Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
মামা দুখীয়াই সকলো সুবিধা পায় ধনীবোৰে ঠিকা পাই মধ্যবিত্তবোৰে কি পাবআপোনৰ মুখৰ পৰা কোনো দিনা মধ্যবিত্তশব্দ উচ্চাৰণ কৰা শুনা নাই।মধ্যবিত্তৰ কাৰণে একো আঁচনি নাই নেকি?চেন্নাই কেৰেলাত বছৰ জুৰি হাজিৰা কৰি যেনে তেনে সৰু পকী ঘৰ এটা বনালেও মধ্যবিত্তত পৰে হাজিৰা কৰি ফ্ৰিজ এটা কিনিলেও মধ্যবিত্তত পৰে। মধ্যবিত্ত বোৰেভোট দিয়া নাইনেকি?আমাৰ অসমত আটাইতকৈ মধ্যবিত্তৰ মানুহ বেছি কাৰণহাজিৰা কৰি পকী ঘৰ ফ্ৰিজ থাকিলেই সকলো সুবিধাৰ পৰা বঞ্চিত।BJP লিদাৰ বিধায়ক মন্ত্ৰী বোৰৰ চকু বোৰ অলপ ডাঙৰকৈ মেলি চাবলৈ শিকক।কোৱাৰবাবে বেয়া নাপাব কাৰণ ময়ো এই মাজৰেই বঞ্চিত এজন ।
Hoy moyu aponar dorei dada... Thikei kose aponi
Amio apunar kothat akmot
😊 see
Mb@@hemendradas1096
😅bhul veer😂r₹wp z❤❤,,,,88,,',,,,,,,❤dzZZ🐷bbyek❤❤@@hemendradas1096
Thank you CM sir এতিয়া ও বহুত মানুহ। পাব লগা আছে
TOI.ᗩᒍE.ᗰᗩYᗩ.ᗷOIᑎᗩK.KᗩIᗷᖇ.SᕼᑌᗪIᑕᗩ.ᗷᗩTISᑌᗪᗩᖇ.ᑭᑌ.ᒍOᕼᖇᗩᖇ.ᑕOᒪE
আমি চৰকাৰী কেসা তামোল এখনো খাই পোৱা নাই।
Right aru nalageo
খাব মন থাকিলেহে
😀😁😆
Kisuman manuh ase pai u nupua naam but ji ki nohouk ami nijor nhoi homaj aru dekhor sinta koribo lage...amar bjp sokar thoka loike ama india r mukhot hahi biringi thakibo jay hind
Toka poisa ase sage aponalokor
দুখীয়া নিবনুৱা শ্রমিক সকলৰ এই সমস্যাৰ বাবে এনে সিদ্ধান্তলোৱাত আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Good Job H Sir (Mama💖💖💖)
আচঁনি বাদ দিয়ে যেন ✔️✔️✔️মূল্য বৃদ্ধি হ্ৰাস কৰক 🙏
ছাৰ আমি এইবাৰ পাম বুলি আশা কৰিলো আপোনি এইকণ সোবিধা আমাক দি সহায় কৰে যেন,🇮🇳 জয় আই অসম
Gᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᒍᑎTᑌT.KOᖇEO.ᑎES.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ
মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো যে দৰিদ্ৰৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছে আৰু সহায় কৰিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, সদায় আঁচনি আৰু ফ্ৰী পলিচিৰ দ্বাৰা ৰাজ্য চলোৱাতো সম্ভৱনে? এই যে লক্ষ লক্ষ কোটি টকাৰ ঋণৰ বোজাটো কোনে বহন কৰিব বা কৰি আছে, এই বিষয়ে দুবেলা-দুসাজ খাবলৈ সমল নথকা দৰিদ্ৰ মানুহখিনিয়ে জানো ভাবিব পাৰে? চৰকাৰ এখন চলাবলৈ জনতাৰ সহায় লাগিবই। কিন্তু জনতাক এটকা সহায় কৰাৰ নামত দহ টকা কাঢ়ি নিলে জনতাৰ প্ৰকৃত সহায় হবনে? পাৰ্যমানে সকলো দিয়ক, কিন্তু মাছৰ তেলেৰে মাছ ভাজি নোখোৱাব। যদি প্ৰকৃততে সহায় কৰিব খোজে তেন্তে- ইন্ধন, খাদ্য-সামগ্ৰী, ঔষধ-সামগ্ৰী, ৰাস্তা-ঘাট আৰু ঘৰ-নিৰ্মাণ সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, টোলগেটকে ধৰি বিভিন্ন দ্ৰব্যৰ সীমা চেৰাই যোৱা কৰ-কাতলৰ ব্যৱস্থাটোত সাধাৰণ জনতাক স্বাসৰুদ্ধ পৰিৱেশৰ পৰা উদ্ধাৰ কৰক । অসমৰ চৰকাৰী যন্ত্ৰটোৰ প্ৰধান অংগবোৰত শোষণ আৰু আবৰ্জ্জনাৰ প্ৰতি অনবৰতেই শেণ-দৃষ্টি ৰাখক। যদি সেয়া সম্ভৱ কৰি তুলিব পাৰে তেতিয়া দেখিব দৰিদ্ৰতাৰ হাৰ নিশ্চয় বহু হ্ৰাস হ'ব আৰু আঁচনিৰ নামত কৌটি কৌটি টকাৰ ধাৰৰ বোজা নিশ্চয় কঢ়িয়াব লগীয়া নহʼব। এইয়ে মূখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ।
O
নৰেন্দ্ৰ মোদীৰ টকা নহয় ভাৰত চৰকাৰ ৰ হে
Absolutely decision discuss you sir I also help need your help.
দিনত 100টা কৈ ঘোষণা কৰে দিয়াৰ নামত এটাও নাই 0000
ইটা,শিল,বালি,ৰ'দ, চিমেণ্টৰ বৰ্তমান দাম জানে নে নাই অসমৰ মুখ্যমন্ত্ৰীয়ে,, আগতে মুল্য বৃদ্ধি কমোৱাৰ ব্যৱস্হা ল'ব লাগে,,,,
ᗷᗩᖇᗩI..ᑎᗩ Kᕼᗩ.KOᑕᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.SOᖇETᖇO.ᗷOᕼᑌT.ᗷOYᗩ.Tᑌᕼᖇ.ᐯᒪ.Gᑎ.ᑎI.ᗰᑌᖇOT.Tᑌᕼᖇ.
অকল ঘোষণা কৰিলেই নহ'ব ।
প্ৰকৃত দুখীয়া জনে নাপায়চোন।
Thanks mr. Mama 🙏👍🥀🌹💐 .
We proud of our HBSarma c m
❤️❤️❤️❤️মামাৰ কথা শুনি বহুত ভাল লাগিল জয় আই অসম ❤️❤️❤️❤️❤️
Hunda. Padkhep mahoday.
Good desition
Ami eman doridro sorkaror kow, ami ako napow
ঘোষণাটো বৃহৎ কৰে কিন্তু কাৰ্যকৰি কৰাটোহে সৰ্বনিম্ন কৰে ৷
Thank you very much sir 💞
অসমৰ বহুত ঠাইত বানপানী হৈছে ,আপুনি যদি giato , সেই সকলৰ খবৰ লওঁক।
ᑭᖇETᕼEᗷEᖇ.ᐯITᖇOT.ᑎEᒪOITᒍᗩ.Gᑌᑎᗪᗩ.ᗩᒪᖴᗩ.Sᗩᑌᖇ.ᑌTTᕼᗩ.ᗩᗪᕼᗰ.ᗷᑌᖇᗷOK.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ.ᑎES.ᗩGOᗰᑌᖇᗩ
দুৰ্নীতি হোৱা নাই নেকি ।।।।আপোনালোকে ভাবে নিকি।।।নাম অহা মানুহে ঘৰ পোৱা নাই।।।আপোনালোকে কি ভাবিছে।।।আহিব গম পাব।।
KᑌKᖇOT.KOᖇEO.ᗩᗪᕼᗰ.Tᑌᕼᖇ.ᑭᗩᖇE.Tᑌ.ᗷᖴ.SO.ᑎESTᑌᖇ.ᗷᗩIᗰᑎ
Joi ai axom..... ❤❤🙏🙏🙏🙏🙏🙏🙏🙏
Well-done topic
KOTᕼᗩ.KOᗷᗩ.ᑎᒍᑎᗩ.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᗩᒪ.ᗷᒪ.ᗷOIKᗷᗩ.ᒍᑎᗩ..ᗰᑌKᕼOT.ᕼᗩGᗰ.Tᑌᕼᖇ
Very good mama
Thanks for cm sir.
