SENGKON | DEEPLINA DEKA | NEEL AKASH |KISHORE DAS | BIHU 2021

Sdílet
Vložit
  • čas přidán 9. 04. 2021
  • Sengkon
    A bihu gift for my viewers❤️
    Enjoy 😊
    Audio:
    Vocals- Neel Akash, Deeplina Deka
    Music/lyrics- apurba jaan-Sunit gogoi
    Pepa-/gogona/taal- pity Bora
    Dhol- debeswar saikia, lachit baruah
    Bin- prasanna Gogoi
    Flute- kailash Rabha
    Keys- bhadrakanta Das
    Manually recorded by Ripunjay Sharma @dreamz
    Vocals recorded by Pinku das @RedAV and Rajiv Sarmah @Studio Fusion
    Mix/Master- Pinku Das
    Video:
    Cast-Kishore Das,Deeplina Deka
    Video Director- Sachin Baruah
    Dop- Prithviraj
    Editing/CG - Manas Kashyap @Cinedreamz
    Mua-Patiyashi Bordoloi
    Production Controller- Dipan Baruah
    Stills- Ashish Saikia
    Graphics- Khairul Bachar @O’Hen Art Studio
    Costume Courtesy- Bidyut & Rakesh & Buta Axom
    Jewellery courtesy- Prajapati Assamese jewellery
    Follow me on:
    / dekadeeplina
    / deeplina_deka
    / deeplinadeka
    #SENKON #DEEPLINA_DEKA #NEEL_AKASH
  • Hudba

Komentáře • 2,8K

  • @manalishadas2421
    @manalishadas2421 Před 2 lety +36

    মানি লব পৰা নাই কিশোৰ দা যে আৰু আমাৰ মাজত নাই 😢প্ৰভু কিয় লৈ গলা ইমান সোনকালে 🙏 যতেই আছা শান্তিত থাকা তুমি 🙏❤

  • @rinkigogoi7455
    @rinkigogoi7455 Před 2 lety +37

    বাৰে বাৰে গান টো চাইছো 😭চকুপানী ওলাইছে।তেওঁক মনত পৰিছে।rest in peace ☮️ Kishore da

  • @joyshreegogoi7328
    @joyshreegogoi7328 Před 2 lety +14

    কিশোৰ দাদা সেই মিঠা হাঁহিটো আৰু চকুজুৰি সদায় বুকুত জীপালহৈ থাকিব। কিশোৰ দাদা তুমি যতে আছে ভালে ,কৌশলে থাকা।

  • @nang-ananya-gogoi
    @nang-ananya-gogoi Před 2 lety +206

    It's unbelievable that KISHUR is no more 😭

  • @basudacreation2921
    @basudacreation2921 Před 3 lety +107

    Aibar mur favorite 2jon Singer akeloge ... sbei like ata di juwa jar jar favorite need da aru deeplina ba

  • @nabajyotideka7767
    @nabajyotideka7767 Před 3 lety +40

    পুৰণি অসমীয়া বিহু গানবোৰ উভতি অহা যেন লাগিছে। ধন্যবাদ দীপলিনা বা আৰু নীল দা..

  • @kishorsingha2403
    @kishorsingha2403 Před 3 lety +6

    ৰঙালী বিহুত সকলো অসম বাসীৰ বাবে ইমান ধুনীয়া বিহুগীত আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছোঁ দিপলীনা বা আৰু নীল দা খুব সুন্দৰ গীত। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ♥️♥️♥️

  • @arpinkemprai6731
    @arpinkemprai6731 Před 2 lety +77

    Legend never die Kishore Dàaa
    You are always in heart ❤️🥺😓😢😢😭.
    All of us pray for you ❤️🙏🤲🛐🙌
    Rest in peace your soul

  • @debajitofficial_
    @debajitofficial_ Před 3 lety +12

    বা,কি কম আৰু। তোমাৰ কণ্ঠত ত সকলোবোৰ গীতই ভাল লাগে।।।।এইটো ও খুব সুন্দৰ হৈছে। তোমাৰ কণ্ঠত সচাকৈ যাদু আছে।।।
    তুমি বুলিয়েই কলো বেয়া নাপাবা।
    Love u both... Deepline ba nd Neel akash da

