যৌনগন্ধী নাৰী চৰিত্ৰ ইমান মুকলিকৈ কেনেকৈ উপস্থাপন কৰে ? Anuradha Sharma Pujaree

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • সমাজে অশ্লীল আখ্যা দিয়া চৰিত্ৰ কিয় প্ৰিয় অনুৰাধা বাইদেউৰ ?
    কিয় জীৱনৰ প্ৰথমখন উপন্যাসৰ বাবে বাছি লৈছিল এনে এটি স্পৰ্শকাতৰ বিষয় ?
    কলমৰ ধাৰেৰে নাৰী চৰিত্ৰত সাহসেৰে যৌনতাৰ ৰহণ সানিব পৰা নাৰী তেওঁ❕
    #baartalaap #chakrapaniparashar # AnuradhaSharmaPujaree #authors #guwahati #writer
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

Komentáře • 119

  • @rishmitapurpleuuu6521
    @rishmitapurpleuuu6521 Před rokem +17

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউ.. মোৰ অতিকৈ প্রিয় লেখিকা ❤🌼
    আপোনাক ভগৱানে সদায় সুস্থ কৰি ৰাখক 🙏🌼

  • @nayanamohan4250
    @nayanamohan4250 Před 3 měsíci +3

    Mur val loga writter goraki a hoise anuradha sharma pujari mam❤moi jona nasilu pujari mam r ktha jtiya aitai tekhetor akhn kitap ani hatot tuli dile ttiyai sini paisilu mam k❤hun horinor sekur namor kitap khn class 10 ot u paisilu tekhete likha ata lesson 🌟bhut vl pau puajari mamk 🎉love from tinsukia ❤

  • @bidisha2077
    @bidisha2077 Před rokem +18

    সোণ হৰিণৰ চেঁকুৰ
    জলছবি
    নীল প্ৰজাপতি
    হৃদয় এক বিজ্ঞাপন
    নাহৰৰ নিৰিবিলি ছাঁ
    বৰাগী নদীৰ ঘাট
    কাঞ্চন
    এজন ঈশ্বৰৰ সন্ধানত
    চাহেবপুৰাৰ বৰষুণ
    ইয়াত এখন অৰন্য আছিল ❤
    এই কিতাপ সমূহ সদায় বিশেষ মোৰ বাবে 🥀🤍

    • @kalpanahazarika311
      @kalpanahazarika311 Před rokem

      Baidewr bolistha prakash bhongik Moi natohire pronam jonaw, punor natun upanyakhar ashare apunar Mangal kamona korilu.

  • @diptitalukdar8882
    @diptitalukdar8882 Před 4 měsíci +2

    Aji biyaghorot log pai bohut bhal lagil baidew.apuni shodai shukhihoi thakok.

  • @bhupendowarah2577
    @bhupendowarah2577 Před rokem +6

    হৃদয় এক বিজ্ঞাপন❤❤❤

  • @Rajib.kalita
    @Rajib.kalita Před 3 měsíci +1

    সচাকৈ, বাইদেউ ৰ কথা বিলাক ইমান কোমল। বাইদেউ ৰ কিতাপ বোৰ পঢ়ি বৰ ভাল পাওঁ। বহুত পঢ়িছোঁ বাইদেউ ৰ কিতাপ। বাইদেউ ৰ হৃদয় এক বিজ্ঞাপন প্ৰথম আছিল যিখন মই পঢ়িছিলোঁ। সচাকৈ, বৰ সুন্দৰ উপন্যাস হয়। ❤

  • @ranineog2827
    @ranineog2827 Před měsícem

    অৰণ্য যাত্ৰা❤ class 10 ot poha ajiu monot ase

  • @ashketchem9777
    @ashketchem9777 Před rokem +10

    এইখন কিতাপখন (হৃদয় এক বিজ্ঞাপন) পোন্ধৰ বছৰত পঢ়াটো চাগে মোৰ এটা ডাঙৰ ভূল আছিল.... কাৰণ সেইটো বয়সত যেতিয়া পঢ়িছিলো তাঁত মহুৱা আৰু মায়াৰ যি চৰিত্ৰ প্ৰকাশ কৰা হৈছিল সেইখিনিয়ে মোৰ মনত এনেকুৱা ভাৱ এটা আনি দিছিল যে সকলো ছোৱালীয়ে চাগে তেনেধৰণৰ.... কাৰণ এই ১৫ বছৰত ল'ৰা এজন ইমানো বিকশিত হব নোৱাৰে।

