ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- অনিল তাঁতী বাপ | Bhagwat Bakhya | Anil Tanti | বিশ্বনাথচাৰিআলি

Sdílet
Vložit
  • čas přidán 12. 09. 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- অনিল তাঁতী বাপ | Bhagwat Bakhya | Anil Tanti | বিশ্বনাথচাৰিআলি
    ব্যাখ্যাকাৰ-
    অনিল তাঁতী বাপ(যোৰহাট)
    * বল-বম অসমীয়াৰ সংস্কৃতি নেকি আৰু ছোৱালী বোৰে ইমান কিয় মানে?
    * আমি কলিৰ পাপৰ পৰা কেনেকৈ
    নিস্তাৰ পাব পাৰিম?
    জয় গুৰু শঙ্কৰ
    বৃহত্তৰ লেহুগাঁও ভাগৱত পাঠ উদ্যাপন সমিতি
    ভাগৱত পাঠ আৰু ব্যাখ্য
    তাৰিখ: ৪ আৰু ৫ শাওন, আৰু ২০ আৰু ২১ জুলাই, ২০২৪
    স্থান: বিষ্ণুপুৰ সেৱাশ্ৰম, লেহুগাঁও, বিশ্বনাথ চাৰিআলি, অসম
    #ভাগৱতপাঠ #anil_tanti #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

Komentáře • 66

  • @GowtomGogoi
    @GowtomGogoi Před 4 hodinami

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @user-kj7dd4yy4g
    @user-kj7dd4yy4g Před 25 dny +2

    ❤❤ কৃষ্ণ

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk Před 23 dny +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏

  • @GopalDas-vj7mf
    @GopalDas-vj7mf Před 26 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @Request_motivation
    @Request_motivation Před 20 dny

    কৃষ্ণ বাপ অতি সুন্দৰ কৃষ্ণ কথা কৈছে 🪔🪔🪔🪔

  • @rumiduarah7953
    @rumiduarah7953 Před 26 dny

    🙏🙏🙏

  • @gitanjalihazrika3723
    @gitanjalihazrika3723 Před 23 dny

    Poranam prabhu ..Krishna...bhal lagil......
    Bhagwat aaru Gita 1baar holeu xokolu a podhibo lage.logote Gorur upakhyan.....nijei buji pabo satya aaru asatya....😊❤

  • @rudrakantaborah410
    @rudrakantaborah410 Před 7 dny

    Krishna baap bor sundor alosona dirgojibi hok❤

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 Před 10 dny +1

    Krishna krishna

  • @pallabikagohain5720
    @pallabikagohain5720 Před 27 dny +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏

  • @bantiborah4174
    @bantiborah4174 Před 28 dny +4

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @Eva-vq9td
    @Eva-vq9td Před 28 dny +6

    Bap jona bohot dhonya.
    Nojona kotha janibo parisu , logote aapunasobor dangor bakyaloi sewa jonalu.
    Val dore sunibo parisu.
    Cenelti aru agbahok.
    God bless
    All.👏👏

  • @RumiKonch-ni2zp
    @RumiKonch-ni2zp Před 26 dny

    Krishna nam. Kali jugar dharma. Thanks.

  • @46nobejibaripaulchuburikar35

    Krishna Krishna.

  • @buddhaboruah3008
    @buddhaboruah3008 Před 27 dny

    Krishna ❤❤❤🙏🙏🙏

  • @FunnyGolfCart-re3ny
    @FunnyGolfCart-re3ny Před 26 dny

    Krishna bap

  • @keshabbora7742
    @keshabbora7742 Před 28 dny +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nirjurajgogoi319
    @nirjurajgogoi319 Před 25 dny +1

    কৃষ্ণ।তাতীবাপ আগবাঢ়ি যাওক । কুকুৰৰ ভুকভুকনিলৈ কেৰেপ নকৰি নিজৰ কৰ্ম কৰি যাওক । শঙ্কৰসঙ্ঘক চকুপাৰি দেখিবনোৱাৰা মানুহৰ সংখ্যা সকলোতকৈ বেছি। গাখীৰৰ বটলৰ কাস্তমাৰ বহু কম কিন্তু মদৰ বটলৰ কাস্তমাৰ লাখৰ ঘৰত ।