  • @bikibora5692
    @bikibora5692 Před 3 lety +94

    গানটোৱে‌ আৰু বিহু বিহু লগাই দিলে ❤️
    বহুত ধুনীয়া লাগিল ❤️
    সকলোৰে লৈকে বিহুৰ শুভেচ্ছা থাকিল 🥰

  • @Sudipta_ar3
    @Sudipta_ar3 Před 3 lety +17

    দীপলিনা বা নিল দা 😍 আৰু আমাৰ ধুলীয়া ককাই কেইটা 😍😍🔥🔥🔥 সকলো লৈকে বিহুৰ শুভেচ্ছা থাকিল ।❤️
    বহুত ধন্যবাদ, এই গানটি বিহুৰ উপহাৰ হিচাপে আমাক দিয়াৰ বাবে ।😍😍😍😍

  • @sridharamsriharsha7313
    @sridharamsriharsha7313 Před 3 lety +283

    I'm a Telugu guy from Nit silchar fell in love with 👸 Deeplina's voice and started listening Assamese songs there after 💓 Happy Bihu All my Assamese friends 😘

  • @priyankatalukdar4727
    @priyankatalukdar4727 Před 3 lety +26

    হিয়াৰ আমঠু নীলদা আৰু দিপলীনা ,,,আগুৱাই যাওক😍

  • @bibudhjyotisaikia4373
    @bibudhjyotisaikia4373 Před 3 lety +280

    দীপলিনা বা আৰু নীল দাদাক ভালপোৱা সকলে লাইক কৰা 👍👍👇👇

  • @rijubhuyan5007
    @rijubhuyan5007 Před 3 lety +6

    সচাঁকৈয়ে অপূৰ্ব কণ্ঠ ।। গানটি শুনি বহুত ভাল লাগিল।।👍👍

  • @subarnabarman7430
    @subarnabarman7430 Před 3 lety +18

    বা তোমাক ইমান যে ধুনীয়া লাগিছে ও ❤️❤️ মাজ্জা লাগিল গানটি শুনি
    দিপলীনা বা আৰু নীল আকাশ দাৰ বাবে এটি like kori যাব । 💓👍🙏🙏🙏👍💖

  • @lovitaofficial503
    @lovitaofficial503 Před 3 lety +27

    গীতটিৰ আৰম্ভণিতে দেউৰী ঠাচত গোৱা হৈছে 😊 ভাল লাগিল 😇

  • @bihuwan47
    @bihuwan47 Před 3 lety +48

    দুয়োজন কণ্ঠশিল্পী সচাঁকৈ অতি প্ৰিয়😘😘Neel da always best😍😍

  • @mrinmoykumarchoudhury6321

    Kishore Das is Talented Actor of Jollywood Industries.May his Soul Rest in Peace

  • @ImranUnfiltered
    @ImranUnfiltered Před 3 lety +4

    আকৌ বহাগ আহিল,
    চৌপাশে কুলিৰ মাত,
    বতাহত ভাহি আহিল
    ঢোল-পেপাৰ মাত,
    অতিকৈ চেনেহৰ
    ৰঙালী বিহুটিত,
    দেহা-মন পৰি যায় শাত

  • @bhukhanpathak
    @bhukhanpathak Před 3 lety +468

    Beautiful Song.
    Two Beautiful Artist
    Deeplina and Kishor..
    Big love to Both. ❤️❤️❤️

    • @pranabrazguru723
      @pranabrazguru723 Před 3 lety +5

      Video so beautiful 🥰

    • @Babu..Lyricxzz
      @Babu..Lyricxzz Před 3 lety +26

      Apuni neel dak bea pai nki hee ..aru apunar bahut interview t manuh bure neel da r lgt bonabo dea apuni kintu bonua nai 🙄🙄

