সাধাৰণ জ্ঞানৰ পৰিসৰ কিমান প্ৰাৰ্থীসকলৰ? Panchayat Candidates funny video
Vložit
- čas přidán 19. 11. 2018
- আজি আকৌ কেইগৰাকীমান পঞ্চায়ত প্ৰাৰ্থীৰ কাষলৈ যাওঁ ব’লক। আজিও গম লওঁ আহক তেওঁলোকৰ সাধাৰণ জ্ঞান নাইবা ভৱিষ্যতৰ আঁচনিসমূহৰ কথা। আজি আপোনাৰ সন্মুখত নলবাৰী, লংকা, মানকাচৰৰ প্ৰাৰ্থী।
কোন পণ্ডিত নহয় ।
জানক বা নাজানক
কাম ভাল কৰিব লাগে
Najanile ki krib he,,
মোৰ হ'লে কেইজনমান সাংবাদিকৰ জ্ঞানৰ নমুনা লবৰ হে মন এটা আছিল ।
Muru mon ase
moro mon goi ase adin teolok o dia jaok teolokr level t question hudhi....kiman gyan ase saai lao
আপুনি মোৰ মনৰ ভাব প্ৰকাশ কৰিলে ৷
Akdom thik koise..
কিয় লবলৈ মন গৈছে?
ধন্যবাদ সাংবাদিক ভাই সকল ,আপোনালোকে মানুহক লাজ দিছে ভাল কাম কৰিছে, লাগি থাকক, আৰু লাজ দি থাকক।ধুনীয়া ।
Dear Dy 365 , আপোনালোকে এইবোৰ বিচাৰি থকাতকে তেওঁলোকক ভালকৈ কাম কৰিবলৈ উৎসাহ দিয়ক । চাব তেওঁলোকে পিছলৈ ভালকৈ কাম কৰিব। যিমান পাৰে সহায় কৰিবলৈ চাওক। এইবোৰ কৰিলে তেওঁলোকৰ ও মন ভাগি যায় আৰু লাজ ও পায়। হয়টো তেওঁলোক offset o hoi ase sage
দুখ থাকিলে এনে news ৰ প্ৰয়োজন সেই কাৰণে download কৰি থৈ দিলোঁ👍😂😂😂😂😂
😁😁😁😁😁😁
jomaisa akdom😂😂
@@its__anannya1033হৈ নে নহয় বাৰু কওকচোন😁
@@dhrubajyotichoudhury5226 😄😄hoi hoi...moi u download kori e thoi disu...
L
❤❤
MLA আৰু MP বিলাককো সুধিবচোন এইবাৰৰ পৰা ।চাম সেইখিনি সাহস আছে নে নাই আৰু তেওঁলোকৰ উত্তৰ বিলাকো শুনিবলৈ বহুত ইচ্ছা আছে।
জমনি ছিৰিয়েল আৰু অসমীয়া নিউজৰ মাজত কিবা পাৰ্থক্য আছেনে বাৰু।
অ ভাই আশা নিদিয়ে কাম কৰি দেখুৱাব কি বেয়া কলে সাংবাদিক বোৰে আমাক পাগল বুলি ভাৱে নেকি ?
Actually voi korise besike..nervous o hoise sage news channel r agt😂🤣
মোৰ ঘৰৰ গৰু কেইটাই যদি কথা কব পাৰিলে হয়। হয়তো মোৰ ঘৰৰ গৰু কেইটাই আজি কেমেৰাৰ সন্মুখত থিয় দিব পাৰিলে হয়।
Ha 😂
Tamam deiii unoti ru duguna hobo jenai paisu....
আঐ এম এ পাছ কেণ্ডিডেট...বৰ ভালকৈ দেশ চলাবি অ তহঁতে...কৃষ্ণ কৃষ্ণ
Background insult lyrics 👍👍👍😂😂😂😂😂😂😂😂😀😀😁😁😁
শিক্ষা-দিক্ষাই জনা মানুহবোৰে ৰাজনীতিত ভাগ নলয় । নিৰাপদ দূৰত থাকি সমালোচনা কৰি বাহ: বাহ: লৈ কি লাভ ।
Heibur manuhok ticket nidiye.... Samsa burok diye ticket... Porha huna kori kuneo samsa giri nokore j...
