কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, জয়সাগৰ | Vauna
Vložit
- čas přidán 28. 11. 2022
- কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, জয়সাগৰ | Vauna
বৃহত্তৰ জয়সাগৰবাসী ৰাইজ আৰু জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আয়োজিত "সদৌ অসম ভাওনা প্ৰতিযোগিতা"ত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা "মণিকাঞ্চন ভাওনা দল, আমগুৰি"ৰদ্বাৰা পৰিবেশিত "কুমৰ হৰণ, হৰি-হৰৰ যুদ্ধ" ভাওনাভাগি আপোনালোকলৈ আগবঢ়ালোঁ।
আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। প্ৰতিযোগিতাখনিৰ বাকী ভাওনাসমূহ চাবৰবাবে চেনেলটো চাবস্ক্ৰাইব কৰি লওক।
প্ৰতিযোগিতাৰ স্থান- পৰাগ চলিহা ষ্টেডিয়াম, জয়সাগৰ, শিৱসাগৰ
ধন্যবাদ🙏🙏🙏
আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: ৬০০৩৫৮২৯৫১
Cover Topic:
Vauna
bhauna
Vauna competition
Bhauna competition
vauna competition 2022
Vauna video
vauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
Vauna probekh
Bhauna probekh
assamese culture
vauna 2022
অসমীয়া ভাওনা
ভাওনা
জয়সাগৰ ভাওনা প্ৰতিযোগিতা
assamese bhawna
Assamese vaona 2022
সদৌ অসম ভাওনা প্ৰতিযোগিতা
joysagar vauna competition
কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ
hori horor judho
Kumor horon
Kumor horon hori horor judho
#vauna
#bhauna
#vaona
Follow my FB Page : / pmb-mix-104114782370878
Subscribe to my Telegram channel: t.me/pmbmix - Zábava
কৃষ্ণ
আমাৰ গাঁওত এইবাৰ এইখন নাটকে কৰিব লৈছে মই চিত্ৰলেখা ৰ অভিনয় কৰিব লৈছোঁ আশীৰ্বাদ কৰিব যাতে ভালদৰে কৰিব পাৰোঁ
❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Ki je khundor abhinoi 👏👏👏👏👏👏👏
সুন্দৰ দৃশ্য উপভোগ কৰিব পাই ভাল লাগিল,,,,
Joy guru Shanker 🙏🏾 Krishna Krishna Ram Krishna Hari
কৃষ্ণ কৃষ্ণ ❤❤ 🙏🙏🙏🙏
Vauna and also Duhar is ultimate 👍👍👍
Bohut dhuniya hoise obhinoy....
Val lagile sai😊
Krishna Krishna 🙏
🙏💙
Natok r pdf pm nki
Ase
@@PMBMix Dada jene tene kiba ata kori diyok.🙏
noyon nibir niki gayen
Hoi
Pdf tu pam nki
বৰ্তমান নাই... বিচাৰিলে হয়তু পোৱা যাব
দাদা PDF টো বহুত important আছিল আছে যদি বিচাৰি দিব নেকি please
Mur usorot nai... Bisari sam baru
ummm
Bisari dibo ne dada
Namber to deb nke
kar?