বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ কবিতা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি।। poem recitation

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ কবিতা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি।।পাঠ নিতু ৰাণী দেৱী
    আজি ২০জুন
    ৰাভা দিবসৰ পবিত্র এই দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ গভীৰ শ্ৰদ্ধা নিবেদি এটি কবিতা পাঠ আপোনালোকলৈ আগবঢ়ালো 🙏
    লগতে আৰু এটি কথা আপোনালোকক জনাব বিচাৰিছো 'নিৰ্বাচিত আবৃত্তিৰ কবিতা- সংকলক ধীৰাজ কুমাৰ লহকৰ - এই কিতাপখনৰ পৰা কবিতাটো লৈ পাঠ কৰিবলৈ প্ৰয়াস কৰিছিলো.. মোৰ এই প্ৰয়াসটিত যদি অজানিতে
    কিবা ভুল হৈছে তাৰ বাবে মাৰ্জনা বিচাৰিছো 🙏
    #assamese
    #poem
    #recitation
    #bishnurabha
    #Bishnurabhaetiyakimanrati
    #Birendrakumarbhattacharya
    @prayas477

Komentáře • 14