অসমীয়া বিয়া আৰু বিয়া নাম || প্ৰথম খণ্ড ||Assamese marriage song

Sdílet
Vložit
  • čas přidán 12. 03. 2021
  • বৰ বিয়াৰ বিশেষ মুহূৰ্ত সমূহত গোৱা বিয়া নাম সমূহ এক নতুন ৰূপত এই video টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালো। আশা কৰো আপোনালোকে আদৰি লব।
  • Hudba

Komentáře • 854

  • @jaribali9753
    @jaribali9753 Před 2 lety +16

    অতি সুন্দৰ কণ্ঠ । শিল্পী গৰাকী লৈ অশেষ ধন্যবাদ জনালো । আমাৰ অসমীয়া সমাজত ৰ ৰীতি নিতীবোৰ আমি সদায় বাহাল থকাৰ কামনা কৰিলো ।

  • @yogawithdivinity6632
    @yogawithdivinity6632 Před měsícem +8

    আপোনালোকৰ এই প্ৰয়াস সঁচাই বৰ প্ৰশংসনীয়। খুব ধুনীয়া হৈছে। আৰু দি থাকিব এনেকৈ ভিডিঅ'।

    • @mukuta111
      @mukuta111  Před měsícem

      ধন্যবাদ। আপোনালোকৰ এনেধৰণৰ প্ৰেৰণা দায়ক মন্তব্য বোৰে আমাক বৰ উৎসাহিত কৰে। 🙏❤

  • @bharattalukdar1665
    @bharattalukdar1665 Před měsícem +1

    বিয়াৰ গীতবোৰ আমাৰ অসমীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।বৰ সুন্দৰ হৈছে।

  • @monjyotidas2750
    @monjyotidas2750 Před rokem +5

    বৰ সুন্দৰ🥰 বিয়া নামে আবেগিক কৰিও তোলে ।

  • @nupurrajkumari1695
    @nupurrajkumari1695 Před rokem +8

    চকুপানী ওলাই গল শুনি, নিজৰ সেই দিনতোলৈ বহুত মনত পৰি গল। আপোনাৰ সুৰত অন্তৰ চুই গল।এজনী ছোৱালীয়ে হে বুজিব সেই সুখৰ মাজৰ দুখ খিনি।

  • @rinidevi4654
    @rinidevi4654 Před rokem +4

    বহুত দুৰ আগুৱাই যোৱা। সুভকামনা থাকিল

  • @PurnimaDas-bb3hm
    @PurnimaDas-bb3hm Před 9 dny

    Bahut dhuniya ..... Aru anekua akhn ghr aji kali dekhibo nupua hol amar axomiyar ..... Bhut val lagise parile anekua ata ata ghr bonai thbo lge

  • @susilkalita8039
    @susilkalita8039 Před rokem +6

    বহুত ভাল লাগিল সুন্দৰ মনোমোহা নাম শুনি চাই বৰ ভাল‌লাগিছে‌ ধন্যবাদ আগলৈকে আৰু ভাল ‌ভাল নাম গীত শুনি ৱলৈ আশা ৰাখিলোঁ

  • @saponsagarbasumatary9071

    গায়িকা গৰাকী লৈ এনে সুন্দৰ কণ্ঠৰ বাবে হাজাৰ ধন্যবাদ জনালোঁ ।🌹🌷🌻💐🌸

  • @duttadurna
    @duttadurna Před 2 lety +22

    ইমান সুন্দৰ কণ্ঠ নিগৰাইছে বহুত ভাল লাগিছে শুনি। বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ।

    • @mukuta111
      @mukuta111  Před 2 lety +2

      ধন্যবাদ

    • @bumonisvlog5550
      @bumonisvlog5550 Před 2 lety

      czcams.com/channels/asH-zhwrb4njMedywCNKNA.html

    • @ritaborborah228
      @ritaborborah228 Před 2 lety

      Iiiiiiiiiiiii8iiiiiiiiiiiiiii8iiiiiiiiiiiii8iii8iiiiiiiii8iiiii iiiiiiiiiiiiii8iiiiiiiiiiiiiiiii iiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiii ugh iiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiii

  • @duttadurna
    @duttadurna Před rokem +13

    বহুত সুন্দৰ কণ্ঠ। ভাল লাগে তোমাৰ সুন্দৰ কণ্ঠত শুনি। বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ তোমাক।

  • @richimoy2962
    @richimoy2962 Před 2 lety +27

    গায়িকা গৰাকীৰ কণ্ঠত মই মুগ্ধ ,অন্তৰ জুৰ পৰি গ'ল । ধন্যবাদ তোমালৈ দেই ।

  • @satisdas8746
    @satisdas8746 Před 10 měsíci +3

    বহুত ভাল লাগিল। অতি সুন্দৰ বিয়া গীত। সুন্দৰ প্ৰদৰ্শন। অসমীয়াৰ সন্মান জনাই সকলোকে ধন্যবাদ জনাইছো।

    • @mukuta111
      @mukuta111  Před 10 měsíci

      ধন্যবাদ🙏🙏

  • @junphukan2773
    @junphukan2773 Před rokem +38

    হৃদয় চুই গল, তোমাৰ ইমান শুৱলা কন্ঠই❤❤ আগুৱাই যোৱা আশীর্বাদ থাকিল।

  • @ZGLOVERaxom
    @ZGLOVERaxom Před 2 lety +16

    বৰ সুন্দৰ কৈ পৰিবেশন কৰিছে আই সকলে মন জুৰ পৰি গৈছে আৰু আগবাঢ়ি যোৱা

    • @mukuta111
      @mukuta111  Před 2 lety +1

      ধন্যবাদ ।এনেবোৰ মন্তব্যই আমাক বৰ উৎসাহিত কৰে।

    • @subarnakalita2357
      @subarnakalita2357 Před měsícem

      Bohut val lagesa

  • @user-ob1tf6im2e
    @user-ob1tf6im2e Před 2 lety +12

    বৰ ভাল লাগিল আগলৈকে এনেকৈ আৰু বিয়া নাম গাই থাকিব ধন্যবাদ থাকিল

    • @mukuta111
      @mukuta111  Před 2 lety

      বহুত বহুত ধন্যবাদ।

  • @rajeshdoley4082
    @rajeshdoley4082 Před 2 lety +20

    ইমান সুন্দৰ-সুৱলা কণ্ঠ।শুনি বিভূষিত হলো।আগুৱাই যোৱা

  • @rinidevi4654
    @rinidevi4654 Před rokem +11

    অতি সুন্দৰ কণ্ঠ। অন্তৰ চুই গল।অসমীয়া লোক সংগীতৰ আপুৰুগীয়া সম্পদ এই বিয়া নাম আমি ভালদৰে সংৰক্ষন কৰা উচিত ।আপোনালোকক বহুত বহুত ধন্যবাদ।

  • @topeshbaishya166
    @topeshbaishya166 Před rokem +3

    Vl lagil xuni...biya patiboi mon goise

  • @bashabbezbaruah3378
    @bashabbezbaruah3378 Před 9 dny

    ati sundar kantha Val lagil xuni suvrshya thakil

  • @chandrakantagogoi1291
    @chandrakantagogoi1291 Před rokem +3

    বৰ সুন্দৰকৈ গাইছে আপুনি 🥰🥰🥰🥰🥰

  • @gayatreegogoi6881
    @gayatreegogoi6881 Před rokem +2

    Bohut val lagil.... Sokupani ulai goise 😢😢

  • @lizzyyyyyyyyy
    @lizzyyyyyyyyy Před 2 lety +43

    ইমান সুন্দৰ কণ্ঠ ! বাদ্য যন্ত্ৰৰ সৈতে গীতবোৰ খুব সুন্দৰ হৈছে ! বৰ ভাল লাগিল !!!!!!!!

