বানপানীৰ নাগাৰা নাম সুভাষ নাথৰ ২০২২// Banpani Nagara naam by Subhash Nath

Sdílet
Vložit
  • čas přidán 30. 06. 2022
  • #Subhashnathnagaranaam
    #Subhashnathentertainment
    #Assamflood2022
    Recording- Napur Audio studio
    mixing n mastaring Bhupen kalita
    অসমৰ জ্বলন্ত সমস্যা বানপানী ৰ ওপৰত এটি নাগাৰা নাম ৰ সুৰেৰে বানীবদ্ধ কৰা হ'ল । বানে ধোৱা বহু ঠাইৰ নাম উল্লেখ কৰা সম্ভব নহল, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিলো
    সুভাষ নাথ আৰু সংঙ্গীবৃন্দ
    9859040335
  • Hudba

Komentáře • 429

  • @kamaljyotisahariah7510
    @kamaljyotisahariah7510 Před 2 lety +5

    এয়াই আমাৰ সুভাষ দা।। বেটিক্ৰম চিন্তাধাৰা।।।তই সদাই ভালে থাকবি ককাই।।আমাৰ গৌৰৱ ।। জয় দৰঙীয়া

  • @user-kr4ob5pn4t
    @user-kr4ob5pn4t Před 3 měsíci +3

    Bohut,vl,hoise,rangia,bichannla

  • @user-cd1ks1ch5h
    @user-cd1ks1ch5h Před měsícem +1

    Dhuniya lagisy naam to huni mrito loike naam huni jam,naam bine goti ni kalir gugat
    Joy Guru sangkar

  • @user-ry8kr4zj9j
    @user-ry8kr4zj9j Před 2 lety +7

    বহুত বহুত ধুনিয়া লাগিছে নামতো শুনি।২০২২ৰ বানপানীৰ কথা মনত থাকিব দাদা।আমাৰ কাৰণে ইমান ধুনিয়া নাম লিখি গাইছে ধন্যবাদ দাদা।

  • @tapannath1624
    @tapannath1624 Před 2 lety +8

    চুপাৰ চে ভি বহুত বহুত উপৰ । অসমৰ কালৰূপি বানপানীৰ সবিশেষ বৰ্ণনা তোমাৰ একক পৰিকল্পনাৰে নাগাৰা নামৰ ভাষাৰে শুনি বহুত আপ্লুত হৈছো । সদৌ শেষত জয়তু সুভাষ নাথ আৰু শংকৰ- মাধৱ নাগাৰা নাম দ'ল , ছিপাঝাৰ, দৰং ( অসম ) ।

  • @purabidas1394
    @purabidas1394 Před 2 lety +2

    সচাকে কি কম ভাষা নাই দাদা বহুত বহুত ভাল লাগিছে

  • @HridayBarman-tp7vq
    @HridayBarman-tp7vq Před měsícem +2

    Bohut bohut xundor kontho subhash da❤❤❤ joy ai axom❤❤❤

  • @jyotishdeka5711
    @jyotishdeka5711 Před 2 lety +2

    Xosai bhut xundar hoise

  • @gitamonisaharia4121
    @gitamonisaharia4121 Před 2 lety +8

    উপস্থাপন ধুনীয়া ,পৰিস্থিতিৰ লগত বৰ ধুনীয়াকৈ খাপ খোৱা এটি নাম, ভাল লাগিল

  • @alakatalukdar5739
    @alakatalukdar5739 Před 2 lety +5

    বহুত সুন্দৰ নাম পৰিবেশন কৰিছে আপুনি
    শুনি ভাল লাগিল

  • @monikachaudhury4521
    @monikachaudhury4521 Před 2 lety +6

    বহুত ভাল লাগিল নামটো শুনি ॥আপোনাৰ নাম শুনি বহুত ভাল লাগে দাদা 🙏🙏

  • @dasamarassam5088
    @dasamarassam5088 Před 2 lety +9

    ধূনিয়া হৈছে এনেকুৱা আৰু লাগে নাম

  • @pranabkalita723
    @pranabkalita723 Před 2 lety +5

    Subhash da apuni ekmatra Pathak,raijak thiya karai naam goaise, god bless u.