  • @bornalisaikia1794
    @bornalisaikia1794 Před rokem +4

    কিতাপ খনৰ ৰূপালী জয়ন্তীৰ সাপেক্ষে বহুতো অভিনন্দন জাছিলো । অনুৰাধা শৰ্মা পূজাৰীৰ দৰে বাইদেউহতৰ লেখিকা সকলৰ লিখনী সমূহে আমাৰ নাৰীৰ জাতিটোক বহুতখিনী সুৰক্ষা দি আহিছে ……আগলৈও এনে কিতাপ উপহাৰ দি যাব বুলি আশা থাকিল ।

  • @satabdisikha4936
    @satabdisikha4936 Před rokem +10

    তেওঁৰ উপন্যাস পঢ়িয়ে পৰিবলৈ লৈছিলোঁ উপন্যাসৰ প্ৰেমত ।মোৰ প্ৰিয় লেখিকাগৰাকী ❤

  • @dolphinasaikia9380
    @dolphinasaikia9380 Před rokem +15

    মোৰ প্ৰিয় লেখিকা গৰাকী❤

  • @sushmitasarma9639
    @sushmitasarma9639 Před 11 měsíci +1

    I can't express in words how much love respect I have for baidew ... what a personality ❤❤❤❤❤❤❤

  • @khasminchoudhury7682
    @khasminchoudhury7682 Před rokem +4

    প্ৰিয় লেখিকা,বহুত বহুত শ্ৰদ্ধা আৰু শুভকামনা যাচিলো বাইদেউ ।

  • @dayswithpronami1027
    @dayswithpronami1027 Před rokem +5

    খুওব ভাল লাগিল।নৱ প্ৰজন্মৰ লেখিকা আশ্ৰৱিকা বৰা বাক এবাৰ মাতিব চোন ভাল লাগিব।

  • @prasannabora7644
    @prasannabora7644 Před 3 měsíci

    Purokhei Narir horiror huwad noloi.....Suwaliyeo loi purokhor horiror huwad loi

  • @himaniry6004
    @himaniry6004 Před 9 měsíci

    Class 10 Aranya jatra

  • @madeeasy-e6
    @madeeasy-e6 Před 6 měsíci

    Baground music to nedibo sn

  • @malamanibaruah3524
    @malamanibaruah3524 Před rokem +2

    Chakrapani is so noble and honest

  • @pompigogoi-my2bo
    @pompigogoi-my2bo Před rokem +1

    Thank you চক্রপাণি পৰাশৰ দা❤

  • @biduytbikashsarmathakur1620

    বৰ ভাল লাগিল । কথাবোৰো শুনিও উপন্যাস পঢ়ি থকাৰ সোৱাদ এটাই পালো।

  • @snigdhadas7468
    @snigdhadas7468 Před rokem +2

    কিতাপ পঢ়ি বহুত কথা বুজা যায়,
    মোক এখন হৃদয় দিয়া, মই কিস্তি কিস্তি কৈ পৰিশোধ কৰিম.......
    আপুনি মোৰ প্ৰিয় লেখিকা আপোনাক পাবলৈ বহুত মন যায়। আপোনাৰ সকলোবোৰ উপন্যাস মই বিচাৰি বিচাৰি কিনি আনি পঢ়ো।

    • @rumidas807
      @rumidas807 Před rokem

      ময়ো বাইদেউ

  • @manaswnisarmah6328
    @manaswnisarmah6328 Před 3 měsíci

    Xosakoi..moi 1st page tu pohar pisot aru aribo nowari 2hours t porhi xekh korisu

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 Před rokem +1

    আপোনাক বৰ ভাল লাগিল বাইদেউ

  • @nimishamohan1334
    @nimishamohan1334 Před rokem +2

    বাৰ্তালাপৰ মোৰ সকলোতকৈ বেছি ভাললগা খণ্ড❤️

    • @alpanagogoi463
      @alpanagogoi463 Před rokem

      অতি সুন্দৰ বাইদেওঁ বহুত ভাল লাগিল ।

  • @anamikahazarika4825
    @anamikahazarika4825 Před 7 měsíci

    সচাকৈ মোৰ বহুত প্ৰিয় বাইদেউ গোটেই কেইখন উপন্যাসয়েই , ( হৃদয় এক বিজ্ঞাপন খন বহু বাৰ পঢ়িছো ) সপোনতো ভাবা নাছিলো এই উপন্যাসখন টিভিত ছিৰিয়েল হিচাপে দেখিবলৈ পাম বুলি , সেই কাৰণে বহুত বেছি ভাল লাগিল 🙏