  • @rupanjalibora3717
    @rupanjalibora3717 Před 10 měsíci +5

    অতি সুন্দৰ কন্ঠ আপোনাৰ ❤

  • @dhrubakalita3726
    @dhrubakalita3726 Před rokem +1

    কবলৈ ভাষা নাই বহুত ধুনীয়া হৈছে

  • @ripuls9705
    @ripuls9705 Před 2 lety +1

    Ooo ba eman val lagil huni tumar kontho tu

  • @swapnakalita4398
    @swapnakalita4398 Před rokem +3

    Bor dhunia voice ...biya geet buru unique hoise.

  • @rahulnarzari499
    @rahulnarzari499 Před rokem +1

    Bhut Dhuniya lagise❤️❤️❤️❤️ poti joni swali aonuvob kora biya nam

  • @babudas8807
    @babudas8807 Před rokem +1

    গীত টো বহুত ধুনীয়া লাগিল শুনি ভইচ টো বহুত ধুনীয়া আৰু মাল পিচ ধুনীয়া 👌👌বহুত

  • @diganta9489
    @diganta9489 Před rokem +1

    Bhal lagil mone muhi gol God bless u

  • @babusaikia685
    @babusaikia685 Před rokem +5

    ভাষা নাই আৰু বা বৰ ভাল লাগিল

  • @informationquizsworld2694

    Onyo ek madokota ase ouhhhh😍😍😍😍

  • @jayantadas463
    @jayantadas463 Před rokem +1

    Huni bor Val lagil
    ❤ 💚 💜 ❤

  • @basantanath2647
    @basantanath2647 Před 2 lety +23

    গায়ন শৈলী অনুপম। বহু... ত ভাল লাগিল। ধন্যবাদ জনালোঁ ।

  • @nilakshichamuah3512
    @nilakshichamuah3512 Před 2 lety +5

    mojja lagile dei

  • @Bikram70350
    @Bikram70350 Před měsícem +2

    কি কম বহুত বহুত ভাল লাগিছে। বাইদেউ ৰ লৈ মনত পৰি গৈছে

    • @mukuta111
      @mukuta111  Před měsícem +1

      ধন্যবাদ 🙏

  • @horenboruah6808
    @horenboruah6808 Před 7 měsíci +1

    Bohut bhal lagil,agoloi gai thakiba

  • @dipankarbora-bc3ci
    @dipankarbora-bc3ci Před rokem +1

    Sundor biya naam. Suni bohut val lagil.

  • @harejali3406
    @harejali3406 Před rokem +1

    বহুত সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়

  • @dipakkalita3820
    @dipakkalita3820 Před 2 lety +8

    মোৰ বা জনীয়ে বহুত ধুনীয়া গাইছে ,আৰু আগুৱাই যোৱা বা ।

  • @bedanta_bez_baruah
    @bedanta_bez_baruah Před rokem +3

    কি সুন্দৰ কণ্ঠ❤️❤️❤️মনটো কিবা হৈ গ'ল🥰🥰🥰

    • @djbflute1397
      @djbflute1397 Před rokem

      চকুলো বৈ আহিল 🥰

  • @dipudeka6000
    @dipudeka6000 Před 3 lety +7

    Ati Sundar kontha.Mon parosha video

  • @digantasaikia5913
    @digantasaikia5913 Před 2 lety +3

    Khub dhunia hoise

  • @munindrasaikia4024
    @munindrasaikia4024 Před 2 lety +19

    ভাল পদক্ষেপ। হেৰাই যাব খোজা অসমীয়া বিয়া নাম বোৰ যুগমীয়া হৈ ৰব । congratulation জনালো।

    • @mukuta111
      @mukuta111  Před 2 lety

      এনেবোৰ মন্তব্যই আমাক বৰ উৎসাহিত কৰে । ই আমাৰ বাবে আশীৰ্বাদ স্বৰূপ।

  • @rubulphukan9973
    @rubulphukan9973 Před 2 lety +5

    বৰ সুন্দৰ হৈছে। 🙏🏻👌🤗🆗

  • @hirensaikia9420
    @hirensaikia9420 Před rokem +1

    Apunar uporot nishyae MAA Saraswatier asirbad ase ,eman sundar ,moi prai ai bianam suni thako ,monot dukh hole apnar bia nam suno❤❤❤

