Motivational Speech at KAKOJAN College, Jorhat. Dipak Sarma

Sdílet
Vložit
  • čas přidán 3. 01. 2019
  • In this video Dipak Sarma talks about happiness. How to stay happy with smaller things.
    Motivational Speech at KAKOJAN College, Jorhat. 15/12/18
    Motivational Speech of Dipak Sarma, Advocate Guwahati High Court And Anchor.

Komentáře • 1,3K

  • @digitalsahay
    @digitalsahay Před 5 lety +344

    দুখঃ নাথাকিলে সুখৰ মূল্য বুজাটো টান। জীৱন বাটত দুখঃ হৈছে প্ৰতিটো সুখৰ লগৰী। ভাল লাগিল আপোনাৰ কথাখিনি শুনি।

    • @bkdigital7171
      @bkdigital7171 Před 5 lety +5

      Aponar ktha bor xonile mor saklo dukh pahri jao . aponak abar lgk pab bisaro

    • @crazyengine3076
      @crazyengine3076 Před 5 lety +3

      Really sir...
      Man doesn't happy without realize Sadness

    • @jadabkalita9476
      @jadabkalita9476 Před 4 lety +5

      আপোনাৰ কথা যদু আছে সৰু ল'ৰা ছোৱালী জ্ঞান পাব ধন্যবাদ দিপকদা

    • @AshikMuhammedMotivation
      @AshikMuhammedMotivation Před 4 lety +2

      True ..

    • @gautamdas1745
      @gautamdas1745 Před 4 lety +2

      Love you digital sahay

  • @barmanajay3110
    @barmanajay3110 Před 5 lety +11

    আধুনিক যুগত মানুহে হৈছে দুখৰ কাৰণ।আজিৰ পৰা 20/25 বছৰ আগৰ মানুহৰ দুখ নাছিল বেছিভাগ মানুহে কৃষি কৰ্ম কৰি চলিছিল। কৃষি কাৰ্য, গো পালন, মৎস্য পালন কামবোৰ সমাজৰ প্ৰচলিত জীৱন ধাৰণৰ পদ্ধতি আছিল৷ এই পদ্ধতি বোৰক এতিয়াৰ সমাজত নিম্ন স্থানত ৰখা হৈছে অথাৎ কামবোৰৰ (job) মাজত বৈষম্য সৃষ্টি কৰা হৈছে।মানুহে মানুহৰ লগত তুলনা কৰিব ধৰিছে। মানুহৰ লগত কৰা তুলনাই কেতিয়াও সেইজন মানুহক সুখী কৰিব নোৱাৰে ।সেয়ে আমি আধ্যাত্মিক শিক্ষা লাভ কৰা উচিত।

  • @user-yu6nu5og5z
    @user-yu6nu5og5z Před 9 měsíci +4

    আপোনাৰ কথাই জীৱনত জীয়াই থাকিবলৈ বহুত পেৰণা পাওঁ। আপোনাক লগ পাবলৈ বহুত মন আছে । একো নাই হৈ যায়। dipak Sharma জিন্দাবাদ। I love dipak da❤

  • @jutireakhaj
    @jutireakhaj Před 3 lety +22

    জীৱন জিন্দাবাদ...

  • @suvasrikolita6123
    @suvasrikolita6123 Před 5 lety +39

    ছাৰ মই আপোনাৰ কথা খিনি শুনি বহুত কিছু শিকিব পাৰিছো।মই আৰু কেতিয়াও দুখ নকৰো মোৰ বহুত দুখ মই দিনে ৰাতিয়ে ভাবি থাকো মোক ইমান দুখ কিয় ভগবানে মোক কিয় ইমান দুখ দিছে।কিন্তু আপোনাৰ কথা খিনিয়ে মোক বহুত সুখী কৰিছে বহুত বহুত ধন্যবাদ জনাইছো ছাৰ আপোনাক।

