Video není dostupné.
Omlouváme se.
দেউতাৰ মৃত্যুয়ে সকলো সপোন ভাঙি দিলে😭 এটা সুবিধা নিদিলে Debasish Borthakur interview| Jayanta Das
Vložit
- čas přidán 15. 12. 2023
- guest - Debasish Borthakur
Instagram -
sshemimahmed?ig...
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅any business enquiry -
shemim.ahmed2@gmail.com
ভাৰা ঘৰৰ মুনক আকৌ এবাৰ নতুনকৈ দেখি ভাল লাগিল।
মুনৰ কথা কোৱাৰ ধৰণ অতি আকৰ্ষণীয়। ধেমেলীয়া চৰিত্ৰ কৰে মানে এইটো নহয় যে নিন্ম ৰুচি সমপৰ্ণ কাম কৰি ধেমালিৰ খোৰাক যোগায়। মুনে ধেমেলীয়া কথা শৈলীৰে বহু লাগতীয়াল আৰু গুৰুত্ব পূৰ্ণ কথা দৰ্শকক আমোদ দিব পাৰে।
ছেমিমৰ হাঁহি আৰু মুনৰ কৌশলী কথা কোৱাৰ ধৰণটো উপভোগ কৰিলোঁ। ভাল লাগিল।
জয়ন্ত দাসৰ মৃত্যুয়ে আমাক বহুত দূখ দিলে।
আপোনালোকৰ আলাপ আলোচনা খিনি শুনি ভাল লাগিল🙏
দেবাশিষৰ কথা খিনি বৰ ভাল লাগিল শুভেচ্ছা থাকিল তোমালোকৰ ভবিষ্যত জীৱনলৈ🎉🎉
দেবাশীচ দা বহুত বহুত ধন্যবাদ
চেমিম তোমাৰ সাক্ষ্যাতকাৰবোৰ চাই বৰ ভাল লাগে ❤
হয়, অভিনেতা জয়ন্ত দাসৰ মৃত্যুত ময়ো দুখ পাইছো.…...!
মোবাইলৰ বিষয়ে এইটো বৰ ধুনীয়া কথা কৈছে
দেৱাশীষ ৰ কথাবোৰ বৰ মৰমলগা আৰু খুহুতীয়া ৷ ❤ ভাল লাগিল
দেবাশীষৰ কথন শৈলী বৰ ভাল লগা। মিঠা হাঁহি সদায়ে থাকক, অভিনয় কৰি যোৱা, আমি আৰু আশা ৰাখিলোঁ
খুব ভাল লাগিল অনুষ্ঠানটো। দেবাশীষ বহুত বেছি ভাল অভিনেতা❤❤❤
Bhal lagil sai 🥰🥰🥰
আপোনাৰ অনুষ্ঠানবোৰ সময় পালেই চাওঁ।। ভাল লাগে।। কিন্তু প্ৰায়েই অনুভৱ কৰো যে আপুনি সন্মুখৰ জনৰ লগত মুখামুখি কৈ বহিলে বেছি ভাল লাগিলে হেতেন।। আৰু বেছি জীৱন্ত হব অনুষ্ঠানটো।। ধন্যবাদ।
বাইদেউ, আপোনাৰ সাক্ষাৎকাৰ বিলাক চাই বহুত ভাল লাগে। খুওব সহজ সৰল ভাষাৰে কথাবোৰ সোধে বাবে উত্তৰো সহজ সৰল ভাৱে অতিথি বিলাকৰ পৰা উত্তৰ পাওঁ।
বহুত, বহুত ধন্যবাদ তেও ছবি জগতত আৰু আগবাঢ়ি যাওঁক। তেওঁ সংসাৰ খন সুন্দৰ হওঁক 🙏
Apni kathabilak aman val lagil. Apunar kathabilake monot hanti diye. Amar ajon dada ase bita pata dinor pora manujone beleg rup dekhaise. Makor katha atiya hunibo atiya homoy nai. Aponi ajon aktor hayo aman dhuniyake kathakayse.
Semim tumar sakhyatkar bilak sai bahut val lage aru aji tumi bharagharar munar byaktigat jibanar bikhaye amak janibaloi diyar babe bahut dhanyabad janalu lagate munar personality bahut val aru kathabilak bar maramlaga tekhetar ujjal vabisyat kamana karilu.
Vl lagill sai baa bohutdinor murot Debasish Bothakur daak dekha pai vl lagill..
Val lgil
Dhunia interviw val lagil
Rip jayanta da. Sir
বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিল
Thanks
Thankyou
Thanks🙏🙏
Aap এই বিষয়ে ত মই আপোনালোকৰ লগত এক মত
বহুত দুখ পাইছো। দেই জয়ন্ত দাসৰ মৃত্যুত
Nice video❤❤❤
Debashis daa origin Dibrugarh,or buli jani hukhi holu ,...❤ Bhal paw apunar obhinoy
Dibasish bht dhunia
Kotha koise.
Debashis ajon val loga actor .. Dyu gorakik a val lage ❤❤
Debasisdak bhut vl lage acting toking stile very nice
দেবাশিষ ভাল লাগিছে
তেওলোক দুয়ো মোৰ বৰ মৰমৰ
Mon tumale bht huvesya thakil
Rip joyonta daa
Ilikeyou
👌👌👌👌🤚🏻
😢😢😢
Junu nath r interview lobo sun
Right mun da
😭😭
Aap তো সুকিয়া হোৱা কথা যে কৈছে এই বিষয়ত মইয়ো এক মত ।
Om santi raju da
Debashis Borthamur apunar original ghor khowang buli jani apun Jen lagisa apunar Deuta nam Kobo neki?
I like you❤
অনুষ্ঠানটো চাই ভাল লাগিলে লগতে ম'বাইল এপৰ কথাটোত একমত
7:47
Rip jyontada
Apuni gitawali baa r interview ketiaba lb neki jnb sn ami roi thkim sabole . Jnab sn
দেবাশীসৰ কথা খিনি বহুত ভাল লাগিল।ভাৰাঘৰ ধাৰাবাহিক খনৰ কথা পাহৰিব পৰা নাই ।
Tehsin akhtar( baraghrr juri ) interview lbasun 🙏🙏
Baaa , Assamese actress Munmi kalita baa r interview labason please 🙏
🙏🙏🙏
Joyanta daloi asrusikta noyanare punor swardhanjoli janalu
Za
TRP
Tumar hangkharik jibontut olop okhanti pai asa buli bhabu
Rina Bara, agaraki bhal abhinetri, bohudin eko khabar powa nai,parile eta interview rahkak please
Varaghor khon kori thoka te bhut soali pagol acil mun dar kin2
Aji kali serial kora dekha napau
Shemim baa tmr khbor vl nh
RIP Jayanta da