জে'লত গীত গাইছে কাৰাবন্দীয়ে। কবিতা আওৰাইছে কাৰাগাৰত বন্দী হৈ থকা কয়দী আৰু হাজোতীয়ে।

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • জে'লত গীত গাইছে কাৰাবন্দীয়ে। কবিতা আওৰাইছে কাৰাগাৰত বন্দী হৈ থকা কয়দী আৰু হাজোতীয়ে। জেলত থকা লোক সকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ উদ্যোগত আয়োজন কৰা অণুৰনন অনুষ্ঠানত দেখা গ'ল এক সুকীয়া পৰিৱেশ। এই অনুষ্ঠানত জে'লত থকা লোকসকলে নিজৰ জীৱনক নতুনকৈ সজোৱাৰ প্ৰয়াস কৰা দেখা গ'ল।
    #pratidintime #assam #assamnews

Komentáře • 173

  • @tarjenboru8760
    @tarjenboru8760 Před měsícem +55

    অতীত ভাল লগা দিনবোৰ মনত পেলাই অনুতাপ কৰি থাক। ❤❤

  • @ramenpathak3674
    @ramenpathak3674 Před měsícem +32

    সকলোৱে একোজন অপৰাধী কোনবা কাৰাগাৰত কোনোবা মুক্ত আকাশৰ তলত ! ঈশ্বৰৰ ওচৰত সকলো এক প্ৰকাৰৰ অপৰাধী সকলোৰে মঙ্গল হওঁক সুস্থ সমাজ গঢ়ি উঠক

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f Před měsícem +25

    আয়োজন কৰা সকললৈ ধন্যবাদ৷কিন্ত অন্তৰত পৈশাচিক মনোবৃত্তি থকাসকলৰ মন সলনি হব জানো?

  • @anupkrdas6798
    @anupkrdas6798 Před měsícem +82

    এইবোৰ দেখুৱাই লাভ নাই এই ভুটুনীজনীৰ ।। যি কৰিলে সেইয়া ৰাইজে কেতিয়াও নেপাহেৰে ।

    • @Rahulraj11224
      @Rahulraj11224 Před 29 dny +1

      Ki korisil nu

    • @bhabensaikia5028
      @bhabensaikia5028 Před 29 dny

      ​@@Rahulraj11224কি কৰিছিল আপুনি গমেই নাপায় নেকি ?

    • @bhabensaikia5028
      @bhabensaikia5028 Před 29 dny

      কি কৰিছিল আপুনি গমেই নাপায় নেকি ?​@@Rahulraj11224

  • @minudas7981
    @minudas7981 Před 29 dny +18

    ❤❤❤❤❤❤❤❤❤অনুভৱ আবেগ বোৰ ঘুৰাই আনিব বিচাৰি কাৰাবন্দীৰ জীৱন সুন্দৰ 👌 কৰিব বচৰা সকলো কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @hemantagogoi6104
    @hemantagogoi6104 Před 29 dny +22

    কাৰাগাৰৰ ভিতৰত থকা সকলো কয় দি কিন্তু অপৰাধী নহয়।

  • @iamwhatiam8261
    @iamwhatiam8261 Před měsícem +20

    ক্ষমা সৰগীয় বস্তু, কিন্তু তেওঁলোকৰ অন্তৰ আত্মা শুদ্ধি হৈছে বুলি মনে ধৰা নাই। এওঁলোকৰ মনোবল ভিতৰি বৃদ্ধি কৰক, বাতৰিত দি নহয়, নহলে চকীত বহি থকা বিলাকৰ দুই নম্বাৰীৰ মনোবল বৃদ্ধি পায়।

  • @pineapple4041
    @pineapple4041 Před měsícem +26

    অলপো আগ্ৰহ নাই এই জনীক চাবলৈ

  • @himankuray6558
    @himankuray6558 Před měsícem +41

    কোনো মানুহ ১০০% সত্য নহয় নীতি নিয়ম হে সত্য ।গতিকে জেলৰ ভিতৰত থকা মানে বেয়া মানুহ জেলৰ বাহিৰত থকা মানে ভাল মানুহ এইটো ভুল ধাৰণা ।