  • @jayantasaikiasotai9582
    @jayantasaikiasotai9582 Před 5 lety +90

    এটা সুন্দৰ দিন পাইছিলো ৷
    সছাই মনত লাগি গ’ল প্ৰতিটো কথাই ৷
    বহুতো শিকিলো বহুতো জানিলাে বহুতো অনুভৱ কৰিলো যি বিলাক আনৰ পৰা পোৱা নাছিলো নিজেও সিমান অনুভৱ নকৰিছিলো ৷
    জীৱন জিন্দাবাদ

  • @missrekha7768
    @missrekha7768 Před 4 lety +9

    আপোনাৰ কথাবোৰে মনত সাঁচ বহুৱাই দিয়ে । শুনিলে শুনি থাকিব মন যায় আপোনাৰ কথাবোৰ।👌👌👌👌👌👌👌👌👌👌

  • @jadumonidutta8198
    @jadumonidutta8198 Před 2 lety +5

    আপোনাৰ কথা বোৰ মনত ৰাখি দুখ বোৰক আপোন কৰিব শিকিছো , আৰু মই আজি আগৰ দিন বোৰৰ তুলনাত বহু গুণে সুখি ,,,,,,,,,,ধন্যবাদ চাৰ 🙏🙏🙏🙏

  • @rimitrishna5329
    @rimitrishna5329 Před 5 lety +15

    অপেক্ষা কৰি আছিলোঁ ..... আগলৈ আৰু বিচাৰিলোঁ আপোনাৰ সত্য-সত্যতাৰ ন-ন বিষয়ৰ কথাবোৰ । জীৱন জিন্দাবাদ🙏

  • @srimantadas8713
    @srimantadas8713 Před 5 lety +13

    সুন্দৰ মন্তব্য দিপক দা ।
    লগতে কাকজান মহাবিদ্যালয় ছাত্র ছাত্ৰী লৈ ।
    দিপক দাক নিমন্ত্ৰণ জনোৱা বাবে ।

  • @lipikakalita4485
    @lipikakalita4485 Před 5 lety +8

    আপোনাক এবাৰ ওচৰৰ পৰা লগ পোৱা দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছো দাদা..আপোনাৰ প্ৰতিটো শব্দই যেন জীৱন যুঁজৰ নাওখনিত বঠা মাৰিবলৈ সাহস আৰু শক্তি যোগায়😊😊
    জীৱন জীন্দাবাদ

  • @mantudeka2715
    @mantudeka2715 Před 5 lety +23

    সচাই দীপক শৰ্মা ছাৰ মই আপোনাৰ কথাত আপ্লুত হৈছো।

  • @ritupaldutta2436
    @ritupaldutta2436 Před 4 lety +4

    Apunar kothat jadu asa sir.... Jiman xunu aru xunibo mon jai thanku sir...

  • @jbassam5386
    @jbassam5386 Před 5 lety +10

    Dipak sir thank u. .....apuni mur jibon bortomn hoi thoka problem bur solv kra .kisumn motivation dile thaks again

  • @dhrubsaikia9094
    @dhrubsaikia9094 Před 5 lety +12

    সচাকৈ বৰ সুন্দৰ কথা কৈছে,,, নিজৰ জীৱনটো উপভোগ কৰিবলৈ এটা পথ বিচাৰি পালোঁ।।।দুটা চকু,দুখন হাত আৰু দুটা ভৰি জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ ইয়াতকৈ আৰু কি লাগিছে ।

  • @indesorboruwa8535
    @indesorboruwa8535 Před 3 lety +14

    Respected Deepak Sharma. First of all I am going to salute by heart, because you have delivered a great lecture to the audience in kakojan college which motivated, inspireted also short thinking few people of our area. Actually you know that " Hope in an eternal spring" So every person having their own imagination in time to time. People never think that at the time of birth they are coming with full property which are extremely mandatory for their life. But, nobody is satisfy themselves, because of Greediness covered in their sight. Simple matter everyone should happy that they born with complete organ which they can do everything as per their requirements. At last you are a great person who is having full knowledge for motivation power to the present generation.