  • @sanatandas4913
    @sanatandas4913 Před 2 lety +1

    🙏Namaskar 🙏Dada apnilokor nam dol to loi a 👏👏👏 bahut vl ligal da धन्यवाद दादा apunir nam moi bor vl po. 🙏good night Da

  • @rijumahanta4102
    @rijumahanta4102 Před 2 lety +14

    বৰ ধুনীয়া বানপানীৰ নাগাৰা নাম গাইছে। মনত থাকিব 2022 চনৰ বানপানী

  • @purnimakaibartta2716
    @purnimakaibartta2716 Před rokem +7

    It's amazing 👏👏👏👏

  • @lakhidharsharmah536
    @lakhidharsharmah536 Před 2 lety +3

    Eman sundorkoi namsar upohar diyar babe, apunaloi antorikotare bohut bohut dhanyavaad jasilu.
    Bohut val lagil.

  • @devajanitalukdar6734
    @devajanitalukdar6734 Před dnem +1

    বৰ ধুনীয়া নাম 😢

  • @hiramonisaikia341
    @hiramonisaikia341 Před 2 lety +6

    বহুত ভাল লাগিল আপোনাৰ সুন্দৰ নামতু শুনি ।

    • @bhogiramkumar7802
      @bhogiramkumar7802 Před 2 lety

      সুন্দৰ হৈছে। শুভেচ্ছা থাকিল।

  • @susilkalita8039
    @susilkalita8039 Před 2 lety +11

    আপোনাৰ সুন্দৰ মনোমোহা নাম শুনি বৰ ভাল লাগিছে । ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @brajenkalita5713
    @brajenkalita5713 Před 2 lety +1

    Majja lagil khuni

  • @trailokyadastrailokyadas356

    সুন্দৰ হৈছে

  • @krishnakalita9755
    @krishnakalita9755 Před 2 lety +5

    Moja

  • @rajubora6582
    @rajubora6582 Před 2 lety +1

    Dhuniya lagise dada❤️

  • @user-dy8bu2ey8e
    @user-dy8bu2ey8e Před 9 měsíci +1

    ইমান ধুনীয়া লাগিল আপোনাৰ দীৰ্ঘায়ো কামনা কৰিলো।❤❤❤

  • @namitauzir92
    @namitauzir92 Před 2 lety +3

    আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই আপোনাৰ নাম বোৰ শুনিলে শুনি থাকিব মন লাগে ।আপোনাৰ ভবিষ্যত আৰু সুন্দৰ হওক

