বিষাদৰ সাগৰ সাঁতুৰি সাঁতুৰি মই বিচাৰিলো সুখৰ পৃথিবী । বিপিন দাৰ কথা শুনি চকু সেমেকি উঠিল । তেখেতৰ জীৱন এক প্ৰেৰণা । তেখেতলৈ হিয়াভৰা শুভকামনা থাকিল । লগতে এই ভিডিওৰ জৰিয়তে তেখেতৰ জীৱনৰ নজনা কথাবোৰ আমাক জানিবলৈ সুবিধা দিয়া বাবে বিপিন দাই কোৱাৰ দৰে "ধুনীয়া ছোৱালীজনীক" ধন্যবাদ দিলো ।
তেওঁৰ সৰুকালৰ কথাবোৰ শুনি বহুত দুখ লাগিল সচা কৈছোঁ বা চকুৰ পানী ওলায় গৈছে
সঁচাকৈ বহুত ভাল লাগিল চাই। বিপিন দা ৰ জীবন ৰ সংগ্ৰাম সঁচাকে আটুলনীয় 🥺 love you #bipinda
প্ৰিয় এজন ব্যক্তি ❤️ ভগৱান ye সদায় মংগল কৰক 🙏
Hosa bohut Dukh lagil bipin da r kotha bur huni..God bless you..
আপনি ধন্য বিপিন দা।
আপুনি সদায় সংগ্রামী গীত গাই আহিছে।
আৰু পিছত অসমীয়া ৰ হকে সংগ্রাম কৰি আহিছে। আপোনাক ভগবানে মংগল কৰক।।
Beautiful interview স্মিতাক্ষী বা। সঁচাকৈয়ে বিপিন মামাৰ সংগ্ৰামী জীৱনটিৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল ।তেওঁৰ এই সংগ্ৰামী জীৱনটোৰ পৰা আমি যথেষ্ট খিনি জানিবলগীয়া আছে আৰু সেই বাবেই আমি সকলোৱে তেওঁক সন্মান, শ্রদ্ধা কৰা উচিত।
বিপিন ছাৰ গান শুনি খুবেই ভাল পাওঁ।।।।তেওঁ শৈশৱৰ কথা শুনি সঁচাই বহুত দুখ লাগিল।।।।আপোনাকো বাইদেউ বহুত ভাল লাগে।।।আগুৱাই যাওঁক
One of my most favourite singer ❤️❤️❤️👍👍 May you live long sir🙏🙏
বিপিন দাদা আপোনাৰ সৰু কালৰ কথা শুনি চকুপানী উলাই গ'ল । আপোনাক বহুত সন্মান জনালো ,মোৰ দেউতাৰ নাম ও বিপিন ।
ইমান দুখ লগা জীৱনৰ কাহিনী😭 চকুপানী ওলাই গল❤️
তেওঁৰ শৈশৱৰ কাহিনী শুনি সছাই দুখ লাগিল। প্ৰতিভা থাকিলে সছাই মৰণ নাই। স্মিতাখী তোমাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল।
Bohut bohut dhoin no bat bipinda kahini tu huni muru bohut dukh lagise apunar kotha bur huni
ভগৱান সদায় সহায় হওক, তেখেতৰ গান মোৰ বৰ প্ৰিয়।
মোৰ আটাইতকৈ ভাল লগা এজন ব্যক্তি তথা গায়ক। বৰ দুখ লগা তেওঁৰ জীৱন সংগ্ৰাম । চেয়াৰ কৰিলোঁ ভিডিঅ টো।
সঁচাকৈয়ে বিপিন দা বহুত সহজ সৰল মানুহ দেই ধন্যবাদ দাদা আপুনি আৰু আগবাঢ়ি যাওঁক।
সচাই তেওঁ ৰ অতীত কাহিনী অতি দুখৰ আছিল।বহুত দুখ লাগি গল।মানুহৰ জীৱনত দুখৰ সময় অাহেই...বহুতে সময়ৰ সোঁতত সেই সময় মনত পেলাব নোখোজে...কিন্তু এওঁ সকলোবোৰেই মনত সজীৱ কৰি ৰাখিছে।ভাল লাগিল...ভগৱানে আৰু এখোজ আগুৱাই লৈ যাওঁক তাকে কামনা কৰিচো
এজন অসম ক ভালপোৱা সবল গায়ক ধন্যবাদ
Bohut tragic Bipin Siror soisob....!!!! Apunk pranam 🙏🙏
আছে যত দুস-সুখ হাহি অশ্ৰু। তুমি ভালে থাকা
Bipin da r সৰু কালৰ কথাবোৰ শুনি বহোত দুখ: লাগিল ।
Please mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please
সচাকৈ বিপিন দাৰ পোহৰ খিনি সদায় দেখি আহিছো, কিন্তু আন্ধাৰ খিনি আজি শুনি সচাকৈ বহুত দুখ লাগিল ।
Da da pelese mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please please
ভাল লাগিল। তেখেতৰ গীত শুনি খুব ভাল লাগে। তেখেতৰ অতীতৰ কথাবোৰ শুনিহে বৰ দুখ লাগে। ভাল লাগিল ভিডিঅ'টো
So cute and Bipin saudhang..dar,, dhuniya lagise song
Waw so Beautiful. Bohut besi dhuniya 😍👌👌👌👌
Nice video..... Val lagil..