    • @jbbbbbb12
      @jbbbbbb12 Před 3 lety +20

      NEEL AKASH MAIN ❤TINSUKIA JORHAT MAIN❤

    • @Babu..Lyricxzz
      @Babu..Lyricxzz Před 3 lety +4

      @@jbbbbbb12 Right bro

    • @northeast2875
      @northeast2875 Před 3 lety +8

      Neel Daaa

  • @pallabisaikia7050
    @pallabisaikia7050 Před 3 lety +43

    দুয়োজনলৈ আগতিয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ❤️❤️

  • @gayatrisingha6035
    @gayatrisingha6035 Před 3 lety +14

    Nil Akash always best singer ❤️🌸

  • @purobigogoi930
    @purobigogoi930 Před 2 lety +1

    Mojja lagila duyouka hoshai. Thanks 🙏 🌹🌷❤️❤️

  • @pranjalkakoti5729
    @pranjalkakoti5729 Před 3 lety +41

    Deeplina Ba Smile Eman MørøM ☺ ..Crush On U 😍 NEEL Akãsh da mur Favourite Singer 💞👍

  • @parthaprotimhatiboruah23
    @parthaprotimhatiboruah23 Před 3 lety +44

    সংগীতৰ সমান্তৰালভাৱে অভিনয় জগতখনতো বাক দেখি খুব ভাল লাগিছে৷
    Proud to have you both in Assam❤️😊

  • @saikiaacademy7826
    @saikiaacademy7826 Před 3 lety +4

    আজিকালিৰ গীতবোৰৰ পৰা অলপ পৃথক .... আমাৰ থলুৱা বাদ্যযন্ত্ৰৰে নিৰ্মিত বিহুগীতটি সচাই বৰ ধুনীয়া লাগিল .... ❤️

  • @KitchenSewali
    @KitchenSewali Před 3 lety +7

    বা তোমাক ইমান ভাল লাগে যে ভাষাৰে বুজাব নোৱাৰো ....., সচাকৈয়ে আপোনাৰ গান শুনি বহুত বহুত ভাল পাওঁ, তুমি বহুত আগলৈ আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো।

  • @NabaRupRay
    @NabaRupRay Před 3 lety +53

    এনেই ধুনীয়া তাতে আকো বিহুৰ সাজত… পৃথিৱীৰ ভিতৰত ধুনীয়া আপুনি ।
    ভাল লাগিল চাই, শুনি 😍 । আগতিয়াকৈ বিহুৰ শুভেচ্ছা থাকিল । 💚💚

  • @priyankirajkhowa7988
    @priyankirajkhowa7988 Před 3 lety +12

    Khubei val lgil.. Nd kishor da krne extra like 💞

  • @ranimatanti3547
    @ranimatanti3547 Před 3 lety +1

    Wow emn dhuniya ....moi ai gan tu 20 barman hunisu emn vl lagise love you deeplina ba

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y Před 3 lety +6

    অপূৰ্ব গীতৰ কথা , সুৰ ...দিপলীনা বাৰ কণ্ঠটোৰ লগতে নৃত্য আৰু অভিনয়ো সুন্দৰ😍❤️😘কিশোৰৰ নৃত্য আৰু অভিনয় সদায়ে প্ৰিয়❤️😍বাৰে বাৰে প্ৰেমত পৰিছো শচীনৰ কৰিঅ’গ্ৰাফীৰ ❤️👏👍

  • @mahmad4926
    @mahmad4926 Před 3 lety +53

    ৰূপ, গুণ, চেহেৰা, মাত, স্বভাৱ আদি সকলোৰে পৰা ধুনীয়া ছোৱালীজনীয়ে হৈছে আমাৰ সকলোৰে মৰমৰ দিপলীনা বা❤️ মৰমৰ বা জনী য়ে সকলোলৈ আগবঢ়োৱা ধুনীয়া বিহুগীতটিৰ যোগেদি সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছো থাকিল...❤️
    জয আই অসম ||

  • @baruahhimanjyoti33
    @baruahhimanjyoti33 Před 3 lety +81

    জুবিন দাৰ নাহৰ যেনেকৈ জনপ্ৰিয়তাৰ শিখৰ পাবলৈ সক্ষম হৈছিল তেনেকৈ তোমাৰ গানটো এইবাৰ বিহুত সফলতাৰ শিখৰত আৰোহণ কৰিব। শুভ কামনা জনালোঁ।