    • @LoboRegan12435
      @LoboRegan12435 Před měsícem +2

      আপুনি ঠিকেই কৈছে।

    • @TutumoniHira-jm3vy
      @TutumoniHira-jm3vy Před měsícem +1

      You are write

    • @minudas7981
      @minudas7981 Před 29 dny +6

      নিশ্বয় মহাশয়।কিমান জঘন্য অপৰাধ কৰা ব্যক্তিও সমাজত আগস্থান লৈ আছে।

    • @nayan.j
      @nayan.j Před 23 dny

      @@himankuray6558 হয় দিয়ক দাৰ্শনিক মহোদয়৷

  • @nayanmonidutta9768
    @nayanmonidutta9768 Před 29 dny +12

    ৰাকেশ পালতকৈ ভয়ংকৰ সংগীতা দত্ত

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Před měsícem +12

    ভগৱানৰ কৃপা লাভ কৰক আপোনালোকে।

    • @mrinaldas5653
      @mrinaldas5653 Před měsícem

      শৰ্মা ডাঙৰীয়া, আপোনাৰ comment টোয়ে মোক চুই গৈছে । সঁচাকৈ, ভগৱানে সকলোকে সুমতি দিয়ক ।

  • @himakshigogoi3729
    @himakshigogoi3729 Před 22 dny +4

    এনেকুৱা অনুস্থান পতাৰ বাবে বহুত ভাল লাগিছে।

  • @technicalaxom424
    @technicalaxom424 Před měsícem +21

    Rendi jonik Sai enei net tu khors korahe hoi😂😂

  • @munindrakumardas9618
    @munindrakumardas9618 Před měsícem +11

    এইবোৰ দেখুৱাই আপোনালোকে কি ডাইনীজনীৰ পূৰ্বৰ‌ পৈষাশিক কাৰ্যক পাহৰাব বিচাৰিছে নেকি ?

  • @kalpanadeka6201
    @kalpanadeka6201 Před měsícem +19

    ক্ষমাৰ অযোগ্য এই মানুহ খিনিয়ে বহুত মানুহৰ সুখৰ জীৱন বিষময় কৰিছিল | ৰাকেশ পালৰ দৰে মানুহে গান ভাল পাইনে?

    • @monikadeka4714
      @monikadeka4714 Před měsícem

      'দগবাজ এটা

    • @pritom21
      @pritom21 Před 29 dny +1

      Gan likhe rakesh pale. Hosake

    • @kalpanadeka6201
      @kalpanadeka6201 Před 29 dny +3

      @@pritom21 কি কোৱাহে ! কিমান জন যোগ্য মানুহৰ জীৱন ধ্বংস কৰি টকাৰ লোভত আবৰ্জনা কিছুমানক সুখব অধিকাৰী সজাই অনুন্নত, ধৰুৱা অসম উপহাৰ দিলে |

    • @pritom21
      @pritom21 Před 29 dny +1

      @@kalpanadeka6201 ji dekhisu heita ha koisu

    • @pritom21
      @pritom21 Před 29 dny +1

      @@kalpanadeka6201 czcams.com/video/DWb35DDhCOk/video.htmlsi=8sM5K1Lhidii98Vr
      Moi thik eman val k najanu baru. Tothapi sabo sun link tut manuh tu same niki?

  • @debakrsaikia2993
    @debakrsaikia2993 Před měsícem +12

    এই ডাইনীটো বাতৰিৰ মুখ্য বিষয় হ'ব নালাগিছিল। তাই মানৱতাৰ বক্ষত কৰা ঘা বোৰ ইমান সোনকালে পাহৰিব পৰা বা শুকোৱাবিধৰ নহয়। আৰু গান গোৱা মানেই সেইজনী মানুহ হৈ যোৱা নাই। আগতেও গান গাইছিল আৰু গৰম ইস্ত্ৰিও দেৱ শিশুৰ গাত লগাইছিল। দিনবোৰ যাবলৈ দিয়ক। টি আৰ পিৰ বাবে বাতৰি নকৰে যেন।

