Akash By Neel Akash || Feat. Chow En Lai Phukan || New Assamese Song 2020
Vložit
- čas přidán 7. 08. 2024
- Song : Akash
Singer : Neel Akash
Backing Vocal : Bikashita Gogoi
Lyrics : Mrinmoy Mrittik
Composed : Neel Akash & Ujjwal Aarong
Music : Ujjwal Aarong
Mix/Mastered : Ibson Lal Boruah
Recorded At Studio Fusion, Moran
By Rajiv Sarmah
Feat. Chow En Lai Phukan
Direct,Shot & Edit : Sourav Sharma
Lyrical Video Edit : Biman Boruah Axomiya
Digital Market & Media Director : Junaak Milon (Dhwani Music)
#Akash
#Neel_Akash
#Bikashita_Gogoi - Hudba
*নীল আকাশ দাৰ গান টো শুনি ভাল পোৱা সকলে এটি সুন্দৰ চাই like কৰি দিয়া💓💓*
Like korile kiba gift pam neki specially during lockdown 😀
moja lagil dai
@@rautlrajbongshi1394 mor chenel tu subscribe kora ha 🙏🏻 Plzz
❤️💚জুবিন দাত আৰম্ভ হৈ, নীল দাত শেষ হয়.... মোৰ আকাশ❤️💚
One like for the lyricist ❤️
নীল দাক বহুত ভালপাও লগতে গানবোৰে বহুত ভালপাও 😍 কিন্ত্ত জুবিন দাৰ বাবে থকা মৰম ,ভালপোৱা, অাদৰ ,সদায় সুকীয়া কাৰো লগতে নিমিলে,,জুবিন দা আমাৰ অসমীয়াৰ বাবে এটা নাম নহয় এজন ভগবান হয় ❤❤
Gate line bro Bhiki Pathak
Great line
*নীল দা সদায় মোৰ প্ৰিয়🌹আৰু প্ৰিয় হৈ ৰ'ব...ভাল লগাবোৰ আপোনাৰ গানতেই আৰম্ভ হয় আৰু কেতিয়াবা আপোনাৰ গানতেই শেষ হয় 🌹♥️....Most favourite person Neel Daa💞💌✍️✍️*
*(Geet gai val paw moiu... আকাশী যান নামেৰে মোৰ এটি গীত খুওব কম দিনৰ ভিতৰতে মইও আগবঢ়াই দিম... সকলোৱে মৰম কৰিব💞)*
Nnn
Eee
Eee
Lll
অসমীয়া গান আগতে শুনি মই ভাল পোৱা নাছিলোঁ । আপোনাৰ গান শুনি মই বহুত ভাল পাইছিলোঁ। এতিয়া, আপোনাৰ গান আৰু Zubeen অৰ গান শুনোঁ বেছিকৈ। ক'বলৈ গলে আপোনাৰেই বেছি শুনোঁ চাগে.. আপোনাৰ voice অত কিবা এটা আছে... শুনিলে মনটো ফৰকাল লাগি যায়। Love u Neel da 🔥🔥👍👍
জুবিন দাৰ কণ্ঠৰ পৰা গীতৰ প্ৰতি ভালপোৱা আৰম্ভ হৈ এতিয়া নীল দাৰ কণ্ঠত সেই ভালপোৱা জীয়াই আছে ।।। LOVE YOU NEEL AKASH 💓💓💓
জুবিন দাৰ প্ৰতি আমাৰ যিটো ভালপোৱা আছে ,মৰম আছে সেইটো সদায় সুকীয়া, বেলেগ গায়কৰ লগত কেতিয়াও নিমিলে । Love you more ZG
Hosake oxygen ase ganot
@@pranabjyoti5703 oo birat vl lge Neel da r gaan but😍
Right bro
৮ বজাৰ পৰাই ৰৈ আছো আজি.... সকলো ফ্রেন্দ ক্লাবে শেষত চবৰে মন বেয়া হৈ গৈছিল......বহুত ভাল লৈগিল সচাকে
U9iytu
নীল আকাশৰ সপোনৰ আকাশ । বহুত ভাল লাগিছে । অসমীয়া সংগীত জগতলৈ এক অনন্য মাত্ৰা কঢ়িয়াই আনিলে ।
Bohut dinor murot Chow k dekhilu...last Dance Plust dekhisilu..One of the finest Contemporary dancer period. And the song is awesome as well Neel bhai..🙏👍