  • @mitalidevi6362
    @mitalidevi6362 Před 3 lety +1

    Dhuniya hoise. Neel akash da aru Deeplina baa main ❤️❤️❤️❤️❤️❤️

  • @hackingcrush7455
    @hackingcrush7455 Před 3 lety +1

    Deeplina baa axom r crush main ❤️
    Happy rongali bihu

  • @rajenborah7389
    @rajenborah7389 Před 3 lety +15

    দিপলিনা বা💖তুমি এগৰাকী সুকণ্ঠী গায়িকা হোৱাৰ লগতে এগৰাকী সুন্দৰী অসমীয়া বিহুৱতি💓🤩

  • @sanjibpegu5838
    @sanjibpegu5838 Před 3 lety +14

    সঁচাকৈ বহুত ভাল লাগিছে। মোৰ প্ৰিয় কণ্ঠশিল্পী নীল দা আৰু দিপলীনা বা'ৰ কণ্ঠত এই গীতটো শুনিবলৈ পায়। বহু দিনৰ আগৰ পৰাই দুয়োজনৰ কণ্ঠত বিছাৰি আছিলোঁ । বহুত বহুত ধন্যবাদ থাকিল❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️।

  • @subalshikharmusicaholic2022

    Best was yet to came but now finally..bohut bhal lagil mur duyu goraki priyo konthoxilpir jutia konthodan Kori geet ti amaloi agborhai diar babee..akha koru jatee agoloi u duyujone ekeloge amaloi notun notun geet upohar diyee...,🥰🥰🥰🥰🥰😍

  • @gautamdas1154
    @gautamdas1154 Před 3 lety +6

    দিপলীনা বা গানটো বৰ ধুনীয়া হৈছে 💖💗🐰🐇

  • @shortstime445
    @shortstime445 Před 3 lety +42

    প্ৰিয় কণ্ঠশিল্পী দুগৰাকীৰ বাবে লাইক এটা কৰি যোৱা।❤️
    Love You Neel Da And Deeplina Baa😗

  • @ankitagogoi2474
    @ankitagogoi2474 Před 3 lety +8

    গানটো শুনিলে শুনি থাকিবলৈ মন যায় নীল দা আৰু দীপলিনা বা দুয়োজনলৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছো

  • @mostarifa507
    @mostarifa507 Před 3 lety +6

    I like seeing Deeplina deka very much.
    Your song, acting is beautiful.
    And most of all, you are very beautiful.
    There is so much love left for you.

  • @jblcompitionbishma1673
    @jblcompitionbishma1673 Před 3 lety +1

    Xundor gaan logote mur morom deeplina baa 😍😍😍😍😍🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰

  • @AwesomeNABA
    @AwesomeNABA Před 3 lety +20

    Deeplina ba & Neel da ,নথৈ আনন্দিত হলো বিহু ৰ বতৰত গীত টো উপহাৰ দিয়া বাবে ।

  • @rabinakalita197
    @rabinakalita197 Před 3 lety +11

    Wow😍😍 Deeplina ba and kishor da lots of love❤️❤️... আগতীয়াকৈ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ 🤗🤗😇😇🥳🥳🥳🥳

  • @jondeka6304
    @jondeka6304 Před 2 lety +1

    Deeplina ba moja hoisa..... 😌😌❤❤😍

  • @fakegaiminglover2211
    @fakegaiminglover2211 Před 3 lety +5

    Deeplina বা কাৰ কাৰ হৃদয়ত আছে ।😘😘😘😘😘💖💖💖💖💖🔥🔥🔥🔥🔥

  • @padmawati108
    @padmawati108 Před 3 lety +19

    My favourite one's 😍
    Deeplina baa 💖and my all time favourite Neel da 😊😊
    Kishor da ❤
    All are perfect 😊
    Love it best wishes to everyone 💖💖