  • @kuldeepmix
    @kuldeepmix Před měsícem +8

    এইখন জেইল নে Musical Concert. ইমান ধুনীয়া পৰিৱেশ।

  • @montudutta7017
    @montudutta7017 Před 29 dny +7

    সেই বুলি ইহঁতক মুকলি আকাশৰ তললৈ ওলাব দিব নালাগে 👍

  • @nayan.j
    @nayan.j Před 24 dny +5

    গান গোৱা ভিডিঅ’ এটা দেখিয়ে আমাৰ আৱেগিক মানুহবিলাক কিদৰে পাগ্‌লা উঠে, কি ডাঙৰ ডাঙৰ দাৰ্শনিক বনি যায়, কিবা বোলে বাহিৰতো বহুত অপৰাধী আছে হেন তেন৷ 😂😂😂
    কালি পৰহি ক’বাত ৰঞ্জন দৈমাৰী বোলা হত্যাকাৰীতোকো কিবা তবলা চবলা বজোৱা দেখিলে আৰু পাগ্‌লা নুঠিলেই হ’ল

  • @nipankoch4406
    @nipankoch4406 Před 29 dny +4

    সঙ্গীতাই যিমান সুৰ নিগৰাই মধু ধালিলেও সকলোবে জানে তাইৰ চৰিত্ৰ

  • @jayantaboruah-vb8ip
    @jayantaboruah-vb8ip Před měsícem +8

    এইজনীৰ পৰা পাবলৈ আৰু শিকিবলৈ একো নাই।

  • @apurbadas4151
    @apurbadas4151 Před měsícem +8

    😁😁😁😁😁😁সাত জহৰীৰ লাইফৰ বিষয়ে অসমীয়াৰ জানিবলৈ কি আছে!!

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s Před měsícem +5

    জেলৰ ভিতৰত কি কৰিছে এতিয়া দগাবাজ। জেললৈ কিয় যাব লগা হৈছে মনত পৰিছেনে,

  • @user-fi2rw8mm1u
    @user-fi2rw8mm1u Před 14 dny

    Iman beya manuhor mukhot val ganeu opoman pai....

  • @jimonigoswami885
    @jimonigoswami885 Před měsícem +11

    Jiman je nahole o apuni koyodi e hoi o baidew.. eman aru kari lav ni

  • @hohoho7592
    @hohoho7592 Před 28 dny +1

    যিয়ে নহওঁক তেখেতে ভাল গাইছে।

  • @Ashraful7X
    @Ashraful7X Před 6 dny

    Good

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Před měsícem +1

    Great news for the year of the 2024 .

  • @mainaphukan259
    @mainaphukan259 Před 29 dny +1

    Life is like this ❤

  • @Bidyadhar29
    @Bidyadhar29 Před 29 dny +2

    Best video.

  • @akterali2341
    @akterali2341 Před měsícem +6

    Lebel komai nai ....

  • @rajdeeptalukder101
    @rajdeeptalukder101 Před měsícem +5

    আগ কাতি জনী

  • @nivagogoi9859
    @nivagogoi9859 Před 27 dny +1

    ভাগ্য বুলি ধৰি লৈ ,যুজঁ দি যোৱা ।

  • @bapukandeka6595
    @bapukandeka6595 Před 29 dny

    Jibon anakui.val prodakhap loisa. Agui jawk

  • @manashpratim2713
    @manashpratim2713 Před měsícem +1

    ময়ো ২০২৩ চনত নগাঁও কাৰাগাৰত মই আৰু আমাৰ বিহু দলটোৱে বিহু মাৰি আহিছোঁ। আমাক মাতিছিল বিহু গাব।

  • @Runjunborah-un5zk
    @Runjunborah-un5zk Před 29 dny +8

    চুৰৰ মূখত ৰামনাম

  • @maryborah584
    @maryborah584 Před 29 dny

    Aeijonie jiman geet gai dekhuwak real character xokoluwe gom pai.

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we Před měsícem +5

    এইৰ গান শুনাতে আছা , ৰাক্ষসী। জনী , তাৰ বাহিৰে কি কাম আছে তাইৰ । এইবোৰ দেখুওৱা ও ভুল।

  • @sofiaahmed5307
    @sofiaahmed5307 Před 23 dny

    She seems to enjoy her stay there..

