Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
ধুনীয়া হৈছে
আই আপোনাৰ কণ্ঠ অতি সুন্দৰ। ভগৱন্তই কৃপা কৰক কৃষ্ণ।চিয়া গীত প্ৰথম শুনি ছো।
দৰঙী কলা-কৃষ্টিৰ এটি আপুৰুগীয়া সম্পদ চিয়া গীত কেৱল বৰখেলীয়া ভকতৰ ৰীতি-পৰম্পৰাৰ মাজতে আৱদ্ধ নাথাকি বোৱতী নদীৰ সোঁতৰ দৰে সকলোৰে কাষ চাপি যোৱাত নথৈ আনন্দিত হৈছো। এনে সুন্দৰ সুৰ-লয়ে হৃদয়ৰ নিভৃত কোণক চুই যায়। পিংকুমণি চহৰীয়া, উদেষ্ণা শৰ্মা আ্ৰৰু সংগীবৃন্দলৈ এই আপুৰুগীয়া সম্পদটিৰ চৰ্চা অব্যাহত ৰাখি ন-প্ৰজন্মৰ মাজলৈ লৈ যোৱা বাবে অভিবাদন জ্ঞাপন কৰিলোঁ। অসমৰ সুধী সমাজে গুৱাহাটী দূৰদৰ্শনৰ এই সম্ভাৰটিক নিশ্চয় মৰমৰ চকুৰে চাব। ধন্যবাদ।প্ৰণৱ কুমাৰ নাথ, ডেকামল্ল, বৰদৌলগুৰি, দৰং, ১৮ আগষ্ট, ২০২৩
😊😊😊
বহুত বহুত ভাল লাগিছে।ঈশ্বৰে আৰু কৃপা কৰে যেন।কৃষ্ণ কৃষ্ণ
এইটো আমাৰ বৰখেলীয়া ভকতৰ সেৱাত গোৱা নাম আৰু সুৰ । আজি সেই মহন্ত ভকত সকল নাই যদিও তেওঁ লোকৰ সেই সুৰ আজি পাইছো । ধন্যবাদ দৰঙী শিল্পী সকল ।
বৰ সুন্দৰ!মন ভৰি গল🙏🙏🙏
অতি ধুনীয়া। এটি নতুন অনুভৱ, এটি আগতে নজনা অসমীয়া লোক সংগীতৰ ধাৰা। মিঠা সুললিত কণ্ঠ।🙏
অতি সুন্দৰ মননশীল মধুৰতম পৰিৱেশন । এই ছেগতে সকলো শিল্পী কলা কুশলীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
কি যে মজা গাইছে শুনিলে এৰিবব মন নেযায়। বহত বহুত ধন্যবাদ জনালো যোৰহাট
নতুন চিয়া। গীতৰ। প্ৰচাৰৰ বাবে আশাৰে বাট। চাই ৰলও। ভগৱানে সকলো কে। মঙগ ল কৰোক
সুন্দৰ। ভাল লাগিল। কৃষ্ণ
Oti. Sundar. Prabhu. Bhaga ante kripa. Korak ,
অতি সুন্দৰ🙏🏻🙏🏻🙏🏻
অতি সুন্দৰ, বৰ ভাল লাগিল। শুনি থাকিলেও মন নভাৰে। আগলৈকে আশা কৰিলোঁ।
বঢ়িয়া
অতি সুন্দৰ পৰিৱেশন । আটাইকেইগৰাকী শিল্পীক শ্ৰদ্ধা জনালোঁ ।
দৰঙী কলাকৃষ্টি ৰ এক অনন্য অংশ। সুন্দৰ উপস্থাপন। ধন্যবাদ।❤❤❤❤
সুন্দৰ পৰিবেশণ সছাকৈ ভাল লাগিল
Dhuniya hoise gaanto❤❤❤❤.....
Oti sundar
বহুত ভাল লাগিল
Baksa jilar halo darangiya chiya geet bore mok ringiai aase.mon pran Hari mile krishna krishna
বহুত ভাল লাগিল। Go ahead.