  • @bhupalichoudhury1835
    @bhupalichoudhury1835 Před rokem +1

    My All time favourite ❤Anuradha mam

  • @user-jx9uu7lx4u
    @user-jx9uu7lx4u Před 5 měsíci

    খুব প্ৰিয় লেখিকা গৰাকী♥️

  • @jaminikomar3754
    @jaminikomar3754 Před 8 měsíci

    Favourite writer

  • @jahnubhaskar962
    @jahnubhaskar962 Před 6 měsíci

    মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ গৰাকী 🙏

  • @songitasaikia2902
    @songitasaikia2902 Před rokem +2

    মোৰ প্ৰিয় লেখিকা গৰাকী❤😘

  • @dimpineog9886
    @dimpineog9886 Před 7 měsíci

  • @dipalirrandhonixal
    @dipalirrandhonixal Před rokem

    বাইদেউক বহুত ভাল পাওঁ। খুব ভাল লাগিল চাই।👍

  • @lakhimi7259
    @lakhimi7259 Před rokem +1

    প্ৰিয়❤

  • @julideka6408
    @julideka6408 Před rokem

    Bahut bhal lagil.

  • @mainusonowal1087
    @mainusonowal1087 Před rokem +1

    Love you

  • @mayurakhikashyap5436
    @mayurakhikashyap5436 Před 5 měsíci

    প্ৰিয় সাহিত্যিক❤

  • @JanmoniGogoi-hk4gx
    @JanmoniGogoi-hk4gx Před rokem +1

    বৰ ভাল লাগিল বাৰ্তালাপটো ❤

  • @ashima302
    @ashima302 Před rokem +1

    Khub xundor.. Jenedore cinema r prosar kora hoi, kitap r prosar korau bor jaruri buli vabu.

  • @prasannabora7644
    @prasannabora7644 Před 3 měsíci

    Dada Apuni kiba teliai teliai kotha bilak hudha nisina lage

  • @BhagyashreeGogoi-lz6uj

    All time favourite

  • @assamdeni3311
    @assamdeni3311 Před 8 měsíci

    অনুৰাধা শৰ্মা বাইদেউৰ দ্বাৰা ৰচিত "চাহেবপূৰা বৰষূণ " আৰু "নাহৰৰ নিৰিবিলি ছাঁ"উপন্যাস দুখন পঢ়িলো।। অনাগত দিনত তেওঁ ৰচনা কৰা আন আন গ্ৰন্থ সমূহ পঢ়িম।।।
    এক কথাত কবলৈ গলে অনুৰাধা বাইদেউ মোৰ প্ৰিয় লেখিকা।।

  • @queendas9546
    @queendas9546 Před rokem

    All time mur favourite ❤️👍

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r Před rokem

    অনুস্থানটো বহুত ভাল লাগিছে।

  • @nitushreegogoi7419
    @nitushreegogoi7419 Před 11 měsíci

    আপুনি সদায় প্ৰিয় ❣️🌼

  • @monujkonwar8875
    @monujkonwar8875 Před rokem

    Bor val lagil . Thnk u dada.

  • @enjoyamazinglife
    @enjoyamazinglife Před 7 měsíci

    Background music টো বেছি হল। নোহোৱা হলে ভাল হলেলেতেন।
    বাকী সকলো অতি সুন্দৰ।

  • @Banditaskibakibi
    @Banditaskibakibi Před rokem +1

    মোৰ প্ৰিয় লেখিকা । প্ৰতিখন উপন্যাসেই পঢ়িছো । লগতো আছে ।❤

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b Před rokem +3

    অনুৰাধা বাইদেউ ৰ কিতাপৰ প্ৰেমত সৰুৰে পৰা পৰিছো। কাঞ্চন মোৰ প্ৰিয় উপন্যাস। মোৰ what's app about ত সদায় বাইদেউ ৰ উপন্যাসৰ এটা লাইন উজ্বল হৈ আছে --- " মোক অলপ সত্য দিয়া, বঞ্চনা নকৰা সত্য।"

    • @rupakrabha-2179
      @rupakrabha-2179 Před 11 měsíci +1

      My favourite line from নাহৰৰ নিৰিবিলি ছা - ৰুঢ় বাস্তৱ যেনেকৈ সদায় ভাল নালাগে, অলীক কল্পনাও সদায় ভাল নালাগে। ভাল লাগে ইয়াৰ সংমিশ্ৰণ ❤️।

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b Před 11 měsíci

      ধন্যবাদ দেই। গ্ৰন্থ প্ৰেমী লোক আজিকালি নাইকীয়া হৈছে দেখোন।

  • @diksha8756
    @diksha8756 Před rokem

    My fvrt

  • @domborugogoi971
    @domborugogoi971 Před rokem

    Hosai, baideur upanyasbur bhal lage😊

  • @tuluhazarikadevi1587
    @tuluhazarikadevi1587 Před rokem

    Val .lagil baiduk dakha pi

  • @luijiranigogoi2462
    @luijiranigogoi2462 Před rokem

    Nice baideuk dekhi bohut vl lgl....👍👍👌🙏

  • @uttaran3663
    @uttaran3663 Před rokem

    Khun bhal lagil anusthantu,agoloio Asa korilu.

