Video není dostupné.
Omlouváme se.
অসমৰ ৰাইজ শুই থকা সিংহ, সিংহই যে আজি সাৰ পাইছেঃ ভূপেন বৰা
Vložit
- čas přidán 3. 06. 2024
- সন্ধ্যালৈকে আমি নিশ্চিত হ'ম যে আজিৰ পৰা AIUDF দল ইতিহাসৰ পাতলৈ গতি কৰিব.... অসমৰ ৰাইজ শুই থকা সিংহ, সিংহই যে আজি সাৰ পাইছেঃ ভূপেন বৰা
#PratidinTime #LokSabhaElections2024 #Elections2024 #VoteCounting #ElectionResult #BhupenBorah
লুৰিনজ্যোতি গগৈ লখিমপুৰত দিয়া হলে আৰাম চে জিকি গল হয়।
Husa ktha tu koise Aponi
Class t topper bur 99% o upset thake aru backbencher a 3% pai happy thake 😂😂....
Jorhat t Bhupen Borah kunu hat nai Aitu Gourav Gogoi r nijor Credits.
Cm ex cm hol Miu jikilu htn
অসম যদি পুনৰ বাংলাদেশলৈ যাব লগা হয়, বা পুনৰ ভাষা আন্দোলন কৰিব লগা প্ৰথম কংগ্ৰেছী কেইজনৰ সাত পুৰুষে উত্তৰ নিজৰ জীৱন উচৰ্গা কৰি দিব লাগিব!!
আমি বহি চাই থাকিম, সংগ্ৰাম কংগ্ৰেছী সকল আৰু বদনৰ বংশধৰ সকলে দিব লাগিব!!!
Bartaman bjp sarkare badan ba bidesik caar madhyamere nagarikata dia nai janu. Ateke badan Kone anile bargharaloi bandhu ?
জলকীয়া লগিছে
@@prasantarai3921 কেইজনে পালে?? কা টো হৈ গ'ল???? ডাটা দিয়ক,,......
@@user-jr1oe9tg2p গজৱা এ হিন্দ কৰিব নে বদনৰ দৰে মান আনি মানৰ বহতীয়া কৰিব?? লাচিত কোন আছিল বাৰু আমি জানো আহোম জনগোষ্ঠীৰ অসমীয়াৰ স্বাভিমান,, বদন কোন আছিল তেনেহ'লে?? বদনৰ বুৰঞ্জী অসমীয়া সকলে কিয় ধাকি ৰাখে যদি অসমীয়া বুলি নিৰ্দিষ্ট কোনোবা জনগোষ্ঠী হ'য়, তেনেহ'লে বদনৰ বুৰঞ্জী পঢ়ি বলৈ লাগিব অসমীয়া সকলে!!
কাৰণ নিজৰ মানুহ CM নোহোৱা বাবে যদি বাংলাদেশী সহোঁদৰ হব পাৰে, তেনেহ'লে বদনৰ কাৰনে যে অসম মানৰ পিছত বৃটিশৰ হাতলৈ গ'ল সেইয়া অসমীয়া সকলে জানিবলৈ লাগে!!
@@user-jr1oe9tg2p logaba lagiba.
শুই থাক ভাই
Democracy is saved
Thanks to the people of India
ভূপেন বৰাই থিকেই কৈছে যে AIUDF দলে ৰাষ্ট্ৰপতি নিৰ্বাচন, ৰাজ্যসভাৰ নিৰ্বাচন আদিত বিজেপিৰ লগত তলে তলে মিত্ৰতা কৰি দলটো শেষ কৰিলে ।
😊😊.😊
Val lagil apunar statement.
BHUPEN BORAH dhainobad, INDIA Alaines Jindabad
১৪খনৰ ৩/৪খনত ইমান অহংকাৰ
Atiya indian gandbandan sarkar bonabo aru BJP party k saess 😅
🙏🙏
চৰকাৰ কিন্তু BJP r হে
Barpeta khonu apunaluke pale hoi...kintu vul khidhantar babe harile
Guwahati t bjp yei EVM vote sur kori khel khalise kela 😡 but win Mira borthakur bideow
ডাঙৰীয়া তুমি নাও ডুবিলেও যে টিংৰ পৰা নামি বলে মন নকৰা সেই কথা অসমৰ ৰাইজে জানে। গতিকে ডাঙৰীয়া আপুনি নিজৰ সমষ্টিৰ বিষয়ে চিন্তা কৰা ভাল নেকি। কংগ্রেচৰ ৰিজাল্ট যে বেয়াহৈচে তাৰ মুল কোন কোন সকলোৱে গিয়াত
Every body has right to dream.
জয় ইণ্ডিয়া।
👌👌👌👌👌✔️
Congress ❤
সকলো একেই।৪খন পাওতেই''''''''
Right
❤
Congratulations
Misa kotha koio pab nai
Deshor tu ase but asomot tu seat baril? 😂😂
15-20 ta log lagi 231😂😂😂
❤❤❤
Ok
Congress Zindabad
Congress jindabaad
Apunaluke ki kahm korbo baru sahm
😂😂😂😂😂 kei khn aakhon pali nu only 3 😂😂😂😂😂
Gaurav gogoi nijor credit
Apunar karne borpeta hator pora gol
Hi
Narack.khuwa
Janatak abahela nakarejen.
Congress or kotha bartamanoloi bad dilo thanks
😂😂😂😂😂😂😂😂
নিলাজ
Sir INDIA Govt Nohoyato Guruto kota Nahoi.Etya BJP Nohoi NDA Hoise .Assam Yot Ajon Bahal Jogota Toka Chief Minister Lagisil Etya Paise Gourob Gogoi Sir.2024 Baha kobor Ahise.2026 100/ Ahibo.Gourob Gogoi Chief Minister Hobo.Conress Raijor Asorot Etya Pora Kobo lage.
মই ৰাজনীতি এৰি দিম বুলি কুৱা বাতৰি টো আকৌ এ বাৰ চলাই দিলে ভাল হয় বুলি ভাবো।
By
3 খন আসন পালেও সফল বুলি কয় নি😂😂
😂সন্তুষ্টি লভিছে আৰু
Right
Jahara.bhupen
😂😂😂😂😂😂😅😅😅
😂😂😂😂😂😂😂😅😅😅
Pijush hazarikar politics arim kua news tu solai diok ne pls😂🛐🤫
Ajmal congress or bhagya ba durbhagya nahay
Pagal..bupen.maiki.mekela.selilj.paisa.kali
Be kear for features
Eunuch ali
অসম থেকে রেমালে উড়ে চলে গেলে দুইটা দল
Ghenta
Dhan bhangi nohai bahira toka
আপোনাৰ কষ্ট সাৰ্থক।
aiudf ক উচিত শিক্ষা দিলে।
কি হল ককাদেউতা লাহেকৈ নাকত তেল দি শুই থাকক লাভ নাই এইজনম কংগ্ৰেছ নহয় আৰু😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Congress chur party
এও ফোপ জহি ৰঙাই
কংগ্ৰেছ জিন্দাবাদ
Right
Narack.khuwa