কাৰ ভুলৰ বাবে মহাভাৰত হল || For whose fault is the Mahabharata || Mahabharata Motivation
Vložit
- čas přidán 1. 04. 2023
- কাৰ ভুলৰ বাবে মহাভাৰত হল || For whose fault is the Mahabharata ||
#mahabharat #motivational #krishnavani #ramayan
Your Queries-
mahabharat motivation
mahabharat motivational speech
krishna motivational speech
মহাভাৰতৰ যুদ্ধ
মহাভাৰতৰ কাহিনী
kurukshetra juddho
কুৰুক্ষেত্ৰ যুদ্ধ
mahabharat katha
geeta gyan by krishna
bhishma vs krishna
bhishma vs arjun in mahabharat
karna vadh in mahabharat
gandhari curse krishna mahabharat
bhim duryodhan yudh mahabharat
dhritarashtra tries to kill bhima
dropadi chir haran mahabharat
assamese motivational video
আগৰ ভিডিঅবোৰৰ লিংক-
কলিযুগৰ ৫ সত্য জানক
• কলিযুগৰ ৫ টা সত্য || ক...
ভগৱানে ভাল মানুহৰ লগত বেয়া কিয় কৰে?
• ভাল মানুহৰ লগত সদায় বে...
ভগৱানে পৰীক্ষা ললে কি হয়?
• ভগৱানে আপোনাৰ পৰীক্ষা ...
মানুহ কি কৰনে বৰবাদ হয়?
• মানুহৰ পতন কি কাৰণে হয়...
ভগৱানে আমাক কেনেকৈ সহায় কৰে?
• আপুনি নজনাকৈয়ে ভগৱানে ... - Zábava
বৰ ভাল লাগিল
কথা খিনি সুন্দৰ ভাবে বুজাই দিছে..। ধন্যবাদ 🙏
Bhut dhunia lagise ❤️
শুনিবলৈ অপ্ৰিয় হ’লেও কথাবোৰ সত্য
জয় শ্ৰী কৃষ্ণ আপোনা কথা বোৰ বহুত ভাল লাগে
“ও নমো ভাগৱতে বাসু দেৱায়” জয় শ্ৰীকৃষ্ণ ।❤
সুন্দৰ কথা কৈছে।মোৰ ক্ষেত্ৰত এনে হৈছে। আপোনাক প্ৰনাম 🙏🙏🙏
অতি সুন্দৰ কথা কৈছে আপোনাক ধন্যবাদ । জয় শ্ৰীকৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণৰ 🙏🙏🙏
কৃষ্ণ ভূঞা আপোনাৰ প্ৰায়খিনি ভিডিঅ'ই অতি আগ্ৰহেৰে শুণো ।আপোনাৰ সুন্দৰ কথনশৈলি সঁচাকৈয়ে অতি মনোমোহা ।আপুনি আগুৱাই যাওঁক ।আপোনাৰ লগত সদায় আছোঁ ।
ভাল লাগিল। কৃষ্ণ।
Jai shri krishna 🙏🙏🙏
বহুত ভাল লগা আপোনাৰ মাতটো❤❤❤
সুন্দৰ ভাল লাগিল।
জয় শ্ৰীকৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏
কমেন্ত বোৰ চায় ভাল লাগিল এইবোৰ কথা কোৱাৰ আগতে কেতিয়াবা ভাবিছে নে যে আমি অলপ দুপ পালে কি বোলি চিঞৰো বা মাতো যি বোলি মাতো সেইয়াই হৈছে ভগৱান বাৰু সেইবোৰ বাদদিছো কেতিয়াবা চাউল বিনা পানীত সিজায় চাৱাচোন শেষত কি হয়🙏
ধন্যবাদ ❤
Thanks
Jayshrikrsna
Bohiya lagil
বহুত সুন্দৰ দাদা আপোনাৰ মহাভাৰতৰ নিদৰ্শনা