Thank you sir 🙏🙏🙏🙏🙏🙏🙏
nice sir God bless you ❤ 🙏 🙌
Thank you very good CM sir
Many many thanks CM sir.
fhifjf
Thank you mama apunar uprt bishakh ase axom khn next lvl 1tat loi jaok jate bahirot jungle nokoi jai hind bharat mataki jai
Assam cm sir thanku
Bthankyousir
Thanks you dada
Thank you so much sir
Tᑌᕼᖇ.ᗷᑎGSᕼO.TᑌI.ETTᗩ.KOTEᗰᗩᖇᗩ.ᗰᗩᖇE.Kᕼᗩᒪᗩ.ᗩSᗩ.ᒪᑎGTᗩ.ᕼOI.KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ.ᗷᑌS.KᕼOᖇ.ᑭᑌ
Mama we loves you
বহুত বহুত ধন্যবাদ থাকিল ছাৰ
Thanks you sir
অপদাৰ্থ চৰকাৰে মানৱ সম্পদ গঢ়োতা সকলৰ বাবে একো কৰিব নোৱাৰে ।
Congratulations mama
Thanks you
Very good mr himanta
Good news
মহোদয় সিমন্ত্ৰণ ছাৰ আপুনাক অনুৰোধ কৰিছোঁযদি পাৰে আমাকো সহাই কৰিব ধন্যবাদ
Dear sir...logote mithalel, dail, alu, piyaj or dam kom korai diok jate vat keita pet bhori khabo paru.
Tank you dear c m in the assam
Dhukhiya manhu he ghr nepai nhy dhoni manhu bilake he pai ami aji 5 bsr a anekoy ghr Pam buli akha kori thoka te gol sir
Good sr
Thank you sir.🙏🙏
Think sir apunar kota huni val lagil sir
Next sirlonka dorie hob roi thakok after one yearp
Dhonnabad
ɢᴏᴏᴅ ᴊᴏʙ
Anekuwa lage amak cm Love you and we brod of my cm
সুন্দৰ আঁচনি গ্ৰহণ কৰিছে
ঘৰ কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰে ঘোষণা নকৰিলেও হবই
বাকী বৰ নাজানো কিন্তু লাইচেন্স বনাব গলে dto office t ghus নিদিয়া কৰি কাম নহয় ।
৪৮ নং বকো সমষ্টিৰ মাহাতলী গাওঁ পঞ্চায়তৰ ৬ নং ওৱাৰ্ডৰ Nambera দুখীয়া ৰাইজৰ পৰা ৩০০০/পৰা ৫০০০/ টকা লৈ আছে ।
Very good
Thank you sir .very good session .joi joi assam .joi joi varat .
Great job sir
Always hero HBS sir
mama zindabad 🔥 ake ake dui mama tmi jui .. 🔥🔥🔥🔥.. mama mk ata gov.. job lge police r .. bht essh ase khati pusak pindhiboloi...
ThankyouSir
দিনত ৪০ টা কৈ ঘোষণা কৰে কিন্তু কাম এটাও নকৰে ঘোষণা লৈকে সমাপ্ত। 😡
Nijei proman dekhi paise kio fokotiya kotha koiase,
Pagol
Sor sine pao sor .
Tur title Rahman nohole Ahmed sage
Ahmed ohru suda
Great work,salute sir.thanks sir
You are real hero 👏 sir🙏
Hundor step 🙏🏻
Sir aap ho toh sab kuch hai....🙏🙏🙏🙏
Jai hind jai Akham
Good job sir 🙏🙏🙏🙏🙏
It is Tax Payer's Money. Not any individual's. Fear of AAM AADMI PARTY... Looms !!!
