ছফা
    আমি কিমান পিছপৰি আছোঁ তাৰ এক জলন্ত উদাহৰণ

    • @MisterDipon
      @MisterDipon Před 3 lety +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @Hasib_Sir
      @Hasib_Sir Před 3 lety +1

      Xosa k

    • @bijoybora3581
      @bijoybora3581 Před 3 lety +2

      হয়

    • @antymusiccompany7159
      @antymusiccompany7159 Před 3 lety

      dubait hindu muslim politics nosole ji ...

    • @dhunmanideka2174
      @dhunmanideka2174 Před 3 lety

      আপোনালোকে ভিডিঅ'টো চাওক হে আৰু ১ মিলিয়ন কৰি দিলে দুটা চেনেলটোত সেইবাবে ধন্যবাদ।
      এই চেনেলটো চাওক
      👇👇👇👇👇👇👇👇
      czcams.com/video/k1Y1yqaM0X0/video.html
      czcams.com/video/k1Y1yqaM0X0/video.html

  • @jakibahmed7055
    @jakibahmed7055 Před 3 lety

    Val lagil hundrakoi dekhuar babe. Well come to assam and happy journey

  • @abdussobur690
    @abdussobur690 Před 3 lety +7

    দীম্পুক মৰমখনা ধন্যবাদ,তোমাৰ ডুবাই বিদায়ৰ পলে কিছু আৱেগিক কৰিলে।আহা welcome to Indian,Assam.God bless.

  • @debojitborah2551
    @debojitborah2551 Před 3 lety +10

    👃বহুত বহুত ধন্যবাদ দিম্পু । ডুবাই চহৰখনৰ 💞💞❤️❤️দেখুওৱা বাবে কি বুলি ধন্যবাদ দিম ক'বলৈ ভাষা নাই

  • @forijulhoque4431
    @forijulhoque4431 Před 3 lety +1

    Bohut dhuniya lagise dimpu da amazing

  • @nabanitabora1069
    @nabanitabora1069 Před 3 lety +32

    Lots of love from Nagaon and we proud of you Dimpu Da 😘😘🌹🌹

  • @mrnazmulwahid6379
    @mrnazmulwahid6379 Před 3 lety +13

    ডুবাইৰ গোটেই কেইটা ভিডেঅ চালো।
    স্কুল _কলেজৰ ওপৰত এটা ভিডেঅ বনালে বহুত ভাল লাগিলে হয়।
    আশা কৰো আগলৈ আৰু এনেকুৱা ভিডেঅ বনাব।
    ধন্যবাদ দিম্পু দা ইমান কষ্ট কৰি ভিদেঅ বনাবৰ বাবে❤️❤️❤️❤️

    • @MisterDipon
      @MisterDipon Před 3 lety +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @XarLyBackpacker
      @XarLyBackpacker Před 3 lety +1

      Saudi Arabia krne abr sbo

  • @ajaykurumandi1665
    @ajaykurumandi1665 Před 2 lety

    Hlw dimpu Da Apunar Video tu Sai____Emotional Hoi Golu ----------Bohut Val Lagise Apunar Video sai_____❤️👌........ Thank you ❤️ Dubai goi eman Val Val thai dekhai diyar Babe....❤️👍. love you ❤️ bro

  • @manuborah4135
    @manuborah4135 Před 3 lety +51

    বিদেশৰ পৰা অহা বিদায় মুহূৰ্তটো সচাই দুখ লগা ।তোমাক ধন্যবাদ ভাইটি ডুবাই খন আমাক দেখুৱাৰ বাবে

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @spideygaming3598
      @spideygaming3598 Před 3 lety

      @@MisterDipon kla bhikhari

    • @MisterDipon
      @MisterDipon Před 3 lety

      @@spideygaming3598 moi bhikari nohoi dada .... Muk olop support lage ... Eneke nokobo plzz ... Moi bahut kosto kori jiyai asu .... Mur thait apuni hole atiya loike mori gol heten .... Apuni lucky, apunar nisina easy jibon nai nohoi hokolu manhuor... Olop bebohar hikibo

    • @spideygaming3598
      @spideygaming3598 Před 3 lety

      @@MisterDipon sorry bro,Bahut besi sorry

    • @MisterDipon
      @MisterDipon Před 3 lety

      @@spideygaming3598 no problem brø

  • @azharbarbhuyan4275
    @azharbarbhuyan4275 Před 3 lety +5

    Thank you Dimpu for taking us to Dubai through your videos.. Watched all your Dubai videos. Each of the videos made me feel like I was there and watching Dubai live with you.. Lots of love brother.. You are amazing.