  • @jyotib.baruah2635
    @jyotib.baruah2635 Před 5 lety +30

    আমাৰ গতানুগতিক জীৱনৰ কৰ্মবোৰ দেখুৱাই দিয়া বাবে....ছাৰ.... আপোনাক অশেষ ধন্যবাদ
    LOVE YOU SIR

    • @dipaksarma8334
      @dipaksarma8334 Před 5 lety

      Dada Koba.. sir is too formal

    • @jyotib.baruah2635
      @jyotib.baruah2635 Před 5 lety +1

      ঠিক আছে বাৰু...আজিৰ পৰা দাদা কম

  • @dipuamritentertainment8132

    Khub val lagil ktha khini...Dipak Dada,,,,
    Apunar ktha khiniye hkluke Anuperna jugab....hsa ktha koise,,,,
    Khub val lagil...
    Thank you so much Dada

  • @rubisarma7511
    @rubisarma7511 Před 2 lety +3

    Sir আপোনাৰ কথা বোৰে বহুত উৎসাহিত কৰে 👏 সঁচাকৈ জীৱনৰ শেষ উশাহ লোৱাটো কিমান কষ্ট সেয়া মই মোৰ মাহীৰ পৰা উপলব্ধি কৰিছো, বৰ বেদনা দায়ক 😭

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 Před 5 lety +21

    দিপক শৰ্মা জিন্দাবাদ ৷আপ্লুট হৈছো ৷

  • @a.b.7630
    @a.b.7630 Před 5 lety +3

    আপোনাৰ পৰা হয়তু আধৰুৱা অপৰিচিত মূল্যবান জীৱনৰ এক সোণালী সংজ্ঞা বিচাৰি পালো.....আপোনাৰ এই উৎসাহ,অনুপ্ৰেৰণা নিৰবচ্ছিন্ন হওঁক তাৰেই কামনা কৰিলো.....ধন্যবাদ ....

  • @dimasaentertainment4u667
    @dimasaentertainment4u667 Před 5 lety +21

    সচাকৈ আপোনাৰ কথা শুনি জীৱনটো সাথক
    হৈছে

  • @Dolykalita1234
    @Dolykalita1234 Před 4 lety +2

    Apunar progem tu sai bohut val lage. Nojona kotha bohut xikisu. Thank you Dipak da anekua topice amar majot dia babe

  • @dncreative6497
    @dncreative6497 Před 3 lety +19

    জীৱন জিন্দা বাদ।জীৱন বাটত বহুত দুখ কষ্ট আহে,জীৱনত দুখঃ নাথাকিলে সুখ নহয় আৰু সুখ নাথাকিলে দুখঃ নহয়।জীৱনটো দুখঃ সুখৰে পাৰ হৈ আৰু পাৰ কৰিব লাগে, দুখঃ বুলি ভাগৰি পৰিলে নহব জীৱনত আগুৱাই যাবলৈ বহুত দুখঃ আৰু বাধা আহিবই সেই দুখঃ, বাধাক গছকি মোহাৰি যাবলৈ যত্ন কৰিব লাগিব।

  • @suntobora9806
    @suntobora9806 Před 5 lety +9

    বহুত মূল্যবান কথা কলে শৰ্মা দা ,বহুত ভাল লাগিল।

  • @devasishkalita3942
    @devasishkalita3942 Před 5 lety +29

    আপোনাৰ কথা বোৰ শুনি সঁচাই বহুত ভাল লাগে, কেতিয়াবা পঢ়াত কম জুৰি ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত এটা ভিডিঅ বনাবাছো।

