মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ Dr. Himanta Biswa Sarma vs Oposition

Sdílet
Vložit
  • čas přidán 13. 09. 2024
  • দিছপুৰ থানাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ । কি হ'ব এতিয়া ? Chief minister Dr. Himanta Biswa Sarma Vs Oposition Leader .
    কিছুদিন পূৰ্বে ধিঙত সংঘটিত হৈ যোৱা নাৰকীয় ধৰ্ষ* নৰ ঘটনাটোৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মিঞা সম্প্ৰদায়কলৈ তৎপৰ হৈ পৰা দেখা গৈছিল । বিভিন্নধৰণৰ বক্তব্য ৰখাৰ লগতে অসমৰ জনতাকো তেওঁ তেনেবোৰ কথাৰে প্ৰৰোচিত কৰি আহিছে । এই অভিযোগ বিৰোধী ঐক্য মঞ্চৰ । তেওঁলোকৰ অভিযোগ, ৰাজ্যৰ মুৰব্বী হোৱাৰ পিছতো ৰাজধৰ্ম পালন নকৰি মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়ীক সদ্ভাব বিনষ্ট হোৱা কাৰ্যকলাপত ব্যস্ত হৈ পৰিছে । তেওঁ যেন তলে তলে গোষ্ঠিগত সংঘ* ৰ্ষ লগোৱাৰ পৰিকল্পনা কৰিছে । এনে কাৰ্যৰ পৰা বিৰত থকাৰ হুংকাৰেৰে বিৰোধী ঐক্যমঞ্চই যোৱাকালি অৰ্থাৎ বুধবাৰে (২৮ আগষ্ট) দিশপুৰ থানাত গোচৰ ৰুজো কৰে ।
    এই ভিডিঅটোত অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ লগতে অভিযোগকাৰীসকলৰ বক্তব্য সন্নিৱিষ্ট কৰা হৈছে ।
    সঁচাকৈয়ে গ্ৰেপ্তাৰ হ'ব নেকি মিখ্যমন্ত্ৰী ড০ শৰ্মা ? মিঞাক জোকাই সঁচাই বিপদ চপাই ললে নেকি মুখ্যমন্ত্ৰীয়ে ? তেওঁ ভুল কথা কৈছিল নে ভাল কথা কৈছিল ? কমেন্ট বক্সত নিশ্চয় আপোনাৰ অভিমত ব্যক্ত কৰিব । Dr. Himanta Biswa Sarma vs APCC President Bhupen Bora, Chairman of Assam Jatiya Parisad Lurinjyoti Gogoi and MP of Dhuburi Rakibul Hussain.
    #assampolitics #assamesenews #news18assamne #politicalnews #dhing
    Hi,
    I am Ratul Das Sarania. Welcome to our youtube channel real reaction. Thankyou so much.
    About my channel
    This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.
    My social link
    Blog- www.digitaldream24.in
    face book- / ratul.sarania.925
    Page - / digital-dream-64681774...
    Twiter- Ra...
    Instagram- / ratuldassarania
    e-mail- rsarania10@gmail.com

Komentáře • 12

  • @samudrahazarika110
    @samudrahazarika110 Před 15 dny +2

    আমি সব দেখি আছোঁ তোমালোকৰ চৰিত্ৰ। একো পতন নঘটে CM sir' ৰ। একো কৰিব নোৱাৰে। হিমন্ত sir zindabad।

  • @user-pb1pj6do7d
    @user-pb1pj6do7d Před 15 dny

    মামা জিন্দাবাদ🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @popibaruah3204
    @popibaruah3204 Před 16 dny +3

    ভুপেন ৰহমান,লোৰিন উদ্দিন,ৰকিবুল গগৈ,হতে মামাক জেলৰ ভাত খোৱাই হে এৰিব।

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se Před 15 dny

    Ahobar lurin congressor pora cm habo karon kaiba baru jike aseatu

  • @bhupenchowdhury9420
    @bhupenchowdhury9420 Před 15 dny

    BJP and Himanta Biswa Sarma jindabaad

  • @SurjaBasumatary-yf2eu
    @SurjaBasumatary-yf2eu Před 15 dny

    Vot puw kota koise gongerse jiman koleu raije vot nidihe

  • @bhubansaikia5782
    @bhubansaikia5782 Před 16 dny +1

    Val huwa nai

  • @mantusaikia8808
    @mantusaikia8808 Před 15 dny

    Misa misa na na Apuniu miya logo ne ki?????.???.??

  • @moijoyshree6921
    @moijoyshree6921 Před 15 dny

    nice vedio sharing🎉🎉🎉full support🎉big like🎉🎉🎉🎉plzzzz stay connected🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