  • @jintimabora9248
    @jintimabora9248 Před 2 lety

    Tumar babe Dubai dekhilu olop janilu so bohut bohut dhaynobad ...God bless you

  • @minaxiskitchen6412
    @minaxiskitchen6412 Před 3 lety +43

    মাছৰ বজাৰ খন সচাই চাব লগীয়া। ধন্যবাদ জ্ঞাপন কৰিলো।

  • @Sadiiiik
    @Sadiiiik Před 3 lety +28

    আজি মোৰ অতিকৈ প্ৰিয় ইউটিউবাৰ ডিম্পু দাই তেওঁৰ dimpu baruah চেনেল টোত 1m. Subscriber সম্পূৰ্ণ কৰিলে । খুব ভাল লাগিল । তেওঁক মই মোৰ তৰফৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ 🙏

    • @PJmtrider
      @PJmtrider Před 3 lety +2

      Mur channel tuu saboo 🙏

  • @AfzalKhan-tk2nj
    @AfzalKhan-tk2nj Před 3 lety

    Wonderful, Dimpi bhaity.bhut bhut val lagil.Thanks for watching.

  • @rikygamer84
    @rikygamer84 Před 3 lety +21

    বহুত বহুত val লাগিল ডুবাই খন চাই Thank you so so so much ডুবাই খণ daxuar বাবে❤️

  • @pallabisaikia1818
    @pallabisaikia1818 Před 3 lety +15

    Dimpu da congratulation 1 million subscriber dimpu dar krne eta like

  • @rohanrabha3970
    @rohanrabha3970 Před 3 lety +2

    Bohut dhuniya lagise dimpu Da❤️ Amazing 👍

  • @nurjamanali4340
    @nurjamanali4340 Před 3 lety +12

    কি কম কবলৈ ভাষা নাই দিম্পু দা বহুত ভাল লাগিল
    বিদেশত আপোন মানুহ ❤️

  • @digantadiganta2438
    @digantadiganta2438 Před 3 lety +10

    ধন্যবাদ তুমাক,সচাই তুমাৰ জোৰিওতে ডুবাই খন আজি দেখা পালো,মোৰ মতে তুমাতকৈ ডাঙৰ ইউতূবাৰ অসমত আৰু নলাব।

  • @pubgrahulgaming7125
    @pubgrahulgaming7125 Před 3 lety +1

    .. protik daa k bohut bhal☆ lagil ...dei.. dimpu da 2 xodai amar apun ..♡♡

  • @AtulDevnath
    @AtulDevnath Před 3 lety +7

    6:02 amar pehir ghar goreswar.. Dimpu da you are mindblowing fantastic extraordinary.

  • @Dkmusicofficial143
    @Dkmusicofficial143 Před 3 lety +17

    মই তোমাৰ ডুবাইৰ সকলো বোৰ ভিডিঅ চালো, বহু ত ভাল লাগিল।

  • @emanuelmurmu3105
    @emanuelmurmu3105 Před 2 lety

    Buhut bhal lagese Dubai khon Thank you So much Amak Dubai khon dekhuwala

  • @twoassamesesisters6124
    @twoassamesesisters6124 Před 3 lety +25

    🇭 🇪 🇾
    🇩 🇴 🇸 🇹 🇴
    মানেই দিম্পু দা💛দিম্পু দাৰ সকলো ভিডিঅ' কোনে কোনে চোৱা👍এটা টিপ চহী মাৰি দিয়া তলত💛
    👇

    • @Team-rq5zc
      @Team-rq5zc Před 3 lety +2

      Dimpu dar phone number lage jodi
      #Mijanurhoque 👈👈👈 চুই দিয়া

    • @PJmtrider
      @PJmtrider Před 3 lety +1

      Mur channel tuu saboo 🙏

    • @Team-rq5zc
      @Team-rq5zc Před 3 lety +2

      তলত চুই দিয়া
      👇👇👇👇
      #Mijanurhoque
      আৰু চেনেলটো চাব্সক্ৰাইব কৰক

  • @robina-uk5bw
    @robina-uk5bw Před 3 lety

    Bht vl lagil video tu .thnkx .vhogobane xodai. Aguwai niok

  • @sonalihazarika7111
    @sonalihazarika7111 Před 3 lety +24

    Lots of love frm ARUNACHAL PRADESH.. ❤❤

  • @prodipneog5641
    @prodipneog5641 Před 3 lety +5

    দিম্পু দা কি বুলি যে ধন্যবাদ দিম আপোনাক। আপুনি ইমান ধুনীয়া কৈ আমাক Dubai খন দেখুৱালে। Always love you dimpu daa ❤️ ❤️❤️

