কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ প্ৰবল গৰাখহনীয়াত জাহ যোৱাৰ পথত কোটি টকীয়া দুমহলীয়া পকী মছজিদ।

Sdílet
Vložit
  • čas přidán 1. 07. 2024
  • কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ প্ৰবল গৰাখহনীয়াত জাহ যোৱাৰ পথত কোটি টকীয়া দুমহলীয়া পকী মছজিদ। নৈৰ বুকুত জাহ গল পকী পথ, কেইবাটাও পৰিয়ালৰ গৃহ। জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে খৱৰ নোলোৱাৰ অভিযোগ।

Komentáře •