  • @jitenscreation6089
    @jitenscreation6089 Před 3 lety +14

    অৱশেষত অপেক্ষাৰ অন্ত পৰিল | প্ৰিয় কণ্ঠশিল্পী দুগৰাকী একেলগে উফ্ কি যে মজ্জা 😍😍

  • @bepositive2440
    @bepositive2440 Před 3 lety +1

    Bohut Bohut Dhunia and u r always my fav love u from d bottom of my heart ❤ ❤ ❤Dear Deeplina ❤ 💕 😘 😍 😘

  • @amulyajdeka7616
    @amulyajdeka7616 Před 3 lety +1

    Deeplina ba mojja nasi sa ❤

  • @Taralibaishya729
    @Taralibaishya729 Před 3 lety +180

    My favorite singer Deeplina Ba aru Neel daar song acting t Deeplina Ba aru kishor da wao Ki moja... ❤❤❤❤❤❤❤❤

  • @Tilluhazarika
    @Tilluhazarika Před 3 lety +53

    Deeplina baa 🥰neel akash da 🥰both are my favorite❤😍

  • @joysrikakoti4085
    @joysrikakoti4085 Před 3 lety +11

    বা আপোনাক মোৰ বহুত ভাল লাগে ❤
    আপোনাৰ সকলো গান মোৰ ভাল লাগে
    Nowboicha ত আপোনাক লগ পাম বুলি আশা থাকিল😍

  • @gautamkakaty295
    @gautamkakaty295 Před 3 lety +2

    Deeplina n Neel da juiii

  • @rijumoniborah1603
    @rijumoniborah1603 Před 3 lety +81

    My Favorite ❤️Singer Deeplina Ba and Neel Da🥰.....

  • @swarajbaruah2213
    @swarajbaruah2213 Před 3 lety +12

    My favourite singers...DEEPLINA Ba and NEEL da ...favourite combination and awsome song

  • @subhajitroy2716
    @subhajitroy2716 Před 3 lety +31

    Thank deplina mam for coming in our Bongaigaon City ❤️❤️❤️❤️
    And brilliant performance mam

  • @pratyushpratimbaruah258
    @pratyushpratimbaruah258 Před rokem +3

    Video টো চাই বেয়া লাগিল কিশোৰ দাদা নোহোৱা বাবে তেওঁক মনত পৰিছে
    তেওঁ যতেই আছে ততেই সুখত থাকক শান্তিত থাকক তাৰে কামনা কৰিলো 🪔🪔🪔🪔 ওঁম শান্তি ওঁম শান্তি ওঁম শান্তি ।

  • @sunayanamahanta7478
    @sunayanamahanta7478 Před 3 lety +9

    কণ্ঠশিল্পী দুয়োগৰাকী প্ৰিয় 😍
    সুন্দৰ হৈছে গানটো ❤️

  • @NeelGunaCreation
    @NeelGunaCreation Před 3 lety +11

    মজা লাগিল বা। নীল দা আৰু দ্বীপলিনা বাৰ কাৰণে এটা like 😊❤️❤️❤️

  • @nilamjyotidas1719
    @nilamjyotidas1719 Před 3 lety +1

    বহুত ভাল লাগিল Deeplina ba

  • @samirthakuria54
    @samirthakuria54 Před 2 lety +1

    Bahut miss korim kishore daa❤️

  • @rupaksarmah468
    @rupaksarmah468 Před 3 lety +76

    দুয়োজন প্ৰিয় শিল্পী একেলগে 😍 সৰল আৰু নিভাজ মনৰ দুয়ো গৰাকী .... তোমালোক প্ৰিয় হৈ আছিলা আৰু সদায় প্ৰিয় হৈ থাকিবা .... দীপলীনা বা তোমাক নাওবৈচাত লগ পাম বুলি আশা থাকিল ... Love you both ❤😘

    • @joysrikakoti4085
      @joysrikakoti4085 Před 3 lety

      Moiu Nowboicha a hoi
      Baak log pam 4 May t

    • @mridulnath4274
      @mridulnath4274 Před 3 lety

      Mridulak log paba days moi n g o kamat bigi hoi asu tumio amar n g o tor casiyar moi j s are jubin Dada v p thaike asane