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @XarLyBackpacker
      @XarLyBackpacker Před 3 lety

      Saudi Arabia krne abr sbo mu vlog

  • @tanmisaikia8965
    @tanmisaikia8965 Před 2 lety +1

    Ami Assamr holeo xosatu maniboi lagibo ami letera buli,,morom tu assamle hodai ase,Dimpu daar Assam khnr krne morom ase krne safa huar hopun dekhibo koise💓💓

  • @mriduldas9341
    @mriduldas9341 Před 3 lety +27

    ধন্যবাদ তুমাক ইমানবোৰ উপহাৰ দিয়াৰ বাবে

  • @Anamika_koch_girl
    @Anamika_koch_girl Před 3 lety +270

    Hey dosto dimphur sob vedio kune kune saisa like here

  • @kapilpanikaofficial4297

    Mojjja lagile dubair video sai thank you moi nije Dubai goisu nisina lagile love you brother

  • @sofiqpubg4198
    @sofiqpubg4198 Před 3 lety +54

    Any school & college student hare """😍😍,,😍😍"",,

  • @pramilabaruah315
    @pramilabaruah315 Před 3 lety +23

    Dimpu baruah chanaal 1M হোৱা কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলো dimpu da 😀🎂

    • @MisterDipon
      @MisterDipon Před 3 lety +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @khuabs4433
      @khuabs4433 Před 3 lety +1

      czcams.com/video/peW6np1Ddow/video.html

    • @pramilabaruah315
      @pramilabaruah315 Před 3 lety +1

      Hobo baru camdiok

  • @debajyotineog3480
    @debajyotineog3480 Před 3 lety

    Dimpu tumar Dubai pora diya hokolu video sai val lagila. Assamor pora jibilak manuh Dubait goi asaga taulukor tumar poti thoka aru assam poti thoka morom seneh dekhai hosai bohut val lagila.

  • @dipannitagoswami8451
    @dipannitagoswami8451 Před 3 lety +11

    সঁচাই দিমপু দা তুমি সুন্দৰকৈ ডুবাই খন দেখুৱালা বহুত নজনা কথা শিকালা ধন্যবাদ তুমি আৰু আগুৱাই যোৱা

  • @pranabdas4649
    @pranabdas4649 Před 3 lety +7

    dada tq aapuni je aamar dore loraburok eman নেদেখা ঠাইবোৰ দেখাইছে

  • @DSGAMER999
    @DSGAMER999 Před 3 lety +10

    Congrats brother duita Channel 1m cross koridile 🥰😍

    • @PJmtrider
      @PJmtrider Před 3 lety +1

      Mur channel tuu saboo 🙏🙏

  • @arunavdas4684
    @arunavdas4684 Před 3 lety +21

    সচাঁকৈ বিদেশত থকা আপোন মানুহবোৰৰ মৰমবোৰ দেখি আপ্লুত হৈ পৰিলোঁ ।🔥🔥❤❤

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @khuabs4433
      @khuabs4433 Před 3 lety

      czcams.com/video/peW6np1Ddow/video.html

  • @tarinicharannibari8932

    damphu Tomi emandoroloi travel Korosa mojajadu bah super.

  • @browserboy6803
    @browserboy6803 Před 3 lety +18

    Dimpu dar 2ta channel te 1M complete hol..... Congrats ❤❤❤❤❤❤

    • @PJmtrider
      @PJmtrider Před 3 lety

      Mur channel tuu saboo 🙏❤️

    • @Team-rq5zc
      @Team-rq5zc Před 3 lety +1

      Dimpu dar phone number lage jodi
      #Mijanurhoque 👈👈👈 চুই দিয়া

  • @shahinuraktar149
    @shahinuraktar149 Před 3 lety +10

    Dimpu da l wish you got 10Millioun subscribe soon 💙

  • @gautamgoswami9323
    @gautamgoswami9323 Před 3 lety

    Bhal lagil dimpu tumar video bur sai...hasakoie gharat thaki foriegn travel kora jen feel hol...

