Video není dostupné.
Omlouváme se.
ASSAMESE SHORT MOVIE II DEUTA ।I অসমীয়া চুটি ছবি II দেউতা
Vložit
- čas přidán 20. 08. 2021
- ASSAMESE SHORT MOVIE DEUTA II অসমীয়া চুটি ছবি ।I দেউতা
/ @iidrishtiarudarshan
-- ইতিমধ্যেই সমালোচক তথা চলচিত্ৰ প্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ শ্ৰীদিগন্ত কুমাৰ ভূঞাৰ কাহিনী আৰু শ্ৰীপ্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে, News Track Assam ৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি "দেউতা"য়ে । আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে চুটি ছবিখনি ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ সুন্দৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
হিদয় চুই যোৱা কাহিনী , আজিৰ সমাজৰ বাবে এনে এখন ছবি খুবেই প্ৰয়োজনীয় , এনেকুৱা এজন দেউতা আৰু ভাইটি পাবলৈ ভাগ্য প্ৰয়োজন সকলোৱে নাপাই , কিন্তু বোৱাৰী জনীৰ ভুলৰ বাবে আজি , ইমান মৰমিয়াল স্বচ্ছ মনৰ ককা জনে মনৰ বেজাৰত ঘৰ এৰি যাবলৈ ওলাইছিল , মানুহে সদায় বিশেষকৈ ছোৱালী মানুহে ডাঙৰ তথা ব্যয়োজেষ্ঠ জনৰ কথা বোৰ মানি চলা উচিত ,
খুব ভাল লাগিল , আকৌ এনেকুৱা ধৰণৰ চুটি ছবি আগবঢ়াই থাকিব ,
কাহিনী নহয় যেন , সচাঁ অনুভুতি অন্তৰ চুই গ'ল , আছে আজিৰ সমাজত সেই বোৱাৰী গৰাকীৰ দৰে ডাঙৰক ব্যৱহাৰ কৰা মানুহ বহুত আছে , কিন্তু সেইবোৰ এক প্ৰকাৰৰ পাপ , সময়ত নিজেই বুজি পাব ।।
অশেষ ধন্যবাদ
ধন্যবাদ
Short film khn.sai.bohot.vhl.lagise
ধন্যবাদ
সুন্দৰ।বৰ ভাল লাগিল।
বহুত ভাল লাগিল
Bahut Val lagil
সুন্দৰ হৈছে।
ধন্যবাদ
সুন্দৰ ।
Bohut sundor hoise....
ধন্যবাদ
ধন্যবাদ
সছাকৈ এনে কুবা অভিনয়বোৰ্ চায় ভাল লাগিল
Dhunia hoi sa
Xundar hoise
ধন্যবাদ
অতি সুন্দৰ হৈছে ।
বহুত ভাল লাগিল ,সুন্দৰ ৰ্বাতা
Bahut bhal hoise
ধন্যবাদ
অতি সুন্দৰ প্ৰদৰ্শন হৈছে। শুভেচ্ছা জনালোঁ।
Bahut bhal lagil. Ata hridoi sui jua kahini.Eyar joriyate bortoman homaj byabosthat ji hokol atyadhunik ondho Buari a nijor Hohur/Hahurekok atyasar kori ase hei hokolor proti ak hubha barta preron korise .Hubhessa thakil hokoluloi.
অশেষ ধন্যবাদ
Favorite drama .
Val lagil video tu
ধন্যবাদ
Val lagil sai
অশেষ ধন্যবাদ
সকলোৰে অভিনয় অতি সুন্দৰ হৈছে
বৰ ভাল লাগিল চাই.....আগলৈ আৰু আশাবাদী......
Xundor
সুন্দৰ
Dunia hoise
ভাল লাগিল 🙏🙏🙏
Val lagil
অন্তৰ চুই যোৱা কাহিনী সঁচাকৈ মানুহ মা দেউতাৰ সপোন পূৰণ কৰিব নোৱাৰে মা দেউতাৰ বাবে পৃথিৱীৰ দেখিলো তেওঁলোকৰ আমি মৰম কৰিব লাগে
ধন্যবাদ
Vl lagil xokolue bor xundor avinoi korise bor vl lagil👌 a😍😘😍😍😍😍😍😍
অশেষ ধন্যবাদ
বহুত ধুনীয়া হৈছে 👍 আপোনালোক আগ বাঢ়ি যাওক,, কৃষ্ণ
ধন্যবাদ
বৰ ধূনিয়া হৈছে দেই
wow so nice movie🤩🤩🤩🤩
অশেষ ধন্যবাদ
Vl lagil xasi 👍🙏❤️❤️🥺
ধন্যবাদ
Very nice
Thank you very much
সকলো ফালৰ পৰা বৰ সুন্দৰ হৈছে।কাহিনী,পৰিচালনা ,সকলোৰে অভিনয় অতি সুন্দৰ। আগলৈ আশা কৰিলোঁ।মঙ্গল কামনা কৰিলোঁ।
অশেষ ধন্যবাদ
Bohut Val lagil 🙏
ধন্যবাদ
Kahene,hundor,hola,ke,hobo,kahene,Sai,ohomeai,hai,tukha,korebo
সুন্দৰ অভিনয় 👍👌
অশেষ ধন্যবাদ
সচাঁই এইটো ছবি চাই মোৰ মন চুই গল
সকলোৰে অভিনয়ত আন্তৰিক ধন্যবাদ ।
বহুত ভাল লাগিল।আপোনাৰ লগতে সমুহ শিল্পিলৈ ধন্যবাদ আগবঢ়ালো।
ধন্যবাদ
সকলোকে আন্তৰিক শুভেচ্ছা জনালো কাৰ্বি আংলঙ হাওৰাঘাটৰ পৰা🙏
ধন্যবাদ৷ কাৰ্বিআংলত আমি এখন চুটিছবি বনাইছো৷ নামটো "পাহাৰীয়া মন" চাব৷
ভাল নাটক এখন উপভোগ কৰিলো !