আপোনাৰ প্ৰতিটো গীতেই প্ৰিয় । 'আকাশ' গানটো আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে ধন্যবাদ নীল দা।।।👍🤗
Waaoo...Neel daa tumi j eman dhuniya k kanake guwa protitu gaan...tumar gaan huni jana mnt kiba ata extra feel hoi..hosai tumar matot jadu ase Naal daa..hey Nilim akakhr jiliki thoka Tora bror dorai hodaya jiliki thakaa tumi....😊😊😊
নীল আকাশৰ কণ্ঠত বহু আপেক্ষিত আকাশ আপোনালোকৰ বাবে মুকলি কৰি দিয়া হ'ল
ভৰত মৃন্ময়
ভাল লাগিল দাদা । শব্দবোৰ ভাল লাগিছে। U r always my favourite singer.. god bless u Neel da....❤️❤️❤️❤️❤️❤️❤️
Awesome dance by ChOw Lai Phukan... Nd Neel da alwys in ♥ ♥ ♥
Ulti , fabulous and mind-blowing Neel da 💕🔥🔥🔥🔥
Video concept superb. Probably first time in Assamese industry.
You are probably still unfamiliar with the name of Zubin .....
নীল দা তোমাৰ সপোন বোৰ আকাশৰ দৰে বিশাল হওঁক? I love you ❤️❤️
Hosake dhuniya gaise aru dei, beautiful ❤️❤️❤️❤️
Emn opaikhar murot ahi gol “Akash"🤘❤️🌹
Hoi. Hii😍😍😍
আকাশৰ আকাশ...
সকলোৱে শুনিব বুলি আশা কৰিলো,
নীল ককাইদেউ লৈ বহুত বহুত শুভেচ্ছা জনালোঁ...
নীল দা! আপোনাৰ গাণৰ প্ৰতিটো শব্দ অনুভৱ কৰিব বিচাৰোঁ। সম্পুৰ্ণ ডুবি যাব মন যায়। সঁচাকৈ আকাশত ডাৱৰৰ সিপাৰৰ দেশত থকাৰ অনুভৱ হয়।
Here it comes.. THE AKASH SONG.. WaoO.. beautiful...
বহুত বহুত ভাল লাগিল নীল দা আপোনাৰ কন্ঠত সৃস্তিৰ এই গীতটো। 🔥
Love u NEEL da👑
Neel da apunar protitu ganei hundor hoi.... ganor music, lyrics, video superb hoise.... kussum dar logot eta rap bihu akha rakhisu
Neel dai eman dhuniya dhuniya geet upohar diya r babe tar binimoyot hadharon like ata dibo nuwarim ne? jai neel da
bht dhuniya lagise neel da💘💘💘💘💘💘💘
My favourite singer ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😘😘
One of the most favourite song of yours ❤️🙏🔥🔥🔥❤️❤️❤️ really ❤️
Wow.... So nice.... 🥰I Love it... Love U Neel Dada❤🥰
যাদুকৰী কণ্ঠ । কি নো কম আৰু । অন্তৰৰ পৰা ভাল লগা মাত 💜💜💞
আপোনাৰ প্ৰত্যেকটো গীতেই শুনো....কিবা এটা মনটো ভাল লাগি যায়....যেনেদৰে প্ৰথমজাক বৰষুণৰ টোপালে প্ৰকৃতিক নতুন প্ৰাণ দিয়ে ঠিক তেনেদৰে আপোনাৰ গীতেওঁ আমাৰ মনত নতুন প্ৰাণৰ সঞ্চাৰ কৰে.....#Neel_Akash_Das❣️💕💥💥💥💥
In
Neel dar logote gutei team 2 and chao enlai phukonoloi 👍👍👍👍👍👍👍👍 hats off to both of you
নীল দা আপোনাৰ গান মোৰ সদায়ে প্রিয়.....আপোনাৰ গানে বেয়া লাগি থকা মনটো ও ভাল লগাই দিয়ে....❤❤❤❤ জনম জনম আপোনাৰ অনুৰাগী হৈ ৰ'ম...