    • @mukuta111
      @mukuta111  Před rokem

      বহুত বহুত ধন্য বাদ🙏❤

  • @beautybhuyandeka9061
    @beautybhuyandeka9061 Před 2 lety +8

    সুন্দৰ পদক্ষেপ শুনি বৰ ভাল লাগিল।

  • @navakumarkumbang4263
    @navakumarkumbang4263 Před rokem +4

    মন জুৰ পৰা গীত শুনিলে শুনি থাকিব মন যায়।

  • @Happyflute
    @Happyflute Před 2 lety +3

    বহুত ভাল লাগিল শুনি।

  • @Entertainment11436
    @Entertainment11436 Před 2 lety +10

    অন্তৰ চুই যোৱা, জাউতি যুগীয়া অসমীয়া বিয়া নাম ❤️❤️❤️

    • @mukuta111
      @mukuta111  Před 2 lety

      ধন্যবাদ

    • @Entertainment11436
      @Entertainment11436 Před rokem

      যি কেইগৰাকী বাইদেউয়ে গাইছে বহুত ধুনিয়াকৈ গাইছে ❤️

  • @debojitkonwar6731
    @debojitkonwar6731 Před 11 měsíci +1

    Biya geetI hundar lagil. Agoloi aru hunibo pam buli akha Thakil.

  • @BimalSaikia-ep4vo
    @BimalSaikia-ep4vo Před rokem +1

    Bia namhar oti hundor hoise Akha koru ane bia namhuniboloi pam sagoi kontha oti hundor
    From karbiAnglong Assam. Dhoniyabad.

  • @dipikabhuyan6999
    @dipikabhuyan6999 Před rokem +1

    Dhuniya lagil huni

  • @parishmitakalita6796
    @parishmitakalita6796 Před rokem +2

    Dhuniya baa joni ❤️❤️❤️

  • @gitimoniboruah2928
    @gitimoniboruah2928 Před rokem +1

    Vakhare bujabo nuara kontho ....👌👌

  • @himadrideka4788
    @himadrideka4788 Před rokem +1

    Eeman dhuni gaise ,mon pran vari gol ajani bowari hisabe 🙏🙏🙏

  • @hirokjyoti287
    @hirokjyoti287 Před rokem +2

    Hundor..... Kontho

  • @shopamazone74
    @shopamazone74 Před 8 měsíci +1

    ভাষাহীন সুন্দৰ শুৱলা মাতত বিয়া নাম অপূৰ্ব ।

    • @mukuta111
      @mukuta111  Před 8 měsíci

      ধন্যবাদ🙏🙏

    • @mukuta111
      @mukuta111  Před 8 měsíci

      ধন্যবাদ🙏🙏

  • @rupadutta1411
    @rupadutta1411 Před 2 lety +9

    সুন্দৰ

  • @krishnagogoi1657
    @krishnagogoi1657 Před 2 lety +9

    বহুত সুন্দৰ হৈছে | কৃষ্ণ কৃষ্ণ আই বাপ সকললৈ |

    • @mukuta111
      @mukuta111  Před 2 lety

      ধন্যবাদ

    • @krishnagogoi1657
      @krishnagogoi1657 Před 2 lety

      @@mukuta111 মুকুতা ককাইদেউ আপোনাৰ ফোন নম্বৰ টো দিব নেকি?

    • @bumonisvlog5550
      @bumonisvlog5550 Před 2 lety

      czcams.com/channels/asH-zhwrb4njMedywCNKNA.html

  • @phanibaruah3782
    @phanibaruah3782 Před rokem +1

    বৰ ভাল হৈছে ৷ সচাকৈয়ে চকুপানী নিগৰাই দিছা তুমি

  • @dilipsaikia4922
    @dilipsaikia4922 Před 11 měsíci +1

    khub bhal lagil aru dukh u lagil. God bless you

    • @mukuta111
      @mukuta111  Před 11 měsíci

      ধন্যবাদ 🙏🙏

  • @jahirhussain1443
    @jahirhussain1443 Před 2 lety +2

    Comment nokori nwarilo khub dhuniya eta mitha knthot biya naam khunuwa babe dhonyobad 🙏

  • @laxmimahanta6881
    @laxmimahanta6881 Před 3 lety +9

    খুব সুন্দৰ হৈছে ❤️

  • @fishingboy8399
    @fishingboy8399 Před 9 měsíci +1

    Hundor voice . Bhal lagil .