ভাল লাগিল ।সকলোৰে অভিনয় ও সুন্দৰ হৈছে ।
Top ten ranking ordering a ordering a executive frien r madhava services offered to a's fine o and deals assista producer arnt to do with utmost to r director and boutique OS commerce in Nikon centre Hasan gr Hasanul Haque Android Mahmud total Amt-the
@@nivaboruah727 centre tthehe ce Hasan grand rapi producer Andrew thanks the ques it's been shohag sendtion that I will shohag andds Hassan therefore was no significant we government to part behen ke baad ka naam togirl out it to me that and send centre and
অহংকাৰীক অজগৰে খায় কৃষ্ণ
ধন্যবাদ
সছাকৈয়েই হৃদয় চুই গৈছে.. ভাল লাগিল চাই।সকলোলৈকে আন্তৰিক শুভ কামনা থাকিল🙏🙏🙏
এইখন নাটক হৈছে নে
ধন্যবাদ
@@minamahanta1766 নাটকৰ ৰূপত মঞ্চস্থ হোৱা নাই , কিন্তু নাট্যৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছে ।
Ml
SundorAbhinoiKhubBhalLagilSokolukeDhynabadJonalu
সুন্দৰ পৰিচালনা আৰু অভিনয়৷ ভবিষ্যতে আৰু আশা থাকিব৷
ধন্যবাদ
বহুত ভাল লাগিল 😊 ককাৰ অভিনয় বহুত ভাল হৈছে 🤗🤩 Love from Nalbari ❤️❤️❤️
অশেষ ধন্যবাদ
Dhunia🥰🥰🥰
ধন্যবাদ
Nice
Thank you
অন্তর চুই যোৱা কাহিনী
অশেষ ধন্যবাদ
বৰ সুন্দৰ বাৰ্তা, ভাল লাগিল,উপস্থাপন অভিনয়, সংগীত,দৃশ্য সজ্জা সুন্দৰ,আন্তৰিক অভিনন্দন💐💐💐
ধন্যবাদ
খুব সুন্দৰ হৈছে।
অশেষ ধন্যবাদ
Bhut dhunia actingbur
Anekuwa swali biya pati bowari koratky
অন্তৰ চুই যোৱা কাহিনী, সচাঁকে বাস্তৱ ঘটনাৰ লগত জড়িত এই কাহিনীটো । এই ভিডিও টো চাওঁতে মোৰ চকুলোঁ ওলাই গ'ল । সকলোকে ধন্যবাদ । এনে ধৰণৰ ভিডিও আমাক লাগে ।
আপোনাৰ অকৃত্ৰিম মন্তব্যই আমাক সাহস দিলে! শ্ৰদ্ধা জনাইছোঁ
অশেষ ধন্যবাদ
অশেষ ধন্যবাদ।
সচাঁ কথা কৈছে দাদা আপুনি 💗💓💗
❤অশেষ ধন্যবাদ আপোনাক
Dhunia, go ahead
খুব সুন্দৰ অভিনয় সকলোৰে ,বৰ ভাল লাগিল নাটক খন চাই ৷
বৰ ভাল লাগিল।সকলো কলা- কুশলীলৈ অভিনন্দন জনালোঁ 🙏
Super
io🥰🥰🥺
🤩🤩🤩😅
ধন্যবাদ
চকুলো উলাই যোৱা কাহিনী
ধন্যবাদ
Hunder lagile
সুন্দৰ হৈছে।আগলৈকো এনেকৈ চাবলৈ পাম বুলি আশা ৰাখিলোঁ।
czcams.com/video/e9AAEQjKixU/video.html
Ajir pajanmoi buji pabo
"দেউতা " নামৰ চুটি ছবিখন চাই ভাল লাগিল। মূল্যবোধ হীন এটা অত্যাধুনিক মধ্যবিত্ত সমাজৰ বাবে এটি বাৰ্তা দিছে। ধন্যবাদ। --অশোক দাস।
অশেষ ধন্যবাদ
czcams.com/video/e9AAEQjKixU/video.html
Tru. Bawasir
io,🥺🥲😭🥲😭😭
ഇഇപ
বুজি পালে ভাল লাগিল হেতেন! Sorry
পাগলি বোৱাৰী জনী বেছি দেখুৱাইছে 😡😡
আপোনাৰ মন্তব্যই উৎসাহ যোগালে৷ ধন্যবাদ
ইমান দাঙ কাতী বোৱাৰী
বোৱাৰী জনী ভাল নহয় দেই😡😡😡
ধন্যবাদ
Besi overacting hoise buwari jni r
ধন্যবাদ
সুন্দৰ
ধন্যবাদ
সুন্দৰ হৈছে।
Nice
সুন্দৰ