ধন্যবাদ থাকিল আপোনালৈ
ভাল লাগিল
jay sriram 🙏
Thank you sir bor vhal lagel
কৃষ্ণ আপুনি সত্য কথাই কৈছে
Jai. Shrikrishna❤❤❤❤
Hosa kotha hundor
Val Lagil
jai sree krishnas
কৃষ্ণ প্ৰকৃত উত্তৰটো পোৱা নগল্ যেন লাগিছে।
🙏🙏🙏🙏
God bless you 🙏🙏🙏👍
Bahut moja
100% Right Bhut Bhut vl lagil kotha bur apunar konthot xuni. Eyar pora Jodi Bhut kotha vul nkora ke basib paribo jodi mani sole Tq so much sir 🙏🙏🙏
দাদা আপোনাৰ কথা বিলাক সঁচা। মইও ঈশ্বৰক বিশ্বাস কৰোঁ। কিন্তু তাৰমাজতে কথা এটা কওঁ মইও ইমান খিনি নাজানো তথাপিও যি জানো তাৰ অভিজ্ঞতাৰে কৈছোঁ। যিখন ৰাজ সভাত দ্ৰুপদীৰ বস্ত্ৰ হৰণ হৈছিল তেতিয়া ভগৱান শ্ৰী কৃষ্ণই দ্ৰুপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পৰা বচাইছিল। কিন্তু তেওঁ জগতৰ ঈশ্বৰ আছিল। তেওঁ ভগৱান আছিল তেওঁ ইচ্ছা কৰিলে সেই বিলাকৰ পৰা মুক্ত ও কৰিব পাৰিলে হেঁতেন কিন্তু তেওঁ একো বিশেষ কৰা নাছিল। মাত্ৰ দ্ৰুপদীৰ বস্ত্ৰ হৰণৰ পৰা হে মুক্ত কৰিছিল।
তেওঁ এই কাৰণে একো কৰা নাছিল সেই খিনি বিধাতাৰ লিখন আছিল। সেই দিনটোত যদি দ্ৰুপদীৰ বস্ত্ৰ হৰণ নহল হয় মহাভাৰতৰ সৃষ্টি নহল হয়। আৰু যদি মহাভাৰত যুদ্ধ খন নহলে হয়। আজি আমিবোৰে কেনেকৈ মহাভাৰত ৰ গুণ জ্ঞান খুনিবলৈ পালোঁ হৈ। কেনেকৈ ধনুৰ্ধৰ অৰ্জুনৰ কথা জানিব পৰিলোঁ হৈ। কেনেকৈ জ্ঞানী যুধিৰথিৰ ৰ কথা জানিব পৰিলোঁ হেঁতেন। বিধিৰ লিখন নাযায় খণ্ডন বুলি কই। এইবিলাক সকলো বিধিৰ এ লিখন আছিল। সেই বাবে ভুল দেখি ও পিতামহ ভীষ্মই একো মাত মাতিব নোৱাৰা হৈ পৰিছিল।
কথা খিনিত যদি কিবা ভুল কৈছোঁ সমা কৰি দিব🙏 আৰু অলপ কব লগীয়া আছিল এতিয়া নকওঁ দিয়ক মই অলপ ব্যস্ত আছো
আপোনাৰ ভিদিও বিলাক চাও মা আৰু মই বহুতে ভাল লাগে ভগৱানৰ কথা বিলাক শুনি। কিছুমান নজনা কথা জানিব পাৰিছো । ধন্যবাদ 🙏
কৃষ্ণ। কৃষ্ণ ৰাম
Seto,moi ki jana hamonto,ha,jana🙏🙏🙏
আপোনাৰ কথা খুউব আদৰণীয় দাদা
joi sri kishen
❤ কৃষ্ণ কৃষ্ণ
🥀🥀🥀🌹🌺♥️
Eikhon matro ekhon great book.
Joi sree krisna
mojja
Best
ধন্যবাদ
Jay Sri Krishna
Jai Shree Krishna Jai Shree Ram 🙏🙏🙏🙏🙏
HAREE KRISHNA haree krishna krishna krishna haree haree haree Ram haree Ram Ram Ram haree haree 🙏
Bhut val ligil honi.
val lagle
Jai shir ram
বহুত ভাল লাগিল কৃষ্ণ দা
Bor sund0r hoisay
.