  • @BabulAli-tk1ly
    @BabulAli-tk1ly Před 29 dny +2

    গানগায় পাপ খন্দন কৰিছে এইজনিয়ে

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před měsícem +5

    এইগৰাকী জেলত থাকি শকতহে হৈছে দেখোন ৷

  • @Runjunborah-un5zk
    @Runjunborah-un5zk Před 29 dny +3

    ইহতক চাই কি কৰিম

  • @DPffx
    @DPffx Před 14 dny

    সমাজৰ উচ্চ পদবীধাৰী ব্যক্তি সকলৰ শেষ স্থান কাৰাগাৰৰ হোৱাতো দুখৰ কথা ।

  • @sonarambasumatary2288
    @sonarambasumatary2288 Před měsícem +1

    Aei bodmaisjonir gan hunile pab lagibo.

  • @mitumalabaruah344
    @mitumalabaruah344 Před měsícem

    Bhut val prdrkhep ❤

  • @anuragsarmahvines7816
    @anuragsarmahvines7816 Před měsícem +2

    She wasted my father's lots of money through her useless treatments

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 Před 20 dny

    সুন্দৰ পদক্ষেপ 🙏

  • @jaminidas1266
    @jaminidas1266 Před měsícem +2

    Kela bonori keijoni.

  • @skldc
    @skldc Před 29 dny

    ATI vokti suror lokhan

  • @PadminiHima
    @PadminiHima Před 26 dny

    Aijonik news kio bonai ? Manuh hoi janu tai?

  • @Bidyadhar29
    @Bidyadhar29 Před 29 dny +1

    Jail t rokha manuhbur eri dib lage immediately ok.

  • @TarunPayeng
    @TarunPayeng Před 29 dny +2

    অপৰাধিক যদি ইমান সুবিধা দিয়ে তেন্তে ক্ৰাইম কৰা কেনেকৈ aprad হব পাৰে

    • @manjugogoi5366
      @manjugogoi5366 Před 26 dny

      Ehotor babe bilakhi jewan Japon r hubidha dise .

  • @AbdulMunnaf-cr7ue
    @AbdulMunnaf-cr7ue Před měsícem

    Bahut val padkhep.

  • @bonjurybaruah876
    @bonjurybaruah876 Před 26 dny +1

    গীত গোৱাৰ দৰে যদি মানুহজনী হলহেঁতেন😂😂 ৷

  • @sunitborah475
    @sunitborah475 Před 29 dny

    What's a life...examples of yours..

  • @monalishasaiki7842
    @monalishasaiki7842 Před 25 dny

    Teu baru sansker hobo ne,anutopto hok ,nijor bhulbur bisleshon korok,,asha rakhu

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx Před měsícem +3

    devil soul

  • @pratimdevi8759
    @pratimdevi8759 Před 22 dny

    এইবোৰ প্ৰচাৰ কৰে কিয় , সেই ছোৱালীজনীয়ে এইবোৰ সহিব পাৰিছে নে ?

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t Před 29 dny +2

    দুটামানক চাতাই দি জেইলতে যাওগৈ নেকি মইও 🤔🤔

  • @lailybegum5067
    @lailybegum5067 Před měsícem

    শুভেচ্ছা থাকিল।🙏

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z Před měsícem +1

    Ehot bur dekhun amud promud Kori he ase. Ami rod barokhun t kheti Kori mori asu.

  • @kamalaazmivlogs6278
    @kamalaazmivlogs6278 Před 26 dny

    Happy Independence Day❤🤍 💚

  • @dhanjitrabha5809
    @dhanjitrabha5809 Před měsícem +2

    Bohurupi eaw Aclote Dr sangita Doctor ne kochai ??? . Kintu tew ge manchik rogi sewtu khatang

  • @AngitakonwarKonwar
    @AngitakonwarKonwar Před měsícem +4

    Sudim😊😊

  • @user-mt7nx1vi9y
    @user-mt7nx1vi9y Před 29 dny

    Xokot he hoise sun aigoraki

  • @rajubasumatary8840
    @rajubasumatary8840 Před 20 dny

    eiburok akou ki koribo

  • @pinkubhuyan1312
    @pinkubhuyan1312 Před měsícem +2

    Tv t matibo aru

  • @shashimaths1244
    @shashimaths1244 Před 27 dny

    Good. This is an example of civil society.

