Bane Dhuwa MAJULI | Rupam Borah | Rakesh Gogoi | Dipkesh Borgohain

Sdílet
Vložit
  • čas přidán 16. 08. 2020
  • AC MULTIMEDIA Label Released "Bane Dhuwa MAJULI" Assamese Song
    Singer - Rupam Borah
    Music - Dipkesh Borgohain
    Lyrics & Tune - Rupam Borah, Rakesh Gogoi
    Mix Mastering - Diganta Bordoloi
    Flute - Anjan
    Producer - Junak mouchumi
    Audio Recording At Rk Digitel Raj Uttam (Balighat)
    Director - Sankha Protim
    Editing - Biman Baruah Axomiya
    Cinematography - Pallab Maina
    Special Thanks - Manoj Borah, Karuna Borah, Binood Gowala, Akash Nibir, Manashi Kalita Borah, Bhaskar Dipta Chironjit Gogoi Jaydeep Tanti
    #Bane_Dhuwa_Majuli
    Lyrics :
    বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
    প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
    খাটি খোৱা মানুহৰ জানো আশা নাই
    প্ৰতাৰনাৰ ঠেলা হেঁচাই জিয়াটো ভোগাই
    ৰাজনীতি নকৰিবি বৰমূৰীয়া
    আমাৰ বাবেই তহঁত আজি ৰাজঘৰীয়া
    ৰাজনীতি নকৰিবি বৰমূৰীয়া
    আমাৰ বাবেই তহঁত আজি ৰাজঘৰীয়া
    নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা
    নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা
    বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
    প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
    ধেমাজি কি লখিমপুৰ বানত বুৰি যায়
    বগী নদীৰ পকনিয়াই সপোন ভাঙি যায়
    জীয়া ঢলে বাৰে বাৰে কৰে অসহায়
    আমাৰ কথা ভাবিবলে কাৰো সময় নাই
    বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ
    প্ৰলোভনৰ বাদে আমি কিনো বাৰু পাওঁ
    বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ
    প্ৰলোভনৰ বাদে আমি কিনো বাৰু পাওঁ
    নথগিবি দেই আমাক দিলোঁ সকীয়াই
    নথগিবি দেই আমাক দিলোঁ সকীয়াই
    বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
    প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
    উটি গল পথাৰৰে সোন গুটি
    ভাগি গল মানুহৰে মন আজি
    উটি গল পথাৰৰে সোন গুটি
    ভাগি গল মানুহৰে মন আজি
    কোনে নো চাব
    কোনে বুজি পাব
    কিমানৰ বুকু উকা হৈ ৰব
    চকুলো কিমান টুকিব
    দুখ বোৰ কিমান সহিব
    🔴Subscribe Us : bit.ly/2SAwoNZ
    🔵Contact Us On Fb : bit.ly/2DCMMD7
    🔵Contact Us On Instagram : bit.ly/2TNjIQb
    🎧This Songs Is Also Available On ⏸️
    ◾ACMultimedia
    ◾Saavn
    ◾JioMusic
    ◾iTunes
    ◾Gaana
    ◾Hungama
    ◾Wynk
    ◾Instagram
    ◾Facebook
    ◾Google Play
    ◾CZcamsMusic
    ◾Amazon Music
    ◾Pandora
    ◾Spicytuneapp
    ◾Deezer
    ◾Tidal
    ◾Napster(beta)
    ◾iHeartRadio(beta)
    ◾Anghami(beta)
    ◾KKBox(beta)
    ◾MediaNet
    ◾ClaroMúsica and 150+ smaller outlets.
    🔴◾◾◾ Thanks ◾◾◾🔴
  • Hudba

Komentáře • 2K

  • @digantobora4041
    @digantobora4041 Před 3 lety +1577

    মই মাজুলী ৰ হয়। কোনে কোনে আমাৰ মাজুলী ক ভাল পোৱা

  • @rupamborah5635
    @rupamborah5635 Před 3 lety +876

    বানে ধোৱা মাজুলী
    আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস
    আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বোৰে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব🙏
    গীতটি আপোনালোকে যদি ভাল পাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব💞
    ধন্যবাদ সকলোকে

    • @abhijitmedhi5037
      @abhijitmedhi5037 Před 3 lety +14

      Dada apuni bhhtt xundr ktha utthapon krise. Bhhtt vl lgise xuni gan 2. !!