  • @rubulbarman7579
    @rubulbarman7579 Před 2 lety +6

    আপোনাক কি বুলি ধন্যবাদ দিম বহুত ভাল লাগিচে ❤️

  • @bibhusendeka244
    @bibhusendeka244 Před rokem +1

    Dhuniya hoyse dada

  • @mdmrinmay8226
    @mdmrinmay8226 Před 2 lety +1

    Bohut vl hoise

  • @geetanjalichoudhury1806
    @geetanjalichoudhury1806 Před 2 lety +5

    সুন্দৰ চিন্তা ধাৰা,কণ্ঠ সুন্দৰ,, বহুত ধুনীয়া হৈছে 😍😍

  • @pranjalbaishya3049
    @pranjalbaishya3049 Před rokem +1

    Coment dibo ako bhakha a napalo..bhut bhut dhuniya lagil nam2 xuni

  • @bitudeka9147
    @bitudeka9147 Před 2 lety +1

    Bohut xundor hoise dada

  • @hemantakalita5883
    @hemantakalita5883 Před 2 lety +1

    বহুত ভাল লাগিল শুনি

  • @abinashkalita7102
    @abinashkalita7102 Před rokem +1

    MOZZA SUBHASHDAA 👌👌👌

  • @jonjyotideka5370
    @jonjyotideka5370 Před rokem +1

    Dhuniya 🙏

  • @prashantatalukdar706
    @prashantatalukdar706 Před 2 lety +1

    Dhunia hoise dada, DIBRUGARH

  • @hemandas3119
    @hemandas3119 Před 2 lety +1

    Bhut dhuniya hoise dada ru anekoi aguwai jauk aponi

  • @hirumonikalita7695
    @hirumonikalita7695 Před 2 lety +1

    মজা লাগিছে সুভাষ দা।

  • @rinkupathak2162
    @rinkupathak2162 Před rokem +1

    বহুতো ভাল লাগিছে ❤️❤️❤️

  • @animanath9732
    @animanath9732 Před 2 lety +1

    Mjaa dada

  • @user-xh8ir5os8o
    @user-xh8ir5os8o Před 2 lety +3

    সুন্দৰ হৈছে সছাকৈ 👍👍👍🙏

  • @rahuldasnagaranamentertain4848

    🙏বহুত ভাল লাগিল কাল ৰুপি বান পানীৰ নামটো শুনি আৰু যি সকল অসম বাসি ৰাইজে বানৰ কবলত পৰি বহু কস্ত পাইছে সেইসকলে আকৌ পুনৰ নতুনকৈ যিৱনৰ পাতনি মেলি তেওলোকৰ সংহাৰ মধুময় হোৱাৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছো 🙏আৰু মৰমৰ সূভাস দা আপোনালৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏

  • @bhanitakalita5374
    @bhanitakalita5374 Před 2 lety +1

    bahut val lagil dada

  • @Dboy994
    @Dboy994 Před 2 lety +6

    ভাল লাগিল নামটো শুনি ধন্যবাদ 🙏🙏

  • @ripunath3582
    @ripunath3582 Před rokem +1

    বহুত ধুনীয়া

  • @dilipdekacollection6754
    @dilipdekacollection6754 Před 2 lety +10

    সুন্দৰ উপস্থাপন ৷ বানপানীৰ এখন পূৰ্ণ ছবি অংকন কৰিছে ৷ ভাল লাগিল ৷

  • @sikhadeka1483
    @sikhadeka1483 Před 2 lety +3

    Bhut dhuniya lgise dada ❤️🔥

  • @dipaksarma8458
    @dipaksarma8458 Před 2 lety +8

    তোমাক কি বুলি ধন্যবাদ দিম,নামটোত গোটেই খিনি বিপৰ্যয়ৰ কথা আহিছে লগতে সমূহ শিল্পী সকলক শুভেচ্ছা জনালো ৷ তুমি আগুৱাই যোৱা ৷