Bhut Val lgl...huni.
Many many thanks dada.
Jai shree krishna
Bohut hundor 🙏🙏🙏🙏🙏
😢😂😂😂😂
Jai shree Krishna
Moha... bohut val lge apunar ktha xuni🌚💐
Thank you 😊
@@krishnabhuyan153 wlcm ♡
Jay shree Krishna namaste 🙏
🙏
Moi abar o mohabharat ramayan poha nasilu xuna o nasilu salio buji powa nasilu okol xubisilu.kintu aponar channel ot ahi buji pabo dhorisu. Amak anekuwai xunuwai bujai jaok . Dhanyabad dada .
Jai shree kirshna🙏🙏 🙏🙏
❤🙏❤️
😢😢😢😢😢😢😢😢😢😢😢😢😢😢
Jai shree Ram
Excellent
🙏🙏🙏🙏🙏
Joy srikrishna
Nice video
Bohut val lage dada apunar kotha bur huni thakiboi mon jai 🥰 god bless you 🙏
Adoronio 👍🙏💚💚
👍👍
🙏🙏🙏🌹🌹🌹
Apunar kota huni moi val pau😊 kintu lake koribola pahoru
Nice
good
Om ❤🙏🙏🙏🪔🪔🪔🕉️🕉️🕉️❤️🌹🌹🌹🍎🫐🍇💐🌺💅💅💅😊
Ythanku
0:58 1:00 1:01
এইবোৰ ইমান কাহিনীৰ বাবে মহাভাৰত হোৱা নাই,বৰঞ্চ সমাজৰ হেয় মানসিকতাৰ বাবেহে হৈছে
Val lagil thank you
ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী ভাগ আমাৰ সংখাৰত চলি থকা সচাঁ কাহিনী হয় ।
সেই প্ৰভু ভগৱন্ত মায়া মৌ সংখাৰত দয়া কৰা একবাৰ 🙏🙏🙏
তৃতীয়টোও ত্যাগ বুলি ক’লে আকৌ চতুৰ্থটোও ত্যাগ কৰিবলৈ ক’লে যে বুজি নাপালো ৷
Very good your coment
Asol bhul asil guru donasarjo,pita moh bhishma,aru karan r
Srikrishnar baba eman gyani huar pasotu kaurab pandavr brain wash koribo nuarilae. Kintu chief justice of india thaka hole mahabharatr judha noholhoi, mati 50-50 holhaten.
Apunak june bayake comments dese tau luk sage odhormot thoka manuh
Utpol gogoi, মহাভাৰত হোৱা ই নাছিল নেকি ? তেন্তে আপুনি কব বিচাৰিছে কৃষ্ণ মিছা । নহয় জানো ।
Yes , Sri Krishna miss hoi ,aeibur akol mythological story hoi
Tumi aku najane goru
Balor boson meliso...toi ki hikiso ko sun...
Aeibur sob misa kotha, akol story hoi, mohabharat huwai nasile
@assamesemixtureserial2.0 o, aami manuh bur camicals di bonisu, bhogobane manuh banuwa nai, manuhe bhagaban bonaise, baki sob misa kotha, akol story hoi
জয় শ্ৰী কৃষ্ণ
@@manashbordoloi3944 Sri Krishna nai o, aeibur misa kotha
@assamesemixtureserial2.0 bhogaban thakile he Biswas korim
@@manashbordoloi3944 aapuni kot ase he, aji dinnot bhogoban biswas kore, aami manuh bur camicals di hoisu, bhogaban e manuhok banuwa nai, manuhe bhogaban k bonaise, bhogaban r kothabur akol story hoi, aru aku nohoi,tetiyahole aji loike kiyo kunu bhogoban dekha nai
কৃষ্ণ কৃষ্ণ
ভাল লাগিল
Val lagil huni
সুন্দৰ পালো
🙏🙏🙏🙏
🙏🙏
0:58 1:00 1:01
0:58 1:00 1:01
0:58 1:00 1:01