    • @binudan7548
      @binudan7548 Před 3 lety +7

      ভাল লাগিল গীতটো।

    • @KhargeSaloi
      @KhargeSaloi Před 3 lety +5

      Dhuniya hoise❤

    • @subornagogoi4194
      @subornagogoi4194 Před 3 lety +5

      Apunar gan huni bohut vl lage dada

    • @abhijitabhijit5830
      @abhijitabhijit5830 Před 3 lety +2

      Eman val loga geet eta korile,,,, So ami khub val paisu,,, dada apuni kori jauk Amar ashirbad hodai thakibo,,,,, ajiloike jiman bur geet korise protitu Geet khub hundor hoise,,,,, kisuman Geet te puroni Smriti bur punor Jiyai tule ,,, So Im really happy,,,,, From Abhijit,,, New Kamala Bari,, Majuli,,,

  • @letsstudy3936
    @letsstudy3936 Před 2 lety +40

    মাজুলীত নাও দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি🙏🙏🙏

  • @ramdhenu1663
    @ramdhenu1663 Před 2 lety +215

    মাজুলীৰ হৈ আপোনাক ধন্যবাদ 🙏। প্ৰতিটো শব্দত কষ্ট ৰ ছবিখন চকুত ভাহি আহিছে।আমাৰ দুখ কষ্ট বোৰ গানেৰে তুলি ধৰাৰ বাবে 🙏 দূৰ্ভাগ্য গানটো আজিহে পালোঁ।

  • @pallabisonowal4252
    @pallabisonowal4252 Před 2 lety +66

    অন্তৰ চুই যায় । কৰ্মসূত্ৰে নিজে থাকি অহা ঠাই । বৰ ধুনীয়া ঠাই । সহজ সৰল মানুহবোৰৰ মৰম চেনেহ এতিয়াও অন্তৰত সজীৱ হৈ আছে ।

  • @bobimonisaikia1571
    @bobimonisaikia1571 Před 2 lety +41

    মাজুলীক কোনে কোনে ভাল পায় এটি লাইক।

  • @prasantabarua8130
    @prasantabarua8130 Před 2 lety +43

    মাজুলী গৈ পোৱা নাই কিন্তু মাজুলী খন সদায় হৃদয়ত আছে

  • @sanjibbaishya5689
    @sanjibbaishya5689 Před 4 dny +1

    গানটি শুনি বহুত ভাল লাগিছে দাদা।।মাজুলীৰ বানপানীৰ সৈতে মিলি গৈছে। ❤😢🥰😍

  • @galleryofgreenyassam7297
    @galleryofgreenyassam7297 Před 3 lety +183

    গীতটি পুনৰবাৰ উজ্জীৱিত হৈ উঠক। ।সমস্যা এতিয়াও শেষ হোৱা নাই। ।❤❤

  • @globalassamassam2443
    @globalassamassam2443 Před 3 lety +354

    গীতটোৰ প্রতিটো শব্দই স্পষ্ট ,আশা কৰোঁ প্রতিজনেই ইয়াৰ গুৰুত্ব বুজি নিজৰ দায়িত্ব পালন কৰে 🤗🙂

  • @kakumoniphukan3855
    @kakumoniphukan3855 Před 2 lety +44

    হৃদয়ৰ কোনোবা একোণত বাৰুকৈয়ে খুন্দিয়ালে, চকুলো ৰখাব নোৱাৰিলো 😪😪💘💘

  • @manashisaikia6130
    @manashisaikia6130 Před 2 lety +23

    বহুত ভাল লাগিল গানটো শুনি ,হৃদয় চুই গল। আগুৱাই যাওক আপুনি 🙏

  • @Sahibapapu
    @Sahibapapu Před 2 lety +70

    মন ছুয় জোৱা গিত বৰ ভাল লাগি গিটটি শুনী ,ধুনীয়া দাদা❤️❤️😥😥😥

  • @nibashdutta6599
    @nibashdutta6599 Před 3 lety +399

    এনেকুৱা গায়ক লাগে আমাৰ সমাজত,,অতি সুন্দৰ হৈছে দাদা ,আমি আপোনাক মাথো আশিবাদ দিছো আগবাঢ়ি যাওক আপুনি.