  • @anjumani2753
    @anjumani2753 Před 29 dny +1

    Kene dekhi

  • @dgitumoni5808
    @dgitumoni5808 Před 26 dny

    Correct

  • @BornaliHatiboruah-jb7tb
    @BornaliHatiboruah-jb7tb Před měsícem

    বা বা ,

  • @sashikumarboruah8261
    @sashikumarboruah8261 Před 28 dny

    Hurponikha dainir ki rup labo nuare.

  • @debajitborthakur3603
    @debajitborthakur3603 Před měsícem +3

    Pagoli a gan gaisae. Folotia aijni

  • @ProbitraBaruah-cb8cw
    @ProbitraBaruah-cb8cw Před 28 dny

    Ki kom koli jug hekh hol

  • @সোৱাদ
    @সোৱাদ Před 26 dny

    Bandana kalita i bihu nasise ne..... Bapree, seijonir kakholoi jabou bhoi lagibo.... Manuh kaati pice pice 😮

  • @gogoisheela9289
    @gogoisheela9289 Před 25 dny

    Ejonie. Kidal val koribo.ene batori prosar nokorile val

  • @rsaikia7525
    @rsaikia7525 Před 26 dny

    Goram tel dhali de tair Murat...pagol jodi treatment korabo lage...soru soru lora/suwali haalok ki korisil...ebar kouksun😢😢

  • @user-hd7gw7hy8v
    @user-hd7gw7hy8v Před měsícem +2

    Wak thoi

  • @RIKHI_SHORTS07
    @RIKHI_SHORTS07 Před 28 dny

    Star boni gol ni eipat

  • @user-fy2im3ds3h
    @user-fy2im3ds3h Před 29 dny

    এইজনী সংগীতা দত্ত হয় জানো ?

  • @mantudeka6951
    @mantudeka6951 Před měsícem

    Sangit sarsa kon driraxise za ❤❤❤

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq Před 27 dny

    Bodmas.......

  • @parthapratim2144
    @parthapratim2144 Před 20 dny

    No mercy for Sangeeta Datta

  • @rupaliborthakur2491
    @rupaliborthakur2491 Před 26 dny

    এইক চাবই নাপায় ঘিণ লাগে তাইক ৷

  • @nilimsovangoswami2812
    @nilimsovangoswami2812 Před 29 dny

    Shikhito aporadhi taku jaghanya aporadh...... Gan gai atmo santusti luwar bahire an ki koribo.......

  • @naturelover-gq7pl
    @naturelover-gq7pl Před 29 dny

    Bhal nelage ehotor mukor pora mita 2 geet

  • @user-nh5lb1gz6s
    @user-nh5lb1gz6s Před 29 dny

    Taloi juwaketar sorittot o hodeh ase

  • @Darkkiller.04
    @Darkkiller.04 Před 29 dny

    ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰক

  • @pjbhuyan
    @pjbhuyan Před měsícem +2

    সঁচাকে ধুনীয়া কন্ঠ কিন্তু দেই ৷

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg Před 29 dny +1

    Fal2ka

  • @bmvlogs3610
    @bmvlogs3610 Před 29 dny

    No Comments

  • @dr.dollyboruah7496
    @dr.dollyboruah7496 Před měsícem +1

    Sweet voice kintu.

  • @user-rd8iw4rp8w
    @user-rd8iw4rp8w Před měsícem +1

    Fatadin time 😂😂

  • @yukayame
    @yukayame Před 7 dny

    😅😅

  • @nangphi1282
    @nangphi1282 Před 29 dny

    News bonabole napali tohote

  • @digantadeka7201
    @digantadeka7201 Před 29 dny

    Ei a ottyasar korisil no.... Atyahe monot porsi😂😂😂jailt top singer hoi thakok... Tare kamona❤

  • @milangogoi2834
    @milangogoi2834 Před 29 dny

    Garu allagada burak kiya.

  • @anibro4162
    @anibro4162 Před 29 dny

    😢Pikhasiniye gano gai dekhu ?

  • @ramensarmah1229
    @ramensarmah1229 Před 29 dny

    Jail t thole e aparadhir aparath ki maf hoi jai.najai ..,..God k pray Kara .god e maf Kari tomak mukta kri dibo.

  • @parbinsultana2251
    @parbinsultana2251 Před 29 dny

    Johori jonik sai net khors nokoru