  • @trishamoniphukan4822
    @trishamoniphukan4822 Před 4 lety +3

    ছাৰ আপোনাৰ বক্তৃতা অতি সুন্দৰ।।। সকলোৰে জীৱনৰ বাবে উপযোগী এই সুন্দৰ কথাখিনি।।।

  • @aruptalukdar6368
    @aruptalukdar6368 Před 5 lety +2

    সচাকৈ দীপক ছাৰ আপোনাৰ কথা খিনি এ বহুত শান্তি দিছে মোক।বহুত সাহস পাইছোঁ।

  • @rrworld3578
    @rrworld3578 Před 5 lety +5

    apunar pora bhut shikilu aru bojab .....dhanyabad dipok sir👏👏👏👏

  • @harunarrashid9409
    @harunarrashid9409 Před 5 lety +22

    I'm highly touched by your speech sir. Thank you so much for sharing.

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c Před 5 lety +2

    বহুত ভাল লাগিল আপোনাৰ কথা শুনি । আৰু কওঁক আগুৱাই নিয়ক আমাৰ দৰে নৱপ্ৰজন্মক । জয় আই অসম ✊
    জীৱন জিন্দাবাদ দীপক শৰ্মা জিন্দাবাদ 🙏

  • @gaurangaborah8820
    @gaurangaborah8820 Před 4 lety +2

    আপোনাৰ কথাবোৰৰ পৰা জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা পাওঁ‌।জীৱন জিন্দাবাদ

  • @jiaburrahman1825
    @jiaburrahman1825 Před 5 lety +21

    চাৰ বহুত দিন পাছত পাইছোঁ আপোনাৰ কথা শুনিবলৈ। বহুত ভাল লাগে আপোনাৰ কথাবিলাক।

  • @sayndhaborah545
    @sayndhaborah545 Před 5 lety +8

    imn hundor...apunar kothai mk bht kotha a realize koraise. thank you so much sir

  • @user-himanshu2760
    @user-himanshu2760 Před 3 lety +12

    Your speech really give me a good inspired to live happily ,so thank you very much sir.🙏

  • @tddolakasharia3579
    @tddolakasharia3579 Před 5 lety +8

    sir, your speach give me a new life.... a lot of thanks........

  • @munna3118
    @munna3118 Před 5 lety +103

    আৰু লাগে, আৰু লাগে আৰু লাগে... দাবী আপোনালৈ এইয়া

  • @dip_image
    @dip_image Před 5 lety +11

    Great Speech..
    সচাকৈ জীৱন জিন্দাবাদ।।

  • @jurideka2554
    @jurideka2554 Před 5 lety +7

    Sir moi anor logt ketiao compromise nokoru... moi mur life t happy bohut nd I am the best
    apunar kotha bur khosai bohut utkha jonok thank u

  • @rajibgohain3074
    @rajibgohain3074 Před 3 lety +1

    দীপক শ্ৰী, প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ 🙏
    মই আপোনাৰ পৰিয়ালৰ এজন নতুন সদস্য !
    শ্ৰী মই আপোনাৰ বক্তব্য-বোৰ শুনি বহুটো উপকৃত হৈছো !

  • @anshumanbaruah8663
    @anshumanbaruah8663 Před 5 lety +20

    Bhut val lagil Dipak Daa Aponar kotha khini....❤❤❤

  • @bishnupalhazarika3258
    @bishnupalhazarika3258 Před 5 lety +7

    Hoxa...... Ane bur speech bohot inspiring........ Thanks again Dipak Sir.

  • @rejamohammed7188
    @rejamohammed7188 Před 5 lety +10

    One of the best motivational speech for me. Thanks sir.

  • @bilkishparbin2173
    @bilkishparbin2173 Před 3 lety +2

    Sir aponar motivation bahut bhal lge moi daily homoi palei hono thank you so much sir..

  • @asrafulalom3760
    @asrafulalom3760 Před 5 lety +7

    Sir your spech very great.i feel some time that i am a poor person.but i feel today that i m not poor person beacause i have a good heath.sir wish me .i will succes.