  • @lunashrihazarika204
    @lunashrihazarika204 Před 2 lety +16

    মাজুলীক ভাল পোৱা সকলো লোকলৈ অশেষ ধন্যবাদ থাকিল 🙏🙏🙏

  • @popitadas4490
    @popitadas4490 Před 2 lety +25

    ময়ো মাজুলী দেই ।।বহুত ভাল লাগিছে গানটো দাদা ।।আৰু গাব এনেকুৱা গান আমাৰ হৃদয় চুই গৈছে দাদা ।।প্ৰটিটো শব্দ আমাৰ হৃদয় বিদাৰক ।

  • @ankitadutta2286
    @ankitadutta2286 Před 3 lety +153

    পুনৰ প্ৰেমত পৰিলোঁ আপোনাৰ কণ্ঠৰ💓

  • @anupamsaikia9221
    @anupamsaikia9221 Před 3 lety +69

    Rupam Daa Karna 1ta like

  • @munmosti9488
    @munmosti9488 Před 2 lety +10

    সুন্দৰ গান। আগুৱাই যাওক। মাজুলী এখন ঠাই নহয়, প্ৰতিজন অসমীয়াৰ আবেগ।

  • @dipakkalita3820
    @dipakkalita3820 Před měsícem +1

    কি কম হাজাৰ নহয় লাখৰ ভিতৰত এনেকুৱা এটা গান শুনিব পাও 😢😢বহুত বহুত শুভেচ্ছা থাকিল দাদা জনলৈ ❤❤❤গীত টো এটা এটা কথা সঁচা আৰু শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @kakolikakoti5100
    @kakolikakoti5100 Před 3 lety +171

    খুব সুন্দৰ। বহুত ভাল লাগিল RUPAM...শুভেচ্ছা থাকিল।

  • @ananthdas7969
    @ananthdas7969 Před 2 lety +130

    এজন সচা অৰ্থত শিল্পী হলে এনেকুৱা হব লাগে।মনটো কোনো মতে বুজাব পৰা নাই আপোনাৰ গীতটি শুনি।জন্মৰ পৰাই হাজাৰ হাজাৰ গীত শুনিলো কিন্তু এনেকুৱা গীতে প্ৰথম বাৰৰ বাবে চকুলো বোৱালে।

  • @prasantabhuyan2032
    @prasantabhuyan2032 Před 2 lety +5

    ভাল লাগিল !গানটোৱে মাজুলীৰ জনসাধাৰনৰ দুখৰ বোজা বুজাই দিয়াৰ বাবে । ধন্যবাদ ৰুপম দা।

  • @kon149
    @kon149 Před 2 lety +2

    অতি সুন্দৰ গীত। সুন্দৰ কণ্ঠ।মনচুই যোৱা গীত।

  • @debajitbaruah8452
    @debajitbaruah8452 Před 3 lety +52

    কবলৈ ভাষা বিচাৰি পোৱা নায়। বহুত ধুনীয়া হৈছে। 😍😍😍😍
    মই 👉ধেমাজিৰ

  • @sondas6210
    @sondas6210 Před 3 lety +41

    মই কি কম কোনো ভাষা বিছাৰি পোৱা নাই,,,
    ৰুপম দা আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক এই গানটোৰ বাবে,,,
    ভগৱানে আগন্তুক দিন বোৰ হাঁহিৰে উপচাই দিয়ে যেন আপোনাৰ তাৰেই কামনাৰে,,,
    মই
    সোন
    তামুলপুৰৰ পৰা,,,,

