এক হৈ ঐক্যবদ্ধ ভাবে যুজিব লাগিব তাৰ কোনো বিকল্প নাই - লুৰীণজ্যোতি গগৈ➡️

Sdílet
Vložit
  • čas přidán 5. 10. 2023
  • এক হৈ ঐক্যবদ্ধ ভাবে যুজিব লাগিব তাৰ কোনো বিকল্প নাই - লুৰীণজ্যোতি গগৈ
    ➡️অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি আজি সন্ধিয়া দুলীয়াজানত উপস্থিত হয়।
    ➡️ দুলীয়াজানৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই অসম জাতীয় পৰিষদৰ নেতৃবৰ্গৰ লগতে লুৰীণজ্যোতি গগৈয়ে । এই যাত্ৰাই সমলো জাতি জনগোষ্ঠীৰ একত্ৰিত কৰা, সকলোৰ মনত জাতীয়তাবাদ পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে ধুবুৰী পৰা শদিয়ালৈ যাত্ৰা বুলি জানিব দিয়ে
  • Zábava

Komentáře •