Moiu beee😉😉😉😉
Watching from nepal 🇳🇵 🇳🇵 🇳🇵 🇳🇵 🇳🇵
Wonderful Neel Da ❤️ and sweet contemporary video concept❤️
গানটো শুনি আকাশ চুব 😍😍..... মন গৈছে। love you neel daaa
Ooo akaahhh..... Kobo nuwarilu💕najanakei hbo diok... 💕♥️
হৃদয় স্পর্শ কৰি গৈছে নীল দা
বহুত আশাৰে বাট চাই আছিলোঁ এই গানটোৰ বাবে অবশেষত শুনিলো বহুত ভাল লাগিল নীল দা।
what a voice neel bro all times hit for me keep it up ur voice is very perfect. God gives you bro....
Moja 👌. Neel Akash sir ok kune kune bhal pua ata like Kora.
ৰৈ আছো নীল দাৰ নীলা আকাশৰ বাবে!
Mja Neel da
Beautiful song neel da
তুমি য'ত তাতেই সাগৰৰ ঢৌ | বহুত ভাল হৈছে Neel da 😍😍😍 সদায় আগবাঢ়ি গৈ থাকা তাৰ কামনাৰে একাঁজলি মৰম তোমালৈ আমাৰ দুলীয়াজানৰ মৰম লগা ল'ৰাটো |
ইমান ধুনীয়া হৈছে গীতটো, দাদা এওঁ বৰ ধুনীয়াকৈ গাইছে ❤️❤️❤️😘😘😘
Ooooo neel da ......... hridoy bhora song
Awesome ❤️❤️❤️❤️❤️...Neel da...
Finally mur heartbeat r dream project aji release dila 8yrs dream 😍❤️🌍
Contemporary is excellent👍💯
Gantu hunar pasore pora Jen mur hridoy khon akakhor nilare bhori porise. .💙💙💙💙💙💙💙💙💙💙
ভাল লাগিল গানটো আগৰবোৰতকৈ কিবা এটা নতুনত্ব আছে গানটোত যিয়ে গানটোক আগৰ গানবোৰতকৈয়ে অলপ বেলেগ কৰি পেলাইছে।এনেকুৱা ভাল ভাল গান আৰু উলিয়াই থাকক দাদা শুভকামনা জনালোঁ।
Dk nilim.
Vl lagil neel da ,i really love u 😘😘😘
Hothat neel da live ahil aru gaantu release hoi gol
Ek bujabo nuwara anondo lagise
Outstanding Neel bro .... আৰু আগুৱাই যোৱা নীল দা । তোমাক গোতেই বিশ্বই চিনি পাব লাগিব এদিন ।
Niccc song Neel Akahs Da .bohut dhuniya lagesa song tu huni .
কি কম আৰু কৱলৈ ভাষাৰ অভাৱ ।
LOVE U NEEL DA, 👍👍
Neel da LIKE 👍👍👍😂😂
O aaka hur 2 xobotkoi best lagil 👌👌👌👌
Underrated song... Got to hear it somewhere... Now I'm here ...