Very good idea Sir
গোত ছাৰ 🙏 ঔ্ 👍
Thank you mama
Val na,
দাদা পানি অলপ খায় লক ।।
Good News
😮😮😮😮❤❤❤❤hai Ram Jai Hind Jai Jawan ❤❤❤ Modi Yogi Hemanta Zindabad Jai Shri Ram ❤❤❤❤❤❤❤ B,J,P, Zindabad❤❤❤❤❤❤😊😊😊😊😊
প্ৰথমতে অসমৰ জলন্ত সমস্যা বোৰ সমাধান কৰক।
Thank you CM sir🙏 apuni bohut val kam korise
আপোনাৰ দৰে কোনো এজন ভগৱান হব নোৱাৰে ।
Good news ok
Thank You SirGod Bless You
Good cM
TET Pass kora hokolok kio fail korai rakhisil.
ধন্যবাদ ছাৰ
❤❤❤❤❤মামাৰ কথা শুনি বহুত ভাল লাগিল ধন্যবাদ মামা মোৰ অৰুণোদয় নাই জয় আই অসম
মামা আমি দেখুন ঘৰ নাপালু ৷আমাৰ প্ৰথম লিচত নাম আহিছিল ৷কিন্তু পিছত নামতু নাহিল কিয়ো ?
Dip dey mama dhubri pora moy jiman baci thakim sath hindu asu🇮🇳. Jay shree ram
চাৰ আপোনাৰ কথাতো শুনি ভাল লাগিল
Ma. My. Cachar. Assam. Pora. Ma. Ma. Mormor. Mako. Gor. Debo
Congratulations
Bijuli billPetrol , Diesel,Geshor Daam komaai diyok ,Mulyo bridhi automatically ,hrakh hobo.
Mama always fire 🔥
Yes
Agneesharma jagi util
TT dev @@ckutumblogs
@@ckutumblogspl mo mo m
Sir Nice
Thank you sir 🙏🏼
When AHSEC H.S result will be declared
Declareddddd
Thanks ma'am moi abhilashi 9 poru Tokar poreyagan🥰🥰🥰🥰🥰😀😃😃
Good 👍
হয় ভাল পদক্ষেপ
Thanks ❤️
মামা দুখীয়াই সকলো সুবিধা পায় ধনীবোৰে ঠিকা পাই মধ্যবিত্তবোৰে কি পাব
আপোনৰ মুখৰ পৰা কোনো দিনা মধ্যবিত্ত
শব্দ উচ্চাৰণ কৰা শুনা নাই।মধ্যবিত্তৰ কাৰণে একো আঁচনি নাই নেকি?চেন্নাই কেৰেলাত বছৰ জুৰি হাজিৰা কৰি যেনে তেনে সৰু পকী ঘৰ এটা বনালেও মধ্যবিত্তত পৰে হাজিৰা কৰি ফ্ৰিজ এটা কিনিলেও মধ্যবিত্তত পৰে। মধ্যবিত্ত বোৰে
ভোট দিয়া নাইনেকি?আমাৰ অসমত আটাইতকৈ মধ্যবিত্তৰ মানুহ বেছি কাৰণ
হাজিৰা কৰি পকী ঘৰ ফ্ৰিজ থাকিলেই
সকলো সুবিধাৰ পৰা বঞ্চিত।BJP লিদাৰ
বিধায়ক মন্ত্ৰী বোৰৰ চকু বোৰ অলপ ডাঙৰকৈ মেলি চাবলৈ শিকক।কোৱাৰ
বাবে বেয়া নাপাব কাৰণ ময়ো এই মাজৰেই বঞ্চিত এজন ।
Hoy moyu aponar dorei dada... Thikei kose aponi
Amio apunar kothat akmot
😊 see
Mb@@hemendradas1096
😅bhul veer😂r₹wp z❤❤,,,,88,,',,,,,,,❤dzZZ🐷bbyek❤❤@@hemendradas1096
Thank you CM sir এতিয়া ও বহুত মানুহ। পাব লগা আছে
TOI.ᗩᒍE.ᗰᗩYᗩ.ᗷOIᑎᗩK.KᗩIᗷᖇ.SᕼᑌᗪIᑕᗩ.ᗷᗩTISᑌᗪᗩᖇ.ᑭᑌ.ᒍOᕼᖇᗩᖇ.ᑕOᒪE