  • @jyotiprokashdutta6183
    @jyotiprokashdutta6183 Před 3 lety +23

    গীত সমুহ গায়ীকা ই সূন্দৰ ভাভে প্ৰাণ দিছে ভাল লাগিল।

  • @bishnu2239
    @bishnu2239 Před rokem +4

    বিয়া নাম শুনিলে বিশেষকৈ বা 🙂 লৈ হে মণত পৰে ___ miss you dear 💛

  • @djbflute1397
    @djbflute1397 Před rokem +2

    কবলৈ ভাষা নাই। চকুলো বৈ আহিল 🥰

  • @gunaramdas131
    @gunaramdas131 Před 2 lety +53

    অসমীয়া লোক গীত সমূহৰ অন্য তম্ বিয়া নাম ,বৰ ভাল লাগিল ।আপোনাৰ কণ্ঠত বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ।

  • @mampinarzari3284
    @mampinarzari3284 Před rokem +5

    বহুত ভাল লাগিছে, বিয়া নাম বৰ ভাল পাওঁ। বিয়া নাম মোৰ বৰ প্ৰিয়।

  • @jitukaman4469
    @jitukaman4469 Před rokem +1

    Ki moja gaise. Ontr sui goise.

  • @laksheswarkalita192
    @laksheswarkalita192 Před 2 lety +5

    Bahut bhal lagise god bless you and your family thanks

  • @champawatidekadeka336
    @champawatidekadeka336 Před 2 lety +3

    সচাকৈ খুব সুন্দৰ হৈছে আগলৈ আৰু পাম বুলি আশা কৰিলোঁ

    • @mukuta111
      @mukuta111  Před 2 lety

      ধন্যবাদ। কিছু দিনৰ পিছত খণ্ড খণ্ড কৈ দি থকা হব।

  • @singlelife3217
    @singlelife3217 Před 2 lety +2

    Herai jowa biya geet bor ako jiyai rakha babe bahut bahut val lagise..
    Very very nice voice.. And very very thaks all

    • @mukuta111
      @mukuta111  Před 2 lety

      এনেবোৰ মন্তব্যই আমাক উৎসাহিত কৰে।

    • @mukuta111
      @mukuta111  Před 2 lety

      ধন্যবাদ ।

  • @nilutpalll669
    @nilutpalll669 Před 2 lety +3

    khoob hundar kontha tumar , bohut bhal lagil.sokur pani nigorise.

  • @RubiAkhtaramusic
    @RubiAkhtaramusic Před rokem +1

    অতি সুন্দৰকৈ গাইছে শুনি বৰ ভাল লাগিল

  • @sunilbaishya5512
    @sunilbaishya5512 Před 8 měsíci +2

    অতি সুন্দৰ কণ্ঠ।

  • @assammonitor7846
    @assammonitor7846 Před rokem +1

    বহুত ধুনীয়া গাইছে অ

  • @nabanitadas326
    @nabanitadas326 Před 3 lety +27

    মন মুহি নিয়া বিয়াগীত । আপোনালোকৰ সুমধুৰ গীতবোৰ আগলৈও শুনি থাকিব পাৰিম বুলি আশা ৰাখিছো ।

  • @purnimadutta7735
    @purnimadutta7735 Před rokem +1

    বঢ়িয়া

  • @priyakhigogoipg5220
    @priyakhigogoipg5220 Před rokem +12

    অতি সুন্দৰ কন্ঠ নিগৰাইছে। আগুৱাই যাওক।

  • @mohannath6515
    @mohannath6515 Před 7 měsíci +1

    Xundar, Ai namborak jeeyai rakhak

  • @bhaskardeka4253
    @bhaskardeka4253 Před rokem +2

    Baidew apunar ganto bahut bhl hoise. Aru anekowa gan di jaba buli akha thakil.