  • @haruallslam5744
    @haruallslam5744 Před 3 lety +76

    Mojja Dimpu da কারনে ata like 🥰🥰
    👇👇

    • @mmvlog9111
      @mmvlog9111 Před 3 lety

      লাইক

    • @bijukonwar5787
      @bijukonwar5787 Před 3 lety

      ডুবাই খন সছাই স্বগ ৰাজ্য দৰে লাগিল। তেনে ঠাইত যাবলৈ বা থাকিবলৈ ভাগ্যত নিলিখিলে।

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @mrinmoyvlog7553
      @mrinmoyvlog7553 Před 3 lety

      ডুবাই চাই ধুনীয়া লগিল

  • @lxpsujit2888
    @lxpsujit2888 Před 3 lety +9

    Love for shillong bro... Sad tht this voyage have come to and end.... But the experience u provided by your videos was all epic

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @bibimudai7430
      @bibimudai7430 Před 2 lety

      Dubait, suli, kata, kiman, lale, dimpu, ami, jab, nu yaru, sai, val, lagil

  • @rimisarmah8125
    @rimisarmah8125 Před 3 lety

    Mjaaa lgil o Dimpu daa aru sbo mn goiase video tarpra

  • @mousumirajbongshi8199
    @mousumirajbongshi8199 Před 3 lety +4

    বহুত ভাল লাগিল ডুবাই খন ।আগলৈ আৰু দেখিবলৈ পাম নতুন নতুন ঠাই তোমাৰ জৰিয়তে

  • @mrinmoydas2567
    @mrinmoydas2567 Před 3 lety +4

    Congratulations for 1 million subscribers on 2nd Chanal Dimpu Baruha . Love from nalbari

  • @Loveindrani19
    @Loveindrani19 Před 3 lety

    Thanks Dimpu.. iman morom ke Dubai'r oli goli ketiau dekhua nai kuneo.. gute Keita video sai last't likhilu aru de..❤️❤️❤️👍👍👍

  • @tushalsagra229
    @tushalsagra229 Před 3 lety +6

    Love from karbi anglong ♥️♥️♥️🥰 ne

    • @sabiiikur
      @sabiiikur Před 3 lety

      Mor cnl tuh olp sabh plz

    • @DiphuJengoprank
      @DiphuJengoprank Před 3 lety

      Love from diphu karbi anglong ♥️ mur channel tu subscribe kriba ♥️👈

  • @evabaruah7459
    @evabaruah7459 Před 3 lety +8

    বহুত ভাল লাগিল ডুবাইৰ সুন্দৰ দৃশ্য বোৰ চাই৷আগলৈ আৰু চাব পাম বুলি আশা ৰ’ল৷

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @XarLyBackpacker
      @XarLyBackpacker Před 3 lety

      Saudi Arabia krne abr sbo

  • @sumandeka2113
    @sumandeka2113 Před 3 lety +1

    Bohut Val lagil gotte Dubai r vidio bor sai dimpu I love you dimpu da

  • @jintunath9315
    @jintunath9315 Před 3 lety +39

    অ ভাই মাছৰ বজাৰ নে সোণ ৰুপৰ দোকান।ডিম্পু দা আপুনি থাকিয়ে লব লাগিছিল তাতে।

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @goldenassam6752
    @goldenassam6752 Před 3 lety +4

    আৰু এনেকৈয়ে ধুনীয়া ধুনীয়া , সুন্দৰ সুন্দৰ ভিডিঅ'চাই থাকিব পাম বুলি আশা ৰাখিলোঁ ❤️❤️❤️

