এইবাৰ হয়তো কিবা এটা হ'ব!

Sdílet
Vložit
  • čas přidán 11. 07. 2024
  • ▶️ এইবাৰ হয়তো কিবা এটা হ'ব!
    ▶️ শিৰত সেন্দুৰ কিয় নলয়?
    ▶️ বিধৱা সাজ নিপিন্ধিব
    ▶️ তদন্ত সঠিক দিশত কৰিলে বহু কথাই ওলাব

Komentáře • 35

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Před 24 dny +16

    জয়ন্ত গোস্বামীক কিয় জেলাৰ কৰিব? সেই বোৰ কথা ক'ব নাপাই। সুনীল পত্নীক জেলা কৰি কৰি পাগল কৰিবলৈ দিয়ক, তেতিয়াহে ৰৌ বৰালিক বচাবলৈ সক্ষম হব।

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt Před 24 dny +12

    পুষ্পাৰ কথামতে তদন্ত কৰিলে বহুত আচল কথা ওলাব৷

  • @debajithukai7665
    @debajithukai7665 Před 24 dny +8

    Lave nai এইবোৰ কৰি জোনমণি ৰাভা ঘটনাটো দৰেই হব ।

  • @chetia847
    @chetia847 Před 24 dny +8

    আৰক্ষীৰ কামত বিশ্বাস নোহোৱা হল । কাহিনীটো তেওঁলোকৰ মতে কৰি গৈছে ।শেষত ৰিজাল্ট জোনমনিৰ দৰে হব ।

    • @voxx7840
      @voxx7840 Před 24 dny +1

      Police nije BJP r samsa

  • @ImranKhan-sv8mr
    @ImranKhan-sv8mr Před 24 dny +2

    জয়ন্ত গোস্বামীক জেৰা কৰক তেতিয়া সকলো ওলাই পৰিব। কিন্তু জয়ন্ত গোস্বামীক জেৰা কিয় নকৰে সেইটোহে লক্ষণীয় হৈ আছে। তদন্তৰ নামত এইবোৰ ভেকো ভাওনা ৰাইজে বুজি পায়। শেষত কেছ টো পেন্দিং কৰি পেলাই থৈ দিব। যাৰ অধিক পইচা আছে সিয়েই এইখন অসমত ৰজা, বাকী চব প্ৰজা। জয় আই অসম

  • @digennath497
    @digennath497 Před 24 dny +4

    জয়ন্ত গোশ্বামীয়ে মুখ মেলিলে বাঘা বাঘা তেজ পিয়া ওলাব

  • @NabajeetBoruah-ur8gz
    @NabajeetBoruah-ur8gz Před 24 dny +1

    Corrupted Assam Police , Corrupted Government....#ShameOn

  • @prodipkumarbora3354
    @prodipkumarbora3354 Před 24 dny +10

    একোকে নহয়, এই বিলাক কেৱল নাটক।
    আজিৰ ৰাজনৈতিক দলৰ বাবে সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নাই। তাতে হত্যাৰ দৰে ঘটনাত, ৰৌ বৰালি জৰিত থাকেই আৰু তেওঁলোকৰ মুখা খোলাটো সম্ভৱ নহয় ৰাজনৈতিক বা ধনৰ লাভৰ বাবে। সুশান্ত সিং ৰাজপুতৰ পৰা আৰম্ভ কৰি আজিৰ যিকোনো হত্যাৰ ঘটনা অধ্যন কৰি চাওক, কোনোপধ্যেই তদন্ত সম্পূৰ্ণ নকৰে।
    এতিয়া গণতন্ত্ৰ কেৱল কবলৈ হে আছে, প্ৰকৃততে চলি আছে বলতন্ত্ৰ । যাৰ বল বেছি, সিয়েই ৰজা। বাহু বল বা ধন বল, যিয়েই হওঁক, যাৰ অধিক, সিয়েই জিকিব, বাকী চুপ চাপ কেৱল ভোট দিব আৰু নিজৰ কৰ্ম কৰিব।

  • @OmprakashOmprakashdas-jy9ez

    সচেতন সমাজ নমস্কাৰ
    আমি এতিয়া বুজি পালো যে এই টু ভাতৰ লগত পানী খুৱা কেচ নহয়।

  • @pulakkonwar5082
    @pulakkonwar5082 Před 24 dny +1

    ৰহস্যময় ঘটনাৰ লগত ৰাজনৈতিক দলৰ ব্যক্তিৰ নাম সাঙুৰ খাই আছে নেকি বাৰু
    কিছুমান ৰাজনৈতিক দলৰ সদস্যই এনে কাম নকৰে বুলি সেই দলৰ দায়িত্বশীলসকলৰ মুখত শুনা যায়
    যদিহে এনে হৈছে ক্ষমতাশালীজনকো সন্দেহৰ বশৱৰ্তী কৰিব পাৰি নেকি বাৰু

  • @kakoligayan2065
    @kakoligayan2065 Před 24 dny +1

    সকলো
    ধোৱা
    তুলসিৰ
    পাত

  • @user-ei5wy4tr8r
    @user-ei5wy4tr8r Před 25 dny +2

    CID e aku koribo nuware kam nai... Junmoni cas tu aku e koribo nuwarile

  • @hirakroy8834
    @hirakroy8834 Před 24 dny

    👍👍👍

  • @A2Zby-cd5qc
    @A2Zby-cd5qc Před 24 dny +1

    Pushpa Gogoi 2 ulabo 😅😅😅

  • @bubusaikia710
    @bubusaikia710 Před 24 dny

    জয়ন্তৰ নামত এজেহাৰ দিলে হয়

  • @jantuchangmai4467
    @jantuchangmai4467 Před 24 dny

    Misa kotha koi ase jen lagise

  • @imtiyazhussain3360
    @imtiyazhussain3360 Před 24 dny

    Same si junmoni rabha r case😂😂😂

  • @lilakantagogoi3711
    @lilakantagogoi3711 Před 24 dny

    Beharbari outpost

  • @smritigogoi3492
    @smritigogoi3492 Před 24 dny

    Joyanta ko dorebo laga

  • @subharajgogoi7316
    @subharajgogoi7316 Před 24 dny +1

    এই বিশাল পৃথিৱীখনত এজন মানুহক মানুহক বিচৰাটো ইমান সহজ নহয় ।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Před 24 dny +2

    জয় মতি ৰ পৰা কথা উলিওৱাৰ টান

  • @riturajxbr1498
    @riturajxbr1498 Před 24 dny

    Sorkar making 0:45

  • @happyboy4579
    @happyboy4579 Před 24 dny

    Kiu huda nai hosai kiu huda nai news lorai kiu jabo pora nai tau usole

  • @letsplay9856
    @letsplay9856 Před 24 dny

    সৰিয়হৰ ডুলিতে ভূট সোমাই থকা নামটো???

  • @abdulawal3284
    @abdulawal3284 Před 25 dny

    Tel lhose kori lov nai

  • @happyboy4579
    @happyboy4579 Před 24 dny

    Jointo na ki tau aji loika news kiu nulal

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Před 24 dny

    😮😮😮😮😮😮😮😮😂😂😂😂😂

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před 24 dny

    BJP Sarkar Assam CM go back no out

  • @harrisnarahcreation3355

    Bjp ye apunalukok mari pelale ooo😢😢😢