  • @tstar1957
    @tstar1957 Před 2 lety +14

    খুব সুন্দৰ গীত সুন্দৰ কথা 🤘👍👍

  • @assamesedeka9203
    @assamesedeka9203 Před rokem +1

    দাদা মই মাজুলীৰ নহয় কিন্তু গীতটো বাৰে বাৰে শুনিবলৈ মন যায় গীতটোৰ প্রতিটো শব্দই অন্তৰ চুই যায়।

  • @rinkiriyabharali1182
    @rinkiriyabharali1182 Před 3 lety +144

    কন্ঠটি মোৰ বৰ প্ৰিয় ❤️... বহুত ভাল লাগিল🤗

  • @muksidulalom2269
    @muksidulalom2269 Před 2 lety +6

    মাজুলী ক মই বহুত ভাল পাও মাজুলী ফুৰিবলৈ যাম এদিন মোৰ আশা। অন্তৰ চুই গল গীতৰ জৰিয়তে ভাহি উঠা মাজুলীৰ দুখবোৰ 😭💔 from Meddle Assam.

  • @abhilashbora4190
    @abhilashbora4190 Před 2 lety +10

    এই গানটি বৰ্তমান সময়ত ৰাইজৰ লগতে চৰকাৰ ৰ বিষয়ববীয়া সকলে শুনিব লাগিছিল, তেতিয়া ৮ চেপ্টেম্বৰ ৰ অভিশপ্ত ঘটনাটো কাহানিও নঘটিল হয়। মাজুলীৰ দুখ যে কমি যায়।🥺🥺🥺🥺

  • @bhairabsonowal6306
    @bhairabsonowal6306 Před 3 lety +37

    বৰ্তমান সময়ত সঙ্গীতো খাপ খাই পৰিছে ❤️❤️❤️❤️☹️

  • @neelbidyut.creation3200
    @neelbidyut.creation3200 Před 3 lety +144

    *বৰ ভাল লাগিল" ৰূপম দা' আপোনাৰ গীত বুলি কলেই কি ক'ম কবলৈ ভাষা নাইকিয়া হয়। সঁচাই বহুত ভাল লাগে আপোনাৰ গীত শুনি,,*

  • @priyankasaikia5302
    @priyankasaikia5302 Před 2 lety +36

    কথা সুৰ কন্ঠ,,,,,,সচাই দেই মানিব লগীয়া,,,🙏🙏🙏 বহুত বেছি বেয়া দিন আছিল ৮/৯/২০২১ দিনা,,,😭😭😭পাহৰিব নোৱাৰোঁ

    • @06babluvlogs12
      @06babluvlogs12 Před 10 měsíci +1

      হয় আজিও মনত পৰে। পাহৰিব নোৱাৰিম কেতিয়াও ।

    • @Axom_FF-co6ty
      @Axom_FF-co6ty Před 8 měsíci

      🇮🇳🥰🥰🥰

  • @mostafijurrahman4096
    @mostafijurrahman4096 Před 10 dny +1

    মাজুলী যোৱাৰ আশা এটা আছে ❤

  • @ankurdutta1188
    @ankurdutta1188 Před 2 lety +8

    অন্তৰ চুই গৈছে, কোনোবা নিউজ এটাত বেকগ্ৰাউণ্ডতত শুনি গানটো ইয়াত বিছাৰি উলিয়াইছো , কি যে কওঁ ভাষা নাই। ধন্যবাদ

  • @dipulkalita48
    @dipulkalita48 Před 3 lety +75

    ,🙏বহু বহু ধন্যবাদ ৰূপম দা , মাজুলী বাসীক ইমান ধুনীয়া গান উপহাৰ দিয়া বাবে, মাজুলী বাসীৰ দুখবোৰ গানটোত বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। 💖 সমগ্ৰ মাজুলী বাসীৰ হৈ ধন্যবাদ জনাইছোঁ 🙏🙏🙏

