পত্নীক বিচাৰি ৰাজপথত কান্দি উঠিল এজন অভিনেতা

Sdílet
Vložit
  • čas přidán 21. 12. 2018
  • শনিবাৰে পত্নীক বিচাৰি ৰাজপথত হুৰ হুৰাই কান্দি উঠিল অসমীয়া বোলছবি জগতৰ এজন অভিনেতা । কোনো নতুন ছবিৰ অভনয়ৰ দৃশাংশ নহয় এয়া । বাস্তৱ জীৱনত ৰাজপথতে এনে দৰে হুকহুকাই উঠিল অভিনেতা ৰমেন তামূলীয়ে ।
    উল্লেখ্য যেু শুকুৰবাৰে পুৱাই প্ৰাতঃভ্ৰমনলৈ উলাই গৈ সন্ধান হীন হৈ আছে ৰমেন তামূলীৰ পত্নী দীপিকা ৰাণী তামুলী । দুদিন ধৰি পত্নী নিখোজ হৈ থকাত থানাই থানাই এতিয়া বাটকুৰী বাইছে অভিনেতা ৰমেন তামূলীয়ে । থানা থানাই আৰক্ষীৰ সহায় বিচাৰি কোনোধৰণৰ সহাৰি নাপাই অসহায় ব্যক্তি জনে এতিয়া এইদৰেই উচুপি উঠিছে ৰাজপথত ।

Komentáře • 126