  • @rekibahmed7865
    @rekibahmed7865 Před 5 lety +9

    My inspiration motivator
    Thanx a lot Dipak Sir
    Hope you are always give us to many valuable speeches

  • @bhargavbayan7121
    @bhargavbayan7121 Před 2 lety +8

    Most valuable speech in world ❤❤

  • @juribhuyan675
    @juribhuyan675 Před 4 lety +1

    Nice Dipok daa last speech to xuni soku pani ulai gol.thanks Dipok daa bht nojona ktha hikibo parisu....

  • @hashmotali7126
    @hashmotali7126 Před 5 lety +10

    Many many thanks for sir. Really your advice is very important l do love you very much.

  • @Centim
    @Centim Před 5 lety +15

    একদম সঁচা কথা কৈছে দাদা । বক্তৃতাটো অতি সুন্দৰ হৈছে ।

    • @shaktidevibrahma476
      @shaktidevibrahma476 Před 5 lety

      THE ELECENTIM @ কিন্তু কাম নাই । ছোৱালীবোৰক হোহোৱাই আনন্দ , time pass।

  • @jayashreesaikia7596
    @jayashreesaikia7596 Před 5 lety +2

    আপোনাৰ প্রতিটো শব্দ আৰু বাক্যৰ মাজত বহুত শক্তি আছে,বহু প্ৰেৰণা পাব পাৰি...!

  • @prabhatsingha1420
    @prabhatsingha1420 Před 4 lety +3

    Million n million of Thanks ur expression regarding value of human being Life....etc.etc. million n million of Thanks again.

  • @kachari7390
    @kachari7390 Před 5 lety +7

    ভাল লাগিল speech তো শুনি ভবিষ্যতলৈ burning desire / goal achievement / mind power / আদিৰ ওপৰত motivational speech শূনিবলৈ পালে ভাল লাগিব

  • @barashakalita559
    @barashakalita559 Před 5 lety +13

    Thank you so much sir for your motivational speech

  • @amarjyotiborah3256
    @amarjyotiborah3256 Před 3 lety +1

    বহুত বেছি প্ৰভাৱিত কৰে আপোনাৰ কথাবোৰে দাদা । ,, ভাল লাগে আপোনাৰ কথা বোৰ শুনি ।।।

  • @trikuraj3297
    @trikuraj3297 Před 3 lety +2

    Sir u r.. Like my father.. ☺.. Apuner kotha bur.. Same.. Mur deuter.. Dore.. Deutai muk.. Anekoi.. Motivat kore.. Tqq.. Sir... Apuner kothe bure.. Muk bohut motivat.. Kore.. Muru.. Aber apunak log paboloi.. Bohut itsha ase.... I hope.. My thought.. Coming. To success.. 😊

  • @smkvariety3627
    @smkvariety3627 Před 5 lety +5

    Nyc topics.....delivered by respected Dipok daa....God bless u..

  • @monoswinisarmah.7658
    @monoswinisarmah.7658 Před 5 lety +5

    Aapunar valuable speech huni bohut inspired how... U r our ideal.

  • @monpankajdas7071
    @monpankajdas7071 Před 4 lety +2

    Wauu..Sir..Mojaaa Lagil...Rly i Salute u..,🙏🙏🙏bht bht val lagil

  • @anannyamoran2771
    @anannyamoran2771 Před 4 lety +3

    আপোনাৰ কথাবোৰ ইমান ৰহস্যময় , আজি মই সুখ অনুভবি

  • @dhanmanideka4078
    @dhanmanideka4078 Před 5 lety +3

    বহুত ভাল লাগিল ......অসমৰ প্ৰথম Motivational speakrs...
    #Dipak sarmah sir

  • @ruhulamin1806
    @ruhulamin1806 Před 5 lety +23

    Sir আপোনার নিচিনা মানুহ মোক ওপদেশ দিয়ার বাবে মই কামনা করো, but নাপাও।I like you sir

  • @rinkiduarah3001
    @rinkiduarah3001 Před 4 lety +1

    Apuni kuwa potitu kotha hosa ...Ami horu horu krnt a bht tention Lou ..tq so much sir ...apunr hoklu video a sai vl lge ...bht hikibo prisu ...

