গ্ৰাহ গজেন্দ্ৰ উপাখ্যান।।মনিকাঞ্চন ভাওনা দল, আমগুৰি।।
Vložit
- čas přidán 14. 02. 2022
- নাট-গ্ৰাহ গজেন্দ্ৰ উপাখ্যান
পৰিৱেশক- মনিকাঞ্চন ভাওনা দল, আমগুৰি।।
#অসমীয়াভাওনাসংস্কৃতি
#vauna
#ভাওনা
#dhruvajyotiboruah
#asomiyavaunasanskriti
#asomiyabhaonasanskriti
#অসমীয়া
#bhaona - Zábava
যিমানে যি নকওক অতি সুন্দৰ
❣️❣️❣️🥰🥰🥰🙏🏻🙏🏻🙏🏻🙏🙏🏽🙏🏿
জয় মণিকাঞ্চন দলৰ🙏🏻🙏🏻🙏🏻❣️❣️❣️
Val lagile vauna khon Sai...
love from jorhat ❤️❤️❤️
অতি সুন্দৰ ভাল লাগিল আমাক আপোনালোকৰ দলটিয়ে ভাওনা চাবলৈ দি থাকিব। সকলোৰে প্রদর্শন ইমান ভাল চালে চাই থাকিবলৈ মন যায় কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
সুন্দৰ 🙏🏻🙏🏻🙏🏻👌🏻👌🏻👌🏻❤❤❤
দোহাৰ অতি সুন্দৰ ❤❤❤❣❣❣
শব্দ অতি নিম্ন মানৰ। বাকী সুন্দৰ। সেৱাহে।
মজা এনেকৈয়ে আগবাঢ়ি যাবা
ভাওনা ভাগ অতি সুন্দৰ হৈছে ।
Nayamoni da voice 🔥🔥🔥
ভাওঁনাত আপোনাক লগ পাই ভাল লাগিল দাদা
ধুনীয়া লাগিল চাই🥰🥰🥰😍😍
ভাওনা ভাল হৈছে
নয়ন দা 😍❤️
Voice ❤️❤️
বাঁহীৰ মাত বেছি আহিল, শব্দবোৰ স্পষ্ট ন'হল ।
বাকী সুন্দৰ ❤️
সুন্দৰ হৈছে🙏
𝗸𝗵𝗮𝗻𝗶𝗸𝗮𝗿 𝗱𝗮 voice❤🔥
Full name tu ki?
@@dijuchoudhury সত্যম খনিকৰ দা❤️
Ati hundor
ভাল লাগিল।
Moza God Bless to all
ভাওনা ভাল হৈছে। কিন্তু light মানে কেৱল switch Off/on কৰা নহয়। light ব্যৱস্থা কৰা party ৰ বহুত শিকিব লগা আছে। sound টো মাজে মাজে অপ্ৰয়োজনীয় eco দিয়া হৈছে।
Light off/on kora nohoi light thika asa
Habi🥰
Oti hundor🙏🙏🙏
Nice❤️
Bhauna khon ultimate .. quality beta video
Moja
Nice pic 🌺🌺🌺🌺💕💕❤❤❤❤💖💖💖
ক'ত হৈছিল
নাট। ভাগৰ PDF page dibo পাৰিব নেকি plzzz
Dohar dhamaka।but বচন স্পষ্ট নহল বাবেই ভাল লগা নাছিল।
মাতে কৈছে নয়ন দা,
আমগুৰি
🙏🙏🙏🙏
Geet guwa jonor nam tu ki
Duhart gua manuh jonr nam tu plz jonabo imn hundor ke gai nhoi vakhare bujabo nuaru plz jonabo namtu😫❤️🙏
Numbar pam ni
Nat vag ase ni pdf
Mic to on hoi thakil pothom konot
Saund to alop komil avineta hklr
Monikanchon dolar jugajug nambar pam ni
Duhar jnr nm ki
Bipradamudar vauna khan diya
নিশ্চয়।
Duha gua da da jnr nam ki।। ভাষাৰে বুজাব নোৱাৰি। সুন্দৰ কণ্ঠ
PDF 2 pm nki
এই লিংকটোৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব
www.asomiyavaunasanskriti.com/2020/07/pdf-of-gojendra-upaikhanvauna-nat-pdf.html
Bahi r babe sabdo bur clear huna nii baki hundor hoise