আমি চৰকাৰী কেসা তামোল এখনো খাই পোৱা নাই।
Right aru nalageo
খাব মন থাকিলেহে
😀😁😆
Kisuman manuh ase pai u nupua naam but ji ki nohouk ami nijor nhoi homaj aru dekhor sinta koribo lage...amar bjp sokar thoka loike ama india r mukhot hahi biringi thakibo jay hind
Toka poisa ase sage aponalokor
দুখীয়া নিবনুৱা শ্রমিক সকলৰ এই সমস্যাৰ বাবে এনে সিদ্ধান্তলোৱাত আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Good Job H Sir (Mama💖💖💖)
আচঁনি বাদ দিয়ে যেন ✔️✔️✔️
মূল্য বৃদ্ধি হ্ৰাস কৰক 🙏
ছাৰ আমি এইবাৰ পাম বুলি আশা কৰিলো আপোনি এইকণ সোবিধা আমাক দি সহায় কৰে যেন,🇮🇳 জয় আই অসম
Gᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᒍᑎTᑌT.KOᖇEO.ᑎES.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ
মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো যে দৰিদ্ৰৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছে আৰু সহায় কৰিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, সদায় আঁচনি আৰু ফ্ৰী পলিচিৰ দ্বাৰা ৰাজ্য চলোৱাতো সম্ভৱনে? এই যে লক্ষ লক্ষ কোটি টকাৰ ঋণৰ বোজাটো কোনে বহন কৰিব বা কৰি আছে, এই বিষয়ে দুবেলা-দুসাজ খাবলৈ সমল নথকা দৰিদ্ৰ মানুহখিনিয়ে জানো ভাবিব পাৰে? চৰকাৰ এখন চলাবলৈ জনতাৰ সহায় লাগিবই। কিন্তু জনতাক এটকা সহায় কৰাৰ নামত দহ টকা কাঢ়ি নিলে জনতাৰ প্ৰকৃত সহায় হবনে? পাৰ্যমানে সকলো দিয়ক, কিন্তু মাছৰ তেলেৰে মাছ ভাজি নোখোৱাব। যদি প্ৰকৃততে সহায় কৰিব খোজে তেন্তে- ইন্ধন, খাদ্য-সামগ্ৰী, ঔষধ-সামগ্ৰী, ৰাস্তা-ঘাট আৰু ঘৰ-নিৰ্মাণ সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, টোলগেটকে ধৰি বিভিন্ন দ্ৰব্যৰ সীমা চেৰাই যোৱা কৰ-কাতলৰ ব্যৱস্থাটোত সাধাৰণ জনতাক স্বাসৰুদ্ধ পৰিৱেশৰ পৰা উদ্ধাৰ কৰক । অসমৰ চৰকাৰী যন্ত্ৰটোৰ প্ৰধান অংগবোৰত শোষণ আৰু আবৰ্জ্জনাৰ প্ৰতি অনবৰতেই শেণ-দৃষ্টি ৰাখক। যদি সেয়া সম্ভৱ কৰি তুলিব পাৰে তেতিয়া দেখিব দৰিদ্ৰতাৰ হাৰ নিশ্চয় বহু হ্ৰাস হ'ব আৰু আঁচনিৰ নামত কৌটি কৌটি টকাৰ ধাৰৰ বোজা নিশ্চয় কঢ়িয়াব লগীয়া নহʼব। এইয়ে মূখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ।
O
নৰেন্দ্ৰ মোদীৰ টকা নহয় ভাৰত চৰকাৰ ৰ হে
Absolutely decision discuss you sir I also help need your help.