  • @sadhandas9336
    @sadhandas9336 Před 2 lety +1

    প্ৰণাম চাৰ। খুউব ভাল লাগিল। অনুপ্ৰাণিত হলোঁ। 👏👏

  • @khogenborah9145
    @khogenborah9145 Před 5 lety +6

    I have seen your bright future. Thanks a lot.

  • @karabidutta7920
    @karabidutta7920 Před 5 lety +3

    Iman motivational speech k dislike dia keijnk kin2 manisu Ru..
    Sir apunr speech huni buji u3isu lift kisuman odrkari k3a t Mn bea kri 3aku ami.... thanks sir

  • @rupasaikia2311
    @rupasaikia2311 Před 2 lety

    Apunr kthabur xuni mur mnr mjt thka dukhbur ptal hble dharise ....tnq u so much sir...
    🙏🏽🙏🏽🙏🏽🙏🏽

  • @statusmaker1797
    @statusmaker1797 Před 5 lety +2

    Dipok apuni Amer kakojan collegot aher Dina bohut val lagixil parona pysilu...apuni sokolure logot milibo pare satro..pramik..pramika..dukhia..sokolure logot..moi apunar video kaita pray ai sau.

  • @musichindinatureimages7040

    Nice speech,thank you "mental supporter"sir.

  • @injamamulhaque6672
    @injamamulhaque6672 Před 5 lety +16

    bht dinr murt plo....dada aponar pora bht uthsah pao....jatiyo khomoshyato moja dise.....

  • @dekabimal4429
    @dekabimal4429 Před 4 lety +3

    বাঃ দিপকদা সচাকৈয়ে জীৱন সলনি কৰা এটা ভিডিঅ ।খুউব ভাল লাগিল ।

  • @Bikashkumar-wj4me
    @Bikashkumar-wj4me Před 5 lety +11

    দাদা আপোনাৰ কথাবোৰ বহুত বহুত ভাল লাগে৷আপোনাক ভগবানে কুশলে ৰাখক৷

  • @Pranjal459
    @Pranjal459 Před 5 lety +3

    Bohut val Katha koi apuni , Thank you....

  • @biswadeka6753
    @biswadeka6753 Před 5 lety +59

    নমস্কাৰ আপুনাৰ দৰে যদি অৰু এজন মান সাংবাদিক থাকিল হয় অসমী আইৰ বাবে বহুত ভাল হল হই দাদা

  • @HomeFoodLady
    @HomeFoodLady Před 2 lety +1

    আপোনাৰ কথা খিনি শুনি ইমানেই মোৰ অন্তৰ চুই গৈছে দু চকুৰে গীৰ গিৰাই পানী ওলাই গল। আপোনাৰ কথা বোৰ শুনি মোৰ খুব ভাল লাগে,

  • @ziaurrahman7267
    @ziaurrahman7267 Před 5 lety +3

    Sir anekuwa vdo aru dibo mor jetiya beya lage aponar vdo keita sale bohut happiness ahe mur monot Deepak sir Long live God Blees u

  • @dhuunu
    @dhuunu Před 5 lety +3

    waw sir..mindtu fresh lgi jai apunar kotha hunile..hodai amak andre aguai juat hohai krbo d sir🙏🙏🙏

  • @bobismitasaikia8463
    @bobismitasaikia8463 Před 3 lety +4

    Thanku sir ,for u motivation speech its means a lot .

  • @gouravchoudhury7869
    @gouravchoudhury7869 Před 2 lety

    Mon val lagi jai olp time r krne holeu olp man holeu Active hoi uthu. Sage Apunar video bur sai thakile jibon2 aru besi dhunia hoi uthib aru besi val loga hoi ahih. Besi happy jen feel korib pora hoisu. Thank you so much Dipak Da 🙏

  • @homirongogoi7648
    @homirongogoi7648 Před 3 lety +2

    মই ,আপোনাৰ অপূৰ্ব উদাক্ত ভাষনত মগ্ন হৈ পৰো ..!