  • @PronamikaHazarika
    @PronamikaHazarika Před 28 dny +2

    জয়‌‌ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před 24 dny

    ভকত‌ নিন্দা মহাপাপ ভাগৱতৰ কথা ‌কিয় গাত লাগে কৃষ্ণ

  • @DipaliBaishya-nn1do
    @DipaliBaishya-nn1do Před 28 dny +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏❤❤❤❤

  • @rekhagogoi322
    @rekhagogoi322 Před 28 dny +1

    Krishna Krishna bap hatakuti pranipat janalu 🙏🙏.

  • @user-kj7dd4yy4g
    @user-kj7dd4yy4g Před 27 dny +1

    ❤ কৃষ্ণ অনিল বাপ❤

  • @mridulraidihigia1818
    @mridulraidihigia1818 Před 28 dny +1

    Krishna probhu danwat pranam

  • @poragboruah4156
    @poragboruah4156 Před 28 dny +1

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před 28 dny +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয়‌ জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @barnalidas7784
    @barnalidas7784 Před 28 dny +1

    Krishna Krishna Krishna Krishna Ram Ram Ram Ram Krishna Krishna Krishna Krishna Ram Ram Ram Ram Krishna Krishna Krishna Krishna

  • @dipisaikia287
    @dipisaikia287 Před 28 dny +1

    কৃষ্ণ হৰি ৰাম

  • @bharatimahanta2870
    @bharatimahanta2870 Před 28 dny +1

    Krishna

  • @user-in1zh3yh3f
    @user-in1zh3yh3f Před 28 dny +1

    কৃষ্ণ কৃষ্ণ

  • @UcjfufUcufufi
    @UcjfufUcufufi Před 25 dny

    Krishna Tanti provu.অসমত একাঙশ লোক ব'ল ব'মত যায় প্ৰকৃততে অসমীয়া সঙসকৃতি নহয় এইটো ফেশ্বন হৈছে এইবোৰে অসম খন শেষ কৰিছে।

  • @ritatalukdar7264
    @ritatalukdar7264 Před 27 dny

    Krishna Krishna 🙏🙏🙏💐🌺🌻❤❤❤❤❤

  • @Jiten.das.4932
    @Jiten.das.4932 Před 28 dny +1

    কৃষ্ণ সেৱাহে

  • @DulumoniHazarika-iz3mo
    @DulumoniHazarika-iz3mo Před 27 dny +1

    পৰৰ ধম্মক নিহিংসিবা কদাচিত। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। শিৱ কোন সেই তত্ব বুজি লৈ শুদ্ধ ভাবে ব্যাখ্যা কৰিব। কৃষ্ণ কৃষ্ণ বাপ, দুখ পাওঁ শিৱ নিন্দা শুনিলে। 😂😂😂 কৃষ্ণ।

    • @nirjurajgogoi319
      @nirjurajgogoi319 Před 26 dny

      আপুনি পাৰিলে কীৰ্তনৰ সহস্ৰ নামব্ৰিতান্ত ভাগ ভালদৰে মনোনিবেশ কৰি পঢ়িলে আপুনি হয়তো তেনেকৈ নকলেহেতেন । কীৰ্তনত আপুনি পাব " ও হৰি দেহু দৰিশন শিৱ সনাতন তোমাৰ চৰণে ধৰোঁ" ।

  • @TinamoniMedhi
    @TinamoniMedhi Před 28 dny +1

    Krishnabap.

  • @TARUNBORAH-q8z
    @TARUNBORAH-q8z Před 28 dny +5

    তাতী বাপ জনা ! আপুনি শিব বল বম এই ধম্ম চিন্তা কৰি লাভ নাই !আপোনাৰ নিজৰ ধম্ম সজতনে ৰাখক ! ও নম শিৱায়

  • @MigenBorah-u7c
    @MigenBorah-u7c Před 17 dny +1

    Apuni krishnak dekhise ne mahasoi?