  • @MonjitMoran-de5rg
    @MonjitMoran-de5rg Před 8 dny +1

    oww bohut moja lagesa dai dada aeman dhuneya hur, aapunar gan tu bara bara hunebor mon jai ,aakha thakel dada anakuya aru notun notun gun hunebo pam buli ❤❤❤❤❤❤❤

  • @bitupanpachani2136
    @bitupanpachani2136 Před 2 lety +6

    বহুত বহুত ভাল লাগিল ৷গীতটি শুনি থাকিলেও আমনি নালাগে ৷হৃদয়স্পৰ্শ কৰি যোৱাকৈ সুন্দৰ কন্ঠেৰে সুন্দৰ সুৰেৰে গীতটি গাইছে ৷আৰু এনে গীত শুনিবলৈ পোৱাৰ আশাৰে ৷

  • @surasmitachutia9158
    @surasmitachutia9158 Před 3 lety +26

    Oti hndr Rupam da ....❤️❤️❤️

    • @jray2543
      @jray2543 Před 3 lety

      Geet tu suni bhal lagise bohut ..geetor kothabor xocha hoy ..Rupam da apuni jiyai thakok ..aru ane bohut geetor sristi kora ..God bless you

    • @rajkhowapuwali9161
      @rajkhowapuwali9161 Před 3 lety

      Apuni hdai ankoi aagbahi jaok rupom dada...... God bless you 🙏❣💓

  • @pulakbharali7339
    @pulakbharali7339 Před 3 lety +20

    অতি সুন্দৰ হৈছে🔥🔥

  • @Khirud_dunia
    @Khirud_dunia Před 8 měsíci +2

    Moi majulir nhy jodiu.....gaan tur mulya buji paisu.....rojaghoriyai jate...uvoti sai majulinloi..😢❤❤😊...rupom da salute.

  • @dr.manojbiswakarma7418
    @dr.manojbiswakarma7418 Před 2 lety +1

    Ei geet ti imane vaal laagise moi continuously 100 times hunisu ...Rupam daa ei geet tir karioke paam neki...saku paani naroi naroi ...hats off to you...best wishes aounaloi vabisyate aru ene geet khunibo paam....🙏🙏🙏

  • @ponkiesaikia4038
    @ponkiesaikia4038 Před 3 lety +14

    Heart touching song.... Bohut val hoise dei....

  • @nangprayashi313
    @nangprayashi313 Před 3 lety +25

    Bohut Val lgil hsakoi gaantu🤗 ..Borttoman poristhitir lgt khapkhaise 👍👍👍..Hundor apunr Kontho kokai👌👌👌👌. Aru Aguwai jaok ...

  • @AchyutBora-me1hm
    @AchyutBora-me1hm Před 7 měsíci +2

    সচা হৃদয়ৰ শিল্পী ভাল লাগিল গীত টো, মাজুলী আমিও গৈছিলো বৰ কষ্টৰ মাজুলী বাসিন্দা সকলৰ। চৰকাৰে তেখেত সকলক সহায় আগবঢ়াওক।

  • @Chinmay_Hazarika
    @Chinmay_Hazarika Před rokem +1

    এই গানটোত মাজুলীৰ মানুহৰ কৰুণ দৃশ্য এটা ফুটি উঠা দেখা যায়

  • @amiaxomiya2423
    @amiaxomiya2423 Před 2 lety +170

    পৰহি মানে ৮/৯/২০২১ ৰ তাৰিখে নমাটিত হোৱা হৃদয়বিদাৰক নাও দুৰ্ঘটনাতোৰ বাবে গানতো চালোহি… বহুত দুখজনক। কেতিয়া যে আমাৰ মানুহখিনি নিষ্ঠাৰ পাব… গীততো বহু সুন্দৰ হৈছে।চুই গৈছে।
    মই দৰং জিলাৰ…

    • @ananthdas7969
      @ananthdas7969 Před 2 lety +3

      সচাকৈয়ে কেনেকৈ যে বুজাম কবলৈ মোৰ ভাষা নাই।এনেকুৱা গায়ক থাকিলে আমাৰ সমাজ খন সচাই নিকা হৈ ৰব।rupom da god bless you...