  • @anamikakalitaentertainment3477

    Dhuniya dada

  • @rinkukalita5986
    @rinkukalita5986 Před rokem +1

    Mojja

  • @opassam4444
    @opassam4444 Před rokem +1

    মজা মযা

  • @user-mg2lb9ts3l
    @user-mg2lb9ts3l Před měsícem +1

    Bahut sundor

  • @sarmamarami6870
    @sarmamarami6870 Před 2 lety +6

    অতি সুন্দৰ নাম🙏

  • @bhumitakalita1474
    @bhumitakalita1474 Před rokem +1

    বহুত ভাল লাগিছে 🙏

  • @jitunath6707
    @jitunath6707 Před rokem +1

    ধুনীয়া হৈছে দাদা

  • @mantu4750
    @mantu4750 Před 2 lety +5

    অতি সুন্দৰ নাম 🙏🙏♥️

  • @Dali-df4hg
    @Dali-df4hg Před měsícem +1

    Ati sundar naam

  • @user-zd3ve3ow7c
    @user-zd3ve3ow7c Před 2 lety +1

    xundor dada agaloi enekua nan ulab buli asha thakil

  • @dalimbarman8270
    @dalimbarman8270 Před rokem

    ❤️Bohut bhal lagil dada🙏🙏❤️

  • @pranjalsaikiamusical1292
    @pranjalsaikiamusical1292 Před 2 lety +1

    Dhunia...anekua nam lagei amak

  • @bikidas5442
    @bikidas5442 Před rokem +1

    Bhut Val lgil

  • @Dikhitasarma123
    @Dikhitasarma123 Před rokem +1

    ক'বলৈ ভাষা নাই 🙏🙏

  • @ganeshroy7283
    @ganeshroy7283 Před 2 lety +2

    Bohut bohut vl lagil naam to 👍🙏❤❤

  • @techtodate4986
    @techtodate4986 Před rokem +1

    বহুত ভক্তিভৰা অৰ্ঘ্য নিবেদন কৰিলে।

  • @parismitabaishya883
    @parismitabaishya883 Před 2 lety +1

    অতি উত্তম ।

  • @deepanajlidas4523
    @deepanajlidas4523 Před 2 lety +2

    Bhut bhut dhunia lagise aponar nagra nametu xuni🙏

  • @pranjitsarma7364
    @pranjitsarma7364 Před 2 lety +2

    বহুত ভাল লাগিছে নামটো সুন্দৰ।

  • @sewalibharali3497
    @sewalibharali3497 Před 2 lety +4

    Nice..song

  • @bimaladas7604
    @bimaladas7604 Před 2 lety +1

    , উত্তম অতি উত্তম এনেকৈ আগুৱাই ‌যোৱা ভাইটি তুমি সূৰ্যৰদৰে জিলিকি থকা ভাইটি ধন্যবাদ

  • @user-do6lc2wi5z
    @user-do6lc2wi5z Před 2 lety +1

    সুন্দৰ নাম দাদা

  • @dineshdineshkalita4219
    @dineshdineshkalita4219 Před 2 lety +1

    Barhia haise dhannabad

  • @DhirajPathak-kv2rs
    @DhirajPathak-kv2rs Před 2 lety +1

    ভাল ভাল

  • @padmadharborah271
    @padmadharborah271 Před 2 lety +12

    বহুত ধুনীয়া লাগিছে শুনি 👌👌👌👌 আপোনাৰ উজ্বল ভৱিষ্যত মই সদায় কামনা কৰি আহিছোঁ আৰু আৰু আজিও কৰিলোঁ। 🙏🙏🙏🙏🙏

  • @sankarbarman5896
    @sankarbarman5896 Před 2 lety +1

    অতি সুন্দৰ

  • @jutikakalita142
    @jutikakalita142 Před 2 lety +1

    Val lagil

  • @sisirkalita3791
    @sisirkalita3791 Před 2 lety +1

    ভাল লাগিল নাম টো শুনি।। নাম টোৰ কথা ধুনীয়া।খৈৰাবাৰীৰ পৰা ধন্যবাদ।sdrf ndrf moja lagice

  • @jintumaninath7014
    @jintumaninath7014 Před 2 lety +1

    Mjjja 😍😍😍😍😍😍😍😍

  • @dilipdas9924
    @dilipdas9924 Před 2 lety +1

    মজা

  • @chinmoyrajbongshi7108
    @chinmoyrajbongshi7108 Před 2 lety +1

    Val lagil apunar naam to xunie

  • @bhrigudas8782
    @bhrigudas8782 Před 2 lety +5

    অতি সুন্দৰ...🙏

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r Před 2 lety +9

    🙏🙂অনুপম সৃষ্টি দাদা...❤

  • @gakulnath3292
    @gakulnath3292 Před 2 lety +3

    কি কম সুন্দৰ পৰিবেশন ❤️❤️❤️

  • @minakshidas3920
    @minakshidas3920 Před 2 lety +1

    কি বুলি লিখিম ভাষা নাই আৰু বহুত ভাল লাগিল 🙏🏻🙏🏻

  • @jagannathkalita6887
    @jagannathkalita6887 Před rokem +1

    ময়ো সৰুৰে পৰা নাগাৰা নামৰ লগত জড়িত ৷ মই নাগাৰা বজাইছিলোঁ ৷ সঁচাকৈ মই নাথদেৱৰ দৰে পাঠক আজিহে পালোঁ ৷ সুন্দৰ তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ৷