  • @crickettalk611
    @crickettalk611 Před 26 dny

    Murkha ghyan nidibo.
    Shiv aru Krishna akajonai .dui jonok vinnna nokorebo

  • @nirjurajgogoi319
    @nirjurajgogoi319 Před 26 dny

    হেৰৌ অবোধ বালক তুমি জানানে নাজানা যে কৃষ্ণক পূজা কৰিলে সমস্তৰে পূজা হয় । নামঘৰতটো বাদেই নিজৰ শৰীৰতেই অসঙখ্য় দেৱতা আছে। জিভাত আছে বৰুণ । আমি যদি জিভাৰ জুতিৰ বাবে মাছ মাংস খাই আছে তেতিয়া বৰুণ দেৱতাক পূজা কৰা বুজায় । তুমালোকে সৰস্বতী দেৱীক পূজা কৰোঁতে কৃষ্ণ বুলি কোৱা। সৰস্বতীৰ পূজাত সৰস্বতীৰ নাম গাব লাগে। বেলেগ দেৱতাৰ নাম গোৱাতো উচিতনে !

    • @AnilTantibhagawat
      @AnilTantibhagawat Před 26 dny

      অধ্যয়ন প্ৰয়োজন আছে। ভাগৱত প্ৰতি দিনাই পাঠ কৰিবা। পৰামৰ্শ আগবঢ়ালোঁ। কৃষ্ণ

  • @munindra344
    @munindra344 Před 26 dny +1

    হেৰৌ পাষণ্ড , তই কিয় তোৰ নামঘৰত কৃষ্ণৰ লগত অগ্নিদেৱতা / বায়ুদেৱতা / বৰুণদেৱতাক একেলগে সেৱাকৰি আছা ??? আমি জানো , "জাৰজ" সন্তানে মুখত কয় এক , কৰে এক ।

    • @AnilTantibhagawat
      @AnilTantibhagawat Před 26 dny +1

      জাৰজ শব্দটো ব্যৱহাৰ কৰিছিলে ধৃতৰাষ্ট্ৰ মহাভকত বিদুৰক, ধৃতৰাষ্ট্ৰৰ বংশ ধ্বংস হ'ল। তোমাৰ একে হ'ব। সাৱধানে থাকা

    • @munindra344
      @munindra344 Před 25 dny

      @@AnilTantibhagawat তুমাৰ গাত কিয় লাগিল , গুৰু আসনত বহি আনক নিন্দা কৰি আছা / ভাগৱতৰ ভুল বাখ্যা কৰি আছা । একমাত্ৰ জাৰজ সন্তানেহে পাৰে এইবোৰ । ভকতে সকলোতে বিষ্ণুময় দেখে গতিকে তুমাৰ বংশ নাশ হব । কৃষ্ণই যদুবংশ ধংস কৰিচিল , তুমাৰো একে হব । বেচি দিন নাই ,

  • @crickettalk611
    @crickettalk611 Před 26 dny

    Sanatan dharmor uporot knowledge kom apunar ...
    Santan dharmor Mul hoisa veda .bhagwat nohoi .

    • @AnilTantibhagawat
      @AnilTantibhagawat Před 26 dny

      বেদ কি জানেনে?

    • @AnilTantibhagawat
      @AnilTantibhagawat Před 26 dny

      মূৰ্খ বিলাকে বেদৰ ৰসহ্য ধৰ্ম নাজানে

    • @crickettalk611
      @crickettalk611 Před 25 dny

      @@AnilTantibhagawat veda moi jonat koi apuni Jona basi dorkar .

    • @AnilTantibhagawat
      @AnilTantibhagawat Před 25 dny

      ​@@crickettalk611বেদ মানে নাৰায়ণ অধ্যয়নৰ প্ৰয়োজন তোমাৰ

    • @AnilTantibhagawat
      @AnilTantibhagawat Před 25 dny +1

      শুদ্ধ সত্য গুৰুৰ অভাৱ কাৰণে বুজি পোৱা নাই।সত গুৰু শ্ৰীমন্ত শংকৰদেৱ উপদেশ বানী পঢ়িবৰ বাবে পৰামৰ্শ আগবঢ়ালোঁ

  • @bidusmitadeka6233
    @bidusmitadeka6233 Před 28 dny +1

    Krishna 🙏🙏🙏🙏🙏