দিনত 100টা কৈ ঘোষণা কৰে দিয়াৰ নামত এটাও নাই 0000
ইটা,শিল,বালি,ৰ'দ, চিমেণ্টৰ বৰ্তমান দাম জানে নে নাই অসমৰ মুখ্যমন্ত্ৰীয়ে,, আগতে মুল্য বৃদ্ধি কমোৱাৰ ব্যৱস্হা ল'ব লাগে,,,,
ᗷᗩᖇᗩI..ᑎᗩ Kᕼᗩ.KOᑕᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.SOᖇETᖇO.ᗷOᕼᑌT.ᗷOYᗩ.Tᑌᕼᖇ.ᐯᒪ.Gᑎ.ᑎI.ᗰᑌᖇOT.Tᑌᕼᖇ.
অকল ঘোষণা কৰিলেই নহ'ব ।
প্ৰকৃত দুখীয়া জনে নাপায়চোন।
Thanks mr. Mama 🙏👍🥀🌹💐 .
We proud of our HBSarma c m
❤️❤️❤️❤️মামাৰ কথা শুনি বহুত ভাল লাগিল জয় আই অসম ❤️❤️❤️❤️❤️
Hunda. Padkhep mahoday.
Good desition
Ami eman doridro sorkaror kow, ami ako napow
ঘোষণাটো বৃহৎ কৰে কিন্তু কাৰ্যকৰি কৰাটোহে সৰ্বনিম্ন কৰে ৷
Thank you very much sir 💞
অসমৰ বহুত ঠাইত বানপানী হৈছে ,আপুনি যদি giato , সেই সকলৰ খবৰ লওঁক।
ᑭᖇETᕼEᗷEᖇ.ᐯITᖇOT.ᑎEᒪOITᒍᗩ.Gᑌᑎᗪᗩ.ᗩᒪᖴᗩ.Sᗩᑌᖇ.ᑌTTᕼᗩ.ᗩᗪᕼᗰ.ᗷᑌᖇᗷOK.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ.ᑎES.ᗩGOᗰᑌᖇᗩ
দুৰ্নীতি হোৱা নাই নেকি ।।।।আপোনালোকে ভাবে নিকি।।।নাম অহা মানুহে ঘৰ পোৱা নাই।।।আপোনালোকে কি ভাবিছে।।।আহিব গম পাব।।
KᑌKᖇOT.KOᖇEO.ᗩᗪᕼᗰ.Tᑌᕼᖇ.ᑭᗩᖇE.Tᑌ.ᗷᖴ.SO.ᑎESTᑌᖇ.ᗷᗩIᗰᑎ
Joi ai axom..... ❤❤🙏🙏🙏🙏🙏🙏🙏🙏
Well-done topic
KOTᕼᗩ.KOᗷᗩ.ᑎᒍᑎᗩ.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᗩᒪ.ᗷᒪ.ᗷOIKᗷᗩ.ᒍᑎᗩ..ᗰᑌKᕼOT.ᕼᗩGᗰ.Tᑌᕼᖇ
Very good mama
Thanks for cm sir.
Thank you sir 🙏🙏🙏🙏🙏🙏🙏
nice sir God bless you ❤ 🙏 🙌
Thank you very good CM sir
Many many thanks CM sir.
fhifjf
Thank you mama apunar uprt bishakh ase axom khn next lvl 1tat loi jaok jate bahirot jungle nokoi jai hind bharat mataki jai
Assam cm sir thanku
Bthankyousir
Thanks you dada
Thank you so much sir
Tᑌᕼᖇ.ᗷᑎGSᕼO.TᑌI.ETTᗩ.KOTEᗰᗩᖇᗩ.ᗰᗩᖇE.Kᕼᗩᒪᗩ.ᗩSᗩ.ᒪᑎGTᗩ.ᕼOI.KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ.ᗷᑌS.KᕼOᖇ.ᑭᑌ
Mama we loves you
বহুত বহুত ধন্যবাদ থাকিল ছাৰ
Thanks you sir
অপদাৰ্থ চৰকাৰে মানৱ সম্পদ গঢ়োতা সকলৰ বাবে একো কৰিব নোৱাৰে ।
Congratulations mama
Thanks you
Very good mr himanta
Good news
মহোদয় সিমন্ত্ৰণ ছাৰ আপুনাক অনুৰোধ কৰিছোঁ
যদি পাৰে আমাকো সহাই কৰিব ধন্যবাদ
Dear sir...logote mithalel, dail, alu, piyaj or dam kom korai diok jate vat keita pet bhori khabo paru.