Mjjahhh...so, politics krarr agt xklu ktha jni lb lge...nhle bhut laaj pua Jai....aiyai Amar oxom
Moja lagise dei bampar tammam.. 👌👌👌
Ollopp tu laj korok
সকলো প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাৰ আগতে নিজ নিজ দলৰ সম্পূৰ্ণ নাম শিকা উচিত আৰু নিৰ্বাচন কাক বোলে জনা উচিত।
এই যে ৰিপৰ্টাৰ মখাৰ আৰু কামেই নাই । কোনোদিন কেমেৰাৰ সন্মুখত কথা নোকোৱা মানুহে কথা পাহৰি যোৱাটো স্বাভাৱিক কথা ।আৰু ৰিপৰ্টাৰ কেইডালক অধিকাৰ কোনে দিলে এইবোৰ সোধাৰ ???
Mozaa lagise de
মোৰ জীবনত বহুত দুখ মোৰ দুখৰ সীমা নাই। ইমান দুখৰ মাজতো যে অলপ হাঁহিছো তাৰ কাৰণে মই এওঁলোকক বহুত ধন্যবাদ জনাইছো এনেকৈ আৰু যাতে হাহি থাকিব পাৰো।
Tohotor xangbadik keita pondit nohoi de. Prithibir murkho ase jodi ei axomiya chanel keitar xangbadik keita. Hihote nijoke dhua tuloxir pat buli bhabe.
Toi u nejano jen paisu heikarne gaat lagise. Eku bhul dekhua nai. Governor naam nejane,CM u nejane naam.
@@bidyutkakati43 toi hangbadik neki o
ultimate innovation moi aponar logot ekmot....general knowledge thoka tu important hoi....but tatokoi besi proyojon common sense thoka tu ...jitu ei sanbadik hokolor majot nai...ba raijor majot common sense nai buli sangbadik hokole bhabe....
@@sutradharrajib কি হল নু🤔🤔কিবা বেয়া দেখিছো নেকি এই NEWS টোত তোমালোকে এই সাংবাদিক কেইটাৰ ওচৰত কৃতজ্ঞ হব লাগে ইমান এটা ডাঙৰ খবৰ আমাক প্রচাৰ কৰিছে...কিমান এটা লাজ লগা কথা এজন সভাপতি হৈ অসমৰ ৰাজ্য মন্ত্রীৰ নাম নাজানে😑😑😑😑😑
Xihat keita Jen Google,prithibir sb Jane.
DY365 apunalke blkok hahi khub bhal Pai no? Jtia nijor hahi urabo blke ttia moja Pai jabo. DY 365r manh bur moha pondit Jen Pau😆
Aibur he news amr akhomr.
Student burr babe aku necessary information special programme e nai. Kar sagoli sur hoise heiburhe bisari fure amr reporter bure.
Thk koisa
jibilake amar axom khnr xaru xaru katha najane xibilak kok ami anedorei xonman dibo lagibo.pisot amar axom khnr krne jdi buja hoi thake tetia nije apunaloke buji pabo
offf..last seen..tu khub enjoy korisu..English baideu..ji English koise..ACTUALLY 1ST TIME I'M CONFUSED.😂😂
Nic video nice bohut jomoni loga dei
কমেডি চৰকাৰ হব..😂😂😂
Tmm mzaaa news
আইন খনৰ দুখ। জনা বোৰ আগবাঢ়ি আহিব লাগে । কিয় ৰাজনীতি লেতেৰা বুলি আতৰি থাকে।
Moza 😂😂😂😂
Gol mal hi Bhai sab golmal
English মাধ্যমৰ হয় জিলা বা District কত বুজিব।
😂😂😂😂
😂😂😂😂
বাংলা দেশৰ বুলি শুনিছোঁ ৰাভা লিখা বোৰ
😊😊😊
Utpal Saikia হয় নকি গোৱালপাৰা লৈ আহিবা ছন এবাৰ
Ki hobo re manu mari dibo aikaita maiki mlbilake. Best commedy of d year😂🤣😅
😂😂😂😁😁ba tamm re
Comedy চোৱাৰ প্ৰয়োজন নাই। নিউজ চেনেল চাওঁক আৰু মন খুলি হাঁহি থাকক।
পঞ্চায়ত নিৰ্বাচনত বেলেগ একো নাপালেও আমি সকলোৱে হাঁহিব পাৰিছোঁ। ইয়াতে আমি সন্ত্তষ্ট আমাক এনেকৈ সদায় হহুৱাই থাকে যেন
🙏
Graduation compulsory kori dbo lge candidate br ,,,,
কেতিয়াবা তেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হলে সাংবাদিক কেইটাৰ ও জ্ঞানৰ নমুনা দেখুৱাম social mediat
Aaaa mojjjaaa lgl dai
Knowledge thoka burok h dibo lage election khlibo,enei anake anake laj d ki paise 😂
কি কৰিবৰ কাৰণে নিৰ্বাচন খেলিব আহিছো হেৰৌ মুৰ্খহত। তহঁতৰ পৰা কি আশা কৰিব।গৰুৰ জাক।পথাৰলৈকে যা চৰিবলৈ।
তই যা ঘৈণীও লগত নিৰ্বাচন খেলিবি
পঠিয়াই দিবি। নজনা খিনি শিকাই লম।
Enjoyed the video sooo much...news enekua e hobo lage....iyat kisuman pagol e news reporter jonok beya k kobo...kintu xosa k kobo gole eneke koa karone e sage ei 420 candidate buror uporot khong tu olop control hobo sobor
Haha tamam sun mjjaa dile.... Nije jodi najane politics r ktha jonohadharonk ki hikkha dibo
Wow .Vice princial ! ?