  • @khunmonigogoi1877
    @khunmonigogoi1877 Před 3 lety +24

    গানটোৱে বহুত ধুনীয়া লাগিল❤❤ বা। সকলোৰে লৈকে বিহুৰ শুভেচ্ছা থাকিল 🥰🥰

  • @inonix6935
    @inonix6935 Před 2 lety +1

    deeplina baa apunar gaan bor xsake bahut vll lge ...love from baihata chariali

  • @risingassam5973
    @risingassam5973 Před 3 lety +4

    এটি সুন্দৰ বিহু সুৰীয়া গীত।। 😍😍 ভাল লাগিল শুনি।
    ~সকলোলৈকে বিহুৰ হিয়াভৰা ওলগ জনালো।😊😊
    ❤️❤️❤️❤️❤️

  • @mousamduttaofficial8822
    @mousamduttaofficial8822 Před 3 lety +22

    Proud to be Assamese ....# bihu and ukhol makhol with your mitha voice

  • @preronabhuyan1125
    @preronabhuyan1125 Před 3 lety +80

    উফফ পাগল কৰিহে এই বা জনীয়ে। ইমান ধুনীয়া তুমি। বহুত বহুত মৰম দীপলিনা বা। ❤️❤️

  • @chalaajaabsdk
    @chalaajaabsdk Před 3 lety +3

    My Favourite Singer 😍😍
    as well as
    Actor 😳😳

  • @rumabaruah1329
    @rumabaruah1329 Před 2 lety +2

    😭😭 ubhoti ahaa kishore da

  • @nainamedhi360
    @nainamedhi360 Před 3 lety +54

    পোন প্ৰথমে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ বা🥰।। কি মন্তব্য দিম ভাবিয়ে পোৱা নাই। তোমাৰ প্ৰত্যেকটো গীতেই খুব ভাল লাগে। আমালৈ ইমান সুন্দৰ সুন্দৰ গীতবোৰ আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ। লগতে এইবাৰ তোমাৰ বিহু নৃত্যও উপভোগ কৰাৰ সুবিধা দিলা। বহুত বহুত ভাল লাগিল বা। তুমি আগুৱাই যোৱা। আগলৈ আৰু এনেধৰণৰ সুন্দৰ গীত আমালৈ আগবঢ়াই দিবা বুলি আশাবাদী।

  • @krishnogogoi7509
    @krishnogogoi7509 Před 3 lety +3

    moza lgile huni..... ru lge neel daa ru apunr gaan...👏👏👏👏👏👏👌

  • @manojkalitaedition1938
    @manojkalitaedition1938 Před 3 lety +12

    কোমল হাঁহিৰ পৰশত তোমাক ছোৱাৰ বাৰুকৈয়ে হেপাহ মৰমৰ বা ❤️ !!অনাগত দিনত দেখা পাম বুলি , ৰৈ থাকিম বা 🥺

  • @avhijitsarma7737
    @avhijitsarma7737 Před 3 lety +1

    Great Videography, Bohriya hoise dei.

  • @nagendas6561
    @nagendas6561 Před 3 lety +155

    মোৰ প্রিয় গায়িকা দীপলীনা বা 💓বহুত ধুনীয়া লাগে বা আপোনাক 😘| আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচচা জনালো 💖💗|
    Love you দীপলীনা বা

  • @BABUVLOGSYT62
    @BABUVLOGSYT62 Před 3 lety +10

    বা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আৰু সকলো অসম বাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤️❤️❤️❤️ গানটো কথা নকওঁ এ আও ফিডা 😍😍❤️❤️

  • @samirthakuria54
    @samirthakuria54 Před 2 lety +1

    Kishore da 🔥💥

  • @ladaisifa933
    @ladaisifa933 Před 3 lety +7

    Love you Neel da very nice song Love'apuni

  • @shradhaaroy5534
    @shradhaaroy5534 Před 3 lety +113

    দুজন কণ্ঠশিল্পী এ মৰমৰ আৰু প্ৰিয় 😘 ❤️❤️ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দাদা আৰু বা ❤️❤️❤️