  • @rupjyotiray9740
    @rupjyotiray9740 Před rokem

    All time favorite meam

  • @RiturajKonwar-wq7ku
    @RiturajKonwar-wq7ku Před 10 měsíci

    আজিৰ দিনত উপপতি /উপপত্নী থকাটো গৌৰৱৰ কথা...

  • @akankhyaduttaakankhya5063

    বাইদেউ লৈ অশেষ ধন্যবাদ।

  • @purabidas5670
    @purabidas5670 Před rokem

    Khub val lagile..

  • @manojdeka2450
    @manojdeka2450 Před rokem

    My favorite

  • @rupakrabha-2179
    @rupakrabha-2179 Před 11 měsíci

    নাহৰৰ নিৰিবিলি ছা is my favourite

  • @alivaphukan-wt4fw
    @alivaphukan-wt4fw Před rokem

    My favourite Anuradha Baidew........jiwanor prio novel.......ejon isshoror hondhanot.....

  • @maina2663
    @maina2663 Před rokem +1

    প্ৰিয় লেখিকা❤

  • @gitasrikalita9207
    @gitasrikalita9207 Před rokem

    ❤️❤️

  • @smritirekhasonowal6714

    খুউব ভাল লাগিল । ❤

  • @rupaliphukan9078
    @rupaliphukan9078 Před rokem

    Ekebare right baideo

  • @rekharanikalita7773
    @rekharanikalita7773 Před rokem

    Bohut val lagil

  • @chayanikamedhi1674
    @chayanikamedhi1674 Před rokem

    প্ৰিয় লেখিকা গৰাকী❤

  • @tarulatahazarika6418
    @tarulatahazarika6418 Před rokem

    Nam2 sinaki kintu mukh khon sini npaislu aji apuni sinaki kri dia babe dhanyabad dada Love from Gohpur

  • @pollymahanta7508
    @pollymahanta7508 Před rokem

    বাইদেউ আপোনাৰ কথাবোৰ খুব ভাল লাগিল

  • @indunibharajbongshi1155

    উপন্যাস খন পঢ়িছো ।বহুত ভাল লাগে

  • @pranabrajbongshi5432
    @pranabrajbongshi5432 Před rokem

    অজিৰ অনুষ্ঠানতো চাই খুব ভাল লাগিল

  • @sushilkonwar7012
    @sushilkonwar7012 Před rokem +1

    নতুন প্ৰজন্মক লৈ মোক কিয় দোষ দিব লাগে। গতিকে হৃদয় কথা যদি খূলি কয় --- চৰিত্ৰ বিলাক প্ৰকাশ পাব -- No body could say every one right ___ .I am alone from the human being ------- l am only trust on myself - মোক নেলাগে হৃদয়ৰ গুণ গুণনি --- লাগে মাথো হৃদয় সচা স্পৰ্ষ ।

  • @ParismitaBora-iw8ym
    @ParismitaBora-iw8ym Před rokem

    Bartalap ♥️

  • @ranjitadeori6018
    @ranjitadeori6018 Před rokem

    Very nice Baidew ❤️❤️🙏🙏

  • @Luna_koch
    @Luna_koch Před 7 měsíci

    Kitap khon pohi hosai vl lagil❤

  • @user-hp5mr5bk4d
    @user-hp5mr5bk4d Před rokem

    All time fev till now it is not possible to read her all books but most of them completed , now a days i am reading her book sahebpurar boroshun❤

  • @ajantadas4807
    @ajantadas4807 Před rokem

    Chokro Pani porashoror program bur unic concept hoi,best of luck

  • @AparajitaGogoi-uh6bs
    @AparajitaGogoi-uh6bs Před rokem +14

    All time favourite Anuradha Ma'am❤️hosai khub Val lagil ajir bartlap

    • @smritirekhadutta8899
      @smritirekhadutta8899 Před rokem +2

      বাৰ্তালাপ মোৰ প্ৰিয় ।মোৰ প্ৰিয় লেখিকাগৰাকী (অনুৰাধা বাইদেউ)ৰ লগত হোৱা তত্ত্ব গধুৰ আলোচনাই যথেষ্ট আপ্লুত কৰিলে ।বাইদেউৰ কলমত নতুন নতুন লেখাৰ সৃষ্টি হওক তাকেই কামনা কৰিলোঁ ।