Bar sundar.🙏🙏🙏
Bahut Bhal Lagise
Eman dhuniya anusthan....bahut vl lagil xakaloke dekha pai....
অতি সুন্দৰ বহুত ভাল লাগিল ভাল কৃষ্ণ কৃষ্ণ ।
বৰ সুন্দৰ হৈছে।
অতি সুন্দৰ আপোনাৰ কণ্ঠ । আপোনাৰ কণ্ঠৰে কামৰূপীয়া লোকগীত শুনিব পাম আশা কৰিলো ।
Baideo dhuniya hoise,,,Amar gharot goisil Apuni,,nalbari,Bahjani
অতি সুন্দৰ 🎉
Ati sundar haiche
Bahut dhuniya hoise 👌👌♥️♥️♥️👍👍
Bar sundar paribeshan, khub val lagil, ai geet bilak ami samajat jiai rakhiba lagiba.
Bar sundar paribeshan, khub val lagil, ai geet bilak ami samajat jiai rakhiba lagiba. Dhanyabad
Dhunia🙏
Excellent 👍👍👍. From Kashmir.
Krishna hridoy bhakati bhabere hanta kari diye bahut bhal lagil aaihakal.
Dhuniya hoise.
Very nice very nice
নমস্কাৰ।ভাল হৈছে।
Excellent
আই বাপ। আটাই সকলওলঐমওব। কোটি সেৱা জনালো
You distributed Prem bhakti.
Sundar🙏🙏🙏
Good good very good. Nice singing.sweet voice.
Bahut, bhal,,,,, ❤jaisrikrishna, ❤❤❤❤❤, laluk, lakhimpur,
🙏🙏🙏🙏 🙏🙏🙏🙏 🙏🙏🙏🙏
Very good
Val lagise
Very nice
❤❤❤❤
Krishna.moi.dinat.ak.bar.holeo.sunu.mor.bar.val.lage.
Bahut sundar sur lohor kontha namoni osamor xlo re ontor cui joa geet sadai gai joa joa God bless everyone pyari BETIHOT
Ami darrangia.... Label ase.... ❤❤❤❤
Very nice God bless you😅 6:58
আৰু নতুক গীতৰ আশাৰে
Krishna Bahut Dhuniya lagil aai 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️
বৰ। ভাল হৈছে 😊
Very.good.ai.joni.sokal.aru.natun.lokogit.sunaba,thankyou..Krishna
All.tem.thinkyou.ki.maga.
ধুনীয়া হৈছে
আই আপোনাৰ কণ্ঠ অতি সুন্দৰ। ভগৱন্তই কৃপা কৰক কৃষ্ণ।চিয়া গীত প্ৰথম শুনি ছো।
দৰঙী কলা-কৃষ্টিৰ এটি আপুৰুগীয়া সম্পদ চিয়া গীত কেৱল বৰখেলীয়া ভকতৰ ৰীতি-পৰম্পৰাৰ মাজতে আৱদ্ধ নাথাকি বোৱতী নদীৰ সোঁতৰ দৰে সকলোৰে কাষ চাপি যোৱাত নথৈ আনন্দিত হৈছো। এনে সুন্দৰ সুৰ-লয়ে হৃদয়ৰ নিভৃত কোণক চুই যায়।
পিংকুমণি চহৰীয়া, উদেষ্ণা শৰ্মা আ্ৰৰু সংগীবৃন্দলৈ এই আপুৰুগীয়া সম্পদটিৰ চৰ্চা অব্যাহত ৰাখি ন-প্ৰজন্মৰ মাজলৈ লৈ যোৱা বাবে অভিবাদন জ্ঞাপন কৰিলোঁ।
অসমৰ সুধী সমাজে গুৱাহাটী দূৰদৰ্শনৰ এই সম্ভাৰটিক নিশ্চয় মৰমৰ চকুৰে চাব। ধন্যবাদ।
প্ৰণৱ কুমাৰ নাথ, ডেকামল্ল, বৰদৌলগুৰি, দৰং, ১৮ আগষ্ট, ২০২৩