    • @prahladphukan2697
      @prahladphukan2697 Před 2 lety

      Same to you 👌👌👌👌👌

    • @rider_____official6512
      @rider_____official6512 Před 2 lety +2

      @@prahladphukan2697 same

    • @pradiptaboruah3115
      @pradiptaboruah3115 Před 2 lety

      @@rider_____official6512 same

    • @gunaramthengal873
      @gunaramthengal873 Před 2 lety

      Sem

  • @dulboruah1483
    @dulboruah1483 Před 3 lety +121

    গীতটোত বৰ্তমান পৰিস্থিতি উপস্থাপন কৰা কাৰণে খুব ভাল লাগিছে গীতটো।
    লগতে আৰু এটা কথা এই গীতটোত যে Dislike মাৰিব লগা কি কথা থাকিল বাৰু।

  • @kushobaske6296
    @kushobaske6296 Před 2 lety +10

    হৃদয়স্পৰ্শী গীত.... ❤️

  • @gitanjalibaishya6803
    @gitanjalibaishya6803 Před 2 lety +5

    সচাঁ কৈ গীত টো য়ে হৃদয় চুই গৈছে😭😭

  • @munmiboruah597
    @munmiboruah597 Před 3 lety +10

    Bht dhuniya lgil huni... bht dhuniya voice 😍😍😍

  • @munindradeka1571
    @munindradeka1571 Před 3 lety +11

    সচাকৈ আপোনাৰ সুমধুৰ কন্ঠ আৰু গীত টিৰ কথাৰে হৃদয় চুই গ'ল দাদা । আপোনাৰ গীতৰ লিখনি খুবেই ভাল আৰু আগলৈ যেন আগোৱাই যায়।

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Před 2 lety +1

    Gaanor xur bor mitha mon sui jai... 👍👍👌💙💙👑👑

  • @mriduljyotibezboruah454
    @mriduljyotibezboruah454 Před 2 lety +4

    ৰূপম দা ,,,সঁচাই আমাৰ মাজুলী ৰ কাৰণে এতিয়া সময় উপযোগী হৈছে এই গীত তি,,,বহুত প্রিয় গীত,, এনেকুৱা গীত সদাই দি যাব বুলি আশা কৰিলোঁ,,
    আমাৰ মাজুলীৰ 💕✍️

  • @p.aassamesechannel4756
    @p.aassamesechannel4756 Před 3 lety +21

    Hosai rupom da hundor hoisa
    Dikhow mukh or gourab rupom da

  • @educationforall8167
    @educationforall8167 Před 3 lety +21

    সুন্দৰ হৈছে । এনেকুৱা গীতে হৃদয় চুই যায়।

  • @riturajdeka6663
    @riturajdeka6663 Před 2 lety +1

    Oti Hundur Rupam Daa👍👍👍

  • @ratulsaraniaji8260
    @ratulsaraniaji8260 Před 2 lety +3

    ইমান সুন্দৰ গীত।।। গীতৰ প্ৰতিটো শব্দই অৰ্থ যুক্ত ।।। আশা কৰিছোঁ গীতটোৰ জৰিয়তে বৰমূৰীয়া সকলে বানৰ সকলো সমাধান কৰে ।।

  • @rubulentertainmentyoutubec4433

    গানৰ প্ৰতিটো শব্দই মাজুলীৰ বাসী ৰাইজৰ বাবে সঁচাই দুখবোৰ অন্তৰে চুই গৈছে

  • @user-pj2iz3vc6m
    @user-pj2iz3vc6m Před 3 lety +57

    ৰূপম দা তোমাৰ গানত প্ৰতিটো কথাত অৰ্থ সোমাই থাকে ।ভাল লাগে অ তোমাৰ voice কথা বোৰ ❤

  • @mahidharchoudhray8061
    @mahidharchoudhray8061 Před 2 lety +4

    ধুনীয়া লাগিছে গান টো শুনি। হৃদয় চুই যোৱা গান।

  • @hirakjyotinath8216
    @hirakjyotinath8216 Před 2 lety +14

    গীততো বহুত ভাল লাগিছে ৰুপম দাদা আপুনি আৰু আগুৱাই যাওক আমাৰ আশিৰবাদ সদাই আপোনাৰ লগত আছে।