  • @parthosaikia553
    @parthosaikia553 Před 3 lety +6

    চেংকন বহুত ভাল হৈছে দীপলিনা বা . . . .কন্ঠ আৰু অভিনয় সচাই ধুনীয়া লাগিচে👍👍👍 . . . বহাগ বিহুৰ বহুতো হিয়াভৰা শুভেচছা থাকিল বা 🌝🌝🌝 Love from Jorhat

  • @r.hazarika9231
    @r.hazarika9231 Před 3 lety +1

    বহুত ভাল লাগিল ,ভিডিঅটো ধুনীয়া হৈছে সচাকৈ ♥️👌👌👌👌

  • @_.manjiiit_
    @_.manjiiit_ Před 3 lety +1

    Baa gantu jui🔥🔥

  • @anshuman___123
    @anshuman___123 Před 3 lety +4

    DhuniYa lagise😍

  • @chengrajkhowa2144
    @chengrajkhowa2144 Před 3 lety +23

    দীপলিনা বায়ে বিহু বৰ সুন্দৰকৈ নাচিব জানে দেই 😘

  • @harenkoch1967
    @harenkoch1967 Před 3 lety

    Bht bht vl lgil ba gan2 aru tmr dance r ktha kbo nlge hbt hbt vl lge bihu bihu lgil atya he tmr gan2 xni ba..... love u ba💕💕💕💖💖💖💗💗💓💓💓

  • @palashkalita7291
    @palashkalita7291 Před 3 lety +23

    Speechless 🔥
    বিহু আমাৰ, বিহু অসমীয়াৰ, বিহু দীপলীনা বা ৰ ❤️

  • @junak947
    @junak947 Před 3 lety +10

    দীপলিনা তুমি যদি কোৱা , পাহাৰ ভৈয়ামৰ এক কৰি কপৌফুল আনি দিয়াৰ দায়িত্ব মোৰ 😘😘😘

  • @birajprotimborah3847
    @birajprotimborah3847 Před 3 lety +36

    গানটো আৰম্ভ হোৱাৰ আগে আগেই লাইক আৰু কমেন্ত কৰি লৈছোঁ।। খুব ধুনীয়া। বিহুৰ শুভেচ্ছা জনালোঁ।

  • @barsharajbongshi5682
    @barsharajbongshi5682 Před 3 lety

    Vobai nasilu j bihut ami eman dhuniya ata upohar pam tumr pora mahi...... bohuttt dhuniya lgise ❤️❤️❤️❤️❤️❤️❤️❤️

  • @kundandas1186
    @kundandas1186 Před 3 lety +1

    Mojja bihu geet👍

  • @jishukalita24
    @jishukalita24 Před 3 lety +13

    গোটেই অসমীয়া ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো ❤😍

  • @manishamanisha2089
    @manishamanisha2089 Před 3 lety +25

    Moja hoisi deeplina....

  • @mou9298
    @mou9298 Před 3 lety +1

    Bohut mza lagise tate akow nil da aru deeplina ba akeloge.

  • @dipanjaligogoi9885
    @dipanjaligogoi9885 Před 3 lety +1

    Bht dhuniya hoise baa

  • @Jinkismita45
    @Jinkismita45 Před 3 lety +25

    Deeplina in raati bihu was fantabulous ! No one can beat that deeplina. Those moves. Those expression and the song, itself ❤️

    • @tikusarmah1910
      @tikusarmah1910 Před 2 lety

      😄😐😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @utpalkalita9983
    @utpalkalita9983 Před 3 lety +3

    Ki Kom Awww...Baar Cute Voice ifale Superhit Neel Daar Voice 🔥Jui Ekdom❤😌

  • @banajitkalita4381
    @banajitkalita4381 Před 3 lety

    Tumar protitu gaan a val lage aru tumar ovinoi, kontho xokolu vl lge...aru aguwai jua...❤️❤️❤️❤️ Specially sui Diana & dolisa mor bht bht fvrt hoi...lv u alws❤️❤️❤️❤️

  • @nupurray2257
    @nupurray2257 Před 3 lety

    Beautiful song logote ba apunar aru nilakash dar eman dhuniya kontho berate bhal lagisa 😍😍