  • @asimkakati1180
    @asimkakati1180 Před 3 lety +1

    Dubai Khon dhuniya ,,apunar logot moi o ekdin jam Dubai ❤️❤️🥰🥰

  • @niyortapanraj9489
    @niyortapanraj9489 Před 3 lety +4

    Bhut vll lgil dada.... Love you forever ❤❤❤...god bless you

  • @arnabpathak4715
    @arnabpathak4715 Před 3 lety +34

    ও দিম্পু দা আপুনি কোনখন দেশৰ ছাগলীৰ মাংস ললে ?😅😅😅

  • @emonbhuyan5659
    @emonbhuyan5659 Před 3 lety +1

    Video 2 bohut Dhunia asil. Apuni USA Ketia dekhabo

  • @nitubora9504
    @nitubora9504 Před 3 lety +11

    Love from Marigaon 💓💓💓

  • @prandeepborah3582
    @prandeepborah3582 Před 3 lety +10

    Dimpu daar pora ata ❤ pua2 hopun hoi robo nki 😢😢

  • @binadeka1824
    @binadeka1824 Před 2 lety

    ধন্যবাদ দিম্পু | তোমাৰ জৰিয়তে নেদেখা ঠাই বহুত দেখিলো | তুমি আৰু আগুৱাই যোৱা

  • @user-rl2sg1ev6z
    @user-rl2sg1ev6z Před 3 lety +35

    আমাৰ অসমৰ মাছৰ বছৰত গোন্ধৰ কাৰণে , মাখি ৰ কাৰণে মাছ খাব ঘিন লাগে ।

  • @lakhya_x2
    @lakhya_x2 Před 3 lety +9

    First views 🔥❤️

  • @sunusharma281
    @sunusharma281 Před 3 lety +1

    My fvrt place Dubai..bohut val lagil dada.🙂

  • @alimuliassam6405
    @alimuliassam6405 Před 3 lety +4

    দৰকিন্দা মাছৰ বাবে এটা লাইক♥️♥️♥️
    দুইটা চেনেলতেই ১ কৌটিতকৈও অধিক দৰ্শক.... অভিনন্দন দিম্পু দা🙏🙏

    • @MisterDipon
      @MisterDipon Před 3 lety +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @toonsarmah4848
    @toonsarmah4848 Před 3 lety +4

    First comment on this video and first like

  • @kangkanadas1239
    @kangkanadas1239 Před 3 lety +1

    Vhut vhut vl lagil dimpu da video to si

  • @razxbb
    @razxbb Před 3 lety +12

    Love from Barpeta❤️❤️❤️❤️❤️ Dimpu da

    • @PJmtrider
      @PJmtrider Před 3 lety

      Mur channel tuu saboo 🙏❤️

  • @dhirajsharma1040
    @dhirajsharma1040 Před 3 lety +9

    Really lucky to be in the top 20 views dimpu daa

    • @sabiiikur
      @sabiiikur Před 3 lety

      Dada plz mok subscribe kora

  • @shortsvideoscompany9354

    Dimpu baruah one of the great personality of assam......bohut bhal lage tumar vedio bor......mangaldai r pora onek morom jasilu tumak......জয় আই অসম

  • @A.S.STATUS_ZONE_
    @A.S.STATUS_ZONE_ Před 3 lety +30

    Only dimpus true fan know that he is always doing voiceover

    • @PJmtrider
      @PJmtrider Před 3 lety +2

      Mur channel tuu saboo 🙏❤️

    • @Team-rq5zc
      @Team-rq5zc Před 3 lety +4

      Dimpu dar phone number lage jodi
      #Mijanurhoque 👈👈👈 চুই দিয়া

    • @ujjaljyotidas8876
      @ujjaljyotidas8876 Před 3 lety

      Yes

    • @Team-rq5zc
      @Team-rq5zc Před 3 lety +2

      তলত চুই দিয়া
      👇👇👇👇
      #Mijanurhoque
      আৰু চেনেলটো চাব্সক্ৰাইব কৰক

    • @DiphuJengoprank
      @DiphuJengoprank Před 3 lety +1

      KUN KUN ROJONI GONDHA KHAI LIKE😒💔❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏

  • @AMINURRAHMAN-lv9ly
    @AMINURRAHMAN-lv9ly Před 3 lety +8

    Congratulations DIMPU BARUAH CENNEL 1 Millions Subscribers ❤❤❤❤❤

    • @MisterDipon
      @MisterDipon Před 3 lety

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

  • @dipshikhapatar7236
    @dipshikhapatar7236 Před 3 lety +1

    বহুত ভাল লাগিল দিম্পু ভাইটি 👍👍👍

  • @bishalcreation16
    @bishalcreation16 Před 3 lety +11

    Dimpu dar babe ata Big like di juwa
    👇👇

    • @PJmtrider
      @PJmtrider Před 3 lety

      Mur channel tuu saboo 🙏👍

  • @Honeyveryfunny
    @Honeyveryfunny Před 3 lety +4

    Everything is good and love you❤ Mr Dimpu from Chennai

  • @ambiaparbin3215
    @ambiaparbin3215 Před 3 lety

    Vl lagise bhut ...jabole issa ase jdi kuno din jabo Pru...ru amr oxam khon ane kuwa hbo lge ...

  • @bedanto
    @bedanto Před 3 lety +5

    Love from Jorhat Assam India

  • @ghostgamerplayingfreefirei1633

    Cngrss for 1 M 😁😁😁😘😘😘😘❤❤

  • @parishmitadeka4188
    @parishmitadeka4188 Před 2 lety

    Val lagil video tu sai....anekua lagil je ami tat enjoy kri asu