  • @animekhchutia2514
    @animekhchutia2514 Před 3 lety +24

    অতি সুন্দৰ সংগীত ৰূপম দাদা

  • @lalitmili8546
    @lalitmili8546 Před 3 lety +57

    হৃদয়স্পৰ্শী গীত ও কণ্ঠ 👌

  • @mamonisaikia39
    @mamonisaikia39 Před 2 lety

    অতি সুন্দৰ বহত ভাল লাগিল👌🏿👌🏿👌🏿👌🏿👍

  • @tileswarburagohain2265
    @tileswarburagohain2265 Před 10 měsíci

    গীতটিত মাজুলিৰ লগতে ধেমাজি বুলি কোৱাৰ বাবে বেছি মৰম লাগি গ'ল...😍😍😍

  • @majulilife662
    @majulilife662 Před 3 lety +13

    খুব সুন্দৰ।
    ভাল লাগিল দাদা

  • @risingsunabhijit5407
    @risingsunabhijit5407 Před 3 lety +11

    Lyrics voice music... Oh my god...🙏🙏🙏 Just awesome

  • @tikuhazarika36
    @tikuhazarika36 Před 3 měsíci +2

    বানপানীয়ে সপোন বোৰ মোহাৰি গুচি যায় 🙂 পানীৰ মাজত আবদ্ধ সকলো হৈ থাকে 🙂

  • @robinthakur4645
    @robinthakur4645 Před 2 lety +1

    মাজুলী সন্তান হৈ আপোনালৈ অশেষ ধন্যবাদ।

  • @bontiboruah5157
    @bontiboruah5157 Před 2 lety +14

    Heart touching.... lyrics, singing everything is perfect 🥺

  • @bituponkakoty2353
    @bituponkakoty2353 Před 3 lety +21

    অতি সুন্দৰ হৈছে ৰূপম, অভিনন্দন ও শুভেচ্ছা জনালোঁ সকলোকে ।।।

  • @dhirajvlogs1594
    @dhirajvlogs1594 Před 2 lety +2

    ইমান ধুনীয়া হৈছে মানে ক'বলৈ ভাষা নাই ❤️ জয় আই অসম ❤️❤️🙏🙏

  • @jagadishdeka1462
    @jagadishdeka1462 Před 2 lety +7

    বহুত দিন আগত গানতো শুনেছিলো পুনৰ আজি ঘটনাৰ পিচত মনত পৰিলে দুখ লগা গান ফলিয়াইও গল। প্রতিশ্রুতি, প্রলোভন, কিমান শুনিব প্রজাঘৰিয়াৰ মৰন কাতৰ শুনোতাও নাই ।

  • @bimalgungun3420
    @bimalgungun3420 Před 3 lety +11

    So nice 👌 👌👏 👏 Rupom da, bohut bohut bohut dhuniya lagise song2, good bless you 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹💐💐💐💐💐

  • @roshmirekhaborah8436
    @roshmirekhaborah8436 Před 3 lety +26

    ইমান সুন্দৰ কণ্ঠ,বৰ ভাল লাগিল।হৃদয়স্পশী...

  • @mrgihiskeltopno3228
    @mrgihiskeltopno3228 Před 2 lety +8

    Very Beautiful Songs, God bless you.

  • @pranjaltalukdar5901
    @pranjaltalukdar5901 Před 2 lety +8

    এক অতুলনীয় সৃষ্টি।এনেকুৱা সৃষ্টি দেখি সস্তীয়া গায়ক কেইটাই লাজ পাব লাগে।

  • @rajenboruah8220
    @rajenboruah8220 Před 3 lety +26

    বৰ সুন্দৰ গীত ,শুনি ভাল লাগিল

  • @tilakphukan7728
    @tilakphukan7728 Před 2 lety +8

    Full of melody.... Dada heartbreaking 💔 song..