Tank you dear c m in the assam
Dhukhiya manhu he ghr nepai nhy dhoni manhu bilake he pai ami aji 5 bsr a anekoy ghr Pam buli akha kori thoka te gol sir
Good sr
Thank you sir.🙏🙏
Think sir apunar kota huni val lagil sir
Next sirlonka dorie hob roi thakok after one yearp
Dhonnabad
ɢᴏᴏᴅ ᴊᴏʙ
Anekuwa lage amak cm Love you and we brod of my cm
সুন্দৰ আঁচনি গ্ৰহণ কৰিছে
ঘৰ কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰে ঘোষণা নকৰিলেও হবই
বাকী বৰ নাজানো কিন্তু লাইচেন্স বনাব গলে dto office t ghus নিদিয়া কৰি কাম নহয় ।
৪৮ নং বকো সমষ্টিৰ মাহাতলী গাওঁ পঞ্চায়তৰ ৬ নং ওৱাৰ্ডৰ Nambera দুখীয়া ৰাইজৰ পৰা ৩০০০/পৰা ৫০০০/ টকা লৈ আছে ।
Very good
Thank you sir .very good session .joi joi assam .joi joi varat .
Great job sir
Always hero HBS sir
mama zindabad 🔥 ake ake dui mama tmi jui .. 🔥🔥🔥🔥.. mama mk ata gov.. job lge police r .. bht essh ase khati pusak pindhiboloi...
ThankyouSir
দিনত ৪০ টা কৈ ঘোষণা কৰে কিন্তু কাম এটাও নকৰে ঘোষণা লৈকে সমাপ্ত। 😡
Nijei proman dekhi paise kio fokotiya kotha koiase,
Pagol
Sor sine pao sor .
Tur title Rahman nohole Ahmed sage
Ahmed ohru suda
Great work,salute sir.thanks sir
You are real hero 👏 sir🙏
Hundor step 🙏🏻
Sir aap ho toh sab kuch hai....🙏🙏🙏🙏
Jai hind jai Akham
Good job sir 🙏🙏🙏🙏🙏
It is Tax Payer's Money. Not any individual's. Fear of AAM AADMI PARTY... Looms !!!
Very good idea Sir
গোত ছাৰ 🙏 ঔ্ 👍
Thank you mama
Val na,
দাদা পানি অলপ খায় লক ।।
Good News
😮😮😮😮❤❤❤❤hai Ram Jai Hind Jai Jawan ❤❤❤ Modi Yogi Hemanta Zindabad Jai Shri Ram ❤❤❤❤❤❤❤ B,J,P, Zindabad❤❤❤❤❤❤😊😊😊😊😊
প্ৰথমতে অসমৰ জলন্ত সমস্যা বোৰ সমাধান কৰক।
Thank you CM sir🙏 apuni bohut val kam korise
আপোনাৰ দৰে কোনো এজন ভগৱান হব নোৱাৰে ।
Good news ok
Thank You Sir
God Bless You
Good cM
TET Pass kora hokolok kio fail korai rakhisil.
ধন্যবাদ ছাৰ
❤❤❤❤❤মামাৰ কথা শুনি বহুত ভাল লাগিল ধন্যবাদ মামা মোৰ অৰুণোদয় নাই জয় আই অসম
মামা আমি দেখুন ঘৰ নাপালু ৷আমাৰ প্ৰথম লিচত নাম আহিছিল ৷কিন্তু পিছত নামতু নাহিল কিয়ো ?
Dip dey mama dhubri pora moy jiman baci thakim sath hindu asu🇮🇳. Jay shree ram
চাৰ আপোনাৰ কথাতো শুনি ভাল লাগিল
Ma. My. Cachar. Assam. Pora. Ma. Ma. Mormor. Mako. Gor. Debo
Congratulations
Bijuli bill
Petrol , Diesel,Geshor Daam komaai diyok ,
Mulyo bridhi automatically ,hrakh hobo.