  • @paporichutia
    @paporichutia Před 11 měsíci

    বাআপোনাৰ,সকলো,উপনাস,পহিবহূতভাল,লাগে,আৰূসেইবিলাকৰ,পৰাবহূত,কথা,শিকবলৈ,পো ৱাযায,আৰুআগলৈ,যাতেভাল,ভাল,উপন্যাস, কবিতা,লিখক,বুলি,আশা,ৰাশিলো,আৰু,ভগমানৰু,উচৰত,পাথনাবিচাৰিচো,আপুনি যাতে,সুখেৰেশাতিৰে,থাকক,ইয়াৰেকামনা,ৰাশিলো

  • @chimidatta6582
    @chimidatta6582 Před rokem

    Huni thkile Jen huni a thkim😌imn dhuniya ke koise baideo a💌

  • @BADulumoniRajkhowa
    @BADulumoniRajkhowa Před 9 měsíci

    সকলো কৰিব পাৰি কিন্তু হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰি

  • @susmitagogoi7313
    @susmitagogoi7313 Před rokem

    প্ৰিয় লেখিকা😍

  • @MunmiGogoi-wy2mo
    @MunmiGogoi-wy2mo Před rokem

    Baidew Mur all time favourite moi khub prohu apunar hakalu likha

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před rokem

    ভাল লাগিল 😘👌

  • @mridulkumarrabha892
    @mridulkumarrabha892 Před rokem

    Persistency

  • @nishamaniborah9776
    @nishamaniborah9776 Před rokem

    চক্ৰপাণি অনন্য।

  • @chayanikahandique1490

    সুন্দৰ ❤️

  • @niharikanath1330
    @niharikanath1330 Před rokem

    Anuradha ma'am ❤

  • @rimipathak1955
    @rimipathak1955 Před rokem

    Uff apunar thinking bur emn vl lage ...

  • @riyadutta771
    @riyadutta771 Před rokem

    Tekhetor likhoni bor val lge..bohu keikhn pohisu❤

  • @indugogoi3410
    @indugogoi3410 Před rokem

    Kta bur huni bhut vl lagil

  • @tultulbora8932
    @tultulbora8932 Před rokem

    ❤বাৰ্তালাপ ❤

  • @InformationbyJB
    @InformationbyJB Před rokem +2

    এটা অপ্ৰিয় হলেও সত্য যে বৰ্তমান কিতাপ মানুহে নপঢ়ে গতিকে মানুহক আকৰ্ষণ কৰিবলৈ যৌনগন্ধী লিখনিৰ সহায় লোৱা হয়

  • @daisydas2025
    @daisydas2025 Před rokem +1

    Dada Pallabi Ghosh k abar matibo ketiaba
    Aru ei interview tu iman vl lagil ki kom mane...

  • @queensarmah
    @queensarmah Před rokem

    Dada Hridayat bigyapan serial khnr nam ki hbo baru...janibo Mon goise...

  • @rumidas807
    @rumidas807 Před rokem

    আপোনাৰ প্ৰায়বোৰ কিতাপেই মোৰ আলমিৰাত বাইদেউ আপুনি মোৰ সদায় প্ৰিয় সাহিত্যিক হৈ ৰব

  • @rukminihazarika5566
    @rukminihazarika5566 Před rokem

    Khub bhal paw বাইদেউ r লিখনি

  • @user-rr3dv4ze3j
    @user-rr3dv4ze3j Před rokem

    Kitapkhan kitap hoiye thakile vl lage parhi kalpana koratut ata beleg mja aase. Haitu cinema ,serialt xai mjatu nathakibau pare

  • @nabaneetabaruah19
    @nabaneetabaruah19 Před rokem

    Apuni hosai adorkho, eman buji pai

  • @mouchumidutta5737
    @mouchumidutta5737 Před rokem

    Anuradha baidow aru bartalap hunat huaga sorese

  • @nanditadutta6770
    @nanditadutta6770 Před rokem +1

    বাইদেউক অভিনন্দন জনালোঁ।ভালে থাকক সুস্থ থাকক তাৰেই কামনা কৰিলোঁ।