2
assamese najane jdi buji kenekoi pai....moi confuse hoiso 😅😅😅
Kangkana sarma potable
Natural Assam pitambar
তই অসমত থাকি বহুত শিকিলোঁ বুলি ভাবিছোঁ নেকি এবাৰ আহি ছবি বাহিৰলৈ শিকাই দিম কেনেকৈ হৈয্য কৰিব পাৰি কষ্ট
Hahaha very good 😅 🤣
কেলা মজা লাগিছে।
English বাইদেউ
ইমান funny
অসমৰ মুখ্যমন্ত্ৰী কোন?
-মহম্মদ অখিল গগৈ সাহেব😀😀😀
Muhammad tittle thkile tr kiba problem hoinki
মহম্মদ বানান টু ভালদৰে লিখ😀😀😀
@@aiyanwahid7734 কি হৈছে তোৰ।
Good new
Tmmm bro...
Atu M.A pass karilei ki kam Mpil karilei ki kam e student ki pruwai....nijei aku najane beleg ki hikavo
Hahaha right bro
mza lagyica vyi aro na kyi korem appnaolokor comedyi partyi cay
যিকেইজন সাংবাদীকে সাক্ষাৎকাৰ লৈছে সেইকেইজন already prepare হৈ গৈছে..মোৰ জানিব মন গৈছে সেই সাংবাদীক কেইজনৰ Generl knowlg কিমান..!
এইবোৰ যে TRP / viows পাবলে কৰা মক্কেলামি বুলি হে কয়... news channel বোৰৰটো বালিটোকে শিলটো কৰাৰ এটা বংশগত অভ্যাস আছেই...
birat goru goru manuh ase oko aku najane
মোৰ হাহি হাহি পেটৰ বিষ হৈ গ'ল।
হে ভগৱান ।
এওঁলোকে অসম খন উন্নতিৰ জখলাত উঠাই দিবই আৰু
englise বাইদেওক অতি সোনকালে বিদ্যালয় খনৰ পৰা স-সন্মানে বিদাই দিয়ক নহলে বহুত লৰা ছোৱালী জীৱন আৰু উন্নতি হৱ
Election bd diyak baidew prile pkghr samvalk
Theb. V
apunaluke jane niki prothom bharotr hangbadik kun... sob gyan loi ahise niki.. apunalokr prsnor uttor dibole apunaluk kun
Right
Right..electiont compete krise quiz competition nhy
haha mayuri....... good question..
Mayuri Goswami excuse me journalism hobolau kisuman extra ordinary qualities lage aru haibur quality thkila ha journalist hoi ehtr nissoi hemn khini jukhare gyan ase so questions korise..ktha kaita kua krone bya napabo thank you...🙏
100% right.
Good .... enekua viva bidhan habha election r tym t u sabo Pam buli akha korilu jdi imn hahokh Ase channel bur r
English বাইদেউ জনী কিন্তু কম নহ'য় । বাকীবোৰে নাজানে মানি লৈছোঁ । কিন্তু English বাইদেউ জনী বোলে vice-principal কিন্তু একো নাজানে😂😂😂
নাজনো দক 😇😇😇😇
সাংবাদিকতা এৰি ৰাজনীতিক কৰক যদি ইমান জনা।
ঠিকেই কৈছে, নিজকে ধোৱা তুলসীৰ পাত সজাই আনৰ দোষ খুচৰি লাভ নাই।
priyanka
moja lagise de
ভাল লাগিল চাই 😂😂
Roga pindha2 dekhun amar fale ghr 😁😁😂😂😂.