অতি,,সুন্দর,বিপিন,দা,বর,ভাল,লাগিল
Bipin dar poramokho to huni khub val lagil
বিপিন দাদাৰ কথাই হৃদয় চুই গল সঁচাই , আৰু বাইদেউৰ এই যাত্ৰা সুগম হওক ধন্যবাদ।
Fulbur iman dhuniakoi korise.
Drowning room r decorations dhunia.bipin sawdangor bikhoye jani val lagil.
Stay connected 👍
My favourite singer
Bipin da gaam moi bohut bhal pau,. Bipin da is great singer,.. aru baideu apunarloi dhoinybad
Bipin da k bohut bohut vl lage....Amar ghoraloi ahise vl lagil..
Bhaal laagil,,,,,,oboshyeh dadar interview aagotei saisu,,,,,,love you dada❤️❤️❤️❤️🌹🌹🌹🌹🌹.
Very nice
বহুত ভাল লাগিল।। কথা বোৰ,,👌
I love bipin da
Bhal lagil. Bhagawane help korak.
ধুনীয়া বা ভাল ভাল question কৰিছা
Apunak Val lage aru gitbur je kiman Val lage kob nuaru vogobane Jen apunar logt log Kori dia I love you bipin da I love you
সঁচাকৈ বিপিন দাক বহুত ভাল লাগে |
সুন্দৰ।
তেখেতৰ কথাবোৰ সুনি সচাকে বৰ বেয়া লাগিছে
Video tu sai bohut val lagil
bipin da ajir bihur dinot gaantu mur ataitkoi prio gaan
বহুত ভাল লাগিল আৰু তুমি সচাই বহুত ধুনীয়া😍
Bhut val lagil baa vdo tu sai, aapunar joriyote bhut dhuniya vdo ata dekhilu vL lagil
ককাই😢❤....জয় আই অসম ✊
Bipin da hokolure aadorkho.
Really nice to see Bipin da
Bohut. Hundo Moi Bipin da dihig paro piriti video khonot moi Danc korisilu. Bipin da bohut bhal .
Hasakoi bohut beya lagil,mur bohut Val loga singar jon,
Moja proud of you 😊 baa
বিপিন দা ছোৱালী জনী ইমান ধুনীয়া
Hundor 😍
Best programme..
Hosa dada kotah huni dukh lagil
Video tu sai val lagil
বিপিন দাক বহুত ভাল লাগে |
Mur preyo gayok jon ❤️❤️❤️❤️.
We are really proud of our honourable Mr.Bipin Choudang, go on kokaideu👍👍👍👍👍👍👍👍
প্ৰিয় মানুহজন
Bohut val lgle 😊
Moja beapina shaudang😃
Bhal lagil.
Thank u ba hilpi jonor eman bur kotha tumar jugedi janibo parilu.bor val lagil.
সমথ´ন কৰিলোঁ*বাইদেউ॥💚❤👌🙏🙏
Love you Bipin da
Hundor ❤️🙏
🙏 অতি সুন্দৰ
Very Nice
I love you eismita ❤️
Bipin dar git bur huni mur bar val laga
Kothabo jani shosakoi bhut dhuk lagi o jibontu kar ketiya ki hoi jai aamibor vabibo nowaru bhut val lagil mor vdobor sabasun
O ba bht val lagil..aru apunak log pabolekr mn jai
Val lagile dei
Veery nice
Moja 👌👌👌👌
Bipin daloi pranam jonaisu 🙏
Bipin daa val din ahiboloi bea somoi Logat jug diva loga💙💚👌👌
Hosaka bipin da kotha huni bohut dukh lagila
সচাঁই বহুত ভাল লাগিল
Val lagil vdo tu sai 😍😍
Apunar kotha bur bht val lagise
Nice👍
তেখেতৰ সৰু কালৰ কথাবোৰ শুনি বহুত দুখ লাগিল।
Please mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please