  • @RupanjaliRonganoi
    @RupanjaliRonganoi Před 5 lety +28

    ভাল লাগিলে ৷ 👍

  • @bijukalita7161
    @bijukalita7161 Před 5 lety +3

    Apunar speech bilk salei mn val lagi jai o dipak da..👍👍

  • @explorewithkhyatishmaan
    @explorewithkhyatishmaan Před 5 lety +1

    Apuni emaan khundorkoi kothabur byokto korise.... thank you so much Deepak daa

  • @MH_Vlogs_
    @MH_Vlogs_ Před 4 lety +1

    Deepok dada ami aponar pora bhuhot kotha hikosu. Ane video baner babe very very thanks...

  • @asmazaman3825
    @asmazaman3825 Před 5 lety +5

    apunar video aji 1st time salu...bohut val lagil...dada

  • @araithaboro5757
    @araithaboro5757 Před 3 lety +5

    I'm the biggest fan of u sir ,you are my World 😍😍😍🔥🔥🔥🥰🥰🥰

  • @bhagyashreedas6203
    @bhagyashreedas6203 Před 5 lety +1

    wow apunar ktha khunile life2 bht aguai jab parim thanks dada😊😊

  • @kamaldeka2849
    @kamaldeka2849 Před 4 lety +1

    ছাৰ আপোনাক এবাৰ লগ পোৱাৰ বহুত হেপাহ মনত পুহি ৰাখিছো।।

  • @pallabkalita8665
    @pallabkalita8665 Před 5 lety +6

    Thank you Dipak Sir...

  • @sunitrabbb8324
    @sunitrabbb8324 Před 5 lety +5

    Khosakoi bohut bohut bohut bc val lage apunar video bur Sai ..😊😊

  • @assamgoatfarming9799
    @assamgoatfarming9799 Před 4 lety +1

    Apunar kotha huni sukur pani Rokhab Nuwarilu Thanks

  • @senswasvlog2795
    @senswasvlog2795 Před 4 lety +1

    Apunar Ktha xunile xuni thakible mn jai..... Bhut val lagil

  • @hirakstar3351
    @hirakstar3351 Před 5 lety +24

    My inspiration❤

    • @bigdreamlife
      @bigdreamlife Před 3 lety

      czcams.com/video/ReRdglYSrIk/video.html

  • @manojboruahh5429
    @manojboruahh5429 Před 5 lety +5

    Thanks for your inspirational speech.

  • @biruvaibiruson.8207
    @biruvaibiruson.8207 Před 4 lety +1

    Bhut bhut vl lagil..wahh..ki khtha koise apuni...mja sir.

  • @kabitadevi4766
    @kabitadevi4766 Před 3 lety +2

    ভাল লাগে দাদা আপোনাৰ কথাবোৰ খুনি ।আপুনি আৰু আগুৱাই যাওক আৰু আমাক ভাল কথা খিখাই যাওক। ধন্যবাদ।

  • @swapnaranigoswami9192
    @swapnaranigoswami9192 Před 5 lety +20

    Bah bahut dinor pisot Apunr kotha xunibo pai bahut Vl lgsil.... Happy magh bihu in advance..

  • @chandamitakalita3696
    @chandamitakalita3696 Před 5 lety +5

    Wowwww wowwwww fantastic superb Dipak da...

  • @lakhindramodi2347
    @lakhindramodi2347 Před 5 lety +1

    Apunar boktobyp montobyo bohut vaal lagile. Ei karone vaal lagile j mur Dore vaab dharona thoka ei prithibit bohut Manuh asse.

  • @funzone5502
    @funzone5502 Před 5 lety +1

    দিপক শৰ্মাৰ কথাকেইতা শুনি বহুত বহুত শক্তি পোবা যেন অনুভৱ কৰো