ধুনীয়া নীল আকাশ দাৰ আকাশ 💖👌❤
ধুমুহা oo nill da mjja song
Apunar voice tu ekdom hosake God gift..........................
Nice song ❤❤❤
এক বেলেগ ধৰণৰ সোৱাদ পালো নীল দা ।
great song great singer. Mur olp Kunal Ganjawala r dore lage neel r voice tu
Verry nice bhaiya....
new style ata palu neel da voice tot..... hosai hridoi sui gol....
অতি সুন্দৰ নীল ককাই
Neel da big fan like kora
Aei mur bikhal Akash..hit 🔥
হিয়াত চুই গল নীল দা👌👌💞💞💞
Bohut vall lagil gantu huni Nell da😍
নীল দা আপোনাৰ গানবোৰ সচাকৈ এক বিশেষ ♥️ যিয়ে গান টোৰ শুনাৰ লগে লগে এক মিঠা অনুভৱ ৰ উমান দিয়ে ।। যিবোৰ প্ৰত্যক মানুহ ৰ বাবে বিশেষ ♥️।। ভাল লগা বোৰ এইদৰে জন্ম হয় 😊♥️❣️❣️❣️❣️
অপূৰ্ব এই সপোন
আকাশৰ দৰে নীলা এই সপোন
নীল আকাশ এই সপোন ......
#AROGYAGhy
Amar axom main..sobotse aru ami jimn parisu apunar hetok support kori goi asu....jate apuni aneke tora likhia famouse hoi goi thake amar akakh atu a aru..🌠 keep it up neel akash daa...💞🔥
বহুত সুন্দৰ নীল দাদা।অন্তৰ চুই গ'ল।
Love u nil aakash dada from Nepal ❤️❤️❤️
chao en lai 😍😍😍
বহুত বহুত ভাল লাগিল নীল দাদাৰ
Hidoy sui gol....
... love you Neel da ❤️❤️❤️
Uff emn xundor kontho Tumar.. 💕💕
Neel da😍😍😍 wow
নীল আকাশৰ নীলা আকাশ 🥰
Love for Neel da❤️
Bahutt val lagise
আৰু কোৱা...সকলোৰে মনটো ভাল লাগি গ'ল নে শুনি 😊❤
সপোন যেন লগা গানটি❤❤
#King_of_hearts one and only Neel Akash ❤
Bht basia VL lgila 😍❤️🤗
Issss ki dhunia gan Neel da, pgl hoi goiso O neel da.... Luv u❤️😘❤️😘❤️😘❤️😘
Ujjwal Da r Music sodai great ....and Neel da too
Too good song and your voice awesome I love you Neel da and Happy Valentine's Day to all friends 🌹🌹🌹🌹🌹💓💓💓💓💓💓😘😘😘😘😘😘😘😘
Bohut dinor pora opekha asil aji khunilu bohut vl lagil
Neel Akash Da Da Apunar Gan To Khuni Bor Dhuniya Lagise
Alop agote fb t live ahote salo aru vll lagil gan to khuni ❤️👍 love you Neel da ❤️ khadai enekoi vll vll video di jowa tumi 👍❤️❤️❤️
This song diserves more likes and subs
Superb song neel daa💝💝👌👌
Neel da apuni mur fvrt hoi apuni aru aguwai jawok tare kamona Kru....neel dak valpuwa bure like kra👌👍👌👍👌👍👌👍😘😍😘😍
মজজা লাগিছে আৰু ধুনীয়া
কবলৈ ভাষা নাই আৰু 💞
Neel....song and video concept Chow Lai Phukan Unique
Geet tu xuwadere vora xsakoi bht dhunia lgise
Waw mur bor val lga gantu love this sngggg nil da
Realises deyak ako neel da rai asu hunim hunim buli 👍😍😍😍😄
Hridoi sua gaan. Xundar neel Da.
From the starting you are always my favorite... Love the song ❤️❤️ ....
কি ধুনীয়া 😊😊😊