  • @pranjalnath148
    @pranjalnath148 Před 2 lety +1

    Dhuniyaa dada...xuni thakiley o amoni nloga ati xundor geet ❤️❤️❤️

  • @munmicraftcreations9356
    @munmicraftcreations9356 Před 2 lety +7

    বহুত বহুত ভাল লাগিছে। প্ৰতিটো শব্দই অন্তৰ চুই গৈছে ❤️🙏

  • @chandanneog850
    @chandanneog850 Před 2 lety +4

    বহুত সুন্দৰ।অভিভূত হৈ পৰিছোঁ

  • @gautomborgohain5927
    @gautomborgohain5927 Před 3 lety +28

    সচায় গানৰ মাজেৰে মাজুলীৰ বাসিলৈ বহুত দুখ লাগে।

  • @desifitnes6796
    @desifitnes6796 Před 2 lety +1

    Ei Manuh jone gaise ???? wah bohot hi barhiya sir. Moi tu new singer buli bhabisilu. Kiya umda awaj hei kasam se.

  • @ankitdowarah9873
    @ankitdowarah9873 Před 2 lety +2

    মাজুলী ঠাই দুখৰ নিচিনা ইমান ধুনীয়া ঠাই নাই , কিন্তু বাৰিষা অহাৰ লগে লগে তাত জীৱন নিৰ্বাহ কৰা সকলো মানুহেই বহুতো কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আহিছে । বহুত বেয়া লাগে তেওঁলোকৰ দুখৰ কথাবো শুনিবলৈ পালে ।😭😭😓

  • @electricalknowledgeandrevi9632

    Majuli heart of assam ❤️❤️❤️

  • @satyajitborah1940
    @satyajitborah1940 Před 3 lety +5

    Mojaaa rupom da, 😍😍, anekua gan ru agbohai jai jen🙂

  • @tribenineog9709
    @tribenineog9709 Před 2 lety +3

    গানটোৰ প্ৰতিটো শব্দই হৃদয়স্পৰ্শী।

  • @monikhaboruah3105
    @monikhaboruah3105 Před 2 lety +2

    ইমান সুন্দৰকৈ গাইছে প্ৰতিটো শব্দ স্পষ্ট ভাল লাগিল বহুত শুনি বাৰে বাৰে সুনিলো

  • @neha20ff
    @neha20ff Před 3 lety +4

    Huni mojja lagill song tu 🥰

  • @Assamcultural
    @Assamcultural Před 3 lety +36

    হৃদয় স্পৰ্শ কৰি যোৱা এটি গীত

  • @arupbarman3337
    @arupbarman3337 Před 8 dny

    গান তুত ইমান ধুনীয়া কৰে বুজাই দিছে সচাকে বহুত ভাল লাগিছে

  • @ratulbarman4081
    @ratulbarman4081 Před 2 lety +8

    মই নলবাৰীয়া হয়... মই মাজুলীক হ্ৰদয়ৰ পৰা বহুত বহুত ভাল পাওঁ ।।। ২০১২ চনত মাজুলীত ৪ দিন থাকি আহিছো ।।। I love you Majuli😭😭😭

  • @06babluvlogs12
    @06babluvlogs12 Před 2 lety +35

    মই মাজুলীৰ নহয় কিন্তু ৰোপম দা এই গানটো শুনি নিজকে মাজুলীত থকা গতে লাগিছে । সুন্দৰ গান

  • @newwhatsappstatusvideos2393

    ,, ইমান এটা সোন্ধৰ ‌ণান সোণিলে সোণীথাকিব মন জাই I love majuli❤️

  • @bishalcreations8955
    @bishalcreations8955 Před rokem

    মাজুলী আমাৰ গৌৰৱ। অতি সুন্দৰ গীতিটো।

  • @nilakshichamuah3512
    @nilakshichamuah3512 Před 2 lety +1

    mojja video bro

  • @thebeast9995
    @thebeast9995 Před 3 lety +15

    বহুত ভাল লাগিল দাদা🥰বহুত সুন্দৰ গীত