  • @mridulasonowal8626
    @mridulasonowal8626 Před 11 měsíci +1

    বশুত ভাল লাগিল শুনি থাকিলে শুনি থাকিবৰ মন যায়

    • @mukuta111
      @mukuta111  Před 11 měsíci

      ধন্যবাদ 🙏

  • @user-fj9cs1qo8r
    @user-fj9cs1qo8r Před 9 měsíci +2

    Dhunia gaisa Bhanti ,,,,,,Thanks,,,,,,,

  • @durlovesharmadurlovesharma2830

    সুন্দৰ কণ্ঠ,, বহুত ভাল পাওঁ শুনি।।।

  • @m.bminabakathial.5636
    @m.bminabakathial.5636 Před 2 lety +39

    অতি সুন্দৰ কণ্ঠদান কৰিছা ❤️❤️ আগুৱাই যোৱা তাৰে কামনা কৰিলো ❤️🙏👍🏻🙏

  • @binoddutta4264
    @binoddutta4264 Před 10 měsíci +1

    এই বিয়া নাম কেইটা বহুত ভাল লাগে। সুৰ টো একেবাৰে perfect হৈছে বুলি মই অনুভব কৰো।

    • @mukuta111
      @mukuta111  Před 10 měsíci

      ধন্যবাদ🙏🙏

  • @khargenkalita9519
    @khargenkalita9519 Před rokem +2

    Moja tmar katha to bahot val 💖💖

  • @babumoni668
    @babumoni668 Před rokem +2

    গায়ীকা জনি বহোত ধুনীয়া গালে ❤️❤️💥

  • @munmicharingia4701
    @munmicharingia4701 Před 11 měsíci +1

    ইমান সুন্দৰ কন্ঠ বহুত সুন্দৰ প্ৰদৰ্শন

    • @mukuta111
      @mukuta111  Před 11 měsíci

      ধন্যবাদ 🙏

  • @pabitrabaruah9293
    @pabitrabaruah9293 Před 3 lety +8

    ধুনিয়া লাগিছে

  • @DeeAxom22
    @DeeAxom22 Před 2 lety +6

    Moi bohut Val pao biya Nam huni...biya nam hunile hokolu pahori jao....love from Dhemaji ❤️❤️❤️

  • @jintusarmah4279
    @jintusarmah4279 Před rokem +1

    একে বাৰে মন প্ৰান যুৰ পৰি গল।ইমান সুন্দৰ কণ্ঠ আগলৈ আৰু শুনিবলৈ পোৱাৰ হেপাহ থাকিল।

  • @satyajitkalita1995
    @satyajitkalita1995 Před rokem +3

    বহুত ভাল লাগিল বিয়া নাম কেইতা শুনি....শশীপ্ৰভা নামৰ ছোৱালী এজনীৰ লগত বিয়াখন পাতিব লাগিব..

  • @debisaikia5302
    @debisaikia5302 Před 2 lety +5

    বহুত বহুত ভাল লাগিল শুনি

  • @user-fj9cs1qo8r
    @user-fj9cs1qo8r Před 10 měsíci +2

    Barhia bhanti dhunia gaisa ,,,, Thanks,,,,,,,

  • @animadeori2682
    @animadeori2682 Před 2 lety +4

    আপোনাৰ বিয়া বৰ ভাল লাগিছে বা

  • @rubulkumarsaikia1739
    @rubulkumarsaikia1739 Před 2 lety +13

    So nice ... Lovely assamese traditional song.. I so thanks u where u are not only expert but also god gift ... Weldon keep it up i love u in ur future

  • @banikantadas2898
    @banikantadas2898 Před měsícem +1

    শিল্পী গৰাকীৰ কণ্ঠত সৰস্বতী আছে। ইমান মিঠা ।বিয়া নামক অনন্য মাত্ৰা প্ৰদান কৰিছে।

    • @mukuta111
      @mukuta111  Před měsícem +1

      বহুত বহুত ধন্যবাদ। এনেধৰণৰ প্ৰেৰণা দায়ক মন্তব্য বোৰে আমাক বহুত উৎসাহিত কৰে। 🙏❤