  • @karishmakumar6537
    @karishmakumar6537 Před 2 lety +1

    Wow 🙏🙏🙏🙏Mjja

  • @ranukakati2710
    @ranukakati2710 Před 2 lety +4

    Bahut vl lagise dada

  • @nilomonigogoi2121
    @nilomonigogoi2121 Před 2 lety +1

    সুন্দৰ

  • @pranjalkalita3105
    @pranjalkalita3105 Před 2 lety +5

    বহুত ভাল লাগিল আপোনাৰ এই বাস্তৱ জীৱনৰ লগত সুন্দৰকৈ উপস্থাপন কৰা নামটি শুনি ধন্যবাদ।

  • @manichoudhury2922
    @manichoudhury2922 Před 2 lety +3

    Mojja dada xuni val lagil.

  • @banajit_vlogs8458
    @banajit_vlogs8458 Před 2 lety +5

    Dhuniya hoise dada❤️

  • @kabitadevi579
    @kabitadevi579 Před 2 lety +3

    বানপানীৰ নামটো শুনি বহুত ভাল লাগিল

  • @ourassam2022
    @ourassam2022 Před 2 lety +3

    বহুত ভাল লাগিছে দাদা বানপানী ৰ প্ৰতিছবিখন সুন্দৰ ভাৱে প্ৰকাশ পাইছে

  • @jayantakalita8359
    @jayantakalita8359 Před 2 lety +6

    মজ্জা লাগিছে দাদা। সুন্দৰ কণ্ঠ দান কৰিছে।

  • @ganeshsarma7966
    @ganeshsarma7966 Před 2 lety +7

    বহুত বহুত ভাল লাগিছে

  • @nabadeka8946
    @nabadeka8946 Před 2 lety +1

    Bhal lagil banpanir namto bhabisyate enekuwa natun kiba Pam buli akha thakil.

  • @pramilanath1998
    @pramilanath1998 Před 2 lety +4

    সচাকে ভাল লাগিছে।

  • @user-kr4ob5pn4t
    @user-kr4ob5pn4t Před 3 měsíci +2

    ❤❤❤❤❤❤

  • @jitenrabha9674
    @jitenrabha9674 Před 2 lety +3

    বিধ্বংসী বানৰ সুন্দৰ বখান। দুচকুৰ অশ্ৰুক ৰাখিব নোৱাৰিলোঁ

  • @himasreebarman9757
    @himasreebarman9757 Před 2 lety +1

    Vl hoisa Dada o

  • @narayanrajbongshi1614
    @narayanrajbongshi1614 Před 2 lety +3

    নামটো সুন্দৰ হৈছে কিন্তু এই নামটোত আমাৰ ৰঙিয়া খনৰ কথা এবাৰ শুনিলো হৈ
    অন্তৰ খন আৰু বহুত ভাল লাগিল হৈ দাদা কাৰণ ৰঙিয়াৰ নিচিনা এই বাৰ বানপানী হয়তো কোনো ঠাইতে হোৱা নাই কিয়নো ৰঙিয়া সমষ্টিত 5 ঠাইত মঠাউৰি ভাঙিছে
    পিছে যি নহওক নামতো বহু ভাল লাগিল আৰু আগলৈ যেন এনেকুৱা নাম অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠক সুভাষ নাথ দেৱৰ মুখৰ পৰা যেন পুনৰ শুনিবলৈ পাও তাৰে আশা ৰাখিলো !
    কৃষ্ণ