Kela English jne buli koi... ghenta dal jne
wahh....najnu dok..jnu kin2 pahorilu 😂😂😂
এ মজা......
আপোনালোক কোন প্রশ্ন সুধিবলৈ।
Toi nije election nakhela kiy iman pandit jadi
KALISANKAR DAS thik koise
Baal saal news bonai
মজ্জা দিছা
Tmmmm lagise questions
Mojja, najnu diok val kotha
এই বাৰ মূৰ্খ চৰকাৰ । দুবিল দুবিল অসম দুবিল
Kela media Pagol hoise neki
Media bur beya nohoi tewluk great n an honest man
hi
সুন্দৰ......👏👏👏
হাঁহি হাঁহি পেত বিষাই গ'ল দেই 😂😂😂😂😂
News channel boror besi hoise
Hemanta Das haha gat lagise neki apunar o😂😂
অসমত বহুত মানুহ আছে এনেকুৱা। আৰু পঞ্চায়ত ৰ ইলেকশ্যন এনেকুৱা মানুহে খেলে। self governance কাৰণে পঞ্চায়ত ইলেকশ্যন পাতে। তেওঁলোকে জিকিলেও মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্রপতিক লগ নাপায়। আপোনালোকে বিধানসভা আৰু লোকসভাৰ কেণ্ডিডেট ক সুধিব কিমান প্ৰশ্ন সোধে। এওঁলোক সাধাৰণ জনতা সকলো কথাৰ জ্ঞান নোহোৱাটো স্বাভাৱিক।সাংবাদিক জন ও পণ্ডিত নহয়। ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ নাম কব পাৰে নে নোৱাৰে মোৰ সন্দেহ আছে। বাদ দিয়ক এইবিলাক। আমাক নিউজ লাগে নিউজ ৰ নামত কৌতুক নালাগে।
😂 😂 😂 😂 Najanu dok😅😅
আপোনাৰ কণ্ঠ ইমান শুৱলা, শুনি থাকিবৰ মন যায়,
She is MA in English but she don't know.. "What is the capital of Assam? "...........তাই মৰি গলেও কোনো কথা নাছিল..... Assamese বুজি পায় কৈয়ে আছে আকৌ তাই কৈছে যে English medium অত Shillongor পৰা MA pass... কথা কব আহিছে
অসমীয়া নজনা হেইজনি ইফালে আকৌ Principal মেদামক London গৈ Election খেলাই ভাল হব।
সাংবাদিক কেইটাক মানিব লাগিব কিন্তু.. কব পাৰিলেও বিপদ নোৱাৰিলেও বিপদ.....
😂😂😂😂 ponsaet kheliseh 😂😂😂 aku nanjane ulai ahiseh kio 😂😂😂
Hahahah... mozahhh
Mojjja disa
কিছু ভাল লাগিল
Najnu dok aigilak khan...... nalbari jindabad.....candidat kaijonor babe👍👍👍👍👍👍👌✌
হাহাহা মজা বে
Wow good, outstanding talent
It's good parthy . ... improve our panchayat...
Wowww news channel or manu bur he gyani aru sobotkoi ei prithibit
ভাল লাগিলে
আপোনালোকে বিধান সভাত কোনোবা বিধায়ক বা মন্ত্ৰীক সিহঁতৰ সমতুল্য প্ৰশ্ন কৰিব যদি হে পাৰে !!
একদম তুষাৰ তুলনা নাই...ৰাইজৰ প্ৰতিনিধি ইহঁতক কিহৰ যোগ্যতা লাগে। দেশ ৰসাতোলে যাব
Hvy lagise
Aikeidin funny vdeo sabo r prayojn ai nai
Atiyai baideu pahori gol jikar pisote toka dekha pai hokolu pahori jabo good unnati koribo diok axomor
It seems that electronic media is busy making such kinda funny video of Panchayat candidates to lead TRP on top menu.
😂😂😂😂😂😂😂😂😂😂hahilu da kisu....
Ha ha ha ki hobo..😂😂
Hahaha..... joma de tuhun DY365
অসম ভাল হ'ব
Music tu bhal lagise de 😁😂😇
Media hokole moja loi ase eibilakor pora, loi thak.. 😁😁